পাঠ ১৩
পৃষ্ঠকাালি আৰু আয়তন
অনুশীলনী 13.6


1. এটা চুঙা আকৃতিৰ পাত্ৰৰ ভূমিৰ পৰিধি 132 চেমি আৰু ইয়াৰ উচ্চতা 25 চেমি। পাাত্ৰটোত কিমান লিটাৰ পানী ধৰিব?

উত্তৰঃ

2πr = 132 cm

2 x (22/7) x r = 132 cm

r = 21 cm

পাত্ৰটোৰ আয়তন = 2πr2h

= (22/7) x 21 x 21 x 25 cm3

= 34650 cm3

পাত্ৰটোত পানী ধৰিব = 34.65 লিটাৰ


2. চুঙা আকৃতিৰ কাঠৰ পাইপ এটাৰ অন্তঃব্যাস 24 চেমি আৰু বহিঃব্যাস 28 চেমি। পাইপটোৰ দীঘ 35 চেমি। পাইপটোৰ ভৰ নিৰ্ণয় কৰা, যদি 1 ঘন চেমি কাঠৰ ভৰ 0.6 গ্ৰাম হয়।

উত্তৰঃ

পাইপডালৰ অন্তঃব্যাস (r1) = 24 চেমি

আৰু বহিঃব্যাস (r2) = 28 চেমি

কাঠডালৰ আয়তন = πr22h – πr12h

= πh (r22 – r12)

= (22/7) x 35 x ( 28 x 28 – 24 x 24 ) cm3

= 110 x (784 – 576) cm3

= 110 x 208 cm3

= 22880 cm3

পাইপডালৰ ভৰ = 13728 gm = 13.73 kg



3. এটা নৰম পানীয় দুই ধৰণৰ আধাৰত পোৱা যায় 一
(i) এটা টিনৰ টেমাত যাৰ আয়তীয় ভূমিৰ দীঘ 5 চেমি আৰু প্ৰস্থ 4 চেমি আৰু উচ্চতা 15 চেমি
(ii) এটা প্লাষ্টিকৰ চুঙাত যাৰ বৃত্তাকাৰ ভূমিৰ ব্য়াস 7 চেমি আৰু উচ্চতা 10 চেমি কোনটো আধাৰৰ ধাৰকত্ব বেছি আৰু কিমান বেছি?

উত্তৰঃ

(i) আয়তীয় টেমাটোৰ আয়তন

= lbh

= 5 cm x 4 cm x 15 cm

= 300 cm3

(ii) চুঙাকৃতিৰ পাত্ৰটোৰ আয়তন

= πr2h

= (22/7) x 3.5 cm x 3.5 cm x 10 cm

= 385 cm3

ছুঙাকৃতিৰ পাত্ৰটোৰ ধাৰকত্ব

385 cm3 – 300 cm3 = 85 cm3 বেছি।



4. যদি এটা চুঙাৰ পাৰ্শ্ব পৃষ্ঠকালি 94.2 বৰ্গ চেমি  আৰু ইয়াৰ উচ্চতা 5 চেমি, তেন্তে 
(i) ইয়াৰ ভূমি ব্যাসাৰ্ধ আৰু (ii) ইয়াৰ আয়তন নিৰ্ণয় কৰা (π = 3.14 বুলি ধৰিবা )।

উত্তৰঃ

(i) চুঙাৰ পাৰ্শ্ব পৃষ্ঠকালি = 94.2 cm2

⇒ 2πrh = 94.2 cm2

⇒ 2 x 3.14 x r x 5 cm = 94.2 cm2

⇒ r = 3 cm

(ii) চুঙাটোৰ আয়তন

= πr2h

= 3.14 x 3 cm x 3 cm x 5 cm

= 141.3 cm3



5. 10 মি গভীৰতাৰ চুঙা আকৃতিৰ পাত্ৰ এটাৰ অন্তৰ ভাগৰ বক্ৰ পৃষ্ঠ ৰং কৰোতে খৰচ হয় 2200 টকা। ৰং কৰাৰ খৰচ প্ৰতি বৰ্গ মিটাৰত  20 টকা হয়, তেন্তে তলৰকেইটা নিৰ্ণয় কৰা।
(i) পাত্ৰটোৰ অন্তৰভাগৰ বক্ৰপৃষ্ঠৰ কালি
(ii) ভূমিৰ ব্য়াসাৰ্ধ
(iii) পাত্ৰটোৰ ধাৰকত্ব

