Lesson: 16 

 DINDAYAL UPADHYAY


Comprehension:

1. Where was Dindayal Upadhyay born? 

(দীনদয়াল উপাধ্যায়ৰ জন্ম ক’ত হৈছিল?) 

Ans: Dindayal Upadhyay was born the village Chandrabran, now called Dindayal Dham, near the Farah town in Mathura District, 26 km away from Mathura.

(দীনদয়াল উপাধ্যায়ৰ জন্ম মথুৰা নগৰৰ ওচৰৰ ফাৰাহ জিলাত, মথুৰা নগৰৰ পৰা ২৬ কি.মি. দূৰত্বত অৱস্থিত চন্দ্ৰব্ৰান গাৱঁত,যাক বৰ্তমান দীনদয়াল ধাম বুলি কোৱা হয় তাত হৈছিল)


2. What were Dindayal's parents name? 

(দীনদয়ালৰ অভিভাৱকৰ নাম কি আছিল?) 

Ans: Dindayal's father's name was Bhagwati Prasad and his mother's name was Srimati Rampyari.

(দীনদয়ালৰ পিতৃৰ নাম ভাগৱতী প্ৰসাদ আৰু মাতৃৰ নাম শ্ৰীমতী ৰামপিয়াৰী আছিল)


3. How did Upadhyay come into contact with Rashtriya Swayamsevak sangh? 

(দীনদয়াল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংস্পৰ্শলৈ আহিছিল?) 

Ans: He came into contact with the Rashtriya Swayamsevak Sangha (RSS) while he was a student at Sanatan College, Kanpur, in 1937 .He  came into account with the Rashtriya Swayamsevak Sangha (RSS) through his classmate Balaji Mahashabde.

(তেওঁ ১৯৩৭ চনত ,কানপুৰত  সনাতন কলেজৰ ছাত্ৰ হৈ থকা অৱস্থাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংস্পৰ্শলৈ আহিছিল৷ তেওঁ নিজৰ সহপাঠী বালাজী মহাশব্দেৰ জৰিয়তে ইয়াৰ সংস্পৰ্শলৈ আহিছিল)


4. Who founded the Bharatiya Jana Sangh?

(ভাৰতীয় জাতীয় স’ঘ কোনে প্ৰতিষ্ঠা কৰিছিল?)

Ans: Shyama Prasad Mukherjee founded the Bharatiya Jana Sangh.

(শ্যাম প্ৰসাদ মূখাৰ্জীয়ে ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠা কৰিছিল)


5. What did Shyama Prasad Mukhrejee say about Upadhyay? 

(শ্যাম প্ৰসাদ মূখাৰ্জীয়ে উপাধ্যায়ৰ বিষয়ে কি কৈছিল?) 

Ans: Shyama Prasad Mukhrejee said about Upadhyay that if he  had two Dindayals, he could transform the political face of India.

(শ্যাম প্ৰসাদ মূখাৰ্জীয়ে উপাধ্যায়ৰ বিষয়ে  কৈছিল যে যদিহে তেওঁ দুজন দীনদয়াল পালেহেঁতেন তেওঁ ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি কৰিব পাৰিলে হেতেঁন৷)


6. Write the name of the drama that Upadhyay had written?  

    উপাধ্যায়ে লিখা নাটকখনৰ নাম কি ? 

Ans:


7. Who was the founder of RSS?

(RSSৰ প্ৰতিষ্ঠাতা কোন?)

Ans: The founder of RSS was K.B. Hedgewar.

(RSSৰ প্ৰতিষ্ঠাতা কে. বি. হেডগেৱাৰ আছিল)


Answer the following question:

(তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া)

1. Write briefly about the education of Upadhyay. 

(উপাধ্যায়ৰ শিক্ষাৰ বিষয়ে লিখা)

Ans: Upadhyay was an excellent student. He studied under the guardianship of his maternal uncle. He went to high school in Sikar, where he matriculated. He stood first in the Board exam, obtaining a gold medal from Maharaja Kalyan Singh of Sikhar, along with a monthly scholarship of 10 rupees and an additional 250 rupees for his books. He did intermediate at the Birla college in Pilani. He did B. A at the Sanatan Dharma College, in 1939 and graduated in first division. He joined St. John's College, Agra, to pursue a Master's degree in English literature but was unable to appear for the final year examination on account of a cousin's illness. His maternal uncle persuaded him to sit for the public services exam, where he got selected but declined to join the services on account of his interest in working with the common man. He obtained a B.T degree at Prayag and entered public services.

