Chapter: 1

ভাৰতবৰ্ষৰ আৰু অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ 

(স্বৰাজোত্তৰ কালত)


All Lesson Shor Question and Answer Assamese Medium Education

1. মাধ্যমিক শিক্ষা আয়ােগত কিমানজন বিদেশী শিক্ষাবিদ আছিল আৰু তেওঁলােকৰ নাম কি ? 

উত্তৰঃ দুজন আৰু নাম হ’ল প্রফেছৰ জন ক্রিষ্টি আৰু ড° কেনেথ ৰাষ্ট উইলিয়ামছ ! 

2. আয়ােগখনৰ সদস্য কিমানজন আছিল আৰু সভাপতি কোন আছিল? 

উত্তৰঃ ৯ জন আৰু সভাপতি আছিল আৰু ড° কেনেথ ৰাষ্ট উইলিয়ামছ। 

3. মাধ্যমিক শিক্ষা আয়ােগৰ সভাপতিৰ______ নাম 

উত্তৰঃ লক্ষ্মণস্বামী মুডালিয়াৰ। 

4. মাধ্যমিক শিক্ষা আয়ােগ নিযুক্তি দিয়া _______ হৈছিল 

উত্তৰঃ ১৯৫২ চনত। 

5. ১৯৬৪-৬৬ চনৰ শিক্ষা আয়ােগৰ সভাপতি আছিল ড° ডি. এছ . কোঠাৰী হয়নে ? 

উত্তৰঃ হয়। 

6. মাধ্যমিক শিক্ষা আয়ােগ কোন চনত গঠন কৰা হৈছিল ? 

উত্তৰঃ ১৯৫২-৫৩ চনত। 

7. মুডালিয়াৰ আয়ােগৰ অধ্যক্ষ কোন আছিল ? 

উত্তৰঃ ড° লক্ষ্মণস্বামী মুড়ালিয়াৰ। 

8. এই আয়ােগৰ অধ্যক্ষ কোন আছিল ? 

উত্তৰঃ ডি এছ কোঠাৰী। 

9. কোঠাৰী আয়ােগৰ মতে প্রাক - প্রাথমিক শিক্ষাৰ সময়সীমা কিমান? 

উত্তৰঃ ১ বছৰ পৰা ৩ বছৰলৈ। 

10. মাধ্যমিক শিক্ষা আয়ােগখন আৰু কি নামেৰে জনাজাত হৈছিল?

উত্তৰঃ মুডালিয়াৰ আয়ােগ। 

11. কোঠাৰী আয়ােগে নতুন শিক্ষা গাঁথনিৰ কেনেকুৱা হােৱা উচিত বুলি পৰামর্শ দিছিল ? 

উত্তৰঃ ১০ + ২ + ৩ শিক্ষা গাঁথনি। 

12. বিশ্ববিদ্যালয় শিক্ষা আয়ােগ নিযুক্তি দিয়া হৈছিল_____ চনত। 

উত্তৰঃ ১৯৪৮ চনত। 

13. অসমীয়াত CABE মানে শিক্ষাৰ কেন্দ্রীয়_______পৰিষদ । 

উত্তৰঃ উপদেষ্টা। 

14.  কোঠাৰী আয়ােগ কোন চনত গঠন কৰা হৈছিল ? 

উত্তৰঃ ১৯৬৪ চনৰ ১৪ জুলাইত। 

15. অসমত স্থাপন কৰা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি আছিল? 

উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, অসম। 

16. মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰথম আৰম্ভণি ক’ত হৈছিল? 

উত্তৰঃ ১৯৬৯ চনত ইংলেণ্ডত।

17. ১০ + ২ + ৩ সূত্ৰটোৰ মাধ্যমত শিক্ষাৰ বিকাশ সাধন কৰাৰ পৰামর্শ দিয়া আয়ােগখন কি ? 

উত্তৰঃ কোঠাৰী আয়ােগ। 

18. ১৯৬৪-৬৬ চনৰ শিক্ষা আয়ােগৰ সভাপতি কোনে আছিল? 

উত্তৰঃ ড ° ডি. এছ. কোঠাৰী। 

19. কোঠাৰী আয়ােগৰ অধ্যক্ষ কোন আছিল আৰু ইয়াৰ সদস্য কেইজন আছিল ? 

