Lesson 7 

A Child's Beauty (ল'ৰা-ছোৱালীৰ সৌন্দৰ্য)

Emperor Akbar was very happy as his son Salim had a son. The king was very fond of his grandson. He spent hours playing with the child and had started neglecting the affairs of the state. Whenever he came to the court; he would discuss only his grandson. He used to say, “There is no child more beautiful than my grandson ." Everyone agreed with Akbar, except Birbal as they were scared of the king. Birbal remarked, " Huzur, the young prince is very beautiful, but all parents find their children beautiful."

চক্ৰর্ৱতী ৰজা আকবৰ বহুত সুখী হৈছিল কাৰণ তাৰ পুত্র চালিমৰ পুত্র সন্তান হৈছিল। ৰজা জন তেওঁৰ নাতিৰ প্রতি আসক্ত আছিল। তেওঁ নাতিৰ লগতে সময় পাৰ কৰে আৰু ৰাজ্যৰ ৰাজহুৱা বিষয় অৱহেলা কৰিব আৰম্ভ কৰিলে। যেতিয়া তেওঁ আদালতত আহে; তেওঁ অকল নাতিৰ কথা পাতে। তেওঁ কয়,” ইয়াত কোনো শিশু নাই মোৰ নাতিত কৈ ধুনীয়া”। সকলোৱে আকবৰ কথাত গৃহীত হয়, অকল বিৰবলৰ বাহিৰে কাৰণ  তেওঁলোক ৰজালৈ ভয় কৰে। বিৰবলে ক’লে,” সৰু ৰাজকুমাৰ বহুত ধুনীয়া কিন্তু সকলো পিতৃ মাতৃয়ে নিজৰ শিশুটিক ধুনীয়াই দেখে”।

Akbar became angry when he heard this. "How dare you say this, Birbal? No child is more beautiful than my grandson!" One minister then said, "Tomorrow, let us all bring a child who we think is beautiful. Then we can judge for ourselves."

আকবৰ খং উঠিল এই কথা শুনি।“ তোমাক কোনে দুঃসাহস দিলে এই কথা ক’বলৈ? কোনো শিশু নাই মোৰ নাতিতকৈ ধুনীয়া!” এজন মন্ত্রীয়ে ক’লে,” কালি সকলোৱে এটাকৈ শিশু লৈ আহিবা যোনে ভাৱে সেই শিশুটো ধুনীয়া। তাৰ পিছত আমি নিজে বিচাৰ কৰিম”।

The next day, everybody brought a child to the court except Birbal. Akbar asked him, "Why have you not brought a child? Where is the child that is more beautiful than my grandson?”

পিছৰ দিনাই, আদালতত সকলোৱে একোটা শিশুক লৈ আহিল বিৰবলৰ বাহিৰে। আকবৰে সুধিলে,” তুমি কিয় শিশুক নানিলা? সেই শিশুটো ক’ত যোনটো মোৰ নাতিতকৈ ধুনীয়া?”

"I have found a child who is the most beautiful child in the entire country. The mother is refusing to let me bring the child to the court. She does not want strangers to cast an evil eye on her child," replied Birbal.

“মই ৰাষ্ট্রৰ আটাইতকৈ ধুনীয়া শিশুটোক বিচাৰি পালো। মাকে সেই শিশুটোক আদালতত অনিবলৈ অমান্তিত হৈছে। তেওঁ বিচৰা নাই  কোনো অচিনাকি লোকে তেওঁৰ শিশুটোৰ ওপৰত বেয়া চকু দিয়াটো, “বিৰবলে উত্তৰ দিলে।

To this, Akbar said, "If this is so, we can go and see the child in disguise ." So Akbar, Birbal and a few other ministers disguised themselves and went to, see the chi ld. Birbal led them to a small dirty hut where they saw a child playing on a heap of sand. All of them were shocked, as they had never seen an uglier child.

