Class 7 English Lesson 5 The Daffodils

 Lesson 5 

  The Daffodils  



ACTIVITIES

1. Did you understand the theme of the poem?

তোমালোকে বাৰো পদ্যটোৰ বিষয়টো বুজি পাইছানে ? 

discuss with your teacher the following questions orally. Then, write the answers in your exercise book.

শিক্ষকৰ লগত আলোচনা কৰা তলত দিয়া প্ৰশ্ন কেইটা । তাৰপাছত , বহীত উত্তৰ বোৰ লিখা ঃ

a. Read the first stanza. Then find the answer to the following question: with what does the William Wordsworth compare himself?

প্ৰথমৰ চৰণ খিনি পঢ়া । তাৰপাছত প্ৰশ্নটোৰ উত্তৰ লিখা ঃ কৰি উইলিয়াম ৱৰ্দচৱৰ্থ এ নিজকে কিহৰ লগত তুলনা কৰিছে ?

Ans- In the first stanza , the poet William Wordsworth compared himself with the lonely cloud .
 প্ৰথম চৰণ খিনিত , কবি উইলিয়াম ৱৰ্দৱৰ্থে নিজকে অকলশৰীয়া ডাৱৰৰ লগত তুলনা কৰিছে ।

b) Read the second stanza. Now find out the following: with what Wordsworth compare daffodils?

দ্বিতীয় চৰণটো পঢ়া । এতিয়া উত্তৰটো উলিওৱা ঃ ৱৰ্দচ ৱৰ্থে দেফ'দিল বোৰক কিহৰ লগত তুলনা কৰিছে ?

Ans- In the second stanza . Wordsworth compares the daffodils with the stars .

দ্বিতীয় চৰণত , ৱৰ্ডচৱৰ্থে ডেফোডিলবোৰক তৰাবোৰৰ সৈতে তুলনা কৰে।
 
c) Read and recite the third stanza. Now find out what words worth means by jocund company from the options below.

তৃতীয় চৰণটো পঢ়া আৰু আবৃত্তি কৰা । এতিয়া ৱৰ্দচ ৱৰ্থে ' jocund ' ( জকান্ত ) কম্পেনী মানে কি বুজাইছে তলৰ উদাহৰণ বোৰৰ পৰা লিখা ঃ

I) happy and cheerful সুখী আৰু প্ৰফুল্ল 
ii) talkative কথকী
iii) quiet and sad শান্ত আৰু দুখি
Ans: I) happy and cheerful সুখী আৰু প্ৰফুল্ল ।

d) Read and recite the lines:

পঢ়া আৰু আবৃত্তি কৰা শাৰী কেইটা ঃ

   'I gazed and gazed but little thought what wealth the show to me had brought."

মই ৰ লাগি আৰু ৰ লাগি চালোঁ - কিন্ত্ত অলপ চিন্তা 

What wealth the show to me had brought .

কি সম্পদ সেই দৃষ্টি টোৱে মোলৈ আনিলে 

What does the poet mean by the word wealth ?
 
Why does he use the word here ?

কবিৰ মতে ' Wealth ' শব্দটোৰ অৰ্থ কি ? তেওঁ এই শব্দটো ইটাত কিয় ব্যৱহাৰ কৰিছে ?

Ans- By the word ' Wealth ' the poet means joy and happiness which comes when he saw the golden daffodils .
' Wealth ' শব্দ টোৱে কবিয়ে আনন্দ আৰু উল্লাসৰ কথা বুজাইছে যি গ'লডেন দেফ'দিল বোৰ দেখাৰ পাছত তেওঁৰ মনলৈ আহিছিল ।

The poet used the ' word ' wealth ' here because the scene greatly affected him . it gave an immense pleasure to him . And it remained as a priceless trees we in poet ' s mind which can 't be compared to wealth . 

