Chapter 8


ঋণপত্ৰ বিলি আৰু পৰিশোধ 

ISSUE AND REDEMPTION OF DEBENTURES


1. Fill in the blanks with appropriate words from the bracket.

বন্ধনীৰ ভিতৰৰ পৰা উপযুক্ত শব্দ ব্যৱহাৰ কৰি খালি ঠাই পূৰণ কৰা।


(i) Debenture is a wirtten acknowledgement of – by a company. ( debt / capital)

কোম্পানীৰ দ্বাৰা –– সংগ্ৰহৰ লিখিত বিজ্ঞপ্তিপত্রকে ঋণপত্র বোলা হয়। (ধাৰ / মূলধন)

Ans: Debt (ধাব)।


(ii) Debenture - voting right like shares. (does not carry / carry)  

অংশপত্ৰৰ দৰে ঋণপত্রই ভোটদান স্বত্ব ––। (বহন নকৰে / বহন কৰে) 

Ans: Does not carry (বহন নকৰে)।


(iii) debentures are backed by security. (Simple/Mortgaged)

ঋণপত্ৰসমূহৰ বিপৰীতে প্রতিভূতি থাকে। (সাধাৰণ/বন্ধকী)

Ans: Mortgaged (বন্ধকী)।


(iv) The face value of a debenture is (predetermined/not predetermined)

ঋণপত্ৰৰ লিখিত মূল্য ——। (পূৰ্বে নিৰ্ধাৰিত হয় / পূর্বে নিৰ্ধাৰিত নহয়)

Ans: Predetermined (পূর্বে নিৰ্ধাৰিত হয়)।


(v) Debenture holders are the of the company. (owners / creditors)

ঋণপত্ৰধাৰক সকল কোম্পানীৰ ——। (মালিক / পাওনাদাৰ)

Ans: Creditors পাওনাদাব)।


(vi) Payment of interest on debenture is____(optional / compulsory)

ঋণপত্ৰৰ ওপৰত সুত পৰিশোধ কৰাটো ——। (ইচ্ছাধীন / বাধ্যতামূলক)

Ans: Compulsory (বাধ্যতামূলক)।


(vii) Debentures constitute to the company. (Capital / loan)

ঋণপত্ৰই এটা কোম্পানীৰ গঠন কৰে। (মূলধন / ধাৰ)

Ans: Loan (বাব)।


(viii) A fixed charge is a on specific assets (mortgage / lien)

এটা স্থিব ধার্য হৈছে নিৰ্দ্দিষ্ট সম্পত্তিৰ ওপৰত ——। (বন্ধক / পূর্বস্বত্ত্ব)

Ans: mortgage (বন্ধক)।


(ix) The trustees are appointed to safeguard the interest of the (Shareholders / Debentureholders)

ন্যাসৰক্ষী স্বাৰ্থৰক্ষাৰ বাবে নিযুক্তি দিয়া হয়। (অংশপত্ৰধাৰক / ঋণপত্ৰধাৰকসকলৰ)

Ans: Debentureholders (ঋণপত্ৰধাৰকসকলব)।


(x) Collateral security means - - security for a loan (Primary / secondary)

অতিৰিক্ত জামিন বুলিলে এটা ঋণৰ জামিনক বুজায়। (প্রাথমিক / গৌণ)

Ans: Secondary (গৌণ)।


(xi) Debenture is a property. (Movable / immovable)

ঋণপত্র – সম্পত্তি। (অস্থাৱৰ / স্থাৱৰ)

Ans: movable (অস্থাৱৰ)।


(xii) Debenture be forfeited for non-payment of call money (can / cannot)

তলবৰ ধন আদায় নিদিয়াৰ বাবে ঋণপত্ৰসমূহ বাজেয়াপ্ত কৰিব । (পাৰি / নোৱাৰি)

Ans: cannot (নোৱাৰি)।


(xiii) Appointment of debenture trustee by the issuer company compulsory in all cases. (is / is not)

বিলিকৰা কোম্পানীয়ে ঋণপত্ৰ ন্যাসৰক্ষী নিয়োগ কৰা সকলোক্ষেত্ৰতে বাধ্যতামূলক । (হয় / নহয়)

Ans: is not ( নহয়)।


(xiv) A company. to create Debenture Redemption Reserve in case of issue of debenture. (has / has not)

ঋণপত্র বিলিৰ ক্ষেত্ৰত এটা কোম্পানীয়ে ঋণপত্ৰ পৰিশোধ সঞ্চিত পুঁজি গঠন – (কৰিব লাগে / কৰিব নালাগে)

Ans: has (কৰিব লাগে)।


(xv) After redemption of all the debentures the balance in the sinking fund is transferred to - (Capitl Reserve / General Reserve)

সকলোবোৰ ঋণপত্ৰ পৰিশোধ কৰাৰ পিছত ঋণ প্ৰতিপূৰক নিধিৰ উদ্বৃত্ত – সঞ্চিত পুঁজিলৈ স্থানান্তৰ কৰা হয়। (মুলধনী / সাধাৰণ)

Ans: General Reserve ( সাধাৰণ )।


(xvi) Profit on the sale of sinking fund investments is to be credited to - Account. Sinking Fund / Profit & Loss)

ঋণ প্ৰতিপূৰক নিধিৰ বিনিয়োগ সমূহ বিক্ৰীকৰোঁতে হোৱা লাভ – হিচাপত ক্রেডিট কৰা হয়। (ঋণ প্রতিপূৰক নিধি/লাভ-লোকচান)

Ans: Sinking Fund (ঋণ প্রতিপূবক নিধি)।


(xvii) Redemption of Debentrures out of profit means redemption out of - (Capital profit/ Divisible Profit)

লাভৰ পৰা ঋণপত্ৰ পৰিশোধ কৰা বুলিলে পৰিশোধ – পৰা কৰা বুজায়। (মূলধনী লাভ/বিভাজনীয় লাভ)

Ans: Divisible profit (বিভাজনীয় লাভ)।


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)









Type Nabajyoti Bora