AVEDEV Formula


AVEDEV Formulaটো হৈছে নিৰ্দিষ্ট ডাটাৰ ছেটত গড়ৰ পৰা পৰম বিচ্যুতি গণনা কৰে।  প্ৰভেদ আৰু মানক বিচ্যুতি কাৰ্যবোৰে গড় হোৱাৰ আগতে বিচ্যুতিবোৰ স্কুৱেৰিং কৰি ঋণাত্মক বিচ্যুতিৰ সৈতে মোকামিলা কৰে। ADEDEV কেৱল পৰম মূল্যৰ সৈতে কাম কৰি ঋণাত্মক মূল্যবোৰ পৰিচালনা কৰে। এই গড়ক গড় পৰম বিচ্যুতি বুলি কোৱা হয়। ডাটা ছেট এটাত পৰিৱৰ্তন শীলতা প্ৰদৰ্শন কৰাৰ ই এক সহজ উপায়, কিন্তু প্ৰভেদ আৰু মানক বিচ্যুতিৰ দৰে সচৰাচৰ নহয়। এভেডেভৰ এটা সুবিধা হ'ল একক বোৰ অপৰিৱৰ্তিত হৈ থাকে। যদি মানবোৰ চেণ্টিমিটাৰ হয়, পৰম গড় বিচ্যুতি চেণ্টিমিটাৰতো হয়। তেলেকুৱা কেইটামান উদাহৰণ তলত দিয়া হ'ল। আপোনালোকে এই উদাহৰণকেইটাৰ সহায় লব পাৰে।






Type- Bharat Kalita





Post ID : DABP004844