3.3.2    যৌগৰ অণু (Molecules of compounds)

বেলেগ বেলেগ মৌলৰ পৰমাণুৰ নিৰ্দিষ্ট অণুপাতত লগ হৈ যৌগৰ অণু গঠন কৰে । তালিকা 3.4 কেইটামান উদাহৰণ দিয়া হৈছে ।


কাৰ্যকলাপ..................................3.2

    তালিকা 3.4ত কেইটামান যৌগৰ অণুত পৰমাণুবোৰৰ ভৰৰ অনুপাত আৰু তালিকা৩ 3.2ত কেইটামান মৌলৰ পাৰমাণৱিক ভৰবোৰ দিয়া আছে । এইসমূহৰ ভিত্তিত তালিকা 3.4ত দিয়া যৌগবোৰৰ অণুত পৰমাণুবোৰৰ সংখ্য়াৰ অনুপাত উলিওৱা ।

        পানীৰ অণু এটাত পৰমাণুবোৰৰ সংখ্য়াৰ অনুপাত তলত দিয়াৰ দৰে পাব পাৰি।


       এইদৰে পানীত পৰমাণুবোৰৰ সংখ্য়াৰ অনুপাতত H : O = 2:1




Class 9 General Science Chapter 3

Bidyut Thakuria.