A Truly Beautiful Mind 

Word and Meaning

1. Here are some headings for paragraphs in the text. Write the numbers of the paragraphs  each little against heading. তলৰ শিৰোনামবোৰৰ বিপৰীতে দফা নং লিখা ।  

(i) Einstein's equation      = 9 

    আইনষ্টাইনৰ সমীকৰণ = ৯

(ii) Einstein's meets his future wife  = 7 

    আইনশ্টাইনে হ'বলগীয়া পত্নীক লগ পাইছিলে = ৭

(iii) The making of a violinist = 3

       ভায়লিন বাদকৰ প্ৰস্ত্তি = ৩

(iv) Mileva and Einstein's mother = 10

       মিলেভা আৰু আইনষ্টাইনৰ মাক = ১০

(v) A letter that launched the arms race = 15

      এখন চিঠিয়ে অস্ত্ৰ-শস্ত্ৰৰ বাখ্যা দিছিল = ১৫ 

(vi) A desk drawer full of ideas = 8 

       বুদ্ধিৰে পূৰ্ণ বাকচ = ৮

(vii) Marriage and divorce = 11 

        বিবাহ আৰু বিচ্ছেদ = ১১


2. Who had these opinions about Einstein ?

    কোনে নিম্নলিখিত মতামতবোৰ আগবঢ়াইছিল ?

(I). He was boring (তেওঁ আমনিদায়ক)

His playmates ( তাৰ সমনীয়াবোৰ )

(II). He was stupid and would never succeed  in life. (সি এক মূৰ্খ আৰু জীৱনত কেতিয়াও সফল হ'ব নোৱাৰে )

 A headmaster .

   (প্ৰধান শিক্ষকে )

(III). He was a freak. (তেওঁ এজন অদ্ভুত)  

⇒ His mother ( তেওঁ মাক )


3. Explain what the reasons for the following are: 

    তলৰ বাক্যসমূহৰ কাৰণবোৰ বৰ্ণনা কৰাঃ

I) Einstein leaving the school in Munich for good

   আইনষ্টাইনে মিউনিকৰ স্কূল ভালৰ বাবে ত্যাগ কৰিছিল । 

⇒ In Munich, Einstein left the school because he did not like the discipline of the school. He hated the school's regimentation n and often had clashed with teachers.

মিউনিকত আইনষ্টাইনে স্কূল এৰি আহিছিল, কিয়নো সি স্কূলৰ নিয়মানুবৰ্তিতা অলপো ভাল পোৱা নাছিল । সি স্কূলৰ কঠোৰ শাসন বেয়া পাইছিল আৰু শিক্ষকৰ সৈতে প্ৰায়ে সংঘাত হৈছিল । 

III.  Einstein wanting to study in Switzerland rather than in Munich.

       আইনষ্টাইনে মিউনিকতকৈ ছুইজাৰলেণ্ডত পঢ়িবলৈ ইচ্ছা কৰিছিল ।

Einstein's parents Maude to Milan and left their son with relatives, After prolonged discussion, Einstein got his wish to continue his education in German - speaking  Switzerland. Actually, it was mare liberal than Munich.

আইনষ্টাইনৰ অভিভাৱক মিলানলৈ স্থানান্তৰিত হৈছিল আৰু তাক পৰিয়ালৰ মানুহৰ লগত থৈ গৈছিল । আশষ আলোচনাৰ অন্তত, আইনষ্টাইনে ছুইজাৰলেণ্ডত পঢ়াৰ সুযোগ লাভ কৰিছিল, তাত মিউনিকতকৈ অধিক স্বাধীনতা আছিল । 

III. Einstein seeing in Mileva an ally.

     আইনষ্টাইনে মিলেভাৰ তাত মিত্ৰতাৰ ভাব দেখা পাইছিল । 

Einstein saw in Mileva  Marie an ally against the ''Philistines''- those people in his family and at the university with whom he was constantly at adds. He found that she was a' clever creature'.          

আইনষ্টাইনে মিলেভা মেৰীৰ মনত ফিলিষ্টাইনৰ প্ৰতি মৰমৰ ভাব বিচাৰি পাইছিল, যিবোৰ মানুহৰ সৈতে আইনষ্টাইনৰ অলপো ভাল নাছিল । আইনষ্টাইনে মিলেভাক এগৰাকী বুদ্ধিমতী ছোৱালী বুলি বুজি পাইছিল । 


IV. What do these tell you about Einstein ?

     এই সকলোবোৰে আইনষ্টাইনৰ বিষয়ে কি বুজালে ? 

All these tell that Einstein was a genius and had the capabilities to achieve his targets. Mare aver , he had his awn view of life. He  liked freedom too mesh.

এই সকলোবোৰৰ পৰা গম পোৱা গ'ল যে আইনষ্টাইন এজন পণ্ডিত আছিল যাৰ নিজৰ লক্ষ্য পূৰ কৰিব পৰাটো সামৰ্থ আছিল । ইয়াৰোপৰি তেওঁ স্বাধীনচিতিয়া মনৰ আছিল আৰু জীৱনৰ অতি নিজা দূষ্টিভংগী আছিল ।


4. What did Einstein call his desk drawer at the patent office ? Why ?

     আইনষ্টাইনে নিজৰ টেবুলৰ বাকচটোক কি বুলি কৈছিল ?

⇒ Einstein called his desk drawer at the patent office the '' bureau of the acritical physics ''. Einstein was actually developing his awn ideas in secret and his drawer had all the evidences which could Moreover the secret.   

