প্ৰশ্নঃ With which words the preamble of the Indian constitution begins? (কোনটো শব্দৰে ভাৰতীয় সংবিধানখনৰ প্ৰস্তাৱনাটো আৰম্ভ হৈছে?)
উত্তৰঃ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা আৰম্ভ হয় এই শব্দৰে, আমি, ভাৰতৰ জনসাধাৰণ। 'আমি ভাৰতৰ জনসাধাৰণে' বুজায় যে ক্ষমতা মানুহৰ হাতত আছে।
Post ID : DABP003443