পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্য়ৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব

 চতুৰ্থ অধ্য়ায়


অনুশীলনী 

1. পূর্ণ প্রতিযোগিতামূলক বজাৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ


2. ব্যৱসায় প্রতিষ্ঠান এটাৰ মুঠ বিক্ৰী আয়, বজাৰ দাম আৰু প্ৰতিষ্ঠানটোৰ মুঠ বিক্ৰীৰ পৰিমাণ, এটা আনটোৰ লগত কিভাৱে জড়িত?

উত্তৰঃ


3. 'দাম ৰেখা’ কি?

উত্তৰঃ


4. কি কাৰণে দাম গ্ৰহণ কৰোঁতা ব্যৱসায় প্রতিষ্ঠান এটাৰ মুঠ বিক্ৰী আয় ৰেখা ওপৰলৈ উঠি যোৱা সৰলৰেখা হয়? কিয় এই ৰেখাডাল মূলবিন্দুৰ মাজেৰে যায়? কি?

উত্তৰঃ


5. দাম গ্ৰহণ কৰোঁতা ব্যৱসায় প্রতিষ্ঠান এটাৰ গড় বিক্ৰী আয় আৰু বজাৰ দামৰ মাজৰ সম্পর্ক কি?

উত্তৰঃ


6. দাম গ্ৰহণ কৰোঁতা ব্যৱসায় প্রতিষ্ঠান এটাৰ প্ৰান্তিক বিক্ৰী আয় আৰু বজাৰ দামৰ মাজৰ সম্পৰ্ক কি?

উত্তৰঃ


7. প্রতিযোগিতামূলক বজাৰ এখনত লাভ সর্বোচ্চকাৰী ব্যৱসায় প্রতিষ্ঠান এটাই যোগাত্মক উৎপন্ন উৎপাদন কৰিবলৈ হ'লে কি কি চৰ্ত পূৰণ হ'ব লাগিব ?

উত্তৰঃ


৪. প্রতিযোগিতামূলক বজাৰ এখনত লাভ সর্বোচ্চকাৰী ব্যৱসায় প্রতিষ্ঠান এটাই উৎপাদন কৰা এনেকুৱা এটা যোগাত্মক উৎপন্ন স্তৰ থাকিব পাৰেনে য'ত বজাৰ দাম প্রান্তিক ব্যয়ৰ সমান নহয় ? এটা ব্যাখ্যা আগবঢ়োৱা।

উত্তৰঃ


9. প্রান্তিক ব্যয়ৰ ক্রমহ্রাসমান পৰিসৰত প্ৰতিযোগিতামূলক বজাৰৰ লাভ সর্বোচ্চকাৰী ব্যৱসায় প্রতিষ্ঠান এটাই যোগাত্মক উৎপন্ন উৎপাদন কৰিবনে? এটা ব্যাখ্যা আগবঢ়োৱা।

উত্তৰঃ


10. বজাৰ দাম নিম্নতম AVC তকৈ কম হ'লে হ্রস্বকালত প্রতিযোগিতামূলক বজাৰৰ লাভ সৰ্বোচ্চকাৰী ব্যৱসায় প্রতিষ্ঠান এটাই যোগাত্মক উৎপন্ন উৎপাদন কৰিবনে? এটা ব্যাখ্যা আগবঢ়োৱা।

উত্তৰঃ


11. বজাৰ দাম নিম্নতম AC তকৈ কম হ’লে দীর্ঘকালত প্রতিযোগিতামূলক বজাৰৰ লাভ সর্বোচ্চকাৰী ব্যৱসায় প্রতিষ্ঠান এটাই যোগাত্মক উৎপন্ন উৎপাদন কৰিবনে? এটা ব্যাখ্যা আগবঢ়োৱা।

উত্তৰঃ


12. হ্রস্বকালত ব্যৱসায় প্রতিষ্ঠান এটাৰ যোগান ৰেখা কি?

উত্তৰঃ


 13. দীর্ঘকালত ব্যৱসায় প্রতিষ্ঠান এটাৰ যোগান ৰেখা কি?

উত্তৰঃ


14. প্রযুক্তিগত উন্নয়নে ব্যৱসায় প্রতিষ্ঠান এটাৰ যোগান ৰেখাক কিদৰে প্ৰভাৱান্বিত কৰে?

উত্তৰঃ


15. একক কৰ আৰোপে ব্যৱসায় প্রতিষ্ঠান এটাৰ যোগান ৰেখাক কিদৰে প্ৰভাৱান্বিত কৰে?

উত্তৰঃ


 16. উৎপাদনৰ উপাদান এটাৰ দাম বৃদ্ধিয়ে ব্যৱসায় প্রতিষ্ঠান এটাৰ যোগান ৰেখাক কিদৰে প্ৰভাৱান্বিত কৰে? 

উত্তৰঃ


17. বজাৰ এখনৰ ব্যৱসায় প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধিয়ে বজাৰ যোগান ৰেখাক কিদৰে প্ৰভাৱান্বিত কৰে?

উত্তৰঃ


18. যোগানৰ দাম স্থিতিস্থাপকতাই কি বুজায়? ইয়াক আমি কিদৰে জোখো?