কবিয়ে ' wealth ' শব্দ টো ব্যৱহাৰ কৰিছে কাৰণ দৃশ্যটোৱে তেওঁক বহুকৈ প্ৰভাৱিত কৰে। আৰু ই এক অমূল্য খাজানাৰ দৰে কবিৰ মনত ৰৈ গ'ল যিটো কোনো ধন - সম্পত্তিৰ লগত তুলনা কৰিব নোৱাৰিল । 

e) read the last stanza of the poem and find out the following information:
What happens to the poet when he lies on his couch in a sad and thoughtful mood?

পদ্যটোৰ শেষৰ চৰণ টো পঢ়া , আৰু বাতৰিটো বিচৰা ঃ কবি জনৰ কি হয় যেতিয়া তেওঁ কাওটচ ( couch ) ত দুখন আৰু বিবেচনাশীল হৈ বাগৰি পৰে ।

Ans- When the poet its on his couch in a sad and thoughtful mood , he recalls the memory of the dancing daffodils which he captured earlier in his mind and they takes away all his pain and replace his heart with pleasure .

যেতিয়া কবি জনে দুখ আৰু বিবেচনাশীলভাৱে কাওটচ ত বাগৰী পৰে, তেওঁ সেই নাচি - বাগি থকা দেফ'দিল খিনিৰ স্মৃতি জীপাল কৰে যি তেওঁৰ আগতেই তেওঁৰ সমস্ত পিৰা দূৰ কৰে আৰু তেওঁৰ অন্তৰ খন বহ আনন্দৰে লৈ সলনি কৰে ।

2) Choose the correct option in each of the following questions:

তলৰ প্ৰশ্ন কেইটাৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা ।

a) The poet compares himself to

কবিয়ে নিজকে তুলনা কৰিছে 

   I) a piece of lonely cloud অকলশৰীয়া এটুকুৰা ডাঁৱৰৰ লগত ।

   ii) a host of golden daffodils গলডেন দেফ'দিল ৰ বাগিছা খনৰ লগত ।

   iii) a lake বিলখনৰ লগত ।

   iv) The tress গছ খিনিৰ লগত ।

 Ans-  a piece of lonely cloud . অকলশৰীয়া এটুকুৰা ডাঁৱৰৰ লগত ।

b) While wandering alone, the poet saw

যাযাবৰৰ অকলশৰে ঘূৰি ফুৰোঁতে , কবিয়ে দেখিলে ।

    I) a crowd of people . এজাক মানুহ ।

    ii) clouds floating over vales and hills . পাহাৰ আৰু পৰ্বতৰ ওপৰত ভাহি থকা ডাঁৱৰ বোৰ ।

    iii) a host of golden daffodils . গ'লডেন দেফ'দিলৰ বাগিছা খন ।

    iv) a lake . বিল খন ।

 Ans- A host of golden daffodils . গ'লডেন দেফ'দিলৰ বাগিছা খন ।

c) The poet compares the daffodils to

কবিয়ে দেফ'দিল খিনিক তুলনা কৰিছে -

    I) a lonely cloud . অকলশৰীয়া ডাঁৱৰৰ লগত ।

    I) a lonely cloud . বিলখনৰ লগত ।

    iii) The stars in the milky way . আকাশীগংগাত থকা তৰাবোৰৰ লগত ।

     iv) a bay . এখন উপসাগৰৰ লগত ।

Ans- The stars in the milky way . আকাশীগংগাত থকা তৰাবোৰৰ লগত ।

d) The 'jocund company' referred to is the company of - যকান্ত কম্পেনীয়ে কিহৰ কম্পেনীৰ কথা বুজাইছে -

