মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

১. মানসিক স্বাস্থ্য বুলিলে কি বুজায় ?

ক)দেহ- মনৰ অৱস্থাক

খ)ব্যক্তিত্ব বিকাশ

গ)কাৰ্য্যক্ষম

উত্তৰঃ ক)দেহ- মনৰ অৱস্থাক

২. মনৰ স্বাস্থ্য ৰক্ষাৰ নিয়ম-কানুনকৰ শাস্ত্ৰক কি বিজ্ঞান বোলে ?

ক)মানসিক বিজ্ঞান

খ)সামাজিক বিজ্ঞান

গ)অৰ্থনীতি বিজ্ঞান

উত্তৰঃ ক)মানসিক বিজ্ঞান

৩. ১৯০০ খৃষ্ঠাব্দত আমেৰিকাৰ কোনগৰাকী যুৱকে ঘৰৰ পঞ্চম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল ?

ক)এডলফ্ মেয়ৰ

খ)উইলিয়াম চুইটজাৰ

গ)ক্লিফোৰ্ড বিয়াৰচ

উত্তৰঃ গ)ক্লিফোৰ্ড বিয়াৰচ

৪. কোন গৰাকী ব্যক্তিয়ে পোনপ্ৰথমে মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিল ?

ক)উইলিয়াম চুইটজাৰ

খ)বিয়াৰচ্ উইলিয়াম জেমচ

গ)কোলেচনীক

উত্তৰঃ ক)উইলিয়াম চুইটজাৰ

৫. গ্ৰীক শব্দৰ ইংৰাজী শব্দ কি ?

ক)'Health'

খ)'Hygiene'

গ)'Preservative'

উত্তৰঃ  খ)'Hygiene'

৬. 'Hygiene' শব্দৰ অৰ্থ কি ?

ক)'Of Health'

খ)'Hygeia'

গ)'National'

উত্তৰঃ ক)'Of Health'

৭. 'Hygeia' কিহৰ প্ৰতীক আছিল ?

ক)শান্তি প্ৰতীক

খ)নিৰ্বাহৰ প্ৰতীক

গ)অশান্তি প্ৰতীক

উত্তৰঃ খ)নিৰ্বাহৰ প্ৰতীক

৮. মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধানকৈ কেইটা উদ্দেশ্য আছে ?

ক)তিনিটা

খ)দুটা

গ)নটা

উত্তৰঃ ক)তিনিটা

৯. মনোবিজ্ঞানী স্কীনাৰৰ মতে মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য কেইটা ?

ক)এঘাৰতা

খ)চৈধ্যতা

গ)দুটা

উত্তৰঃ গ)দুটা

১০. 'A mind that Found itself' নামৰ কিতাপখন আমেৰিকাৰ কোনজন যুৱকে লিখিছিল ?

ক)ক্লিফোৰ্ড বিয়াৰচ্

খ)কাৰ্ল মেনীনগা

গ)উইলিয়াম চুইটজাৰ

উত্তৰঃ ক)ক্লিফোৰ্ড বিয়াৰচ্

১১. মানসিক অসুস্থতা আৰু অস্বাভাৱিকতাৰ কাৰকসমূহক প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি ?

ক)পাচঁটা

খ)সাতটা

গ)তিনিটা

উত্তৰঃ গ)তিনিটা

১২.  মানসিক স্বাস্থ্য কেই প্ৰকাৰৰ ?

ক)এক

খ)চাৰি

গ)দুই

উত্তৰঃ গ)দুই

১৩. কিমান চনত এগৰাকী আমেৰিকাৰ যুৱক ক্লিফোৰ্ড বিয়াৰচ লিখনিৰ জৰিয়তে মানসিক স্বাস্থ্যবিজ্ঞানৰ সূচনা হৈছিল ?

ক)১৯২৩

খ)১৯৯০

গ)১৯০০

উত্তৰঃ খ)১৯৯০

১৪. প্ৰথমতে মানসিক স্বাস্থ্যবিজ্ঞানে কি সমস্যাৰ বিষয়ে অধ্যায়ন কৰিছিল ?

ক)মানসিক বিকাৰগ্ৰস্ত

খ)নিৰাময়

গ)মানসিক স্বাস্থ্য

উত্তৰঃ ক)মানসিক বিকাৰগ্ৰস্ত

১৫. তলৰ কোনটো মানসিক স্বাস্থ্যবিজ্ঞানৰ কাৰ্য্য ?

ক)নিদানমূলক আৰু আৰোগ্যমূলক কাৰ্য

খ)নিজ সত্তা

গ)মানসিক জীৱন সংৰক্ষণ নীতি

উত্তৰঃ ক)নিদানমূলক আৰু আৰোগ্যমূলক কাৰ্য

১৬. তলৰ কোনটো মানসিক অসুস্থতা আৰু অস্বাভাৱিকতাৰ কাৰণ ?

ক)শাৰীৰিক কাৰণ

খ)ব্যক্তিগত কাৰণ

গ)অৰ্থনৈতিক কাৰণ

উত্তৰঃ ক)শাৰীৰিক কাৰণ

১৭. আধুনিক শিক্ষণ পদ্ধতি কি ?

ক)খেল পদ্ধতি

খ)নাচ-গান পদ্ধতি

গ)প্ৰাণায়াম

উত্তৰঃ ক)খেল পদ্ধতি

১৮. শিশুৱে সামগ্ৰিক বিকাশত চকু দিব লাগে ?

ক)লাগে

খ)নালাগে

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ ক)লাগে

১৯. বৌদ্ধিক আৰু আবেগিক পৰিপক্ক হয়নে ?

ক)নহয়

খ)হয়

গ)দুয়োটাই শুদ্ধ

উত্তৰঃ খ)হয়

২০. ক্লিফোৰ্ড বিয়াৰচ কিমান বছৰ পিছত সুস্থ হৈছিল ?

ক)পাঁচ বছৰ

খ)তিনি বছৰ

গ)চাৰি বছৰ

উত্তৰঃ খ)তিনি বছৰ