Lesson- 2


The Sound of Music

part I

Evelyn Glennie Listens to Sound

without Hearing It



Textbook in English

Word and Meanings


I. Answer these question in a few words or a couple of sentences each.

(অতি চমুকৈ তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া)


1. How old was Evelyn when she went to Royal Academy of Music?

(ৰয়েল একাডেমী অফ্ মিউজিক লৈ যঁওতে ইভলিনৰ বয়স কিমান আছিল?)


Answer: Evelyn was Seventeen years old when she went to the Royal Academy of Music.

(ৰয়েল একাডেমী অফ্ মিউজিকলৈ যাঁওতে ইভলিনৰ বয়স আছিল সোতৰ বছৰ।)


2. When was her deafness first noticed? When was it confirmed?

(তাইৰ বধিৰতা কোতিয়া লক্ষ্য কৰা হৈছিল? আৰু এই বধিৰতা কেতিয়া নিশ্চিত হ'ল ?)


Answer: Evelyn's deafness was first noticed when she was eight years old. It was confirmed at the age of eleven.

(৪ বছৰ বয়সত ইভলিনৰ বধিৰতা লক্ষ্য কৰা হৈছিল। এই বধিৰতা ১১ বছৰ বয়সত নিশ্চিত হৈছিল।)


II. Answer each of these question in a short paragraph (30-40 words).

(এই প্ৰশ্নবোৰৰ প্ৰতিটোৰ উত্তৰ এটা চমু অনুচ্ছেদত (30-40 শব্দ)


1. Who helped her to continue with music? What did he do and say?

(তাইক সংগীত ক্ষেত্ৰত কোনে সহায় কৰিছিল? তাইক কেনেকৈ আৰু কি কথাৰ জৰিয়তে সাহস যোগাইছিল?)


Answer: Percussionist Ron Forbes helped Evelyn to continue with music.

(পাৰকাছনিষ্ট ৰণ ফ'ৰ্বচে ইভলিনক সংগীত শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিছিল।)


      He bought two large drums and tuned them to different notes. He asked her not to listen to them through her wars but to try and sense the sound in some other manner. 

      (তেখেতে দুটা ডাঙৰ ড্ৰাম বেলেগ বেলেগ নোটত টিডন কৰি দিছিল, ফ'ৰ্বছে ইঙলিক ড্ৰামৰ শব্দ শুনাতকৈ ইয়াক অনুভৱ কৰিবলৈ কৈছিল।)


2. Name the various places and causes far which Evelyn performs.

(ইভলিনে কোন কোন ঠাইত আৰু কি কাৰণে অনুষ্ঠান প্ৰদৰ্শন কৰিছিল?)


Answer: Evelyn accepts music as an essential part of her life. with a hectic international schedule she gives solo performances at regular concerts. Apart from these, She gives free concerts in prisons and hospitals. She wants to spread the message of love and peace to prisoners and sick people through music.

(ইভলিনে সংগীতক তাইৰ জীৱনৰ অন্যতম প্ৰয়োজনীয় অংগ হিচাপে আকোঁৱালি লৈছিল। তাই আন্তঃৰাষ্ট্ৰীয় পয্যায়ত বিভিন্ন ঠাইত অনুষ্ঠান প্ৰদৰ্শন কৰিছিল।তাৰোপৰি তাই কাৰাগাৰ আৰু চিকিসালয়ত বিনামূলীয়াকৈ অনুষ্ঠান পৰিবেশন কৰিছিল। তাই সংগীতৰ জৰিয়তে কয়দী তথা ৰোগীসকলৰ মাজত প্ৰেম আৰু শান্তিৰ বাণী প্ৰচাৰ কৰিব বিচাৰিছিল।)


III. Answer the question in two or three paragraphs. (100-150 words.)

(তলৰ প্ৰশ্নটিৰ উত্তৰ দুই বা তিনিটা পেৰেগ্ৰাফট লিখা। (১০০ ৰ পৰা ১৫০ শব্দৰ ভিতৰত)


1. How did Evelyn hear music?

(ইভলিনে সংগীত কোনেকৈ শুনা পাইছিল?)


Answer: Evelyn specially able girl who lost the capacity of hearing is a master in music. She was spotted by a percussionist Ron Forbes who sees potential of music in Evelyn. He inspired her to take music seriously. He then asked her to sense the music rather than hearing from ear. He motivates her by saying that music can be feel through our sense.