উত্তৰঃ

(i) চুঙাটোৰ বক্ৰ পৃষ্ঠকালি = 2200 ÷ 20 m2

= 110 m2

(ii) চুঙাটোৰ বক্ৰ পৃষ্ঠৰ কালি = 110 cm2

⇒ 2πrh = 110 cm2

⇒ 2 x (22/7) x r x 10 m= 110 m2

⇒ r = 1.75

(iii) পাত্ৰটোৰ ধাৰকত্ব = πr2h

= (22/7) x 1.75 m x 1.75 m x 10 m

= 9625 m3



6. 1 মি উচ্চতাৰ বিশিষ্ট বন্ধ চুঙা আকাৰৰ পাত্ৰ এটাৰ ধাৰকত্ব 15.4 লিটাৰ। এইটো সাজিবলৈ কিমান বৰ্গ মিটাৰ ধাতুৰ পাত লাগিব?

উত্তৰঃ

পাত্ৰটোৰ আয়তন = 15.4/1000 = 0.0154 m3

πr2h = 0.0154 m3

(22/7) x r2 x 1 m = 0.0154 m3

r2 = 0.0049 m2

r = 0.07 m

প্ৰয়োজনীয় ধাতুৰ পাতৰ কালি

= 2πr ( h + r)

= 2 x (22/7) x 0.07 x ( 1 + 0.07 ) m2

= 0.44 x 1.07 m2

= 0.4708 m2



7. এডাল কাঠ পেঞ্চিল, ভিতৰত গ্ৰেফাইটৰ গোটা চুঙা এটা ভৰোৱা এয়া কাঠৰ চুঙাৰে গঠিত। পেঞ্চিলডালৰ ব্যাস 7 মিমি আৰু গ্ৰেফাইটৰ ব্যাস 1 মিমি। পেঞ্চিলডালৰ দীঘ 14 চেমি হ'লে, ইয়াত লগা কাঠ আৰু গ্ৰেফাইটৰ আয়তন নিৰ্ণয় কৰা।

উত্তৰঃ

গ্ৰেফাইটৰ আয়তন = πr2h

= (22/7) x 0.05 cm x 0.05 cm x 14 cm

= 0.11 cm3

পেঞ্চিলডালৰ মুঠ আয়তন = πR2h

= (22/7) x 0.35 cm x 0.35 cm x 14 cm

= 5.39 cm3

কাঠৰ চুঙাটোৰ আয়তন = ( 5.39 – 0.11 ) cm3

= 5.28 cm3



8. হস্পিতালত থকা এজজন ৰোগীক প্ৰতিদিনে 7 চেমি ব্যাসৰ চুঙা আকৃতিৰ বাটি এটাত চুৰুহা খাবলৈ দিয়া হয়। বাতিটোৰ 4 চেমি উচ্চতালৈ যদি যদি চুৰুহা ভৰোৱা হয় হয়, 250 জন ৰোগীৰ বাবে এদিনত হস্পিতালখনে কিমান চুৰুহাৰ যোগান ধৰিব?

উত্তৰঃ বাতিটোৰ আয়তন = πr2h

= (22/7) x 3.5 cm x 3.5 cm x 4 cm

= 154 cm3

250 জন ৰোগীৰ বাতিৰ মুঠ আয়তন = 154 cm3 x 250

= 38500 cm3

যোগান ধৰিবলগীয়া চুৰুহাৰ পৰিমাণ = 38.5 L



- Hiru Moni Bora