উৎপাদন  আৰু ব্য়য়

1. এটা প্ৰতিষ্ঠানে উৎপাদন কৰা দ্ৰব্য়ৰ লাভৰ পৰিমাণ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

(ক)আয়ৰ ওপৰত

(খ)ব্য়য়ৰ ওপৰত

(গ)বজাৰ দৰ আৰু উৎপাদন ব্য়ৰ ওপৰত

উত্তৰঃ (গ)বজাৰ দৰ আৰু উৎপাদন ব্য়ৰ ওপৰত

2. উৎপাদন সমূহ আহৰণ কৰিবলৈ ধন ব্য়য় কৰাকে

(ক)উৎপাদন ব্য়য় বোলে

(খ)উৎপাদক বোলে

(গ)ওপৰৰ   এটাও নহয়

উত্তৰঃ (ক)উৎপাদন ব্য়য় বোলে

3. উৎপাদকে  উপাদান সমূহ একত্ৰিত কৰি উৎপাদন সম্ভৱ কৰি তোলিলে তাক কি বোলে?

(ক)লাভ প্ৰক্ৰিয়া

(খ)উৎপাদন প্ৰক্ৰিয়া

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)উৎপাদন প্ৰক্ৰিয়া

4. এা প্ৰতিষ্ঠানে উৎপাদন কৰা উৎপন্ন আৰু তাৰ বাবে ব্য়ৱহূত উপাদানৰ মাজৰ সম্পৰ্কটোক কি বোলে?

(ক)উৎপাদকৰ লাভ বোলে

(খ)উৎপাদকৰ ফলন বোলে

(গ)উপভোক্তা বোলে

উত্তৰঃ (খ)উৎপাদকৰ ফলন বোলে

5. উৎপাদন  আহৰণ কৰিবলৈ ব্য়য় কৰা ধনক কি বোলে?

(ক)উৎপাদন আয়

(খ)উৎপাদনব্য়য়

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)উৎপাদনব্য়য়

6. কি উদ্দেশ্য়েৰে এটা প্ৰতিষ্ঠানে উৎপন্ন হোৱা দ্ৰব্য়সমূহ বজাৰত বিক্ৰি কৰে?

(ক)খাদ্য় আহৰণৰ বাবে

(খ)অভাৱৰ বাবে

(গ)ৰাজহ সংগ্ৰহ কৰাৰ উদ্দেশ্য়েৰে

উত্তৰঃ (গ)ৰাজহ সংগ্ৰহ কৰাৰ উদ্দেশ্য়েৰে

7. ব্য়য় বাদ দিয়াৰ পিছত এা প্ৰতিষ্ঠানৰ কেনেদৰে লাভ হয়?

(ক)ৰাজহ সংগ্ৰহৰ দ্বাৰা

(খ)ৰাজহ উন্নয়নৰ দ্বাৰা

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)ৰাজহ সংগ্ৰহৰ দ্বাৰা

8. প্ৰতিষ্ঠানে কৰা উৎপন্ন আৰু তাৰ বাবে ব্য়ৱহৃত উপাদানৰ মাজৰ সম্পৰ্কটোক কি বোলে?

(ক)মিলন বোলে

(খ)ফলন বোলে

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)ফলন বোলে

9. ফলনে কিহৰ নিৰ্দেশ দিয়ে?

(ক)সৰ্বাধিক পৰিমাণৰ উৎপন্নৰ নিৰ্দেশ দিয়ে

(খ)কম পৰিমাণৰ উপাদানৰ নিৰ্দেশ দিয়ে

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)সৰ্বাধিক পৰিমাণৰ উৎপন্নৰ নিৰ্দেশ দিয়ে

10. বেলেগ উপাদান জোটৰ সৰ্বাধিক উৎপন্ন স্তৰ বৃদ্ধিৰ কেনেদৰে পাব পাৰি?

(ক)প্ৰযুক্তিৰ উন্নতি হলে

(খ)প্ৰযুক্তিৰ হ্ৰাস হলে

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)প্ৰযুক্তিৰ উন্নতি হলে

11. এক নিৰ্দিষ্ট প্ৰযুক্তিৰ বাবে কি সংজ্ঞা নিৰূপন কৰা হয়?

(ক)উৎপাদন মিলনৰ সংজ্ঞা

(খ)উৎপাদন ফলনৰ সংজ্ঞা

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)উৎপাদন ফলনৰ সংজ্ঞা

12. এটা উৎপাদন প্ৰক্ৰিয়াতব্য়ৱহাৰ হোৱা উপাদানসমূহক কি বোলে?

(ক)উৎপাদনৰ আয়

(খ)উৎপাদনৰ ব্য়য়

(গ)উৎপাদনৰ উপাদান

উত্তৰঃ (গ)উৎপাদনৰ উপাদান

13. বস্তু উৎপাদন কৰিবলৈ এটা প্ৰতিষ্ঠানৰ কিহৰ প্ৰয়োজন হব পাৰে?

(ক)বিভিন্ন সংজ্ঞা

(খ)বিভিন্ন উপাদানৰ

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)বিভিন্ন উপাদানৰ

14. এটা জোটৰ দ্বাৰা সৰ্বাধিক কিমান পৰিমাণৰ উৎপাদন হৈছে আমাক কোনে জনায়?   

(ক)উৎপাদন বিশ্লেষণে

(খ)উৎপাদন ফলনে

(গ)ওপৰৰ এটাও  নহয়

উত্তৰঃ (খ)উৎপাদন ফলনে

15. স্থিৰ অৱস্থাত থকা উ ৎপাদনটোক কি বোলে?

(ক)ধনাত্মক উপাদন

(খ)স্থিৰ উপাদান

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)স্থিৰ উপাদান

16. প্ৰতিষ্ঠান এটাক পৰিবৰ্তন কৰা উপাদানক কি বোলে?

(ক)অস্থিৰ উপাদান

(খ)পৰিবৰ্তনশীল উপাদান

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)পৰিবৰ্তনশীল উপাদান

17. হ্ৰস্বকালত এটা প্ৰতিষ্ঠানে সকলো উপাদান পৰিবৰ্তন কৰিব -

(ক)পাৰে

(খ)নোৱাৰে

(গ)লাগে

উত্তৰঃ (খ)নোৱাৰে

18. উ ৎপন্ন পৰিমাণ সলনি কৰিবলৈ প্ৰতিষ্ঠানটোৱে আনটোৰ উপাদান পৰিবৰ্তন কৰিব-

(ক)পাৰিব

(খ)নোৱাৰিব

(গ)লাগিব

উত্তৰঃ (ক)পাৰিব

19. কেতিয়াবা পৰিবূৰ্তনশীল উপাদানৰ মুঠ প্ৰতিদান বামুঠ বস্তুগত -

(ক)সংজ্ঞা বোলা হয়

(খ)উপাদান বোলা হয়

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)উপাদান বোলা হয়

20. ক্ৰমহ্ৰাসমান উৎপাদন বিধিৰ লগতসম্পৰ্ক থকা আন এটা ধাৰণা কি?

(ক)উপাদান বিধি

(খ)পৰিবৰ্তনশীল উৎপাদন বিধি

(গ)ওপৰৰ এটাও নহয়


উত্তৰঃ 
(খ)পৰিবৰ্তনশীল উৎপাদন বিধি

Answer Type - Boby Bora