তেতিয়া আকবৰে ক’লে, “এটো যদি হয় তেনেহ'লে আমি নিজে যায় সেই শিশুটোক ছদ্মবেশেৰে চাব পাৰিম। সেইবাবে আকবৰ, বিৰবল আৰু কিছুমান মন্ত্রীসকলে নিজে ছদ্মবেশত হয় আৰু শিশুটি চাবলৈ গুচি যায়। বিৰবলে তেওঁলোকক এটা  সৰু লেতেৰা জুপুৰি ফালে নিয়ে য’ত সিহঁতে দেখে যে এটা শিশু বালিৰ স্তূপত খেলি আছে। সকলোবোৰ আশ্চর্য্য হৈ পৰিল, কাৰণ তেওঁলোকে ইয়াৰ আগত এনেকোৱা কুৎসিত শিশু দেখা নাছিল।

The child had a running nose. He had chicken pox marks all over his body. One of his eyes was half shut and was full of dirt. 

শিশুটি চর্দি হৈ আছিল। তাৰ গোটেই শৰীৰৰ ওপৰত জল বসন্ত  চিহ্ন আছিল। তাৰ এটা চকু আধা বন্ধহৈ আছিল আৰু গোটেই লেতেৰা হৈ আছিল।

Akbar was irritated and said, "Birbal you call this child the most beautiful! I hope God will forgive me, but I have never seen an uglier child in my life!"

আকবৰৰ খং উঠে আৰু কয়, “বিৰবল তুমি এই শিশুটোক আটাইতকৈ বেছি ধুনীয়া বুলি কৈছা! মই আশা কৰিছো ভগৱানে মোক ক্ষমা কৰিব কিন্তু মই মোৰ জীৱনত ইয়াত কুৎসিত শিশু দেখা নাছিলো।“:

The child 's mother overheard Akbar. She was very angry.

শিশুটোৰ মাকে আকবৰৰ কথা শুনি তাইৰ বহুত খং উঠিল।

She picked up the child and screamed at Akbar, "How dare you call my child ugly! He is the most beautiful child God could have given me. Get out of here! I don’t want strangers to cast their evil eye on my child!"

She wiped her child’s face and kissed him. Taking the child inside, she closes d the door. Akbar finally agreed with Birbal. He said, "You are right, Birbal.

All children seem beautiful to their parents."

তাই শিশুটো তুলি লয় আৰু আকবৰৰ চিঞৰ মাৰি কয়, “তোমাক কোনে দঃসাহস দিলে মোৰ শিশুটোক কুৎসিত ক'বলৈ! সি ভগৱানে মোক দিয়া আটাইতকৈ বেছি ধুনীয়া শিশু। ইয়াৰ পৰা উলায় যোৱা! মই নিবিচাৰো কোনোবা অচিনাকি লোকে মোৰ শিশুটোৰ ওপৰত বেয়া চকু দিয়াটো!”

তাই শিশুটো মুখন মচে আৰু তাক চুমা খায়। শিশুটো ভিতৰলৈ নিয়ে, আৰু দুৱাৰখন বন্ধ কৰি দিয়ে। আকবৰে অৱশেষত গৃহীত হয় বিৰবলৰ কথাত। তেওঁ কয়, “তুমি ঠিক কৈছা বিৰবল।


ACTIVITES

ক্রিয়াকলাপ

1. Match the following facts about the story you just read.

(a) Akbar আকবৰ was Salim's son. চালিমৰ পুত্র

(b) Salim চালিম was a minister in the court of Akbar. অকবৰৰ আদালৰ মন্ত্রী আছিল

(c) Birbal বিৰবল was the Emperor. এজন চক্ৰর্ৱতী আছিল

( d) The young prince সৰু ৰাজকুমাৰ was Akbar's son. অকবৰৰ পুত্র আছিল।

Ans:

a) Akbar - was the Emperor. 

আকবৰ এজন চক্ৰর্ৱতী আছিল।

b)Salim - was Akbar’s son

চালিম অকবৰৰ পুত্র আছিল।

c) Birbal - was a minister in the court of Akbar.