   I) The daffodils - দেফ'দিল বোৰৰ ।

  ii) the sparking waves of the lake. বিলখনৰ জিলিকি থকা ঢৌ বোৰ ।

  iii) the dancing daffodils and the waves of the lake . নাচি থকা দেফ'দিলবোৰ আৰু বিলখনৰ ঢৌবোৰ ।

   iv) the stars on the milky way. আকাশীগংগাত থকা তৰাবোৰ ।

 Ans- The dancing daffodils and the waves the lake . নাচি থকা দেফ'দিলবোৰ আৰু বিলখনৰ ঢৌবোৰ ।

e) the inward eye of the poet is the poet's - কবিৰ আন্তৰিক চকু কবিৰ - 

   I) vacant mood . ৰিক্ত মনুদশা ।

  ii) thoughtful mood . বিবেচনাশীল মনুদশা ।

  iii) imagination . কল্পনা ।

  iv) bliss of solitude. নিৰ্জনতাৰ পৰমানন্দ ।

Ans- Imagination . কল্পনা ।

3. Read the poem and match the following .

কবিতাটো পঢ়ক আৰু নিম্নলিখিতবোৰ মিলাওক।

Ans- The waves - danced beside the daffodils .

         ঢৌ বোৰ - দেফ'দিলবোৰৰ কাষত নাচি আছিল ।

         The poet - saw a host of golden daffodils .

         কবিয়ে - গ'ল্ডেন দেফ'দিলৰ বাগিছা দেখিছিল ।

         A cloud - Floated over valleys and hills 

        এখন ডাঁৱৰ - যি পাথৰ আৰু পৰ্বতৰ ওপৰত ভাহি আছে ।

        The daffodils - Stretched in a never ending line 

        দেফ'দিলবোৰ - কেতিয়াওঁ শেষ নোহাৱা ৰেখাডালত বিয়পি আছে ।
 
      The poet's heart - Filled with pleasure and danced 

      কবিৰ অন্তৰখন - With the daffodils . আনন্দৰেে ভৰি পৰে আৰু দেফ'দিলবোৰৰ লগত নাচি উঠে ।

4. Read the poem again and answer the following Questions - পদ্য টো পুনৰ পঢ়া আৰু প্ৰশ্নসমূহৰ উত্তৰ দিয়া ঃ

a) Find a word in stanza .  that means ' to roam about - প্ৰথম চৰণত এটা শব্দ বিচৰা যিয়ে ' ঘূৰি ফুৰিবলৈ ' বুজাই ?

Ans- Wonder ( যাযাবৰ )

b) Find out what ' o ' e r ' means . How will you write . The actual word ? ' o ' e r '

 মানে কি বাচি উলিওৱা । তুমি সঠিক শব্দটো কেনেদৰে লিখিবা ।

Ans- ' o ' e r ' means  above . We will write the actual more as ' over ' .

' over ' মানে ওপৰত । আমি সঠিক শব্দটো এনেদৰে লিখিম ' over ' ।

c) Find a word in stanza 2 which means ' a lake ' .

চৰণ ২ টোত এটা শব্দ বিচাৰি উলিওৱা যিয়ে এখন বিল'ৰ অৰ্থ বুজায় ।

Ans-  ' Bay ' .

d) What does the poet refer to when he says ten thousand saw I ' ?

যেতিয়া কবিয়ে  ' দহ হাজাৰ দেখিলো মই ' বুলি ক'লে তেওঁ কি বুজাব বিচাৰিলে ?

Ans- The poet referred that he saw ten thousand  daffodils at a glance .

 কবিয়ে এপলকতে দহ হাজাৰ দেফ'দিল দেখা পালে বুলি উল্লেখ কৰে ।

e) What is sprightly dance ? 

প্ৰাইটলী দেন্চ বুলিলে কি বুজা ?

Ans- " Sprightly dance " means dancing lively with full of energy . Here , the daffodils are dancing with joy and happiness .

" প্ৰাইটলী দেন্চ " মানে প্ৰাণ খুলি নাচা শক্তি পূৰ্ণভাৱে । ইয়াত, দেফ'দিলবোৰে আনন্দ আৰু উল্লাসেৰে নাচি আছে ।

F) Give another word each for ' glee ' and ' jocund ' .

' Glee '  আৰু  ' jocund ' শব্দ কেইটাৰ প্ৰতিটোৰে এটা বেলেগ বেলেগ শব্দ লিখা ।

Ans- Glee - Joy .
         
