চতুৰ্ভুজ
চতুৰ্ভুজঃ চতুৰ্ভুজ হৈছে চাৰিটা বাহু আৰু চাৰিটা কোণৰ সমষ্টিৰ এক সমতল ক্ষেত্ৰ।
এটা চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি = 360° । এটা চতুৰ্ভুজৰ সধ্য়বিন্দুবিলাক একাডিক্ৰমে সংযোগ কৰি গঠন কৰা চতুৰ্ভুজটো এটা সামান্তৰিক।
চতুৰ্ভুজৰ প্ৰকাৰঃ
ট্ৰেপিজিয়ামঃ ইয়াৰ এযোৰ বিপৰীত বাহু পৰস্পৰ সমান্তৰাল।
সামান্তৰিকঃ ইয়াৰ প্ৰতিযোৰ বিপৰীত বাহু পৰস্পৰ সমান্তৰাল।
আয়তঃ ইয়াৰ প্ৰতিযোৰ বিপৰীত বাহু সমান্তৰাল আৰু প্ৰতিটো কোণেই সমকোণ।

ৰম্বাচঃ ইয়াৰ সকলোবোৰ বাহু সমান আৰু প্ৰতিযোৰ বাহুৱে সমান্তৰাল।

বৰ্গঃ ইয়াৰ প্ৰতিযোৰ বিপৰীত বাহু পৰস্পৰ সমান্তৰাল আৰু প্ৰতিটো কোণেই সমকোণ।

চিলাঃ ইয়াৰ সন্নিহিত বাহু দুযোৰ সমান।