বিৰবলকবৰৰ আদালৰ মন্ত্রী আছিল।

d) The young prince - was Salim’s son.

সৰু ৰাজকুমাৰ চালিমৰ পুত্র আছিল।

2. Do you remember the story? Rearrange the sentences as they happened in the story to see how well you remember what happened.

কাহিনীটো মনত আছেনে? কাহিনীত ঘটা নিচিনা বাক্যবোৰ পুনর্বিন্যস্ত কৰা আৰু চোৱা কিমানখিনি মনত আছে।

(a) Each minister brought a child to judge who was the most beautiful child.

এজন মন্ত্রীয়ে এটাকৈ শিশু লৈ আহিবা যোনটো শিশু আটাইতকৈ ধুনীয়া হয়।

(b) Birbal said that all parents found their children very beautiful.

বিৰবলে কৈছে সকলোবোৰ পিতৃ-মাতৃ বাবে নিজৰ শিশুটো আটাইতকৈ ধুনীয়া হয়।

( c) Akbar said that no child was more beautiful than his grandson.

আকবৰে কৈছে কোনো শিশু তাৰ নিজৰ নাতিতকৈ ধুনীয়া হ'ব নোৱাৰে।

( d) The mother did not let Birbal bring the child to the court.

মাকে বিৰবলক শিশুটিক আদালতত নিবলৈ অনুমতি দিয়া নাছিল।

( e) Akbar with his minister went in disguise to see the child.

আকবৰ আৰু কিছুমান মন্ত্রীসকলে ছদ্মবেশত হয় শিশুটোক চাবলৈ গুচি যায়।

(f) The mother got angry when she heard Akbar's words.

আকবৰৰ কথা শুনি মাকৰ খং উঠিছিল।

(g) They found a child playing on a heap of sand.

তেওঁলোকে এটা শিশু বালিৰ স্তূপত খেলি থকা দেখিছিল।

(h) Akbar said he had never seen a child uglier than this.

আকবৰে কৈছিল যে তেওঁ কেতিয়াও ইমান কুৎসিত শিশু দেখা নাছিল।

(i) Akbar agreed with Birbal that all parents find their own children beautiful.

আকবৰে বিৰবলৰ কথা গৃহীত হয় যে সকলোবোৰ পিতৃ-মাতৃৰ বাবে নিজৰ শিশু আটাইতকৈ ধুনীয়া।

j) The mother took the baby inside and shut the door.

মাকে শিশুটিক ভিতৰলে লৈ যায় আৰু দুৱাৰখন বন্ধ কৰি দিয়ে।

Ans: Akbar said that no child was more beautiful than his grandson.

আকবৰে কৈছে কোনো শিশুটি তাৰ নিজৰ নাতিতকৈ ধুনীয়া হ'ব নোৱাৰে।

 Birbal said that all parents found their children very beautiful.

বিৰবলে কৈছে সকলোবোৰ পিতৃ-মাতৃ বাবে নিজৰ শিশুটি আটাইতকৈ ধুনীয়া হয়।

Each minister brought a child to judge who was the most beautiful child.

এজন মন্ত্রীয়ে এটাকৈ শিশুক লৈ আহিবা যোনটো শিশু আটাইতকৈ ধুনীয়া হয়।

The mother did not let Birbal bring the child to the court.

মাকে বিৰবলক শিশুটোক আদালতত নিবলৈ অনুমতি দিয়া নাছিল।

Akbar with his minister went in disguise to see the child.

আকবৰ আৰু কিছুমান মন্ত্রীসকলে ছদ্মবেশত হয় শিশুটিক চাবলৈ গুচি যায়।

They found a child playing on a heap of sand.

তেওঁলোকে এটা শিশু বালিৰ স্তূপত খেলি থকা দেখিছিল।

Akbar said he had never seen a child uglier than this.