         Jocund - Cheerful .

g) What is  out - did   in ' out - did the sparking waves ' ?

' out - did the sparking waves ' o out - did  মানে কি বুজাইছে ?

Ans- Out - did means , the daffodils are looking more beautiful than the sparking waves .
' out - did means , the daffodils are looking more beautiful than the sparking waves .

' out - did ' মানে , দেফ'দিলখিনি জিলিকি থকা ঢৌবোৰতকৈও ধুনীয়া দেখিছে ।

h) Give the opposite of the Following words

শব্দ কেইটাৰ বিপৰীত শব্দ লিখা ঃ

Vacant (খালী ) - Full ( ভৰি থকা )

Pleasure ( আনন্দ ) - Pain ( দুখ )

Bliss ( পৰমানন্দ ) - Misery - ( কষ্ট )

5. A beautiful poem  is meant to be recite listen the teacher reading to you the following pairs of words from the poem . Than repeat the words after the teacher and practice the pronunciation of each word . This will help you recite the poem . 

এটা ধুনীয়া কবিতা আবৃত্তি কৰিবলৈ ভাল হয় । তলত দিয়া শব্দ সমূহ পদ্যটোৰ হয় যি তোমালোকৰ শিক্ষকে পঢ়ি দিব তোমালোকে শুনি যাবা । তাৰ পাছত শিক্ষকৰ লগে লগে তোমালোকেও কৈ যাবা আৰু শব্দবোৰৰ উচ্চাৰণ সমূহ প্ৰয়াস কৰিবা এইটো পদ্ধতিয়ে তোমালোকক পদ্যটো আবৃত্তি কৰাত সহায় কৰিব ?

a) Wandered ৱানদাৰ্ড - Wondered ৱানদাৰ্ড 
                 ( ফুৰা )       -               ( আশ্চৰ্য্য )

b) Breeze - বৃজ - Bridge বৃদজ ।
   ( মৃদু বতাহ )    -      ( দলং )

   
c) Shine চাইন - Sign চাইন
      ( জিলিকা )  -      ( সংকেত )

d) Stretched  ষ্ট্ৰেতচ্ন - Stressed ষ্ট্ৰেচদ 
             ( বঢ়োৱা )        -         ( জোৰ দিয়া )

e) They দে - Day দে
      ( সিহঁত )      ( দিন )

f) Show শ্ব' - sow চ'
     ( প্ৰদৰ্শন ) - ( ৰোৱা )

g) flash ফ্লেশ্ব - flesh ফেশ্ব
      ( পলক ) -      ( মাংস )


h) Heart হাৰ্ত - Hurt হাৰ্ত 
      ( অন্তৰ ) -    ( আঘাত )

6. Let us go back to the poem once more and note the following .

আহা আমি পুনৰ পদ্যটোৰ ফালে যাওঁ আৰু তলত দিয়া খিনি মনত ৰাখা ঃ

a) The first line ( 11 ) of the poem ends with cloud  .

 প্ৰথম শাৰী ( 11 ) পদ্যটোৰ সমাপ্ত হৈছে cloud ( ডাঁৱৰ ) শব্দটোৰে ।

b) L2 ends with hills. 12 সমাপ্ত হৈছে - hills ( পাহাৰ ) শব্দটোৰে ।

c) L3 ends with crowd. 13 সমাপ্ত হৈছে - crowd ( জীৰ ) শব্দটোৰে ।

d) L4 ends with daffodils. l4 সমাপ্ত হৈছে - Daffodils ( দেফ'দিল ) শব্দটোৰে ।

Note that cloud and crowd are a pair of rhyming words .

