প্ৰশ্নঃ Mention two Fundamental Duties of the India citizens.(ভাৰতীয় নাগৰিকৰ দুটা মৌলিক কৰ্তব্য উল্লেখ কৰা।)  

উত্তৰঃ ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ আলোচনা কৰা। (ক) সংবিধান মানি চলা আৰু জাতীয় পতাকা,ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা । (খ) স্বাধীনতা আন্দোলনত অনুপ্ৰেৰণা যোগোৱা মহান আদৰ্শক পোষন আৰু অনুসৰণ কৰা