আকবৰে কৈছিল যে তেওঁ কেতিয়াও ইমান কুৎসিত শিশু দেখা নাছিল।

The mother got angry when she heard Akbar's words.

আকবৰৰ কথা শুনি মাকৰ খং উঠিছিল।

The mother took the baby inside and shut the door.

মাকে শিশুটিক ভিতৰলে লৈ যায় আৰু দুৱাৰখন বন্ধ কৰি দিয়ে।

Akbar agreed with Birbal that all parents find their own children beautiful.

আকবৰে বিৰবলৰ কথা গৃহীত হয় যে সকলোবোৰ পিতৃ-মাতৃৰ বাবে নিজৰ শিশু আটাইতকৈ ধুনীয়া।


3. Read the lesson once again and find answers to the following questions. Work with a partner. Discuss the answers with your partner and share them with the class.

পাঠটি আকৌ এবাৰ পঢ়া আৰু প্রশ্নবোৰৰ উত্তৰ বিচৰা। যোৰা হৈ কার্য্যটি সম্পূর্ণ কৰা। উত্তৰসমূহ আলোচনা কৰা লগৰৰ লগত আৰু শ্রেণীত ভগাই দিয়া।

(a) Why was Akbar happy?

প্রশ্ন: আকবৰ কিয় আনন্দিত হৈছিল?

Ans: Akbar was very happy as his son Salim had a son.

উত্তৰ: আকবৰ বহুত আনন্দিত হৈছিল কাৰণ তাৰ পুত্র চালিমৰ পুত্র সন্তান হৈছিল।

(b) Who used to say, "There is no child more beautiful than my grandson."?

প্রশ্ন: কোনে কৈছিল, “ইয়াত কোনো শিশু নাই মোৰ নাতিত কৈ ধুনীয়া।“?

Ans: Akbar used to say, “There is no child more beautiful than my grandson.”

উত্তৰ: আকবৰে কৈছিল, ““ইয়াত কোনো শিশুটিক নাই মোৰ নাতিত কৈ ধুনীয়া।“

(c) Why did each minister bring a child to the court?

প্রশ্ন: কিয় এজন মন্ত্রীয়ে এটা শিশু লৈ আদালতত আহিছিল?

Ans: Each minister brings a child to the court so that they can judge the most beautiful child in the entire country.

উত্তৰ: এজন মন্ত্রীয়ে এটা শিশু লৈ আদালতত আহিছিল কাৰণ সিহঁতে নিজৰ ভিতৰতে বিচাৰ কৰিব কোনটো শিশু দেশৰ আটাইতকৈ ধুনীয়া হ'ব পাৰে।

(d) Why didn't Birbal bring any child?

প্রশ্ন: বিৰবলে কিয় কোনো শিশুটিক আনা নাছিল?

Ans: Birbal didn’t bring any child because the mother of the child refused him to bring her child to the court as she didn’t want strangers to cast an evil eye on her child.

উত্তৰ: বিৰবলে কোনো শিশুটিক আনা নাছিল কাৰণ শিশুটিৰ মাকে অনুমতি দিয়া নাছিল শিশুটিক আদালতলৈ আনিব লৈ কাৰণ কোনোবা তাইৰ শিশুটিক বেয়া নজৰ দি চোৱাটো তাই বিচৰা নাছিল।

e) Why did Akbar and the ministers go in disguise to see the child that Birbal could not bring to court?

প্রশ্ন: কিয় আকবৰ আৰু মন্ত্রীয়ে বিৰবলে আদালতত আনিব নোৱাৰা শিশুটিক ছদ্মবেশ হৈ চাবলৈ যায়?

Ans: Akbar and the ministers go in disguise to see the child that Birbal could not bring to court because child’s mother refused to bring the child to the court.

উত্তৰ: আকবৰ আৰু মন্ত্রীয়ে বিৰবলে আদালতত আনিব নোৱাৰা শিশুটিক ছদ্মবেশ হৈ চাবলৈ যায় কাৰণ শিশুটিৰ মাকে শিশুটিক আদালত আনিব অনুমতি দিয়া নাছিল।

(f) Why did the mother of the child scream at Akbar?

