প্ৰাগৈতিহাসিক নৃতত্ত্ব
১. জীৱ জগতৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ট জীৱ কোন ?
(ক) মানুহ
(খ) জীৱ-জন্তু
(গ) ওপৰৰ দুয়োটাই শুদ্ধ
উত্তৰঃ (ক) মানুহ
২. যিকোনো এবিধ আহিলা বা সঁজুলি তৈয়াৰ কৰিবলৈ কিহৰ প্ৰয়োজন ?
(ক)গছৰ ডাল
(খ)কেঁচা সামগ্ৰীৰ
(গ)শুকান গছৰ
উত্তৰঃ (খ)কেঁচা সামগ্ৰীৰ
৩. শিল এবিধ কি পদাৰ্থ ?
(ক)কঠীন আৰু স্থায়ী
(খ)সৰল
(গ)ডাঠ
উত্তৰঃ (ক)কঠীন আৰু স্থায়ী
৪. কঠিন মিহি দানাযুক্ত আৰু ছিলিকা নামৰ পদাৰ্থেৰে গঠিত শিলক কি নামেৰে জনা যায় ?
(ক)'চাৰ্ট'
(খ)'কোৱাৰ্টজাইট'
(খ)'কোৱাৰ্টজাইট'
(গ)'ফ্লিণ্ট' শিল
উত্তৰঃ (গ)'ফ্লিণ্ট' শিল
৫. 'ফ্লিণ্টৰ' আগত 'কোৱাৰ্টজাইট' শিল ব্যবহৃত হৈছিল ?
(ক)হয়
(খ)নহয়
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)নহয়
৬. কঠীন শিল সদৃশ পদাৰ্থ কিছুমান জুইত গলাই শিলৰ হাতুৰীৰে কোবাই প্ৰস্তুত কৰা ধাতু বিধক কি বোলে ?
(ক)লোহা
(খ)তাম
(গ)ব্ৰ'ঞ্জ
উত্তৰঃ (খ)তাম
৭. তাম ধাতু ব্যবহাৰ কৰা যোগটোক কি যুগ বোলে ?
(ক)তাম্ৰ যুগ
(খ)ব্ৰ'ঞ্জযুগ'
(গ)মধ্য যুগ
উত্তৰঃ (ক)তাম্ৰ যুগ
৮. খৃঃ পূঃ প্ৰায় কিমান বছৰৰ আগত তাম ধাতুৰ প্ৰচলন হৈছিল ?
(ক)৭০০০
(খ)২০০০
(খ)২০০০
(গ)৫০০০
উত্তৰঃ (গ)৫০০০
উত্তৰঃ (গ)৫০০০
৯. মানৱ ইতিহাসৰ প্ৰায় কিমান বছৰৰ কাল সঁজুলি নিৰ্মাণত ব্ৰ'ঞ্জ ধাতু প্ৰচলিত হৈছিল ?
(ক)৯০০০
(খ)২০০০
(গ)৩০০০
উত্তৰঃ (খ)২০০০
(খ)২০০০
(গ)৩০০০
উত্তৰঃ (খ)২০০০
১০. লোৰ ব্যৱহাৰ মানৱ সমাজত খৃঃ পূঃ কিমান বছৰ আগতে আৰম্ভ হৈছিল ?
(ক)১০০০
(খ)২০০০
(গ)৩০০০
উত্তৰঃ (ক)১০০০
১১. লোৰ ব্যৱহাৰ কৰা যোগটোক কি যোগ বুলি কোৱা হয় ?
(ক)'লৌহ' যুগ
(খ)ব্ৰ'ঞ্জযুগ'
(গ)'তাম্ৰ' যুগ
উত্তৰঃ (ক)'লৌহ' যুগ
(খ)ব্ৰ'ঞ্জযুগ'
(গ)'তাম্ৰ' যুগ
উত্তৰঃ (ক)'লৌহ' যুগ
১২. হুক মানে কি ?
(ক)ঢিপ
(খ)ভূমি
(গ)স্তৰ
উত্তৰঃ (ক)ঢিপ
১৩. আজিৰ পৰা কিমান শতিকাৰ পৰা তুৰুস্কত গৰু পুহিছিল বুলি অনুমান কৰিছিল ?
(ক)৬৭০০
(খ)৫৮০০
(গ)৭০০০
উত্তৰঃ (খ)৫৮০০
১৪. জাৰমোতত আজিৰ পৰা খ্ৰিঃ পূঃ কিমান বছৰ আগতে খেতি প্ৰথা আৰু জন্তু পোহাৰ আৰম্ভ কৰিছিল ?
(ক)৬০০০
(খ)১১০০
(গ)১৮০০
উত্তৰঃ (ক)৬০০০
১৫. 'কিছেন-মিডেন' শব্দই কিহৰ আৱৰ্জনাৰ দ'ম বুজায় ?
(ক)ৰাস্তাৰ
(খ)ৰান্ধনী ঘৰৰ
(গ)খেল পথাৰৰ
উত্তৰঃ (খ)ৰান্ধনী ঘৰৰ
১৬. মেগলেম'ছিয়াম সমস্কৃতিত কি নামৰ পদাৰ্থৰ ওপৰত কটা কিছুমান মূৰ্তি পোৱা যায় ?
(ক)এম্বাৰ
(খ)'ফ্লিণ্ট'
(গ)'কোৱাৰ্টজাইট'
উত্তৰঃ (ক)এম্বাৰ
১৭. কিমান বছৰ আগয়ে প্লাইছটছিন যুগত অন্ত পৰিছিল ?
(ক)১০ হাজাৰ
(খ)১২ হাজাৰ
(গ)১৫ হাজাৰ
উত্তৰঃ (ক)১০ হাজাৰ
(গ)১৫ হাজাৰ
উত্তৰঃ (ক)১০ হাজাৰ
১৮. মেগডালেনিয়াৰ সংস্কৃতিটো লাৰটেট নামৰ প্ৰত্নতত্ত্ববিধ এজনে কিমান চনত ফৰাচী দেশৰ লা-মেডেলিন নামৰ ঠাইৰ পৰা আৱিস্কাৰ কৰিছিল ?
(ক)১৮৯৯
(খ)১৮৬০
(গ)১৬৯০
উত্তৰঃ (খ)১৮৬০
(খ)১৮৬০
(গ)১৬৯০
উত্তৰঃ (খ)১৮৬০
১৯. হস্তকুঠাৰ বোৰ আকাৰ কেনেকোৱা ?
(ক)মধ্যমীয়া
(খ)ডাঙৰ
(গ)সৰু
উত্তৰঃ (গ)সৰু
২০. শিলৰ কাঁড়ৰ আগভাগটো জোঙা কিন্তু কিছুমানৰ আগভাগটো বহল আৰু ধাৰযুক্ত এই শ্ৰেণীৰ কাড়াগ্ৰক কি কাঁড় বোলে ?
(ক)'বটালী মুখীয়া'
(খ)নাহী
(গ)ধনু-কাঁড়
উত্তৰঃ (ক)'বটালী মুখীয়া'
(গ)ধনু-কাঁড়
উত্তৰঃ (ক)'বটালী মুখীয়া'
0 Comments