মনত ৰাখা যে Cloud ( ক্লাউদ ) আৰু crowd ( ক্ৰাউদ ) হৈছে এক ৰাইমিং ( একে একে উচ্চাৰণ হোৱা ) শব্দৰ জোৰা ।

Also , Note that hills and daffodils are pair of rhyming words. এইটো 3 মনত ৰাখা যে hills ( হীলচ্ ) আৰু ( দেফ'দিলচ্ ) হৈছে এই ৰায়মিং শব্দ ।

    Now , make a list of the other rhyming words in the poem . 

এতিয়া পদ্যত থকা অন্য ৰাইমিং শব্দবোৰৰ তালিকা বনোৱা ঃ

Ans- Lists of rhyming words ৰাইমিং শব্দৰ তালিকা ।

     1) Trees ( গছ - গছনি )   -  Breeze ( মৃদু বতাহ )
     
      2) Shine ( জিলিকা )  -  Line ( শাৰী )

      3) Way ( মাৰ্গ )      - Bay ( উপসাগৰ )
                                                
      4) Glance - ( পলক )   - Dance ( নাচা )

      5) They ( সিহঁত )      - Gay ( পদ্যটোত ফুৰ্তি )

      6) Thought ( ভবা )   - Brought ( অনা )
 
      7) Lie - ( মিচা )     - Eye ( চকু )

Chose from the box the word rhyming with the underlined word complete the sentence

 - বাকচত দি থোৱা শব্দ বোৰৰ পৰা ৰাইমিং উলিওৱা ৰেখা টানি থোৱা শব্দ কেইটাৰ লগত আৰু বাক্য কেইটা সম্পূৰ্ণ কৰা ঃ

I) The sun is Shining and the girl is Dancing .

 সূৰ্যটো জিলিকি আছে আৰু ছোৱালীজনীয়ে নাচি আছে ।

ii) The forest is full of green trees and the flowers are dancing in the cool breeze

হাবিখন সেউজীয়া গছ - গছনীৰে ভৰি আছে আৰু ফুলবোৰে ঠাণ্ডা বতাহত নাচি আছে ।

iii) On the top of the bare hill I stand mute and still

খালী পাহাৰৰ ওপৰত সেই মৌন আৰু একেথৰে ৰ'লো ।

iv) Don't spoil my mood by being so rude

মোৰ মুদ বেয়া নকৰিবা অশিষ্ট হৈ ।

7. a) Rewrite the following poetic lines in every . Day English . 

দৈনিক ইংৰাজী লিখাৰ দৰে তলত দিয়া বাক্য কেইটা পুনৰ লিখা ।

i) Ten thousand saw t at a glance . 

দহ হাজাৰ দেখিলো মই এপলকত । 

= I saw ten thousand at a glance .

 মই এপলকত দহ হাজাৰ দেখিলো ।

ii) For oft when on my couch T lie in vacant or in pensive mood . 

প্ৰায় যেতিয়া ওপৰত মোৰ মই কাওতচ্ ত মই পৰো উদং নাইবা চিন্তাগ্ৰষ্ট মেজাজত ।

= For often when I lie on my couch in vacant or pensive mood . 

প্ৰায়ে যেতিয়া মই উদং নাইবা চিন্তাগ্ৰস্ত মেজাজত মোৰ কাওতচত শুই পৰো ।

iii) Then my heart with pleasure fills . 

      তাৰপাছত মোৰ অন্তৰ লগত আনন্দ কৰে ।

= Then my heart with pleasure fills .

 তাৰপাছত মোৰ অন্তৰ আনন্দৰে ভৰি পৰে ।

b) Find two words in the poem that are poetic in from and are not used in prose . Write a sentence illustrating the use of each of the two words .

এনেকুৱা দুটা শব্দ পদ্য টোৰ পৰা  বাচি উলিওৱা যি একমাত্ৰ কবিতাপূৰ্ণ আৰু পদ্যত ব্যৱহাৰ নহয় । দুয়োটা শব্দৰ উদাহৰণ দি স্পষ্ট কৰি বাক্য সাজা ঃ

= Jocund ( = He is enjoying in such a jocund company .