উত্তৰঃ


 19, তলৰ তালিকাখনত মুঠ বিক্ৰী আয় (TR), প্রান্তিক বিক্ৰী আয় (MR) আৰু গড় বিক্ৰী আয় (AR) সূচীসমূহ গণনা কৰি উলিওৱা। সামগ্ৰীটোৰ প্ৰতি এককৰ বজাৰ দাম Rs. 10।

বিক্ৰীৰ পৰিমাণ

TR

MR

AR

0

1

2

3

4

5

6

 

 

 

 উত্তৰঃ


20. তলৰ তালিকাখনে প্ৰতিযোগিতামূলক ব্য়ৱসায় প্ৰতিষ্ঠান এটাৰ মুঠ বিক্ৰী আয় আৰু মুঠ
 ব্য়য় সূচী দেখুৱাইছে। প্ৰত্য়েক উৎপন্ন স্তৰৰ বাবে লাভ উলিওৱা। লগতে সামগ্ৰীটোৰ বজাৰ দামো নিৰ্ধাৰণ কৰা। 

বিক্ৰীৰ পৰিমাণ

TR (Rs)

TC (Rs)

Profit

0

1

2

3

4

5

6

7

0

5

10

15

20

25

30

35

5

7

10

12

15

23

33

40

 


উত্তৰঃ

21. তলৰ তালিকাখনে প্রতিযোগিতামূলক ব্যৱসায় প্রতিষ্ঠান এটাৰ মুঠ ব্যয় সূচী দেখুৱাইছে।দিয়া আছে যে সামগ্ৰীটোৰ দাম Rs.10। প্রত্যেক উৎপন্ন স্তৰৰ বাবে লাভ নিৰ্ণয় কৰা লাভ সর্বোচ্চকাৰী উৎপন্ন স্তৰ উলিওৱা।

দাম (Rs.ত)

TC (Rc.ত)

0

1

2

3

4

5

6

7

8

9

10

5

15

22

27

31

38

49

63

81

101

123


উত্তৰঃ

22. দুটাব্যৱসায়প্রতিষ্ঠানথকাবজাৰএখনৰকথাবিবেচনাকৰা তলৰ তালিকাখনে ব্যৱসায় প্রতিষ্ঠান দুটাৰ যোগান সূচী দেখুৱাইছে। SS1 স্তম্ভই ব্যৱসায় প্রতিষ্ঠান 1 ৰ যোগান সূচী আৰু SS2 স্তম্ভই ব্যৱসায় প্রতিষ্ঠান 2 ৰ যোগান সূচী দেখুৱাইছে। বজাৰ যোগান সূচী গণনা কৰি উলিওৱা।

দাম (Rs.ত)

SS1 (এককত)

SS2 (এককত)

0

1

2

3

4

5

6

0

0

0

1

2

3

4

0

0

0

1

2

3

4


উত্তৰঃ

23. দুটা ব্যৱসায় প্রতিষ্ঠান থকা বজাৰ এখনৰ কথা বিবেচনা কৰা। তলৰ তালিকাখনত SS1 আৰু SS2 স্তম্ভই ক্রমে ব্যৱসায় প্রতিষ্ঠান 1 আৰু ব্যৱসায় প্রতিষ্ঠান 2 ৰ যোগান সূচী আগবঢ়াইছে।বজাৰ যোগান সূচী গণনা কৰি উলিওৱা।

দাম (Rs.ত)

SS1 (Kg.ত)

SS2 (Kg.ত)

0

1

2

3

4

5

6

7

8

0

0

0

1

2

3

4

5

6

0

0

0

0

0.5

1

1.5

2

2.5


উত্তৰঃ

24. এখন বজাৰত তিনিটা পূর্ণ সাদৃশ্যযুক্ত ব্যৱসায় প্রতিষ্ঠান আছে। তলৰ তালিকাখনে ব্যৱসায় প্রতিষ্ঠান 1 ৰ যোগান সূচী দেখুৱাইছে। বজাৰ যোগান সূচী গণনা কৰি উলিওৱা।

দাম (Rs.)

SS1 (Kg.ত)

0

1

2

3

4

5

6

7

8

0

0

2

4

6

8

10

12

14


উত্তৰঃ

25. সামগ্ৰী এটাৰ বজাৰ দাম যেতিয়া Rs. 10, তেতিয়া ব্যৱসায় প্রতিষ্ঠান এটাই Rs.  50ৰ বিক্ৰী আয় উপাৰ্জন কৰে। বজাৰ দাম Rs.15 লৈ বৃদ্ধি পোৱাত ব্যৱসায় প্রতিষ্ঠানটোৱে Rs. 150 ৰ বিক্ৰী আয় উপাৰ্জন কৰিলে। ব্যৱসায় প্রতিষ্ঠানটোৰ যোগান ৰেখাৰ দাম স্থিতিস্থাপকতা কি?
উত্তৰঃ

26. সামগ্ৰী এটাৰ বজাৰ দাম Rs.5ৰ পৰা Rs.20 লৈ পৰিৱৰ্তন হ’ল। ফলস্বৰূপে ব্যৱসায় প্রতিষ্ঠান এটাৰ যোগানৰ পৰিমাণ 15 একক বৃদ্ধি পালে। ব্যৱসায় প্রতিষ্ঠানটোৰ যোগান ৰেখাৰ দাম স্থিতিস্থাপকতা 0.5। প্রতিষ্ঠানটোৰ প্ৰাৰম্ভিক আৰু চূড়ান্ত উৎপন্নস্তৰ উলিওৱা।
উত্তৰঃ

27. বজাৰ দাম Rs.10 ত, ব্যৱসায় প্রতিষ্ঠান এটাই উৎপাদনৰ 4 একক যোগান ধৰে। বজাৰ দাম Rs.30 লৈ বৃদ্ধি পালে। ব্যৱসায় প্রতিষ্ঠানটোৰ যোগানৰ দাম স্থিতিস্থাপকতা 1.25। নতুন দামত ব্যৱসায় প্রতিষ্ঠানটোৱে কিমান পৰিমাণ যোগান ধৰিব?
উত্তৰঃ






Question Type By- Bikash Bora 



Post ID: DABP001816