1. Kedarnath Temple (Uttarakhand)

Kedarnath



জনা যায় যে পাণ্ডৱসকলে কেদাৰনাথ মন্দিৰ নিৰ্মণ কৰিছিল। আৰু বৰ্তমানৰ মন্দিৰতো শংকৰাচাৰ্যই প্ৰতিষ্টা কৰিছিল। এই মন্দিৰটো ১০০০ বছৰতকৈ অধিক পুৰণি। এই মন্দিৰটো ভাৰতৰ উত্তৰ হিমালয়ৰ চোটা চাৰ ধাম তীৰ্থযাত্ৰাৰ চাৰিটা মুখ্য় স্থানৰ ভিতৰত প্ৰথম। কেদাৰনাথ মন্দিৰটো সদায়ে বৰফেৰে আবৃত হৈ থাকে আৰু ইয়াৰ বেয়া বতৰৰ বাবে বাৰে বাৰে মন্দিৰটো বন্ধ কৰিবলগীয়া হয়। এই মন্দিৰটো ৬ মাহলৈ বন্ধ থাকে। ২০১৩ চনত প্ৰলয়ংকাৰী বান পানী আৰু ভূমিস্খলনহোৱাৰ পিছত প্ৰায় ৬,০০০ তকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছিল। এই দুৰ্ঘটনাত দলং আৰু ৰাস্তা ধ্বংস হোৱাৰ ফলত চাৰ ধাম তীৰ্থস্থানলৈ যোৱা উপত্যকাসমূহত তিনি লাখতকৈও অধিক লোক আৱদ্ধ হৈ আছিল। এই বানপানীৰ সময়ত কেদাৰনাথ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা আঞ্চল আছিল।


 2. Amarnath Cave Temple (Jammu and Kashmir)

Amarnath Cave Temple (Jammu and Kashmir)

জনশ্ৰুতি অনুসৰি, ভগৱান শিৱই পাৰ্বতীলৈ অমৰত্ব আৰু বিশ্বব্ৰহ্মাণ্ড গঠনৰ ৰহস্য় বৰ্ণনা কৰিবলৈ এই গুহাটো বাচি লৈছিল। এই গুহাটো ১৮৫০ চনত বুটা মালিক নামৰ এজন গৰখীয়াই আৱিস্কাৰ কৰিছিল। তেওঁ এজন মুছলমান আছিল। ই আতাইতকৈ পৱিত্ৰ তিৰ্থস্তানৰ ভিতৰতএটা, অমৰনাথ বৰফৰ পৰা শিৱ লিঙ্গৰ প্ৰাকৃতিক গঠনৰ বাবে বিশ্বব্য়াপী বিখ্য়াত। বছৰি এই গুহাটো চাবলৈ বিশ্বৰ পৰা বহুতো পৰ্যতৰ আগমণ হয়।


3. Golden Temple (Amritsar, Punjab)

Golden Temple (Amritsar, Punjab)



অমৃতসৰৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ কেন্দ্ৰ হৈছে সোণালী মন্দিৰ যাক শ্ৰী হৰমন্দিৰ চাহিব বুলিও যনা যায়। এই মন্দিৰটো শিখ ধৰ্মৰ আটাইতকৈ পুৰমি মন্দিৰ। এই মন্দিৰটো ১৫০০ দশকত নিৰ্ণান কৰা হৈছিল। এই মন্দিৰটো গুৰু ৰাম দাসে নিৰ্মাণ কৰিছিল। সোমালী মন্দিৰটো হিন্দুৰ লগতে ইছলামিক স্থাপত্য়ৰ এক অনন্য় মিশ্ৰণ। এই মন্দিৰটো মাৰ্বলেৰে সজোৱা ঠিক তাজমহলৰ দৰে। ইয়াৰ শিৰ্ষ স্থানত গম্বুজটো বিশুদ্ধ সোণেৰে সজোৱা।


4. Lord Jagannath Temple (Puri)

Lord Jagannath Temple (Puri)


জগন্নাথ মন্দিৰটো চোদাগঙ্গাই নিৰ্মাণ কৰিছিল। পিছত অনংগাভিমা দেৱে ১১৭৪ খ্ৰীপূত মন্দিৰটো নিৰ্মাণ সম্পূৰ্ণ কৰে। জগন্নাথ মন্দিৰটো হৈছে উৰিষ্য়াৰ আটাইতকৈ ডাঙৰ মন্দিৰৰ ভিতৰত এটা, মন্দিৰটো হিন্দু ভক্তসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। ই চাৰ-ধাম তীৰ্থযাত্ৰাৰ ভিতৰত এটা।

5. Tirupati Balaji Temple (Andhra Pradesh)

Tirupati Balaji Temple (Andhra Pradesh)


তিৰুপতি বালাজীয়ক সাধাৰণতে বৈকুন্ঠম বুলি কোৱা হয়। বৈকুন্ঠম মানে হৈছে পৃথিৱীত বিষ্ণুৰ বাসস্থান। সেয়েহ, বিশ্বাস কৰে যে ভগৱান বিষ্ণুৱে এই কালী যুগত তেওঁৰ ভক্তসকলক পৰিত্ৰাণৰ দিশত পথ প্ৰদৰ্শন আৰু নিৰ্দেশনা দিবলৈ এই মন্দিৰত নিজকে প্ৰকাশ কৰিছে।

6. Kashi Vishwanath Temple (Uttar Pradesh)

Kashi Vishwanath Temple (Uttar Pradesh)


