অনুশীলনী-6.5
1/ ত্ৰিভূজৰ কিছুমান বাহুৰ দীঘ তলত দিয়া হ’ল। ইয়াৰে কোন বিলাক সমকোণী ত্ৰিভূজ উলিওৱা। সমকোণী ত্ৰিভূজৰ ক্ষেত্ৰত অতিভূজ ডালৰ দীঘ লিখা ?
(i) 7cm, 24cm, 25cm (ii) 3cm, 8cm, 6cm
(iii) 50cm, 80cm, 100cm, (iv) 13cm, 12cm, 5cm
সমাধান:→ (i) ধৰা হ’ল- ABC ত্ৰিভূজ
AB=7cm, BC=24cm, AC=25cm
AB2= BC2 = (7)2+ (24)2 = 49+576=625
অতিভূজ দৈঘ্য় = 25cm
(ii) ধৰা হ’ল PQR ত্ৰিভূজ
PQ=3cm, QR=8cm, PR=6cm
PQ2 + PR2 = (3)2 + (6)2 = 9 + 36 = 45
OR2 = (8)2 = 64
∴ ∆ PQR সমকোণী ত্ৰিভূজ নহয়।
(iii) ধৰা হ’ল, MNP ত্ৰিভূজ
MN=50cm, NP=80cm, MP=100cm.
MN2 + NP2 = (50)2 + (80)2 = 8900
MP2 = (100)2 = 10000
∴∆ MNP সমকোণী ত্ৰিভূজ নহয়।
(iv) ধৰা হ’ল ABC ত্ৰিভূজ
AB=13cm, BC=12cm, AC=5cm
BC2 + AC2 = (12)2 + (5)2 = 144 + 25 = 169
AB2 = (13)2 = 169
BC2 + AC2 = AB2
অতিভূজ AB=13 cm.
2/ PQR ত্ৰিভূজৰ P কোন সমকোণ আৰু QR ৰ ওপৰত M এটা বিন্দু। যদি PM⊥QR দেখুওৱা যে PM2= QM:MR
সমাধান:→ দিয়া আছে,- PQR ত্ৰিভূজ P কোন সমকোন আৰু QR ৰ ওপৰত M এটা বিন্দুযাতে PM⊥QR।
প্ৰমান:- ∆ PMPৰ পৰা পাওঁ-
PR2=PM2+MR2 _________________(i)
∆ PMQৰ পৰা পাওঁ-
PQ2= PM2+ QM2 __________________(ii)
সমীকৰণ (i) and (ii) যোগকৰি-
PR2+PQ2= PM2+MR2+PM2+QM2
ð => (QM+MR)2 = 2PM2 + MR2 + QM2
=> 2QM. MR=2PM2
=> QM.MR=PM2
∴ ∴ PM2 = QM.MR
3/ 3/ চিত্ৰ 6.53 ত ABD এটা সমকেণী ত্ৰিভূজযাৰ A কোনটো সমকোন আৰু AC⊥BD। দেখুওৱা যে
(i) AB2= BC.BD
(ii) AC2= BC.DC
(iii) AD2=BD.CD
সমাধান:→ দিয়া আছে- ABD সমকোনী ত্ৰিভূজৰ A কোনটো সমকোন আৰু AC⊥BC ।
(i) AB2= BC∘ BD
(ii) AC2= BC∘ DC
(iii) AD2= BD∘ CD
প্ৰমান:→ (i) ∆ ABC আৰু ∆ DBAত আমি পাওঁ-
<ACD= <DAB
<ABC= < DBA
∆ ABC~ ∆ DBA
∴ AB2= BC∘BD
(ii) <BAD= 90°
<DAC+ <CAB= 90°
∆ ACDত আমি পাওঁ-
<ACD = <CAB+ <CBA
<CAB + < CAB = < ACD
<CAB + < CBA = 90°
(i) আৰু (ii) পৰা পাওঁ-
< DAC +<CAB = <CAB + <CBA
<CAB = <CBA
∆ DCA আৰু ∆ ACB ত আমি পাওঁ-
<DCA = <ACB
< DAC = <CBA
∴ ∆ DCA~ ∆ ACD
AB2 = 2AC2
প্ৰমান:- ∆ ACB ত আমি পাওঁ-
AC2+ BC2= AB2
=> AC2+ AC2 = AB2
=> 2AC2 = AB2
5/ ABC সমদ্বিবাহু ত্ৰিভূজৰ AC=BC। যদি AB2=2AC2 প্ৰমান কৰা যে ABCএটা সমকোনী ত্ৰিভূজ ।
