তুলনামূলক ব্যাকৰণত কিহৰ কিহৰ মাজত হ'ব পাৰে ?

উত্তৰ ঃ তুলনামূলক  ব্যাকৰণত তুলনা অসমীয়া আৰু বাংলা ভাষাৰ তুলনামূলক ব্যাকৰণ, গোৱালপৰীয়া আৰু কামৰূপী উপভাষা তুলনামূলক ব্যাকৰণ আদিৰ মাজত হ'ব পাৰে। 





পৰিনা হাজৰিকা