দ্বিতীয়ক বৃত্তি | অধ্যায় ৬ | Class 12 Geography Solution Assam | Class 12 Geography Question and Answer Assam | Class 12 Geography Question Answer Assamese Medium | HS Second year Geography | Class 12 Geography Suggestion | Class 12 Geography Question Answer Notes | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণী মানৱ ভূগোলৰ প্ৰশ্ন আৰু উত্তৰ | দ্বাদশ শ্ৰেণী মানৱ ভূগোলৰ দ্বিতীয়ক বৃত্তি পাঠটো প্ৰশ্ন আৰু উত্তৰ |
অধ্যায় ৬
দ্বিতীয়ক বৃত্তি
অনুশীলনী
1.নিম্নলিখিত বিকল্পৰ সমূহৰ পৰা শুদ্ধ উত্তৰটো বাচি উলিওৱা।
(i) নিম্নলিখিত উক্তিসমূহৰ ভিতৰত কোনটোভুলকৈ আছেঃ-
a) হুগলী নদীৰে থকা সস্তীয়া জলপৰিবহন ব্যৱস্থাৰ বাবে মৰাপাট উদ্যোগ সুবিধা হৈছে,
b) চেনি, কপাহ বয়ন আৰু উদ্ভিদজাত তেল বা চলন্ত শিল্প উদ্যোগ
বোলে
c) জলবিদ্যুত আৰু পেট্ৰোলিয়ামৰ বিকাশৰ ফলত, উদ্যোগৰ অবস্থান নিৰ্ণায়ক কাৰক হিচাবে থকা কয়লা শক্তিৰ ভুমিকা বিস্তৃত হাৰত হ্ৰাস পাইছে,
d) ভাৰতবৰ্ষত বন্দৰ চহৰবোৰে শিল্পউদ্যোগ আকৰ্ষিত কৰে।
উত্তৰঃ
(ii) নিম্নলিখিত অৰ্থনৈতিক প্ৰকাৰবোৰৰ, কোনটো ব্যক্তিগত উৎপাদনৰ কাৰক হিচাবে থাকেঃ-
a) পুঁজিপতি, b) মিশ্ৰিত c) সমাজন্ত্ৰীক, d) এটাও নহয়।
উত্তৰঃ a) পুঁজিপতি
(iii) নিম্নলিখিত উদ্যোগ সমূহৰ ভিতৰত কোনবিধে আন আন উদ্যোগৰ বাবে কেঁচামালৰ উৎপাদন কৰেঃ-
a) কুটীৰ শিল্প,b) ক্ষুদ্ৰ উদ্যোগ,
c) মৌলিক উদ্যোগ, d) চলন্ত শিল্প উদ্যোগ।
উত্তৰঃ
(iv) নিম্নলিখিত অংশৰবোৰৰ ভিতৰত কোনটো শুদ্ধভাবে সমকক্ষ হৈ আছেঃ-
a) গাড়ী মটৰৰ উদ্যোগঃ লচ্ এঞ্জেলচ্, b) জাহাজৰ নিৰ্মাণ শিল্পঃ লুচাকা,
c) উৰাজাহাজৰ শিল্পঃ ফ্ল’ৰেন্স, d) লো আৰু তীখা উদ্যোগঃ পিটছবাৰ্গ।
উত্তৰঃ
2. ৩০টা মান শব্দৰে নিম্নলিখিত ওপৰত চমু টোকা লিখা।
(i)উচ্চ-প্ৰযুক্তি শিল্প।
উত্তৰঃ-
(ii) নিৰ্মান শিল্প।
(i) প্ৰাথমিক আৰু দ্বিতীয়ক কাৰ্য সমূহৰ পাৰ্থক্য লিখা।
উত্তৰঃ- প্ৰাথমিক আৰু দ্বিতীয়ক কাৰ্য সমূহৰ পাৰ্থক্যসমূহ হল -
i)খেতি কৰা,মাছ পালন কৰা,ফলমূল সংগ্ৰহ কৰা এনে কামবোৰ প্ৰাথমিক কামত পৰে।
আনহাতে আকৌ তেল শোধন কৰা, শক্তি উৎপদন কৰা এইবোৰ দ্বিতীয়ক কাৰ্যৰ অন্তৰ্গত ।
ii) প্ৰাথমিক খণ্ডৰ কামবোৰ পোনপটীয়াকৈ প্ৰকৃতিৰ লগত জড়িত।
আনহাতে দ্বিতীয়ক খণ্ডৰ কামবোৰ পোনপটীয়াকৈ প্ৰকৃতিৰ লগত জড়িত ।
iii) উন্নয়নশীল দেশসমূহৰ অৰ্থনীতি প্ৰাথমিক খণ্ডৰ ওপৰত নিৰ্ভৰশীল।
আনহাতে, অনুন্নত দেশসমূহৰ অৰ্থনীতি দ্বিতীয়ক খণ্ডৰ ওপৰত নিৰ্ভৰশীল ।
(ii) পৃথিৱীৰ উন্নত দেশসমূহত, সংঘটিত হৈ থকা মূখ্য আধুনিক ঔদ্যোগিক কাৰ্যাৱলীৰ আলোচনা কৰা।
উত্তৰঃ-
(iii) বহুতো দেশত, উচ্চ প্ৰযুক্তি থকা উদ্যোগসমূহ, মূখ্য মেট্ৰোপলিয়ান কেন্দ্ৰবোৰৰ সমীপবৰ্ত্তী অঞ্চলবোৰলৈ আকৰ্ষিত হয় ব্যাখ্যা কৰা।
উত্তৰঃ-
(iv) আফ্ৰিকা মহাদেশৰ বহু প্ৰকাৰৰ প্ৰাকৃতিক সম্পদ আছে আৰু তথাপিও শিল্প উদ্যোগত পিছপৰি আছে, মতামত দৰ্শোৱা।
উত্তৰঃ-
আঁচনি/ কাৰ্য
(i) তোমালোকৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু বিষয়াবৰ্গ সকলে ব্যৱহাৰ কৰি থকা কাৰখানা নিৰ্মিত সামগ্ৰী সমূহৰ ওপৰত এটা জৰীপ কাৰ্য কৰা।
(ii) জৈব লঘুকৰণ হ’ব পৰা(Biodegradable)আৰু জৈব লঘুকৰণ হব নোৱাৰা(Non-Biodegradable)শব্দ দুটাৰ অৰ্থ বিচাৰি চোৱা। কেনে ধৰণৰ পদাৰ্থ ব্যৱহাৰ কৰা ভাল? আৰু কিয়?
(iii) তোমালোকৰ চাৰিওফালে দৃষ্টিপাত কৰা আৰু গোলকিয় মাৰ্কা মৰা বস্তুবিলাকৰ লগতে সেইবিলাক ৰ ব্যৱহৃত ‘লোগো’ (Logo) আৰু উৎপাদিত সামগ্ৰীৰবোৰৰ এখন তালিকা প্ৰস্তুত কৰি উলিওৱা।
Type- Nayan Jyoti Bordoloi.