উত্তৰঃ অধ্যক্ষ আছিল ডি এছ কোঠাৰী আৰু সদস্য আছিল ১৪ জন।

20. ইংলেণ্ডৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ত প্রথম আচার্য আৰু উপাচার্য কোন আছিল? 

উত্তৰঃ প্রথম আচার্য আছিল লর্ড ক্রাউমাৰ আৰু প্রথম উপাচার্য আছিল ছাৰ ওৱাল্টাৰ পেৰী। 

21. মাধ্যমিক শিক্ষা আয়ােগৰ প্রতিবেদনত অধ্যায়ৰ সংখ্যা কেইটা? 

উত্তৰঃ ১৫ টা। 

22. কিমান চনত কোঠাৰী আয়ােগ উদ্বোধন হৈছিল ? 

উত্তৰঃ ১৯৬৪ চনৰ ২ অক্টোবৰত উদ্বোধন কৰা হয়। 

23. মাধ্যমিক শিক্ষা আয়ােগে নির্ধাৰণ কৰা শিক্ষাৰ লক্ষ্যবােৰ কি কি আছিল লিখা। 

উত্তৰঃ  মাধ্যমিক শিক্ষা আয়ােগে নির্ধাৰণ কৰা শিক্ষাৰ লক্ষ্য হ’ল পাঁচটা। সেই কেইটা হ'ল一

(ক) ব্যক্তিত্বপূৰ্ণ বিকাশ সাধন

(খ) নেতৃত্বৰ প্ৰশিক্ষণ।

(গ) চৰিত্ৰ গঠনৰ শিক্ষা

(ঘ) বৃত্তিমূলক দক্ষতাৰ বাবে শিক্ষা।

24. কোঠাৰী আয়ােগৰ প্রতিবেদনখন কিমানটা পৃষ্ঠাৰ আছিল ? 

উত্তৰঃ  ৭০০ পৃষ্ঠাৰ । 

25. বিশ্ববিদ্যালয় শিক্ষা আয়ােগৰ সভাপতি আছিল______।

উত্তৰঃ সর্বপল্লী ৰাধাকৃষ্ণন।


(a) সত্য নে অসত্য লিখাঃ

1. ভাৰতীয় শিক্ষা আয়ােগ ‘১৯৬৪-৬৬ চন’ উৎপাদনমুখিতাৰ ওপৰত গুৰুত্ব দিছিল। 

উত্তৰঃ সত্য। 

2. মুডালিয়াৰ আয়ােগে প্রথম অধ্যায়ৰ প্রতিবেদনত মাধ্যমিক শিক্ষাৰ লক্ষ্যৰ বিষয়ে পৰামৰ্শ আগবঢ়াইছিল। 

উত্তৰঃ সত্য।

3. শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় নীতি পুননির্ধাৰণ কৰা হৈছিল ১৯৯২ চনত ।

উত্তৰঃ  অসত্য। 

4. ১৯৬৪ চনৰ ১ জানুৱাৰি তাৰিখে কোঠাৰী আয়ােগ গঠন কৰা হৈছিল। 

উত্তৰঃ অসত্য। 

3. ১৯৬২ চনত অসম মাধ্যমিক শিক্ষা আইনখন গৃহীত হৈছিল।

উত্তৰঃ সত্য। 

4. নতুন জাতীয় শিক্ষানীতিয়ে শিক্ষাৰ ক্ষেত্ৰত বৃত্তিমূলক শিক্ষাৰ প্ৰয়ােজনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে। 

উত্তৰঃ সত্য। 

5. ড° লক্ষণস্বামী মুডালিয়াৰৰ সভাপতিত্বত মুডালিয়াৰ আয়ােগখন গঠন কৰা হৈছিল। 

উত্তৰঃ সত্য। 

6. শিক্ষা আয়ােগে স্কুলীয়া শিক্ষাক তিনিটা স্তৰত ভাগ কৰিছিল। 

উত্তৰঃ সত্য। 

7. ১৯৬৪-৬৬ চনৰ শিক্ষা আয়ােগখন ভাৰতৰ প্রথম শিক্ষা আয়ােগ।

উত্তৰঃ  অসত্য। 

9. “শিক্ষা প্রত্যাহ্বানঃ এক দূৰদৰ্শী আঁচনি — এই সমলখিনি ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লগত জড়িত। 