প্রশ্ন: কিয় শিশুটিৰ মাকে আকবৰৰ ওপৰত চিঞৰ মাৰিছিল?

Ans: The mother of the child screamed at Akbar because Akbar said he had never seen a child uglier than this child.

উত্তৰ: শিশুটিৰ মাকে আকবৰৰ ওপৰত চিঞৰ মাৰিছিল কাৰণ আকবৰে কৈছিল যে ইমান কুৎসিত শিশু কেতিয়াও দেখা নাছিল।

(g) What did Akbar realize?

প্রশ্ন: আকবৰে কি অনুভৱ কৰিছিল?

Ans: Akbar realized that all parents find their own children beautiful.

উত্তৰ: আকবৰে অনুভৱ কৰিছিল যে সকলোবোৰ পিতৃ-মাতৃৰ বাবে নিজৰ শিশুটি আটাইতকৈ ধুনীয়া হয়।

4. Find out from the lesson who said the following sentences. Write the name of the person next to each sentence.

পাঠটিৰ পৰা বিচাৰ কৰা কোনে কথাষাৰ কৈছিল। ব্যক্তিজনৰ নাম লিখি দিবা বাক্যটিৰ কাষত।

(a) "I have found a child who is the most beautiful child in the entire country." Birbal

“মই ৰাষ্ট্রৰ আটাইতকৈ ধুনীয়া শিশুটিক বিচাৰি পালো। বিৰবল

(b) " If this is so, we can go and see the child in disguise." Akbar

“এটো যদি হয় তেনেহ'লে আমি নিজে যায় সেই শিশুটিক ছদ্মবেশেৰে চাব পাৰিম।“আকবৰ

(c) "He is the most beautiful child God could have given me.” Akbar

“সি ভগৱানে মোক দিয়া আটাইতকৈ ধুনীয়া শিশু হয়।“ আকবৰ

( d ) "Then we can judge for ourselves." One minister

“তাৰ পাছত আমি বিচাৰ কৰিব পাৰিম।“ এজন মন্ত্রীয়ে

6. Let's practice using adjectives of degree and see how much you remember.

Fill the columns below with the correct forms of the adjectives:

বিশেষণ ব্যৱহাৰ কৰা ৰীতি জানি লওঁ আৰু চাওঁ কিমানখিনি মনত আছে। তলত দিয়া স্তম্ভ সম্পূর্ণ কৰা শুদ্ধ বিশেষণ ব্যৱহাৰ কৰি।


Positive নিশ্চিত

Comparative আপেক্ষিক

Superlative সর্বোৎকৃষ্ট

Ugly অগ্লী

Uglier অগ্লীৰ

Ugliest অগ্লীলিষ্ট

Angry এংগগ্রী

Angrier এংগগ্রীৰ

Angriest এংগগ্রীষ্ট

Dirty ডর্টী

Dirtier ডর্টীৰ

Dirtiest ডর্টীষ্ট

Big বিগ

Bigger বিগৰ

Biggest বিগেষ্ট

Important ইম্পোর্টণ্ট

More important মৰ ইম্পোর্টণ্ট

Most important মষ্ট ইম্পোর্টণ্ট


7. Read the following sentences. Identify the subject and the finite verb in each clause in the sentences. Write 'S' under the subject and 'F' under the finite verb.

নিম্নলিখিত বাক্যবোৰ পঢ়ক। বাক্যবোৰৰ প্ৰতিটো ধাৰাত বিষয় আৰু সীমিত ক্ৰিয়া চিনাক্ত কৰক। বিষয়টোৰ অধীনত 'S' আৰু সীমিত ক্ৰিয়াৰ তলত 'F' লিখক।

(i) He plays cricket for the school team. 

সি ক্রিকেট খেলে স্কুলৰ দলৰ বাবে।

(ii) Rita will not come today because she has gone to town.