  সি এনেকুৱা এটা প্ৰফুল্লিত সংগত আনন্দ লৈ আছে ।

= Sprightly - She is sprightly for her age .

                     তাই নিজৰ বয়সতকৈ বেছি প্ৰাণবন্ত ।

c) Illustrate the differences in meaning between gaze and stare by writing a sentence using each . 

Gaze আৰু Stare দুয়োটা শব্দৰ অৰ্থ লিখি তাৰ পাৰ্থক্যটো বুজাই দুটাকৈ বাক্য লিখা প্ৰতিটোৰে ঃ

Gaze ( স্থিৰ - দৃষ্টি ) = Means looking steadily in admiration or surprise

 মানে একেৰাহে চাই থকা প্ৰশংশনীয় বা আচৰিতভাৱে ।

Stare ( নিষ্প লকভাৱে ) = Means looking fixedly with eyes wide open

মানে একে ঠাইলৈকে চকু ডাঙৰ কৰি চাই থকা ।

                    He continued to stare at her .
             
                    সি তাইক থৰ লাগি চাইয়েই থাকিলে । 
He shifted his gaze   from the child to her . 

সি তাৰ দৃষ্টিটো বাচ্চাটোৰ পৰা তাইৰ ফালে লৈ গ'ল ।

8. Note that one word in each of the following lines is wrong . Rewrite with extract below by replacing the wrong word with the correct word of the poem . 

মন কৰিব যে নিম্নলিখিত প্ৰতিটো শাৰীত এটা শব্দ ভুল। কবিতাটোৰ সঠিক শব্দৰ সৈতে ভুল শব্দটো সলনি কৰি তলৰ নিষ্কাশনৰ সৈতে পুনৰ লিখক। 

 The trees  beside them danced , but they out - did the twinkling   waves in glee ; A cloud - could not but be gay .

কাষৰ গছবোৰে নাচিছিল , কিন্তু সিহঁতে আনন্দত টিপটিপিয়া ঢৌবোৰ বাহিৰলৈ উলিয়াইছিল ; এটা ডাৱৰ - সমকামী নহ’ব নোৱাৰিলে ৷

In such a joyous company .

এনে এক আনন্দময় সংগীত ৷

 I gazed - and - gazed but also thought what wealth the sight to me had brought .

মই চাই থাকিলোঁ - আৰু - চালোঁ কিন্তু এইটোও ভাবিলোঁ যে সেই দৃশ্যটোৱে মোৰ বাবে কি ধন-সম্পত্তি কঢ়িয়াই আনিলে ৷

Ans- The waves beside them danced , but they out - did the sparkling waves in glee ; 
A poet could not but be gay 
In such a jocund company !
I gazed - and - gazed - but little thought 
what wealth the show to me had brought .

উত্তৰ- সিহঁতৰ কাষৰ ঢৌবোৰে নাচিলে, কিন্তু সিহঁতে আউট কৰিলে - আনন্দত জিলিকি থকা ঢৌবোৰ ;
এজন কবিয়ে সমকামী নহৈ নোৱাৰিলে
এনে এটা জকান্ত কোম্পানীত !
মই চাই থাকিলোঁ - আৰু - চাই থাকিলোঁ - কিন্তু অলপ চিন্তা কৰিলোঁ
শ্ব'টোৱে মোৰ বাবে কি ধন-সম্পত্তি কঢ়িয়াই আনিছিল ৷

10. Let ' s learn some grammar . আহাঁ অলপ  গ্ৰামাৰ পঢ়ো ঃ

Here are some lines that tell us what the poet  said he was doing in the poem . Working with your partner . Fill in the blank spaces with the correct from of the word .

ইয়াত দিয়া বাক্য কেইটাই কবিয়ে পদ্যটোত কি কৰি আছিল তাকে কৈছে । নিজৰ বন্ধুৰ লগত আলোচনা কৰি শব্দ কেইটা সম্পূৰ্ণ কৰি খালী ঠাই পূৰণ কৰা ঃ

One day the poet William words worth was wondering alone a lake . 