(ইভলিন, বিশেষভাৱে সক্ষম এগৰাকী ছোৱালী যিয়ে নিজৰ শ্ৰৱণ শক্তি হেৰুৱাইছিল তাইৰ সংগতীত বিশেষ পাৰদৰ্শিতা আছিল। তাইৰ সাংগতীক প্ৰতিভাক ৰন ফ'ৰ্বছে তাইক সংগীতিক গুৰুত্ব সহকাৰে লবলৈ অনুপ্ৰণিত কৰিছিল। তেখেতে দুটা ড্ৰাম বেলেগ বেলেগ নোটত টিউন কৰিছিল আৰু তাইক তাৰ পৰা উৎপত্তি হোৱা সংগীতৰ ধ্বনিক কাণেৰে শুনাৰ পৰিৱৰ্তে শৰীৰৰ বিভিন্ন অংগৰে অনুভৱ কৰিছিল। তেওঁ বিভিন্ন কথাৰে তাইক প্ৰেৰণা যোগাইছিল যেনে সংগীতক কাণেৰে শুনাৰ উপৰিও অনুভৱ কৰিব যাৱ।)


      Evelyn was very determined regarding her music. She follows Mr. Ron's instruction on music, then she realized that she could feel the higher drum from the waist up and the lower drum from the waist dawn. She learns how to open her body and mind to sounds and vibration. It was sneer determination and hard work. When she played the xylophone. She could sense the sound passing up the stick into her finger tips. By learning against the drums, She could feel the resonances flowing into her body. When she has to perform on wooden floors, She removes her shoes. The enables her to feel the vibrations through her bare feet. She even feels the music through her hair.

     (নিজৰ সংগীতক লৈ ইভলিন দৃঢ় প্ৰতি প্ৰতিজ্ঞা আছিল। মিষ্টাৰ ৰণে কোৱা সকলোবোৰে কথা তাই আখৰে আখৰে পালন কৰিছিল। তাই বুজি উঠিছিল যে ড্ৰামৰ পৰা ওলোৱা উচ্চ সুৰক তাই কঁকালৰ তলৰ অংশৰে অনুভৱ কৰিব পাৰে। তাই নিজক শৰীৰৰ আৰু মগজুক সংগীতৰ গতি আৰু লহৰত এৰি দিবলৈ শিকিছিল, এইয়া মাথো তাইৰ কষ্ট আৰু সংকল্পৰ বাবে সম্ভৱ হৈছিল। জাইলোফোন বজোৱাৰ সময়ত তাৰ মাৰি কেইডালত উৎপন্ন হোৱা সংগীতক তাই নিজৰ আঙুলি মূৰত অনুভৱ কৰিব পাৰিছিল। ড্ৰামত বজাবলৈ শিকাৰ সময়ত তাৰ পৰা উৎপন্ন হোৱা সংগীতৰ প্ৰতিধ্বনি তাই নিজৰ দেহত অনুভৱ কৰিব পাৰিছিল। কাঠৰ মজিয়াত অনুষ্ঠান পৰিবেশন কৰোতে তাই চেণ্ডেল খুলি লৈছিল। ইয়াৰ জৰিয়তে তাই খালী ভৰিৰে সংগীতৰ ধ্বনিক অনুভৱ কৰিব পাৰিছিল। তাই নিজৰ চুলিৰ জৰিয়তেও সংগীতৰ ধ্বনিক অনুভৱ কৰিব পাৰিছিল।)



PART-II


I. Tick the right answer.

(শুদ্ধ উত্তৰটোত চিন দিয়া)


1. The (shehnai, pungi) was a ‘reeded noisemaker.’

(ছেহনাই, পুংগীৰ শব্দ শুনিবলৈ শুৱলা নাছিল)


2. (Bismillah Khan, A barber, Ali Bux) transformed the pungi into a shehnai.

(বিছমিল্লাহ খানৰ, এজন নাপিত, আলি বুক্স) পুংগীক ছেহনাইলৈ পৰিৱৰ্তন কৰিছিল।)


3.Bismillah Khan’s paternal ancestors were (barbers, professional musicians).