উত্তৰঃ  অসত্য। 


(b) খালী ঠাই পূৰণ কৰাঃ

1. ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে প্রাথমিক শিক্ষাৰ উন্নতিৰ বাবে পৰামৰ্শ আগবঢ়োৱা আঁচনিক জনা ______ যায় । 

উত্তৰঃ তাপাৰেচন ব্লেকবাের্ড।

2.  অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ গঠন কৰা হৈছিল ______। 

উত্তৰঃ ১৯৮৪ চনত। 

3. ১৯৬৪ চনৰ শিক্ষা আয়ােগৰ সভাপতি হিচাবে চৰকাৰে নিযুক্তি দিছিল _________।

উত্তৰঃ ড° ডি. এছ. কোঠাৰীক। 

4.  মুডালিয়াৰ আয়ােগ গঠন কৰা হৈছিল ________।

উত্তৰঃ ১৯৫২ চনৰ ২৩ ছেপ্টেম্বৰত। 

5. মাধ্যমিক শিক্ষা আয়ােগৰ সভাপতি আছিল ________।

উত্তৰঃ ড ° লক্ষণস্বামী মুডালিয়াৰ। 

6. মুডালিয়াৰ আয়ােগক জনা যায় ________। 

উত্তৰঃ মাধ্যমিক শিক্ষা আয়ােগ নামেৰে।

7. ডি. এছ. কোঠাৰী সভাপতিত্বত শিক্ষা আয়ােগ গঠিত হৈছিল _________। 

উত্তৰঃ ১৯৬৪ চনৰ ১৪ জুলাইত । 

উত্তৰঃ কোঠাৰী আয়ােগে। 

8. “শিক্ষা প্রত্যাহ্বানঃ  এক ভৱিষ্যতৰ আঁচনিখন সম্পর্কযুক্ত হৈ আছে ___________। 

উত্তৰঃ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লগত। 

9. প্রাক্-প্রাথমিক শিক্ষাৰ স্তৰ হ’ব লাগিব __________। 

উত্তৰঃ ১ ৰ পৰা ৩ বছৰলৈ। 


(c) চমু উত্তৰ দিয়া (এটা বাক্যৰ ভিতৰত)ঃ 

1. ১০+২+৩ শিক্ষা গাঁথনিৰ পৰামৰ্শ আগবঢ়োৱা শিক্ষা আয়ােগখনৰ নাম কি ? 

উত্তৰঃ  কোঠাৰী আয়ােগ। 

2. মুডালিয়াৰ আয়ােগ কোন চনত গঠিত হৈছিল ? 

উত্তৰঃ ১৯৫২ চনত। 

3. ১৯৬৪-৬৬ চনৰ শিক্ষা আয়ােগখন কি নামেৰে পৰিচিত? 

উত্তৰঃ  কোঠাৰী আয়ােগ। 

4. ১৯৬৪-৬৬ চনৰ শিক্ষা আয়ােগৰ সভাপতি কোনে আছিল ? 

উত্তৰঃ ড° ডি. কোঠাৰী। 

5. অসমৰ প্ৰথমখন মাধ্যমিক স্কুলৰ নাম কি আছিল? 

উত্তৰঃ গুৱাহাটী ছেমিনাৰী স্কুল।

6. ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে পৰামৰ্শ আগবঢ়োৱা কোনখন আঁচনিয়ে প্রাথমিক শিক্ষাৰ গুণগত মানদণ্ডৰ বিকাশত গুৰুত্ব দিছিল? 

উত্তৰঃ অপৰেচন ব্লেকবাের্ড।

7. মুডালিয়াৰ আয়ােগৰ মতে শিক্ষাৰ দুটা দোষ লিখা। 

উত্তৰঃ মুডালিয়াৰ আয়ােগৰ মতে শিক্ষাৰ দুটা দোষ তলত উল্লেখ কৰা হ’ল— 


Type : Priyam Jyoti Patar