ৰক্তপিত্ত
ৰক্তপিত্ত হোৱাৰ কাৰণ কি কি?
👉ৰ'দত বেছিকৈ ঘূৰা-পকা কৰা, বেছি শোক কৰা, অতিৰিক্ত মৈথুন, গৰম মছলা যুক্ত বস্তু বেছিকৈ খোৱা, অনবৰত ভ্ৰমণ কৰি ফুৰা আদি বিভিন্ন কাৰণত ৰক্ত দূষিত হোৱাৰ কাৰণে এই ৰোগ হয়।
ৰক্তপিত্ত লক্ষণ কি কি?
ৰক্তপিত্ত ৰ পৰা কিদৰে বাচিব পাৰি?
👉১৪ গ্রাম ছালকুঁৱৰীৰ পাতৰ বিজলুৱাখিনিত মিচিৰি মিহলি কৰি কেইদিনমান খালেই ৰক্তপিত্ত আৰোগ্য হয়।
👉বেলিপকাৰ পাতৰ ৰস ১ চামুচ খালে তেজ পৰা বন্ধ হয়।
👉 বগা বাহকৰ পাত ৮/১০ খিলা পাতত দি তাত ৩/৪ চামুচ মৌ মিহলাই অলপ চেনি দি দিনে ২ বাৰকৈ কিছুদিন খালেই ৰক্তপিত্ত ৰোগ আৰোগ্য হয়।
👉 বগা বাহকৰ পাতৰ ৰসত পিপলি গুড়া বা শিলিখাৰ গুড়া ৭ বাৰ সেই ৰসত তিয়াই (অর্থাৎ ভাবনাদি) তাত সামান্য মৌ মিহলি কৰি খালে এই ৰোগ আৰোগ্য হয়।
👉বগা বাহকৰ পাত পানীত সিজাই চাহৰ দৰে দীর্ঘ দিন খালে ৰক্তপিত্ত ৰোগ ভাল হয়।
👉বিশল্যকৰণীৰ পাতৰ ৰস ৩০ মিঃলিঃকৈ কেইদিনমান ব্যৱহাৰ কৰিলে ৰক্ত পিত্ত ৰোগ ভাল হয়।
👉 অর্জুন ছালৰ চূৰ্ণ (৫ গ্রাম), গৰুৰ ঘিউ, গৰুৰ গাখীৰ আৰু চেনি মিলাই খালে ৰক্তপিত্ত ৰোগ ভাল হয়।
👉১৫ গ্রাম পৰিমাণৰ পদুমৰ কেঁচা পাতৰ ৰসত চেনি মিহলি কৰি খালে ৰক্তপিত্ত ৰোগ নিবাৰিত হয়।
👉ডালিমৰ ফুলৰ ৰস দিনে এচামুচকৈ ৭/৮ দিন খাব লাগে।
👉 পকা কোমোৰাৰ ৰস ৪/৫ চামুচ চেনিৰ সৈতে খালে ৰক্তপিত্ত ৰোগ ভাল হয়।
👉আমলখিৰ ৰস ৪ চামুচত অলপ চেনি মিহলি কৰি খালে যথেষ্ট আৰাম পোৱা যায়।
👉বৰ গছৰ ৩/৪ খন কুমলীয়া পাত পিহি তাৰ ৰসত ১ চামুচ মৌ মিহলাই খাব লাগে।
👉 শিশুগছৰ পাতৰ ৪ চামুচ ৰস খালে ৰক্তপিত্ত ভাল হয়।
👉 বগা বাহকৰ পাত ৮/১০ খিলা পাতত দি তাত ৩/৪ চামুচ মৌ মিহলাই অলপ চেনি দি দিনে ২ বাৰকৈ কিছুদিন খালেই ৰক্তপিত্ত ৰোগ আৰোগ্য হয়।
👉 বগা বাহকৰ পাতৰ ৰসত পিপলি গুড়া বা শিলিখাৰ গুড়া ৭ বাৰ সেই ৰসত তিয়াই (অর্থাৎ ভাবনাদি) তাত সামান্য মৌ মিহলি কৰি খালে এই ৰোগ আৰোগ্য হয়।
👉বগা বাহকৰ পাত পানীত সিজাই চাহৰ দৰে দীর্ঘ দিন খালে ৰক্তপিত্ত ৰোগ ভাল হয়।
👉বিশল্যকৰণীৰ পাতৰ ৰস ৩০ মিঃলিঃকৈ কেইদিনমান ব্যৱহাৰ কৰিলে ৰক্ত পিত্ত ৰোগ ভাল হয়।
👉 অর্জুন ছালৰ চূৰ্ণ (৫ গ্রাম), গৰুৰ ঘিউ, গৰুৰ গাখীৰ আৰু চেনি মিলাই খালে ৰক্তপিত্ত ৰোগ ভাল হয়।
👉১৫ গ্রাম পৰিমাণৰ পদুমৰ কেঁচা পাতৰ ৰসত চেনি মিহলি কৰি খালে ৰক্তপিত্ত ৰোগ নিবাৰিত হয়।
ৰক্তপিত্ত হলে কি খাব লাগে?
ৰক্তপিত্ত হলে কি খাব নালাগে?