Lesson 3


  Rain on the Roof


Word and Meaning 

I. 1. What do the following phrases mean to you ? Discuss in class.

( তলৰ শব্দাংশৰ পৰা তুমি কি বুজি পোৱা? শ্ৰেণীত আলোচনা কৰা।) 


 ( i ) humid shadows (সিক্ত ছাঁ)

Answer: These are the shadows of different things which become wet during the rainy season.

( বিভিন্ন বস্তুৰ ছাঁ যিবোৰ বৰষুণ দিলে সিক্ত হৈ পৰে )


 (ii) starry spheres (তৰাৰ গোলক)

Answer: The area where stars appears in a group in the sky.

( আকাশৰ যিবোৰ ঠাইত তৰাবোৰে থূপা খাই  থাকে)


 (iii) what a bliss ( কিয়ে ভাল লগা)

Answer: The poet feels happy when he listens to the rain drops.

(বৰষুণৰ শব্দ শুনি কবিয়ে ভাল পাই )


 (iv) a thousand dreamy fancies into busy being start

 (কবিয়ে নিজৰ অতীতক মনত পেলাই নিজক পাহৰি পেলাই সপোনৰ মাজত)

Answer: The poet starts recollecting the poet and finds himself last in reveries and dreams in the rainy weather.

(কবিয়ে নিজৰ অতীতক মনত পেলাই নিজক পাহৰি পেলাই সপোনৰ মাজত )


(v) a thousand recollections weave their air threads into woof 

(বতাহৰ সূতাৰে স্মূতিৰ জাল গাঁঠে) 

Answer: The poet recollects hundreds of memories in the rainy season. They weave  a weft with the help of of air threads.

( বৰষুণৰ বতৰত কবিয়ে স্মৃতিবোৰ মনত পেলাই ভাল পেলাই । স্মৃতিৰ জাল গাঠে বতাহৰ সূতাৰে বৰষুণৰ বতৰত )


 2. What does the poet like to do when it rains ?

( বৰষুণ দিনে কবিয়ে কি কৰে ? )

Answer: Poet wants to enjoy rain by lie on bed in a collage, and listen to pitter-patter sound of the rain.

( কবিয়ে বৰষুণ দিনে শুই আৰু বৰষুণৰ শব্দ শুনি ভাল পাই )


 3. What is the single major memory that comes to the poet ? Who are the " darling dreamers " he refers to ?

( কবিৰ মনলৈ একমাত্ৰ কাৰ স্মৃতি  আহে ? মৰমৰ সপোন বুলি কবিয়ে কাক বুজাইছে ? )

Answer: The memory of the poets mother is the single major memory that comes to his mind. The kids who remember their mothers like the poet are the darling dreamers. 

( মাকৰ স্মৃতিয়ে একমাত্ৰ স্মৃতি যি কবিৰ মনলৈ আহে কবিৰ মতে যিবোৰ  শিশুৱে তেওঁৰ দাৰ নিজৰ মাকক মনত পেলাই সেইবোৰে মৰমৰ সপোন । )


 4. Is the poet now a child ? Is his mother still alive ? 

( কবি শিশু হৈ আছে  নেকি ? তেখেতৰ মাক জীয়াই আছেনে ? )

Answer: No, the poet is no longer a child. No his mother is not still alive but her memory always haunt him.

( নাই কবি এতিয়া শিশু হৈ থকা নাই । তেখেতৰ মাক মৃত্যু হৈছে যদিও তেওঁৰ স্মৃতিয়ে সদায় কবিক আমনি কৰে । )


II. 1. When you were a young child , did your mother tuck you in , as the poet's did ?

( তুমি সৰু থাকোতে  কবিৰ মাকৰ দৰে তোমাক মাযেও তোমাক আঁকোৱালি লৈছিল নে ? )

Answer: Yes my mother used to luck me in my childhood whenever i was failed to do a work, she took me in her lap to get that work done. She  felt sad  and dejected if i was invalid in any mishaps.