(উপাধ্যায় এজন উত্তম ছাত্ৰ আছিল৷তেওঁ নিজৰ মোমায়েকৰ তত্ত্বাৱধানত পঢ়াশুনা কৰিছিল৷তেওঁ ছিকাৰৰ হাইস্কুলৰ পৰা মেট্ৰিকুলেচন পাছ কৰিছিল৷তেওঁ নিজৰ বৰ্ড পৰীক্ষাত প্ৰথম স্থান লাভ কৰাৰ লগতে ছিকাৰৰ মহাৰাজ কল্যাণ সিঙৰ পৰা সোণৰ পদক লাভ কৰিছিল আৰু মাহিলী ১০ টকাকৈ জলপানি আৰুকিতাপৰ খৰচৰ বাবদ ২৫০ টকা লাভ কৰিছিল৷তেওঁ মধ্য শিক্ষা পীলানিৰ বিৰলা কলেজৰ পৰি কৰিছিল৷ তেওঁ সনাতন ধৰ্ম কলেজৰ পৰা ১৯৩৯ চনত প্ৰথম বিভাগত  বি এ পাছ কৰিছিল৷তাৰ পাছত তেওঁ স্নাতকোত্তৰ শিক্ষাৰ বাবে আগ্ৰাৰ চেইন্ট জন্‌ কলেজত নামভৰ্তি কৰিছিল যদিও ভাগিনীয়েকৰ অসুস্থতাৰ বাবে ফাইনেল পৰীক্ষাত বহিব পৰা নাছিল৷তেওঁক মোমায়েকে প্ৰশাসনিক পৰীক্ষা দিবলৈ মান্তি কৰাইছিল,য’ত তেওঁ উৰ্ত্তীণ হৈছিল যদিও তেওঁৰ জনসাধাৰণৰ হকে কাম কৰাৰ আগ্ৰহৰ বাবে সেয়া প্ৰত্যাখ্যান কৰিছিল৷তেওঁ প্ৰয়াগৰ পৰা বি টি ডিগ্ৰী লাভ কৰি প্ৰশাসনিক সেৱাত অংশ লৈছিল)


2. Write about Upadhyay's view regarding western concept in Indla.

(উপাধ্যায়ৰ ভাৰতবৰ্ষত পাশ্চাত্য ধাৰণাসমূহৰ বিষয়ে লিখা)

Ans: Dindayal Upadhyay was convinced that India as an independent nation can't rely upon western concept like individualism, democracy, socialism, communism, capitalism etc. And he was of the view that the Indian polity after independence has been raised upon these supreficial western foundations and not rooted in the timeless traditions of India's ancient culture. He was of the view that the Indian intellect was getting sunflowery by western theories and ideologies and consequently there was a big roadblock on the growth and expansion of original Bharatiya thought. He said that there was an urgent public need for a fresh breeze. He welcomed modern technology, but wanted it to be adopted to suit Indian requirements. Dindayal believed in a constructive approach. He exorted his followers to co-operate with the Government when it was right and fearlessly opposed when it erred. He believed in swaraj which was advocated by Bharatiya Janata party till the end of last century. He placed nation's interest above everything else.

(দীনদয়াল উপাধ্যায়ে বুজিছিল যে ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ আৰু ই পাশ্চাত্য ধাৰণা যেনে ব্যক্তিবাদ,গণতন্ত্ৰ,সমাজবাদ,সাম্যবাদ,পুঁজিটবাদ আদিৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে৷ আৰু তেওঁ এই ধাৰণাৰ পক্ষপাতী আছিল যে স্বাধীনোত্তৰ  ভাৰতীয় ৰাজনীতি এনে কৃত্ৰিম পাশ্চাত্য ধাৰণাসমূহৰ উৰ্দ্ধত আৰু এই ধাৰণাসমূহ ভাৰতৰ ঐতিহ্যপূৰ্ণ ইতিহাসৰ ওপৰত আধাৰিত নহয়৷ তেওঁৰ মতে ভাৰতীয় বৌদ্ধিকতা পাশ্চাত্যৰ ধ্যান ধাৰণাৰ অন্ধ অনুকৰণ কৰিছে যি প্ৰকৃত ভাৰতীয় চিন্তাধাৰাৰ হেঙাৰ স্বৰূপি থিয় দিছে৷তেওঁ কৈছিল যে ইয়াত ৰাজহুৱাভাৱে এক মুক্ত বতাহৰ প্ৰয়োজন আছে৷তেওঁ আধুনিক প্ৰযুক্তিৰ সমৰ্থক আছিল যদিও সেয়া যাতে ভাৰতীয় প্ৰয়োজনীয়তাৰ সৈতে খাপ খায় সেয়া বিচাৰিছিল৷তেওঁ গঠনমূলক প্ৰচেষ্টাৰ সমৰ্থক আছিল৷তেওঁ নিজৰ সমৰ্থনকাৰীসকলক যেতিয়া চৰকাৰ শুদ্ধ আছিল তাত সহযোগিতা আগবঢ়াবলৈ কৈছিল আৰু য’ত প্ৰয়োজন আছিল তাত নিৰ্ভিকভাৱে বিৰোধিতাও কৰিছিল৷তেওঁ শেষলৈকে ভাৰতীয় জনতা পাৰ্টিৰ দ্বাৰা প্ৰচাৰিত স্বৰাজত বিশ্বাস কৰিছিল৷তেওঁ দেশক সকলোতকৈ উচ্চ আসন দিছিল)