এদিন কবি উইলিয়াম ৱৰ্দচ ৱৰ্থে অকলশৰে বিল এখনৰ পাৰে পাৰে ঘূৰি ফুৰিছিল ।
All at once , he saw a host of golden daffodils .

তৎক্ষণাত , তেওঁ এখন গল্ডেন দেফ'দিলৰ বাগিছা দেখা পালে । The daffodils were dancing in the breeze . দেফ'দিল বোৰে মৃদু বতাহত নাচি আছিল ।

The poet compared the daffodils to the stars on the milky way . 

কবিয়ে আকাশীগংগাত থকা তৰাবোৰৰ লগত দেফ'দিল খিনিক তুলনা কৰিলে ।
They stretched in a never - ending line alone the side the lake . সেইবোৰ বিলখনৰ পাৰে পাৰে কেতিয়াও শেষ নোহোৱা এডাল ৰেখাৰ দৰে বিয়পি আছিল He noticed that the waves of the lake were also dancing joyfully . তেওঁ মন কৰিলে যে বিলখনৰ ঢৌবোৰেও লগতে আনন্দৰে নাচি আছিল He enjoyed the scene very much . তেওঁ এই দৃশ্য টোৰ পৰমানন্দ ল'লে । Later , in his sad moments , when the poet after recalled the scene . His heart filled with joy and began to dance with the daffodils . পাছত , তেওঁৰ দুখৰ সময়বোৰত , যেতিয়া কবি জনে সেই দৃশ্যটো পুনৰাহবান কৰে, তেওঁৰ অন্তৰ খন আনন্দৰে ভৰি পৰে আৰু দেফ'দিলবোৰৰ লগত নাচিবলৈ আৰম্ভ কৰে ।

11. Read the poem carefully . Pick out the words from each stanza that indicate or refer to some kind or action of work . In your exercise book , make  list of all the action words that you have picked out . Use the dictionary to find out the meaning of the unfamiliar action words .

পদ্যটো ভালদৰে পঢ়া । প্ৰতিটো চৰণৰ পৰা এনেকুৱা শব্দ কিছুমান বিচাৰি উলিওৱা যিয়ে ক্ৰিয়া কৰা বুজাই । তোমালোকৰ বহীত, বাচি উলিওৱা ক্ৰিয়া শব্দ কেইটাৰ এখন তালিকা বনোৱা । বুজি নোপোৱা ক্ৰিয়া শব্দবোৰৰ বাবে Dictionary ৰ পৰা অৰ্থ চাই লিখা ঃ

1) Wonder ( যাযাবৰ ) - Walking aimlessly . ( লক্ষহীনভাৱে ঘূৰি ফুৰা ) 

2) Float ( ওপঙা ) - Moving slowly on the surface water . ( প্ৰাণীৰ ওপৰেদি লাহে লাহে যোৱা )

3) Flutter ( ধপধপাই থকা ) - Fly unsteadily (ধপধপাই ফুৰা)

4) Twinkle - জেউতি / জ্যোতি।

5) Stretch - থৰ লাগি ছওৱা।

6) Toss - লাহেকৈ কিবা এটা বস্তুত লগাই দিয়া।

12. a) The action words that you have listed refer to some kind of actions or work done by the poet . Such words are called verbs . Write down some action words in column B that match with the nouns in column A . 

তোমালোকে যি খন ক্ৰিয়া শব্দৰ তালিকা বনালা নাইবা কবিয়ে কৰা কামবোৰৰ তালিকা বনালা । সেই শব্দ সমূহৰ ভাৰ্ব বোলে। Column B ত কিছুমান ক্ৰিয়া শব্দ লিখা যিয়ে Column A ৰ নাওনবোৰৰ লগত সন্মিলন হয়। 

Sri Mayurika Saikia.

Spelling Check By - Rajashri Bora 

-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
-------------------------------


Post Id: DABP000949