Let's Write a Story 

এটা গল্প লিখোঁ আহক





1. There is a Tiger in the Forest.
দেয়াৰ ইজ এ টাইগাৰ ইন দি ফৰেষ্ট
এখন হাবিত এটা বাঘ আছিল।

2. There is a deer grazing in the forest.
দেয়াৰ ইজ এ দিয়েৰ গ্ৰেজিং আন দি ফৰেষ্ট।
সেই হাবিখনতে এটা হৰিণে চৰি আছিল।

3. The Tiger sees a deer roaming
দি টাইগাৰ চিজ এ দিয়েৰ ৰমিং
বাঘটোয়ে হৰিণ টোক ওচৰলৈ আহি আছিল।

4.The tiger crawls quietly towards the deer.
দি টাইগাৰ ক্ৰল কোৱাইতলি টৱাৰদ দি দিয়েৰ
বাঘটোৱে মনে মনে হৰিণ টোৰ কাষ চাপি আহিছিল।

5. The deer becomes alert. He looks here and there and feels the Presence the tiger.
দি দিয়েৰ বিকামছ এলাৰট, হি লোকচ হিয়েৰ এন্দ ফিলচ দি প্ৰিছেঞ্চ দি টাইগাৰ।
হৰিণটো সতৰ্ক হৈ গৈছিল। সি তাৰ ফালে চাইছিল আৰু সি অনুভৱ কৰিব পাৰিছিল বাঘটো থকা বুলি।

6. The deer run very fast, to save his life.
দি দিয়েৰ ৰান ভেৰি ফাষ্ট, টু ছেভ হিজ লাইফ
হৰিণটোৱে বেগাই দৌৰিছিল আৰু নিজৰ জীৱন টো বচাইছিল।

7. The deer hides himself in a bush
দি দিয়েৰ হাইদ হিম ছেল্ফ ইন এ বুছ
হৰিণটোৱে এজোপা জোপোহা গছৰ আৰত লুকাইছিল।

8. the tiger sadly goes away.
দি টাইগাৰ ছেদলি গৌজ এৱে
বাঘটো বেজাৰ মনে ওভতি গ'ল।

Now, answer the following question. Pick words from the box to below to complete the answers.You may choose a word more than once:

এতিয়া, তলৰ প্ৰশ্নটোৰ উত্তৰ দিয়ক। উত্তৰ সম্পূৰ্ণ কৰিবলৈ তলৰ বাকচটোৰ পৰা শব্দ বাছি লওক।আপুনি এবাৰতকৈ অধিক শব্দ বাছি ল'ব পাৰে:

Grazing  roaming  presence  runs  away  save  bush  sadly  tiger  alerts  deer

চৰণীয়া পথাৰত থকা উপস্থিতি পলাই যায় জোপোহা বচাওক দুখজনকভাৱে বাঘে হৰিণক সতৰ্ক কৰি দিয়ে

a) What is there in the first picture?

ক) প্ৰথম ছবিখনত কি আছে?

There is a tiger in the forest.
দেয়াৰ ইজ এ টাইগাৰ ইন দি ফৰেষ্ট
এখন হাবিত এটা বাঘ আছিল।

b) what do you see in the second picture?

খ) দ্বিতীয়খন ছবিত আপুনি কি দেখিছে?

There is a deer grazing in the forest.
দেয়াৰ ইজ এ দিয়েৰ গ্ৰেজিং আন দি ফৰেষ্ট।
সেই হাবিখনতে এটা হৰিণে চৰি আছিল।

c) What happens in the third picture?

গ) তৃতীয় ছবিখনত কি হয়?

The tiger sees a deer roaming.
দি টাইগাৰ চিজ এ দিয়েৰ ৰমিং
বাঘটোয়ে হৰিণ টোক ওচৰলৈ আহি আছিল।

d) What does the tiger do in the fourth picture?

ঘ) চতুৰ্থ ছবিখনত বাঘে কি কৰে?

The tiger crawls quietly towards the deer.
দি টাইগাৰ ক্ৰল কোৱাইতলি টৱাৰদ দি দিয়েৰ
বাঘটোৱে মনে মনে হৰিণ টোৰ কাষ চাপি আহিছিল।

e) What does the deer do in the fifth picture?

ঙ) পঞ্চম ছবিত হৰিণে কি কৰে?

The deer becomes alert, He looks here and there and feels the presence the tiger.
দি দিয়েৰ বিকামছ এলাৰট, হি লোকচ হিয়েৰ এন্দ ফিলচ দি প্ৰিছেঞ্চ দি টাইগাৰ।
হৰিণটো সতৰ্ক হৈ গৈছিল। সি তাৰ ফালে চাইছিল আৰু সি অনুভৱ কৰিব পাৰিছিল বাঘটো থকা বুলি।

f) What does the deer do after that?

চ) তাৰ পিছত হৰিণে কি কৰে?

The deer run very fast, to save his life.
দি দিয়েৰ ৰান ভেৰি ফাষ্ট, টু ছেভ হিজ লাইফ
হৰিণটোৱে বেগাই দৌৰিছিল আৰু নিজৰ জীৱন টো বচাইছিল।

g) Where does the deer hide?

ছ) হৰিণ ক’ত লুকাই থাকে?

The deer hides himself in a bush.
দি দিয়েৰ হাইদ হিম ছেল্ফ ইন এ বুছ
হৰিণটোৱে এজোপা জোপোহা গছৰ আৰত লুকাইছিল।

h) What happen in the end?

জ) শেষত কি হয়?

The deer goes away.
দি টাইগাৰ ছেদলি গৌজ এৱে
বাঘটো বেজাৰ মনে ওভতি গ'ল।



Now, Write all your answer together in a sequence in your notebooks.

এতিয়া, আপোনাৰ সকলো উত্তৰ একেলগে এটা ক্ৰমত আপোনাৰ বহীত লিখক।

Your story is ready.

আপোনাৰ কাহিনী সাজু হৈছে।

Give a suitable title to the story.

গল্পটোৰ এটা উপযুক্ত শিৰোনাম দিয়ক।

"THE TIGER AND THE DEER"

"বাঘ আৰু হৰিণ"

Talk to your friends and write the titles which your friends have given to their story.

বন্ধু-বান্ধৱীৰ লগত কথা পাতক আৰু বন্ধু-বান্ধৱীয়ে তেওঁলোকৰ কাহিনীক দিয়া শিৰোনামবোৰ লিখক।


Lesson 2: The Joy of Helping
Lesson 3: Bird Talk
Lesson 6: The Joy of Living
Lesson 7: My Story
Lesson 8: Hello Computer





Post Id: DABP000513