ত্ৰিকোণমিতি
এটা সমকোণী ত্ৰিভূজৰ সূক্ষ্মকোণবিলাকৰ সাপেক্ষেে তাৰ বাহুবিলাকৰ অনুপাতক কোণৰ ত্ৰিকোণমিতিক অনুপাত বোলা হয়।

এতিয়া ABC সমকোণী ত্ৰিভূজৰ A কোণৰ ত্ৰিকোণমিতিক অনুপাত বিলাকৰ সংজ্ঞা হ'ল -
ত্ৰিকোণামিতিক অভেদাৱলীঃㅡ
উদাহৰণঃ মান নিৰ্ণয় কৰা-
sin 60॰cos 30॰ + sin30॰ cos60॰
উত্তৰঃ
উদাহৰণঃ মান নিৰ্ণয় কৰা -
2 tan2 45॰ + cos2 30॰ - sin2 60॰
উত্তৰঃ