সমাধান:- ABC সমদ্বিবাহু ত্ৰিভূজ AC=BC আৰু AB2 = 2AC2
ABC এটা সমকোনী ত্ৰিভূজ
প্ৰমান:- ইয়াত
AB2= 2AC2
ð AB2= AC2 + AC2
ð AB2= BC2+ AC2
7/ প্ৰমান কৰা যে এটা ৰম্বাছ বাহু বিলাকৰ বৰ্গৰ যোগফল তাৰ কৰ্ণ দুডালৰ বৰ্গ যোগফল সমান।
সমাধান:- ধৰা হ’ল, ABCD ৰম্বাছৰ AC আৰু BD কৰ্ণই পৰস্পকৰ O বিন্দুত ছেদ কৰিছে।
প্ৰমান কৰিব- AB2+ BC2+ CD2+ DA2= AC2+ BD2
প্ৰমান:- ৰম্বাছৰ কৰ্ণদুডালৰ পৰস্পকৰ সম্বভাৱে সমদ্ধি
একেদৰে, 4BC2= AC2+ BD2
4CD2= AC2+ BD2
4AD2= AC2+ BD2
(iii), (iv), (v) আৰু (vi) যোগকৰি পাওঁ-
4AB2 + 4BC2 +4CD2 + 4AD2 = AC2+ BD2 + AC2 +BD2 + AC2 + BC2 + AC2 + BC2
ð 4 (AB2 + BC2 + CD2 + AD)2 = 4 (AC2 + BD2)
∴ AB2 + BC2 + CD2 + AD2 = AC2 + BD2
8/ চিত্ৰ 6.54 ত ABC ত্ৰিভূজৰ O এটা অন্ত:স্থ বিন্দু আৰু CD⊥BC, OE⊥AC আৰু OF⊥AB দেখুওৱা যে
(i) OA2 + OB2 + OC2 -OD2- OE2 -OF2 = AF2 + BD2 + CE2
(ii) AF2 + BD2 + CF2 = AE2 + CD2+ BF2
সমাধান:→ দিয়া আছে,- ABC ত্ৰিভূজৰ O এটা অন্তস্থ বিন্দু।
OD⊥BC, OE⊥AC আৰু OF⊥AB
অংকন:- OA, OB আৰু OC সংযোগী কৰা হল।
প্ৰমান:- (i) সমকোনী ∆ OFA ত আমি পাওঁ-
OB2 = OF2 + AF2
OEC ত আমি পাওঁ-
OC 2 = OE2 + CE2
সমীকৰণ (i), (ii) আৰু (iii) যোগকৰি
OA2 + OB2 + OC2 = OF2 + AF2 + OD2 + BD2 + OE2 + CE2
ð OA2 + OB2 + OC2 - OD2 - OE2 -OF2 = AF2 + BD2 + CE2
(ii) ODB ত আমি পাওঁ-
OB2 = OD2+ BD2 – (iii)
ODC ত আমি পাওঁ-
OC2 = OD2+ CD2 – (iv)
(iv) ৰ পৰা (v) বিয়োগ কৰি-
(vi), (vii) আৰু (viii) যোগকৰি-
OB2 -OC2 + OC2 -OA2 + OA2 -OB2 = BD2 -CD2 + CE2 -AE2 + AF2 -BF2
ð AF2 + BD2 + CE2 = AE2 + CD2 + BF2
9/ 10 মিটাৰ দীঘল জখলা এডাল ভূমিৰ পৰা 8 মিটাৰ ওপৰত থকা খিৰিকি এখন ঢুকি পায়। বেৰখন পৰা জখলাডালত গুৰুটোৰ দূৰত্ব নিৰ্ণয় কৰা।
সমাধান:- ধৰা হল A ভূমি পৰা B বিন্দুপৰা 8m ওপৰত থকা খিৰিকি আৰু AC হৈছে। Om দীঘল জখলা। ABC সমকোনী ত্ৰিভূজ।
নিৰ্ণয় কৰিব লাগে=> BC
নিৰ্ধাৰণ:-- ∆ ABC পৰা-
AC2 = AB2 + BC2
ð (10)2= (8)2+ BC2
ð 100= 64 + BC2
ð BC2= 36
ð BC= 6m
10/ 24 m দীঘল এডাল ভাৰ উত্তোলন কৰাজৰী। 8m ওখ উলম্ব খুটা এটাও বান্ধি থোৱা আছে আৰু আনটো মূৰত এটা গধূৰ বস্তৰ বান্ধি থোৱা আছে। খুটাটো গুৰিৰৰ পৰা তাঁৰডালে কিমান ওপৰলৈ গধূৰ বস্তটো দাঙি নিলে তাঁৰডাল টনটনীয় হ’ব?
