No subjects found. Create Your Profile

জিয়াউদ্দিন বাৰানীঃ আদৰ্শ | Chapter 6 | Ziauddin Barani: Ideal Polity | Gauhati University BA 5th Semester Political Science জিয়াউদ্দিন বাৰানীঃ আদৰ্শ Question and Answer Solution Assamese Medium | GU TDC BA 5th Semester Political Science জিয়াউদ্দিন বাৰানীঃ আদৰ্শ Short Question and Answer Notes and Suggestion Assamese Medium | Gauhati University BA 5th Semester জিয়াউদ্দিন বাৰানীঃ আদৰ্শ Important Question Answer Solution Assamese Medium | GU TDC 5th Semester জিয়াউদ্দিন বাৰানীঃ আদৰ্শ Questions Paper Free Download PDF |

ষষ্ঠ মান
জিয়াউদ্দিন বাৰানীঃ আদৰ্শ

১. জিয়াউদ্দিন বাৰানীৰ জন্ম কিমান খ্ৰীষ্টাব্দত হৈছিল ?

উত্তৰঃ ১২৮৩ খ্ৰীষ্টাব্দত

২. জিয়াউদ্দিনে নিজৰ লিখনিসমূহত নিজকে কি বুলি পৰিচয় দিছিল ?

উত্তৰঃ ''জিয়া বাৰানী'' নামেৰে পৰিচয় দিছিল 

৩. জিয়াউদ্দিন বাৰানীয়ে ৰচনা কৰা প্ৰথমখন গ্ৰন্থৰ নাম কি ?

উত্তৰঃ 'তাৰিখ-ই-ফিৰোজশাহী'

৪. জিয়াউদ্দিন বাৰানীৰ প্ৰথম গ্ৰন্থৰ সহায়ক বুলি কোনখন গ্ৰন্থক কোৱা হয় ?

উত্তৰঃ 'ফটৱা-ই-জাহানদাৰী'

৫. চুলতানী সাম্ৰাজ্যৰ আটাইটকৈ প্ৰভাৱশালী চিন্তাবিদ কোন আছিল ?

উত্তৰঃ জিয়াউদ্দিন বাৰানী

৬. আদৰ্শ ৰজালৈ বাৰানীৰ হিদায়ত বা পৰামৰ্শ সমূহ উল্লেখ কৰা । 

উত্তৰঃ ১) আদৰ্শ ৰজা হবলৈ হলে ৰজাৰ ৰাজহুৱা জীৱনো আদৰ্শ পূৰ্ণ হোৱাটো খুবেই প্ৰয়োজন

২) সমতাৰ ভত্তিত ৰজাই ম্যায় বিতৰণ কৰিব পাৰে 

৩) ৰজাই ৰাষ্ট্ৰৰ স্বাৰ্থৰ ওপৰত গুৰুত্ব দিব লাগিব

৪) ৰজাই প্ৰজাৰ সম্পূৰ্ণ কল্যান সাধন কৰিব পাৰিব লাগিব

৫) দ্ৰব্য মূল্য সুস্থিৰ হোৱাটো খুবেই প্ৰয়োজন

৭) শক্তিশালি, বিশ্বাসী সেনাবাহিনী সক্ষম ৰাষ্ট্ৰৰ অবিচ্ছেদ্য অংগ

৭. বাৰানীৰ মতে, আদৰ্শ ৰাষ্ট্ৰ মূলতঃ কেই প্ৰকাৰৰ ?

উত্তৰঃ মূলতঃ চাৰি প্ৰকাৰৰ

৮. বাৰানীয়ে উল্লেখ কৰা ৰাষ্ট্ৰৰ উপাদান কেইটা কি কি ?

উত্তৰঃ ১) আইন

২) আৰ্মি

৩) আমোলাতন্ত্ৰ

৪) ন্যায়

৯. ৰাষ্ট্ৰনীতিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ উপাদান কি ?

উত্তৰঃ আইন

১০. বাৰানীয়ে আইনক কেইটা ভাগত ভাগ কৰিছে  কি

উত্তৰঃ দুটা ভাগত ভাগ কৰিছে

১১. বাৰানীয়ে ভাগ কৰা আইনৰ ভাগ দুটা কি কি ?

উত্তৰঃ শ্বৰিয়ত আৰু জৱাবিত

১২. বাৰানী কি মতাৰ্দশৰদ্বাৰা প্ৰভাৱিত আছিল ।

উত্তৰঃ গোড়া চুন্নী মতাৰ্দশৰদ্বাৰা প্ৰভাৱিত আছিল

১৩. ইতিহাসবিদ হেনৰী ইলিয়টে বাৰানীক কি বুলি সমালোচনা কৰিছে ।

উত্তৰঃ 'পক্ষপাতদুষ্ট ঐতিহাসিক'

১৪. 'ইকতা' কি ভাষাৰ পৰা আহিছে ।

উত্তৰঃ 'পাৰ্চী' ভাষাৰ পৰা আহিছে 

১৫. 'আৰ্মিক ' কেইটা ভাগত ভাগ কৰা হৈছিল ?

উত্তৰঃ চাৰিটা ভাগত ভাগ কৰা হৈছিল

১৬. আমোলাতন্ত্ৰ বুলিলে কি বুজা ?

উত্তৰঃ চুলতানি সাম্ৰাজ্যত প্ৰশাসন পৰিচালনাৰ বাবে ৰজাই নিয়োগ কৰা ৰজা বিষয়াসকলগ একেলগে আমোলাতন্ত্ৰ বোলা হয়

১৭. আমোলাতন্ত্ৰত কেইটা স্তৰ আছে আৰু কি কি ?

উত্তৰঃ তিনিটা স্তৰ আছে । সেইকেটা হ'ল- কেন্দ্ৰীয়, প্ৰাদেশিক আৰু গ্ৰাম্য

১৮. আমোলাতন্ত্ৰৰ কেন্দ্ৰীয় পৰ্যায়ত থকা স্তৰটোৰ নাম কি ?

উত্তৰঃ 'দিৱান-ই-ৱাজাৰত'

১৯. কেন্দ্ৰীয় পৰ্যায়ত নেতৃত্ব দিয়া বিষয়াজনক কি বোলা হয় ?

উত্তৰঃ 'ৱাজীৰ'

২০. 'ৱাজীৰ'ক সহায় কৰা তলতীয়া বিষয়া জনক কি বোলা হয় ?

উত্তৰঃ 'নেইব' বোলা হয়

Type by: Junmoni Das

Post ID : DABP004444


Technology

MY CLASS

No subjects found. Create Your Profile

Daily Assam

We are providing something unique, useful and fun. By giving students instant solutions to doubts, we aim to make every student self-sufficient.

dailyassamofficial@gmail.com

We share educational news & study materials on social platforms.

Follow us

© 2025 All Rights Reserved – dailyassam.com