ৰীতা আজি নাহে কাৰণ তাই চহৰ লৈ গৈছে।

(iii) She took the umbrella as it was raining.

বৰষুণৰ বাবে তাই ছাটি লৈ গৈছে।

(iv) I forgot to bring my book.

মই কিতাপ খন আনিব পাহৰিলো।

(v) Ron was reading a novel when I came to his house.

ৰন নভেল পঢ়ি আছিল যেতিয়া মই তাৰ ঘৰলৈ গৈছিলো।

Ans: 

i) He plays cricket for the school team. 

সি ক্রিকেট খেলে স্কুলৰ দলৰ বাৱে।

He (সি)-

Plays (প্লেজ)- F

ii) Rita will not come today because she has gone to town.

ৰীতা আজি নাহে কাৰণ তাই চহৰ লৈ গৈছে।

Rita (ৰীতা)- S

Will (ৱীল)- F

iii) She took the umbrella as it was raining.

বৰষুণৰ বাবে তাই ছাটি লৈ গৈছে।

She (ছী)- S

Took (টোক)-F

iv) I forgot to bring my book.

মই কিতাপ খন আনিব পাহৰিলো।

I (আই)- S

Forgot (ফৰ্গট)- F

v) Ron was reading a novel when I came to his house.

ৰন নভেল পঢ়ি আছিল যেতিয়া মই তাৰ ঘৰলৈ গৈছিলো।

Ron (ৰন)- S

Was (ৱাজ) - F

c) Underline the clauses in the following sentences.

বাক্যবোৰৰ বাক্যাংশৰ তলত আঁচ দিয়া।

i) Whoever came to his house was chased by that dog.

হূএবৰ কেম টূ হিজ হাউস ৱাস চেস বাই ডেট ডোগ।

Ans: Whoever came to his house was chased by that dog.

হূএবৰ কেম টূ হিজ হাউস ৱাস চেস বাই ডেট ডোগ।

ii) After the man came, the boy closed the library door.

আফ্টৰ দ্য়া মেন কেম, দ্য়া বয়ে ক্লোসড দ্য়া লাইব্রেৰী ডোৰ।

Ans: After the man came, the boy closed the library door.

আফ্টৰ দ্য়া মেন কেম, দ্য়া বয়ে ক্লোসড দ্য়া লাইব্রেৰী ডোৰ।

iii) Swimming is my favourite summer time activity. 

স্ৱিমিংগ ইজ মাই ফেবৰেট সম্মৰ টাইম এক্টিবটী।

Ans: Swimming is my favourite summer time activity.

স্ৱিমিংগ ইজ মাই ফেবৰেট সম্মৰ টাইম এক্টিবটী।

iv) The bananas look ripe but they are not ready to be eaten.

দ বানাস লোক ৰাইপ বট দে আৰ নট ৰেডি টূ বী ইটেন।

Ans: The bananas look ripe but they are not ready to be eaten.

দ বানাস লোক ৰাইপ বট দে আৰ নট ৰেডি টূ বী ইটেন।

v) She ate an apple from the market.

সি এট এন আপেল ফর্ম দ্য়া মাৰকেট।

Ans: She ate an apple from the market.

সি এট এন আপেল ফর্ম দ্য়া মাৰকেট।

11. Choose the correct synonyms from the options given below:

শুদ্ধ প্রতিশব্দ নির্বাচন কৰা তলত দিয়া বাছনি পৰা:

a) beautiful (ব্যূটফল)- pretty (প্রীতি)

b) happy (হেপি)- glad (গ্লেড)

c) dirty (ডাৰ্টি)- filthy (ফিল্ঠি)

d) scared (স্কের্ড)- worried(ৱাৰিড)

e) disguise (ডিস্‌গাইজ)- to tell lies (টূ তেল লাইজ)

f) screamed (স্ক্রীমড)- shouted (শাউটেড)



-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 

-------------------------------

Spelling Check By - Rajashri Bora