দীপলীনা ডেকা



দীপলীনা ডেকা এগৰাকী জনপ্ৰিয় কণ্ঠ শিল্পী আৰু অভিনেত্ৰী। দীপলীনা ডেকাই গোৱা গানে অসমৰ ৰাইজক মনোমোহিত কৰি তুলিছে। দিপলীনা ডেকা বিষয় চমু জীৱনী জানি লওঁ আহা।
 

দীপলীনা ডেকা জন্ম হয় ১৯৯২ চনৰ ৭ ফ্ৰেব্ৰুৱাৰীত। তেখেতৰ পিতৃ নাম বাবুল ডেকা আৰু মাতৃ নাম পদুমী ডেকা। দীপলীনা ডেকাই জাগীৰোডৰ কেন্দ্ৰীয় বিদ্যালয় পৰা মাধ্যমিক পৰীক্ষাত উৰ্ত্তীৰ্ণ হয়। তাৰ পাছত দীপলীনা ডেকাই মহৰ্ষি বিদ্যা নিকেটনত নামভৰ্ত্তি কৰে। 

বিদ্যালয়ত পঢ়ি অহাৰ পৰাই অভিনয়, নৃত্য আৰু সংগীত কৰি পুৰস্কাৰ লাভ কৰে। দিপলীনা ডেকাই অভিনয় কৰা প্ৰথম চলচ্চিত্ৰখনৰ নাম হৈছে মিছন ছাইনা। 

Nayan Jyoti Bordoloi