প্ৰায়োগিক ব্যাকৰণত কিহৰ কিহৰ বিষয়ে আলোচনা কৰা হয় ?

উত্তৰ ঃ প্ৰায়োগিক ব্যাকৰণত কোনো এটা ভাষাৰ ধ্বনি ৰূপ আৰু বাক্য গাঁথনি আলোচনা কৰি উদাহৰণৰ সহায়ত তাক বিশ্লেষণ কৰা হয় । 




পৰিনা হাজৰিকা