( হয় মোৰ মায়ে লৰালি কালত মই কোনমো কাম কৰিব নোৱাৰিলে  আঁকোৱালি লৈছিল আৰু সেই কামটো কৰাত সহায় কৰি দিছিল । মই  কোনো কামত বিফল হলে তেখেতে মনত দূখ পাইছিল । )


 2. Do you like rain ? What do you do when it rains steadily or heavily as described in the poem ?

( তুমি বৰষুণ ভাল পোৱানে ? কবিতাটো দিয়া ধৰণে মূষলধাৰ বৰষুণ আহিলে তুমি কি কৰা ? ) 

Answer: I love rain, it seems like nature is taking shower direct from nature it. But when it rains heavily I stay inside and enjoy tea and snacks.

( বৰষুণ মই খুউব ভাল পাওঁ, এনে লাগে যেন প্ৰকৃতিয়ে আকাশৰ তলত গা ধুইছে । মই বৰষুণত তিতি ভাল পাওঁ । কিন্তু মূষল ধাৰ বৰষুণ দিলে মই ঘৰতে থাকি চাহ আৰু নিমখীয়া বস্তু খাই ভাল পাওঁ।)


 3. Does everybody have a cosy bed to lie in when it rains ? Look around you and describe how different kinds of people or animals spend time , seek shelter etc. during rain .

(সকলো মানুহৰে বৰষুণ দিলে শুব পৰাকৈ বিছনা আছে নে ? নিজৰ চৌ পাশে চোৱা আৰু মানুহবোৰে বা জন্তুবোৰে বৰষুণ দিলে কেনেকৈ সময় পাৰ কৰে ? ) 

Answer: Everybody is not fortunate to enjoy rain by lie one  cosy bed. There are poor people who don't have roof over head and live at the railway station, bus terminals etc.

        Also the stray dops and other animals who don' t have  shelter and tremble under the sky in the rainy season. 

(সকলো মানুহে বিছনাত শুই বৰষুণৰ আমেজ লব পৰাকৈ ভাগ্যবান নহয় । কিছুমান দূখীয়া মানুহ আছে যাৰ শুবৰ বাবে বিছনা নাই আৰু থাকিবৰ বাবে ঘৰ নাই । সেইবোৰে মানুহে ৰেলষ্টেচন বাছ আস্থান আদিত নিজৰ জীৱন অতিবাহিত কৰে।)

        ( ইয়াৰ উপৰিও ৰাস্তাৰ কুকুৰ তথা জীৱ জন্তুবোৰৰ ঘৰৰ ব্যৱস্থা নাথাকে যাৰ বাবে তেওঁলোকে বৰষুণত তিঁতি কঁপি কঁপি দিন পাৰ কৰে । )


* Summary:

    This is a lyrical poem by coats Kinney. IN this poem , the poet shows his love   for nature and praises  the beauty of nature. The poet says that when the clouds filled with rain vapors fleet in the sky  everybody feels thrilled. The sadness weeping in rainy tears. It is very enjoyable to have rest in a cosy bed. when it is ranning outside. It is very enjoyable to hear the pattering sound of   rain on the roof. This makes an echo in the poets  heart. Through  out the poem he recollects all his  memories of childhood how did he spend time with his mother, who  left him alone now.


    কোত্ৰটছ্ কিনীজ এটা কাব্যিক কবিতা । এই কবিতাটোত কবিয়ে প্ৰকৃতিৰ প্ৰতি তেওঁৰ প্ৰেম প্ৰকাশ কৰিছে আৰু প্ৰকৃতিৰ সৌন্দৰ্য্যক প্ৰশংসা কৰিছে । কবিয়ে কৈছে যেতিয়া বৰষুণেৰে মেঘবোৰ ভৰি থাকে তেতিয়া সকলোৱে ৰোমাঞ্চিত হৈ উঠে । দূখবোৰে বৰষুণৰ  বতৰত চকুপানী হৈ সৰে । বৰষুণৰ বতৰত শুই আমেজ লৈ ভাল লাগে । বৰষুণৰ শব্দবোৰ শুনি বৰ ভাল লাগে । এই কথাবোৰে  কবিৰ  মনলৈ পুৰণি কথাবোৰে উভতাই আনে । কবিতাটোৰ জৰিয়তে  তেওঁ মাকৰ সৈতে থকা নিজৰ স্মৃতিবোৰ সুঁৱৰিছে যিয়ে তেওঁক এৰি থৈ গৈছে অৰ্থাৎ  মৃত্যুবৰণ কৰিছে । 



Re-Arrange By Dipawali Bora

Author Angamita Dutta