মুক্ত অৰ্থনীতিত সমষ্টিবাদী অৰ্থবিজ্ঞান (Open Economy Macro-economics)
ষষ্ঠ অধ্য়ায়
👉Click Here Short Question
👉MCQs Online Exam
👉Chapter 6 MCQs Answer
👉Click Here Books PDF Free
👉Paid Answer (Buy Now)
অনুশীলনী (Excercises)
1. বাণিজ্যৰ সমতা আৰু চলিত হিচাপৰ সমতাৰ মাজৰ পাৰ্থক্য উলিওৱা।
উত্তৰঃ
2. চৰকাৰী জমা লেন-দেনবোৰ কি কি? বৈদেশিক লেন-দেনৰ বিবৃতিত সিহঁতৰ গুৰুত্ব ব্যাখ্যা কৰা।
উত্তৰঃ
3. মুদ্ৰাগত বিনিময় হাৰ আৰু প্ৰকৃত বিনিময় হাৰৰ প্ৰভেদ লিখা। ঘৰুৱা বস্তু নাইবা বৈদেশিক বস্তুৰ কোনটো কিনিব, এই সিদ্ধান্ত লোৱাৰ বাবে কোনটো হাৰ বেছি। প্ৰাসংগিক হ’ব? ব্যাখ্যা কৰা।
উত্তৰঃ
4. ধৰা হ’ল যে এক টকা কিনিবলৈ 1.25 ইয়েন লাগে, আৰু জাপানত মূল্যস্তৰ 3 আৰু ভাৰতত মূল্যস্তৰ হ’ল 1.2। ভাৰত আৰু জাপানৰ মাজৰ প্ৰকৃত বিনিময় হাৰৰ জোখ উলিওৱা (ভাৰতীয় বস্তুৰ মানত জাপানৰ বস্তুৰ দাম) [আভাস (Hint)] প্রথমতে, মুদ্ৰাগত বিনিময় হাৰ উলিয়াব লাগে- টকাৰ মানত (In rupees) ইয়েনৰ দাম হিচাপে)
উত্তৰঃ
5. স্বয়ংক্রিয় প্রক্রিয়া এটাৰ ব্যাখ্যা দিয়া, যাৰ দ্বাৰা স্বর্ণমান ব্যৱস্থাত বৈদেশিক লেন দেনৰ বিবৃতিৰ ভাৰসমতা লাভ কৰিব পাৰি।
উত্তৰঃ
6. পৰিৱৰ্তনশীল বিনিময় হাৰ শাসন প্ৰচলন হোৱা ব্যৱস্থাত বিনিময় হাৰ কিদৰে নিৰ্ধাৰণ কৰা হয়?
উত্তৰঃ
7. অৱমূল্যায়ন আৰু মুদ্ৰাৰ বহির্মূল্যৰ হ্ৰাসকৰণৰ মাজত পার্থক্য দেখুওৱা।
উত্তৰঃ
৪. পৰিচালিত ভাসমান ব্যৱস্থাত কেন্দ্রীয় বেংকে হস্তক্ষেপ কৰাটো দৰ্কাৰী নে? যদি দৰ্কাৰী তেন্তে কিয় দৰ্কাৰী ব্যাখ্যা কৰা।
উত্তৰঃ
9. ঘৰুৱা বস্তুৰ চাহিদা আৰু বস্তুৰ ঘৰুৱা চাহিদা এই উভয় ধাৰণাবোৰ একেই নে? 10. M = 60+0.06 হ'লে, প্রান্তিক আমদানিৰ প্ৰৱণতা কি হ'ব? প্রান্তিক আমদানিৰ প্ৰৱণতা আৰু সামগ্রিক চাহিদা কাৰ্যৰ মাজৰ সম্পৰ্ক কি?
উত্তৰঃ
11. মুকলি অৰ্থনীতিৰ স্বতন্ত্র ব্যয় গুণক কিয় বন্ধ অৰ্থনীতিৰ স্বতন্ত্র ব্যয় গুণতকৈ সৰু হয়?
উত্তৰঃ
12. পাঠ্যপুথিত ধৰি লোৱা মতে একেবাৰতে দিয়া (Lump-Sum) কৰ ব্যৱস্থাৰ পৰিবৰ্তে, আনুপাতিক কৰ ব্যৱস্থাত, (য’ত, T=tY হয়, তেনে অৱস্থাত) মুকলি অর্থনীতি গুণক গণনা কৰা।
উত্তৰঃ
13. ধৰি লোৱা হ’ল যেন C=40+0.05YD, T=50, I=60, G=40, X=90, M=50+0, 05Y, তেন্তে, (a) ভাৰসাম্য আয় উলিওৱা, (b) ভাৰসাম্য আয়ত প্ৰকৃত ৰপ্তানি সমতা উলিওৱা, (c) চৰকাৰী ক্ৰয়ৰ পৰিমাণ 40 ৰ পৰা 50 লৈ বৃদ্ধি হ’লে ভাৰসাম্য আয় আৰু প্ৰকৃত ৰপ্তানি সমতাত কি ঘটে লিখা?
উত্তৰঃ
14. ওপৰৰ উদাহৰণটোত, যদি ৰপ্তানি 100 লৈ পৰিৱৰ্তন হয়, অর্থাৎ X=100, তেন্তে ভাৰসাম্য আয় আৰু প্ৰকৃত ৰপ্তানি সমতাত হোৱা পৰিৱৰ্তন উলিওৱা।
উত্তৰঃ
15. কিয় G-T=(SL-1)-(X-M) হয়? ব্যাখ্যা কৰা।
উত্তৰঃ
16. যদি মুদ্রাস্ফীতি B দেশতকৈ A দেশত বেছি হয় আৰু দুয়োখন দেশৰ মাজত বিনিময় হাৰ স্থিৰ হয়, তেন্তে দুখন দেশৰ বাণিজ্যৰ সমতাত কি ঘটিব পাৰে?
উত্তৰঃ
17. চলিত হিচাপৰ ঘাটি এখন দেশক সজাগ কৰি দিয়াৰ বাবে এটা কাৰণ হোৱা উচিত নে? ব্যাখ্যা কৰা।
উত্তৰঃ
18. ধৰা হ'ল যে, C=100+0.75 YD, I=500, G=750, কৰবোৰ হ’ল আয়ৰ 20 শতাংশ, X=150, M=100+0.2Y এনে অৱস্থাত, ভাৰসাম্য আয়, বাজেট ঘাটি নাইবা উদ্বৃত্ত, বাণিজ্য ঘাটি বা উদ্বৃত্ত গণনা কৰা।
উত্তৰঃ
19. কিছুমান বিনিময় হাৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা, যিবোৰ ব্যৱস্থাত দেশসমূহে বাহ্যিক হিচাপৰ স্থিৰতা ৰক্ষা কৰাৰ বাবে অন্তৰ্ভুক্ত হৈছিল।
উত্তৰঃ
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Question Type By- Bikash Bora
Post Id: DABP001795