(বিছমিল্লা খানৰ পৈতৃক পূৰ্বপুৰুষসকল (নাপিত, পোচাদাৰী সংগীতজ্ঞ ) আছিল।)


4. Bismillah Khan learnt to play the shehnai from (Ali Bux, Paigambar Bux, Ustad Faiyaaz Khan).

(বিছমিল্লা খানে ( আলী বক্স, পৈগাম্বৰ বক্স, ওস্তাদ ফৈয়াজ খান) ৰ পৰা চেহনাই বজাৰলৈ শিকিছিল।)


5. Bismillah Khan’s first trip abroad was to (Afghanistan, U.S.A., Canada).

(বিছমিল্লাহ খনৰ প্ৰথম বৈদেশিক যাত্ৰা আছিল ( আফগানিস্তান, ইউ. এছ. এ, কানাডালৈ।)


Answer: 1.  Pungi (পুংগীৰ )

2.  A barber (এজন নাপিত)

3.  Professional musicians ( পৈগাম্বৰ বক্স)

4.  Ali bux (আলী বক্স)

5.  Afghanistan (আফগানিস্তান)


II. Find the words in the text which show Ustad Bismillah Khan's feelings about the item listed below. Then mark a tick in the correct column. Discuss your answer in class.

(তলত দিয়া বিষয়সমূহৰ প্ৰতি বিছমিল্লাহখানৰ ধাৰণা যোগাত্মক, ধ্বনাত্মক নে নিৰপেক্ষ আছিল বাছি উলিওৱা আৰু শুদ্ধ উত্তৰত ৰাইট চিন দিয়া।)


Bismillah Khan’s Feelings about

Positive

Negative

Neutral

1. teaching children music

 

 

 

2. the film world

 

 

 

3. migrating to the U.S.A.

 

 

 

4. Playing at temple

 

 

 

5. getting the Bharat Ratna

 

 

 

6. the banks of the Ganga

 

 

 

7. leaving Banaras and Dumraon

 

 

 


Answer:- 1. Positive

2. Negative

3. Negative

4. Neutral

5. Positive

6. Positive

7. Negative


III. Answer these question in 30-40 words.

(উত্তৰ দিয়া ৩০ - ৪০ টা শব্দৰ ভিতৰত)


1.  Why did Aurangzeb ban the playing of the pungi?

(ঔৰংগজেৱে পুংগী বজোৱাত কিয় নিষেধাজ্ঞা জাৰি কৰিছিল?)


Answer: Aurangzeb banned the playing of a musical instrument pungi in the royal residence because it had a thrilled unpleasant sound.

(ঔৰঙ্গজেবে ৰাজকীয় বাসভৱনত এটা বাদ্যযন্ত্ৰ পুংগী বজোৱা নিষিদ্ধ কৰিছিল কাৰণ ইয়াত এক ৰোমাঞ্চিত অপ্ৰেৰণিত শব্দ আছিল।)


2. How is a Shehnai different from a pungi?

(কেনেকৈ ছেহনাই পংগিৰ পৰা পৃথক?)


Answer:- Shehnai has a better tonal quality than pungi. It is a natural hollow stem pipe with holes on its body and is longer and broader than the pungi. In a way shehnai is an improvement upon pungi.

(ছেহনাইৰ শব্দ পুংগিতকৈ শুৱলা আছিল ইয়াৰ আকৃতি পুংগীতকৈ দীঘল, বহল তথা নিৰ্দ্দিষ্ট কিছুমান ফুটা আছিল। ই পুংগীতকৈ ভল আছিল।)


3. Where was the Shehnai played traditionally? How did Bismillah Khan change this?

(পৰম্পৰাগতভাৱে ছেহনাই ক'ত বজোৱা হৈছিল? এইক্ষেত্ৰত বিছমিল্লাহ খানে কেনেকৈ পৰিৱৰ্তন আনিছিল?)


Answer: Traditionally the Shehnai was played in temples , and wedding ceremonies as it was considered as an auspiaus instrument.

(পৰম্পৰাগতভাৱে ছেহনাই মন্দিৰ তথা বিবাহ অনুস্থানসমূহত বজোৱা হৈছিল। ইয়াক দৈৱ বাদ্য হিচাপে গণ্য কৰা হৈছিল।)


   Bismillah Khan brought Shehnai into mainstream music and established it in the classical stage.

