কাঠ মিস্ত্ৰীৰ ঘৰ

1. 'কাঠমিস্ত্ৰী'ৰ ঘৰ কবিতাটো কিমান চনত ৰচিত?

ক)১৯২৮ চনত

খ)১৯৩৯ চনত

গ)১৯৭২ চনত

উত্তৰঃ খ)১৯৩৯ চনত

2. কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতা পুথিৰ নাম কি?

ক)'অভিযান'

খ)'লুইতৰ পাৰৰ অগ্নিসুৰ'

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ ক)'অভিযান'

3. 'কাঠ মিস্ত্ৰীৰ ঘৰ' কবিতাটো কোন শ্ৰেণীৰ কবিতা?

ক)প্ৰথম শ্ৰেণীৰ

খ)দ্ৱিতীয় শ্ৰেণী

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ গ)ওপৰৰ এটাও নহয়

4. 'কাঠ মিস্ত্ৰীৰ ঘৰ' কবিতাটো ক'ৰ পৰা লোৱা হৈছে?

ক)প্ৰগতিশীল

খ)'অভিযান'

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ খ)'অভিযান'

5. কাঠমিস্ত্ৰীয়ে নিজৰ অধিকাৰ কেনেকৈ সাব্য়স্ত কৰিব লাগিব বুলি কবিতাটোত কোৱা হৈছে?

ক)বাহুবলেৰে

খ)জ্ঞানেৰে

গ)যুক্তিৰে

উত্তৰঃ ক)বাহুবলেৰে

6. কবিতাটিত 'প্ৰৱাল দ্ৱীপৰ শৃঙ্গৰ দৰে' বুলি কিহৰ কথা কোৱা হৈছে?

ক)চিকিৎসালয়

খ)কাঠ মিস্ত্ৰীৰ ঘৰ

গ)'অভিযান'

উত্তৰঃ খ)কাঠ মিস্ত্ৰীৰ ঘৰ

7. কবিতাটিত উল্লেখ থকা বিশ্ৱশিল্পী কোন?

ক)কাঠমিস্ত্ৰী

খ)ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত

গ)শৰৎ চন্দ্ৰ দত্ত

উত্তৰঃ ক)কাঠমিস্ত্ৰী

8. কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্য়ৱহাৰ কৰা এবিধ সঁজুলিৰ নাম কি?

ক)টেবুল

খ)চকী

গ)বটালি

উত্তৰঃ গ)বটালি

9. কাঠমিস্ত্ৰিয়ে সজা এবিধ আচবাবৰ নাম কি?

ক)বটালি

খ)ৰাণ্ডা

গ)ড্ৰয়াৰ

উত্তৰঃ গ)ড্ৰয়াৰ

10. কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে?

ক)দুখীয়া শ্ৰেণী বাবে

খ)ধনী শ্ৰেণী বাবে

গ)দুখীয়া ধনী দুয়োটাৰ বাবে

উত্তৰঃ খ)ধনী শ্ৰেণী বাবে

11. কাঠ মিস্ত্ৰীৰ ঘৰ পাঠটি লিখক কোন?

ক)ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত

খ)কেশৱ মহন্ত

গ)নৱকান্ত বৰুৱা

উত্তৰঃ ক)ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত

12. ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত কিমান চনত জন্ম হৈছিল?

ক)১৯১০ চনত

খ)১৯২৮ চনত

গ)১৯৩৯ চনত

উত্তৰঃ ক)১৯১০ চনত

13. ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত কি ৰোগত মৃত্য়ু হয়?

ক)জণ্ডিচ

খ)মেলেৰিয়া

গ)ৰক্তক্ষয়

উত্তৰঃ গ)ৰক্তক্ষয়

14. ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত কিমান চনত মৃত্য়ু হৈছিল?

ক)১৯১০ চনত

খ)১৯২৮ চনত

গ)১৯৭২ চনত

উত্তৰঃ গ)১৯৭২ চনত

15. বিলয় মানে কি?

ক)মাটি

খ)বিনাশ

গ)কাৰেং

উত্তৰঃ 
খ)বিনাশ

16. ঝাণ্ডা শব্দ অৰ্থ কি?

ক)কাৰেং

খ)পতাকা

গ)ছেও

উত্তৰঃ খ)পতাকা

17. কাঠমিস্ত্ৰীসকলে আজাৰ, শাল, শিঙৰীৰ দৰে কঠিন কাঠবোৰক কি সঁজুলি ব্য়ৱহাৰ কৰি নান ৰূপ দিয়ে?

ক)ৰাণ্ডা

খ)হাতুৰী-বটালি

গ)ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ গ)ওপৰৰ দুয়োটা শুদ্ধ

18. ধীৰেন্দ্ৰ চন্দ্ৰ দত্তয়ে কাব্য় সংকলন 'অভিযান কিমান চনত প্ৰকাশ কৰে?

ক)১৯২৮ চনত

খ)১৯৩৬ চনত

গ)১৯৩৯ চনত

উত্তৰঃ খ)১৯৩৬ চনত

19. ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম হোৱা জিলাখনৰ নাম  কি?

ক)ডিব্ৰুগড়

খ)গুৱাহাটী

গ)গোলাঘাট

উত্তৰঃ 
গ)গোলাঘাট

20. 'কাঠমিস্ত্ৰীৰ ঘৰ' কবিতাটি প্ৰথম কিমান চনত প্ৰকাশ হৈছিল?

ক)১৯৩৬ চনত

খ)১৯৩৯ চনত

গ)১৯৭২ চনত

উত্তৰঃ খ)১৯৩৯ চনত