আইনষ্টাইনে অফিচৰ টেবুলৰ বাকচটোক পদাৰ্থ বিজ্ঞানৰ ভড়াল বুলি কৈছিল । দৰাচলতে তেওঁ গোপন ভাৱে নিজৰ তথ্য উদ্ভাৱন কৰিছিল আৰু বাকচটোৱে সকলো তথ্য উদঙাই দিব পাৰে । 

   

 5. Why did Einstein write a letter to Franklin Roosevelt ? 

     আইনষ্টাইনে ৰুজভেন্টলৈ কিয় চিঠি লিখিছিল ? 

⇒ With the emergence of Nazis in Germany Einstein emigrated to the United States. It was the fact that the Nazis had ability to develop the atomic bomb. It could destroy the whale world. So he warned he had his own view of life  in his letter. 

জামানত নাজী অভ্যুথানৰ সময়ত, আইনষ্টাইনে আমেৰিকালৈ গুচি যোৱাৰ সিদ্ধান্ত লৈছিল, কিয়নো এটম বম্ৰ পযাপ্ত সংৰক্ষণ কৰিছিল জামানীয়ে যাৰ পূথিৱী ধ্বংস কৰি দিব পৰা ক্ষমতা আছিল । সেয়ে তেওঁ ফ্ৰেংকলিন ডি. ৰুজভেল্টক চিঠি লিখি ইয়াৰ বিষয়ে অৱগত কৰিছিল ।    


6. How did Einstein react to the bombing of Hiroshima and Nagasaki ?

আইনষ্টাইনে হিাৰাছিয়া আৰু নাগাছিকিত হোৱা বিস্ফোৰণত কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ? 

The atomic bomb destroyed the Japanese cities of Hiroshima and Nagasaki.  He was deeply shaken by the extent of the destruction and wrote a public missive to  the United Nations.

পাৰমাণৱিক বোমাই জাপানৰ হিৰোছিমা আৰু নাগাছকিৰ চহৰ দুখন ধ্বংস কৰি পেলাইছিল । এই ধ্বংস যঞ্জ দেখি তেওঁ মমাইত হৈছিল আৰু যুক্তৰাষ্ট্ৰলৈ এখন চিঠি লিখিছিল ।


 7. Why does the world remember Einstein as a " world citizen " ? 

পৃথিৱীবাসীয়ে আইনষ্টাইনক কিয় 'বিশ্বৰ বাসিন্দা' বুলি মনত ৰাখিব ?

⇒ The world remembers Einstein as a 'world citizen' because he believed in universal peach. when there was the rat race for becoming atomic power he was warried about the aftermaths of the bomb. He was really a world citizen who was concerned with humanity. 

পূথিৱীবাসীয়ে আইনষ্টাইনক কিয় বাসিন্দা বুলি মনত ৰাখিছে কিয়নো তেওঁ বিশ্ব শান্তিত বিশ্বাসী আছিল । যেতিয়া সকলোৱে পাৰমাণৱিক বোমাৰ পাছত দৌৰিছিল সেই সময়ত তেওঁ ইয়াৰ ভয়াবহতাক লৈ চিন্তিত আছিল । তেওঁ সচাঁকৈয়ে বিশ্ব বাসিন্দা যিয়ে সকলোৰে বাবে চিন্তিত আছিল ।    


8. Here are some facts from Einstein's life

Arrange them in chronological order . 

আইনষ্টাইনৰ জীৱনভিত্তিক শাৰীসমূহ পযায়ক্ৰমে সজোৱা । 

⇒ 

1. Einstein is born in the German city of Ulm . 

    আইনষ্টাইনে জাৰ্মানৰ উল্ম চহৰত জন্ম লাভ কৰিছিল । 

2. Einstein attends a high school in Munich . 

    আইনষ্টাইনে মিউনিকত হাইস্কুলীয়া শিক্ষা লৈছিল ।

3. Einstein's family moves to Milan . 

   আইনষ্টাইনে পৰিয়ালৰ মিলানলৈ স্থানান্তৰিত হৈছিল ।

4.  Tired of the school's regimentation , Einstein withdraws from school . 

     স্কুলৰ কঠোৰ শাসনৰ পৰা অতিষ্ঠ হৈ আইনষ্টাইনে স্কুল ত্যাগ কৰিছিল । 

5. Einstein joins a university in Zurich , where he meets Mileva .

আইনষ্টাইনে জুৰিকৰ বিশ্ববিদ্যালয়লৈ যোৱাৰ পাছত মিলেভাক তাত লগ পাইছিল ।

6. He works in a patent office as a technical expert.

তেওঁ পেটেন্ট অফিচৰ টেকনিকেল বিশেষজ্ঞ হিচাপে কাম কৰিছিল ।

7. Einstein publishes his special theory of relativity.

 আইনষ্টাইনে সাপেক্ষিকতাবাদ সুত্ৰ আৱিষ্কাৰ কৰিছিল ।

8. He provides a new interpretation of gravitation.

তেখেতে গুৰুত্বাকৰ্ষণ সূত্ৰ নতুনকৈ আৱিষ্কাৰ কৰিছিল ?

9. He is awarded the Nobel Prize in Physics . 

   তেখতে পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা লাভ কৰিছিল ।

10. When Hitler comes to power , Einstein leaves Germany for the United States .

হিটলাৰ শাসনলৈ অহাৰ পাছত, আইনষ্টাইনে জাৰ্মান এৰি  আমেৰিকা গুচি গৈছিল । 

11.  Einstein writes a letter to U.S. President , Franklin D. Roosevelt , and warns against Germany's building of an atomic bomb .

আইনষ্টাইনে যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰ পতি ফ্ৰেংকলিন ডি. ৰুজভেল্টলৈ জাৰ্মানীৰ পাৰমাণৱিক বোমাৰ বিষয়ে অৱগত কৰাইছিল । 

12. Einstein dies .

    আইনষ্টাইনৰ মৃত্যু হ'ল । 


Angamita Dutta

( M.A English )