    (বিছমিল্লাহ খানে ছেহনাইক সংগীতৰ ক্ষেত্ৰত এক বিশেষ মাত্ৰা প্ৰদান কৰাৰ লগতে ইয়াক মূল সূঁতিলৈ আনিছিল।)


4. When and how did Bismillah Khan get his big break?

(বিছমিল্লাহ খানে কেতিয়া আৰু কেনেকৈ আটাইতকৈ ডাঙৰ সুযোগ লাভ কৰিছিল?)


Answer: Bismillah Khan got his big break in 1938. The All Indian Radio opened in Lucknow and Bismillah Khan played Shehnai on radio. He soon became an often heard played the first Indian to greet the nation with his Shehnai.

(১৯৩৮ চনত বিছমিল্লহ খানে আটাইতকৈ ডাঙৰ সুযোগ লাভ কৰিছিল। এই সুযোগ তেওঁ ভাৰতীয় আকাশবাণী কেন্দ্ৰ লশ্ক্ষ্নৌৰ পৰা লাভ কৰিছিল য'ত তেওঁক ৰেডিঅ'ত ছেহনাই বজাবলৈ দিয়া হৈছিল। খান আছিল প্ৰথমজন ভাৰতীয় যিয়ে ৰেডিঅ'ত ছেহনাই বজাই দেশক সম্বোধন জনাইছিল।)


5. Where did Bismillah Khan play the Shehnai on 15 August 1947? Why was the event historic?

(১৯৪৭ চনৰ ১৫ ৰ আগষ্টত বিছমিল্লাহ খানে ক'ত ছেহনাই বজাইছিল? এই ঘটনা কিয় ঐতিহাসিক হৈ পৰিছিল?)


Answer: Bismillah Khan played the Shehnai on 15th August 1947 at the Red Fort. He was the first Indian to greet the nation with his musical instrument.

(১৯৪৭ চনৰ ১৫ আগষ্টত বিছমিল্লাহ খানে ৰেড ফ'ৰ্টত ছেহনাই বজাইছিল। তেওঁ আছিল দেশৰ প্ৰথম গৰাকী ব্যক্তি যিয়ে ছেহনাই বজাই দেশবাসীক সম্বোধনা জনাইছিল।)


 (The event was historic because it was the day when Indian Become an independent nation.)

(সেইদিনা দেশ স্বাধীন হৈছিল সেইবাবে এই ঘটনা ঐতিহাসিক হৈ পৰিছিল। )


6. Why did Bismillah Khan refuse to start a Shehnai School in the U.S.A.?

(আমেৰিকাত ছেহনাই স্কুল স্থাপন কৰিবলৈ কিয় বিছমিল্লাহ খানে অমান্তি হৈছিল?)


Answer: Bismillah Khan refused to start a Shehnai school in the U.S.A. because he never wanted to leave India. He was in love with Banaras and the Ganges flowing there. He used to get inspiration from the ambience of numerous ghats in Varanasi.

(বিছমিল্লাহ খানে আমেৰিকাত ছেহনাই স্কুল স্থাপনত অমান্তিত হৈছিল। কিয়নো তেঁও ভাৰতবৰ্ষক কেতিয়াও এৰি যাব নিবিচাৰে। তেঁও গংগা আৰু বেনাৰসৰ প্ৰেমত পৰিছিল। বেনাৰসৰ ঘাটৰ পৰা তেঁও সদায় অনুপ্ৰেৰণা লাভ কৰিছিল।)


7. Find at least two instances in the text which tell you that Bismillah Khan loves India and Banaras.

(বিছমিল্লাহ খানৰ ভাৰত তথা বেনাৰসৰ প্ৰতি থকা ভাল পোৱা প্ৰকাশ পোৱা দুটা ঘটনা উল্লেখ কৰা।


Answer: The first instance is when Bismillah Khan refused his students offer to start a shehnai school in U.S.A. The second instance is his refused to the proposal of Sekhar Gupta to move to Pakistan during the partition. He said Mr. Gupta That he would never leave Banaras.