মূল বিশ্বনাথ মন্দিৰটো ১১৯৪ চনৰ খ্ৰীষ্টপূৰ্বত আইবাকৰ সেনাই ধ্বংসৰ কৰিছিল। মোগল সম্ৰাট ঔৰঙ্গজেবে পুৰণি মন্দিৰটো ধ্বংস কৰি সেই স্থানত এটা মছজিদ পাতি দিলে। আৰু বৰ্তমানৰ কাশী বিশ্বনাথ মন্দিৰটো অষ্টদাশ শতিকাত ইন্দোৰৰ ৰাণীয়ে নিৰ্মাণ কৰিছিল। 


7. Badrinath Temple (Uttarakhand)

Badrinath Temple (Uttarakhand)


বদ্ৰীনাথ আগতে বৌদ্ধ ধৰ্মস্থান বুলি বিবেচনা কৰা হয়। তাৰ পাছত শংকৰে ইয়াক হিন্দু মন্দিৰলৈ ৰুপান্তৰ কৰে। ভগৱান বিষ্ণুক উৎসৰ্গিত প্ৰাচীন মন্দিৰ বদ্ৰীনাথ হৈছে হিমালয়ৰ চাৰিটা তীৰ্থকেন্দ্ৰৰ ভিতৰত এটা। 

8. Brihadeeswara Temple (Tamil Nadu)

Brihadeeswara Temple (Tamil Nadu)


এই মন্দিৰটো ১০১০ চনৰ খ্ৰীষ্টপূৰ্বত নিৰ্মাণ কৰা হৈছিল। এই মন্দিৰটো ৰাজা চোলন আৰু তেওঁৰ ভগ্নী কুণ্ডাভাই নিৰ্মাণ কৰিছিল। ৰাজা চোলৰ ৰাজত্বকালৰ তেওঁৰ শক্তি বুজাবলৈ নিৰ্মাণ কৰিছিল। এই মন্দিৰটো ১০০০ বছৰ পুৰণি।


9. Somnath Temple (Gujarat)

Somnath Temple (Gujarat)



সোমনাথ মন্দিৰটো ভাৰতৰ প্ৰসিদ্ধ তাৰ্থস্থানৰ ভিতৰত এটা। এই মন্দিৰটো গুজৰাটৰ পশ্চিম উপকুলত অৱস্থিত। এই মন্দৰটো ৮৫০ চনত নিৰ্মাণ কৰা হৈছিল। আৰু মামুদ গজনীয়ে নিৰ্মাণ কৰিছিল।



10. Vaishno Devi Mandir (Jammu and Kashmir)

Vaishno Devi Mandir (Jammu and Kashmir)



এই মন্দিৰটো হিন্দুৰ ধৰ্মৰ বাবে পবিত্ৰ। এই মন্দিৰটো ভাৰতৰ অন্য়তম তীৰ্থস্থানৰ ভিতৰত এটা। এই মন্দিৰটোত থকা গুহাবোৰ এক নিজুত বছৰ পুৰণি বুলি ভূতাত্ত্বিক সকলে কয়। এই বৈষ্ণো দেৱী গুহাটো ১৮৪৬ চনত মহাৰাজা গুলাব সিঙে প্ৰতিস্তা কৰিছিল। এই নম্দিৰটো ত্ৰিকুট পাহাৰৰ কোলাত অৱস্থিত। বৰ্তমান জন্মু চহৰত।

11. Gangotri Temple (Uttarakhand)

Gangotri Temple (Uttarakhand)


হিমালয়ৰ চাৰ ধামৰ ভিতৰত এটা মন্দিৰ হৈছে Gangotri Temple এই মন্দিৰটো হৈছে হিন্দুসকলৰ পবিত্ৰ স্থান। Gangotri মন্দিৰটো মাটিৰ পৰা ৩,১০০ মিটাৰ উচ্চতা অৱস্থিত। এই মন্দিৰটো অমৰ সিং থাপাই নিৰ্মাণ কৰিছিল। এই মন্দিৰটো প্ৰায় ৩০০ বছৰ পুৰণি।

12. Yamunotri Temple (Uttarakhand)

Yamunotri Temple (Uttarakhand)


এই মন্দিৰটো ১৮৩৯ চনত সুদৰ্শন শ্বাহে নিৰ্মাণ কৰিছিল। আনহাতে ভূমিকম্পৰ ফলত মন্দিৰটো এক বৃহৎ অংশ ক্ষতিগ্ৰস্ত হৈছিল। আৰু তাৰ পাছত ১৯ শতিকাৰত জয়পুৰৰ ৰাণী গুলাৰিয়া দেৱীৰ সহযোগত ইয়াক পুণৰ নিৰ্মাণ কৰা হৈছিল। 

13. Meenakshi Temple (Tamil Nadu)

Meenakshi Temple (Tamil Nadu)


এইমন্দিৰটো ১৬ শতিকাৰত বিশ্বনাথ নায়কৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। এই মন্দিৰটোৰ তলৰ অংশ গ্ৰানৈৃাইতৰ দ্বাৰা তৈয়াৰ কৰিছিল। আৰু ইয়াৰ টাৱাবোৰ চূণশিলৰ পৰা তৈয়াৰ কৰা হৈছিল। এই মন্দিৰৰ বিখ্য়াত দক্ষিণ টাৱাৰটো ১৫৫৯ চনত নিৰ্মাণ কৰা হৈছিল।

14. Akshardham Temple (Gujarat)

Akshardham Temple (Gujarat)


এই মন্দিৰটো গুজৰাটৰ গান্ধীনগৰত অৱস্থিত। এই মন্দিৰটো যোগীজী মহাৰাজৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। এই ন্ৰামণ কৰিবলৈ ১৩ বছৰতকৈ অধিক সময় লাগিছিল।

     EDIT

HIRAK JYOTI BORA.