সমাধান:→ ধৰা হ’ল, খুটা উচ্চতা AB আৰু তা ডাল দৈঘ্য় BC , AB=18m, AC=24m
নিৰ্ধাৰণ:- ∆ ABC পৰা পাওঁ-
11/ এখন উৰাজাহাজ এয়াৰ পট পৰা উৰামাৰিলে আৰু ঘন্টাত 1000 km দ্ৰুতিত উত্তৰ দিশে গতি কৰিলে। একেসময়ত আন এখন উৰাজাহাজ একেটা এয়াৰ পঁটৰ পৰ পশ্চিম দিশে ঘন্টাত 1200 km দ্ৰুতিত উৰা মাৰিলে।ঘন্টাৰ পিছত দুয়োখন উৰা জাহাজ মাজত দূৰত্ব কিমান হ’ব?
সমাধান:→ ধৰা হল,-
উৰাজাহাজ এখনে ঘন্টাত 1000 km কৰে ঘন্টাত অতি ক্ৰম
কৰা দুৰত্ব AB
=> 1500 km
উৰাজাহাজ এখনে ঘন্টাত 1200 km গতিকৰে ঘন্টাত অতিক্ৰম কৰা দূৰত্ব- AC
= 1800 km
ঘন্টা পাছত উৰা জাহাজ মাজৰ দূৰত্ব-
∴ ∆ BAC ত আমি পাওঁ-
12/ এখন সমতল দুটা স্তম্ভ 6m আৰু 11m ওখ থিয় হৈআছে। যদি স্তম্ভ দুটাৰ মাজৰ দুৰত্ব 12m তেমন্তে সিহতঁৰ আন দুটাৰ মাজৰ দূৰত্ব কিমান?
সমাধান:- ধৰা হল স্তম্ভ দুটা এটা AB = 11m আৰু DC = 6m আৰু BC = 12m
নিৰ্ণয়- AB
অংকন:- DE⊥AB অংকন কৰা হল-
নিৰ্ধাৰণ:- ∵ AB⊥BC
EB⊥AB
DC⊥BC
(i) আৰু (ii) আমি পাওঁ-
< EBC = < BCD = < CDE = <DEB = 90.
এতিয়া,
EBCD আয়ত-
নিৰ্ণয় – AE2 + BD2 = AB2 + DE2
প্ৰমান:- ∆ ACE আমি পাওঁ-
AE2 = AC2 + CE2
∆ DCB আমি পাওঁ-
BD2 = DC2 + BC2
∆ DCE আমি পাওঁ-
DE2 = DC2 + CE2
(i) আৰু(ii) যোগ কৰি-
AE2 + BD2 + AC2 + CE2 + DC2 + BC2
ð => AE2 + BD2 = AB2 + DE2
14/ ∆ ABC ৰ A বিন্দুৰ পৰা BC ৰ ওপৰত টনা লম্বই BC ক D বিন্দুত একেদৰে ছেদ কৰে যে DB= 3CD। প্ৰমান কৰাযে 2AB2 +2AC2 +BC2
সমাধান:- দিয়া আছে,- ∆ ABC ৰ A বিন্দুৰ পৰা BC ৰ ওপৰত টনা BC ক D বিন্দুত এনেদৰে ছেদ কৰে। DB= 3CD
নিৰ্ণয় কৰিব লাগে- 2AB2 = 2AC2 + BC2
BD = 3CD
=>BC = 3CD + CD
=> BC = 4CD
∆ ADB আমি পাওঁ-
AB2 = AD2 + BD2
∆ ADC আমি পাওঁ-
AC2 = AD2 + CD2
(ii) আৰু (iii) বিয়োগ কৰি-
নিৰ্ণয় কৰিব লাগে- 9AD2 = 7AD2
অংকন:- AE⊥BC অংকন কৰা হল।
প্ৰমান:- ∆ AEB আৰু ∆ AEC আমি পাওঁ-
AB = AC
< AEB = <AEC
AE = AE
∆ AEB ≅∆ AEC
BE= CE
1
Type- Rajashree Bora
Post ID : DABP002476