(বিছমিল্লাহখানৰ ভাৰতৰ প্ৰতি থকা ভালপোৱা ধৰা পৰিছিল যেতিয়া তেঁও আমেৰিকাত ছেহনাই স্কুল খোলাৰ বাবে তেঁওৰ ছাত্ৰই আগ বঢ়োৱা প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল। দ্বিতীয়তে তেঁওৰ ভাল পোৱা ধৰা পৰিছিল যেতিয়া তেঁও শেখৰ গুপ্তাৰ সৈতে দেশ বিভাজনৰ সময়ত পাকিস্তান যাবলৈ অমান্তি হৈছিল।)


Thinking about language

(ভাষাৰ কথা ভাবো আহাঃ )


I. Complete the following sentences. Beginning with a to-verb. Try to answer the questions in brackets. 

(তলত দিয়া বাক্যবিলাকৰ সম্পূৰ্ণ কৰা। বন্ধনীৰ ভিতৰত থকা প্ৰশ্নবোৰৰ উত্তৰ দিয়া। )


1. The School sports team hopes____________ (What does it hope to do?)

(বিদ্যলয়ৰ খেল দলটোৱে আশা কৰে________ তেঁওলোকে কি আশা কৰিছিল)


Answer:  The school sports team hopes to win the match.

(বিদ্যালয়ৰ খেলৰ দলে খেলত জয়ী হোৱাৰ আশা কৰিছিল।)


2. We all want __________ (What do we all want to do?)

(আমাৰ সকলোয়ে চাই)_______(সকলোৱে জীৱনত কি বিচাৰে?)


Answer:  We all want to success in our life.

(আমি সকলোৱে জীৱনত সফলতা লাভ কৰিব বিচাৰো।)


3. They advised the hearing-impaired Child's mother ________ (What did they advise her to do? 


Answer: They advised the hearing-impaired child's mother to consult a doctor.

(তেঁওলোকে বধিৰ কেঁচুৱাটোৰ মাকক ডাক্তৰৰ পৰামৰ্শ ল'বলৈ উপদেশ দিছিল।)


4. The authorities permitted us to ____________ ( What did the authorities permit us to do ? )


Answer:  The authorities permitted us to construct the building.

কর্তৃপক্ষ আমাৰ ভবনটিৰ বনাবলৈ অনুমতি দিছিল।


5. A musician decided to __________ (what did the musician decided to do?)


Answer: A musician decided to open a school for children.

(সংগীত শিল্পীজনৰ ল'ৰা ছোৱালীৰ বাবে বিদ্যালয় স্থাপনৰ দিহা কৰিছিল।)


II. From the text on Bismillah Khan, find the words and phrases that match these definition and write them down. The number of the paragraph where you will find the words/phrases has been given for you in brackets.

(বিছমিল্লাহ খান পাঠটিৰ পৰা তলৰ সংজ্ঞাসমূহৰ বাবে উপযুক্ত শব্দবোৰ বাছি উলিওৱা। )


1. The home of royal people

( ৰাজ পৰিয়ালৰ সদস্য থকা ভৱন)


=> The royal residence. ( ৰাজভৱন)


2. The state of being alone. 

    (অকলশৰীয়া থকা )


=> Solitude ( একান্ত )


3. A part which is absolutely necessary

    ( অত্যন্ত প্ৰয়োজনীয় অংশ )


=> Indispensable ( অপৰিহায্য)


4. To do something not done before. 

    (আগতে নকৰা কিবা এটা কৰিবলৈ)


=> Invent  ( আৱিষ্কাৰ কৰা )


5. without much effort

    (কোনো ধৰণৰ প্ৰয়াস নকৰা)


=> Effortlessly ( অনুদ্যম)


6. quickly and in large quantities ______and ____.

  ( খৰতকীয়াকৈ আৰু বেছিকৈ লাভ কৰা পৰিমাণ)


=> Thick and Fast. ( ঘন আৰু দ্ৰুত )


III. Tick the right answer.


1. When something is revived , it (remains dead/lives again).


Answer:- lives again


2. When a government bans something it want it (stopped/ started).


Answer:- Stopped.


3. When we take to something we find it (boring/interesting)


Answer:- Interesting.


5. When you appreciate something, you (find it good useful/find it of no use.)


Answer:- Find it good and useful.


6. When you replicate something, you do it ( for the first time/ for the second time.)


Answer:- for the second time.


7. When we come to terms with something, it is still upsetting/no longer upsetting.


Answer:- no long upsetting.




Re-Arrange By Dipawali Bora 

Author Angamita Dutta


Post Id: DABP000801