প্ৰাগৈতিহাসিক নৃতত্ত্ব

১. জীৱ জগতৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ট জীৱ কোন ?

(ক) মানুহ

(খ) জীৱ-জন্তু

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰঃ (ক) মানুহ

২. যিকোনো এবিধ আহিলা বা সঁজুলি তৈয়াৰ কৰিবলৈ কিহৰ প্ৰয়োজন ?

(ক)গছৰ ডাল

(খ)কেঁচা সামগ্ৰীৰ

(গ)শুকান গছৰ

উত্তৰঃ (খ)কেঁচা সামগ্ৰীৰ

৩. শিল এবিধ কি পদাৰ্থ ?

(ক)কঠীন আৰু স্থায়ী

(খ)সৰল

(গ)ডাঠ

উত্তৰঃ (ক)কঠীন আৰু স্থায়ী

৪. কঠিন মিহি দানাযুক্ত আৰু ছিলিকা নামৰ পদাৰ্থেৰে গঠিত শিলক কি নামেৰে জনা যায় ?  

(ক)'চাৰ্ট'

(খ)
'কোৱাৰ্টজাইট'

(গ)'ফ্লিণ্ট' শিল

উত্তৰঃ (গ)'ফ্লিণ্ট' শিল

৫. 'ফ্লিণ্টৰ' আগত 'কোৱাৰ্টজাইট' শিল ব্যবহৃত হৈছিল ?

(ক)হয়

(খ)নহয়

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)নহয়

৬. কঠীন শিল সদৃশ পদাৰ্থ কিছুমান জুইত গলাই শিলৰ হাতুৰীৰে কোবাই প্ৰস্তুত কৰা ধাতু বিধক কি বোলে ?

(ক)লোহা

(খ)তাম

(গ)ব্ৰ'ঞ্জ

উত্তৰঃ (খ)তাম

৭. তাম ধাতু ব্যবহাৰ কৰা যোগটোক কি যুগ বোলে ?

(ক)তাম্ৰ যুগ

(খ)ব্ৰ'ঞ্জযুগ'

(গ)মধ্য যুগ

উত্তৰঃ (ক)তাম্ৰ যুগ

৮. খৃঃ পূঃ প্ৰায় কিমান বছৰৰ আগত তাম ধাতুৰ প্ৰচলন হৈছিল ?

(ক)৭০০০

(খ)
২০০০

(গ)৫০০০

উত্তৰঃ 
(গ)৫০০০

৯. মানৱ ইতিহাসৰ প্ৰায় কিমান বছৰৰ কাল সঁজুলি নিৰ্মাণত ব্ৰ'ঞ্জ ধাতু প্ৰচলিত হৈছিল ?

(ক)৯০০০

(খ)২০০০

(গ)৩০০০


উত্তৰঃ 
(খ)২০০০

১০. লোৰ ব্যৱহাৰ মানৱ সমাজত খৃঃ পূঃ কিমান বছৰ আগতে আৰম্ভ হৈছিল ?

(ক)১০০০

(খ)২০০০

(গ)৩০০০

উত্তৰঃ (ক)১০০০

১১. লোৰ ব্যৱহাৰ কৰা যোগটোক কি যোগ বুলি কোৱা হয় ?

(ক)'লৌহ' যুগ

(খ)ব্ৰ'ঞ্জযুগ'

(গ)'তাম্ৰ' যুগ


উত্তৰঃ 
(ক)'লৌহ' যুগ

১২. হুক মানে কি ?

(ক)ঢিপ

(খ)ভূমি

(গ)স্তৰ

উত্তৰঃ (ক)ঢিপ

১৩. আজিৰ পৰা কিমান শতিকাৰ পৰা তুৰুস্কত গৰু পুহিছিল বুলি অনুমান কৰিছিল ?

(ক)৬৭০০

(খ)৫৮০০

(গ)৭০০০

উত্তৰঃ (খ)৫৮০০

১৪. জাৰমোতত আজিৰ পৰা খ্ৰিঃ পূঃ কিমান বছৰ আগতে খেতি প্ৰথা আৰু জন্তু পোহাৰ আৰম্ভ কৰিছিল ?  

(ক)৬০০০

(খ)১১০০

(গ)১৮০০

উত্তৰঃ (ক)৬০০০

১৫. 'কিছেন-মিডেন' শব্দই কিহৰ আৱৰ্জনাৰ দ'ম বুজায় ?

(ক)ৰাস্তাৰ

(খ)ৰান্ধনী ঘৰৰ

(গ)খেল পথাৰৰ

উত্তৰঃ (খ)ৰান্ধনী ঘৰৰ

১৬. মেগলেম'ছিয়াম সমস্কৃতিত কি নামৰ পদাৰ্থৰ ওপৰত কটা কিছুমান মূৰ্তি পোৱা যায় ?

(ক)এম্বাৰ

(খ)'ফ্লিণ্ট'

(গ)'কোৱাৰ্টজাইট'

উত্তৰঃ (ক)এম্বাৰ

১৭. কিমান বছৰ আগয়ে প্লাইছটছিন যুগত অন্ত পৰিছিল ?

(ক)১০ হাজাৰ

(খ)১২ হাজাৰ

(গ)১৫ হাজাৰ


উত্তৰঃ 
(ক)১০ হাজাৰ

১৮. মেগডালেনিয়াৰ সংস্কৃতিটো লাৰটেট নামৰ প্ৰত্নতত্ত্ববিধ এজনে কিমান চনত ফৰাচী দেশৰ লা-মেডেলিন নামৰ ঠাইৰ পৰা আৱিস্কাৰ কৰিছিল ?

(ক)১৮৯৯

(খ)১৮৬০

(গ)১৬৯০


উত্তৰঃ 
(খ)১৮৬০

১৯. হস্তকুঠাৰ বোৰ আকাৰ কেনেকোৱা ?

(ক)মধ্যমীয়া

(খ)ডাঙৰ

(গ)সৰু

উত্তৰঃ (গ)সৰু

২০. শিলৰ কাঁড়ৰ আগভাগটো জোঙা কিন্তু কিছুমানৰ আগভাগটো বহল আৰু ধাৰযুক্ত এই শ্ৰেণীৰ কাড়াগ্ৰক কি কাঁড় বোলে ?

(ক)'বটালী মুখীয়া'

(খ)নাহী

(গ)ধনু-কাঁড়


উত্তৰঃ 
(ক)'বটালী মুখীয়া'