WORKING WITH THE TEXT  

1. Complete the paragraph by filling in the missing words. Try not to lsee the lesson. 

(হেৰুৱা শব্দবোৰ বিচাৰি তলৰ পাৰাগ্ৰাফটো সম্পূৰ্ণ কৰা৷)

Ans: Dindayal Upadhyay was born in 1916 in the village Chandrabran, now called, Dindayal Dham near the farah town in Mathura District 26 km away from Mathura. His father,Bhagawati Prashad  was a well known astrologer and his mother Srimati Rampyari was a religoius minded lady. Both his parents died when he was young and he was brought up by his maternal uncle.He excelled academically under the guardianship of his maternal uncle and aunt.He went high school in Sikar, where he matriculated.

(দীনদয়াল উপাধ্যাৰ জন্ম ১৯১৬ চনত  মথুৰা নগৰৰ ওচৰৰ ফাৰাহ জিলাত, মথুৰা নগৰৰ পৰা ২৬ কি.মি. দূৰত্বত অৱস্থিত চন্দ্ৰব্ৰান গাৱঁত,যাক বৰ্তমান দীনদয়াল ধাম বুলি কোৱা হয় তাত কোৱা হৈছিলতেওঁৰ দেউতাক ভাগৱতী প্ৰসাদ এজন বিখ্যাত জ্যোতিষী আছিল আৰু মাতৃ শ্ৰীমতী ৰামপিয়াৰী এগৰাকী ধাৰ্মিক মহিলা আছিল৷তেওঁৰ মাক দেউতাক তেওঁ সৰু হৈ থকা অৱস্থাতে ঢুকাইছিল আৰু তেওঁক মোমায়েকে ডাঙৰ দীঘল কৰিছিল৷তেওঁ নিজৰ মোমায়েক-মামীয়েকৰ তত্ত্বাৱধানত পঢ়াশুনা কৰিছিল৷৷তেওঁ ছিকাৰৰ হাইস্কুলৰ পৰা মেট্ৰিকুলেচন পাছ কৰিছিল৷)


2. Given below are some phrases from the lesson. Use them in sentences of your own. 

(তলত পাঠটিৰ পৰা কিছু বাক্যাংশ দিয়া হৈছে ৷সেইসমূহ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা)

Ans: religious minded: My father was a religious minded person.

(মোৰ দেউতা এজন ধাৰ্মিক ব্যক্তি আছিল)

 on account of: We invited them  on account of the birthday celebration.

(আমি তেওঁলোকক জন্মদিনৰ উপলক্ষে নিমন্ত্ৰণ দিছিলোঁ)

fill up: You must fill up the form in order to sit in the examination

.(পৰীক্ষা বহিবলৈ তুমি ফৰ্ম ভৰ্ত্তি কৰিবলৈ লাগিব)

thought provoking: His speech in the meeting was really thought provoking.

(তেওঁ মিটিঙত দিয়া বক্তৃতাটো যথেষ্ট চিন্তা কৰিবলৈ বাধ্য কৰাইছিল)

 rely upon: We should never rely upon rumours.

(আমি কেতিয়াও উৰা বাতৰিৰ ওপৰত বিশ্বাস কৰিব নালাগে)


GRAMMAR AND USAGE

3. Fill in the blanks with suitable preposition.

(উপযুক্ত অব্যয়ৰে খালী ঠাই পূৰ কৰা) 

Ans:

a. The book was lying on the desk.

(কিতাপখন টেবুলৰ ওপৰতে আছে)

b. I am tired of walking.

(মই খোজকাঢ়ি ভাগৰি পৰিছোঁ)

c. The old man walks with a stick. 

(বুঢ়া মানুহজনে পেঙ লৈ খোজকাঢ়ে) 

d. I have not seen him since a long time. 

(মই তেওঁক বহুদিন ধৰি দেখা নাই)

 e. The cow lives on grass. 

(গৰুৱে ঘাঁহ খাই জীয়াই থাকে)

f. We suffer from cold in winter. 

(আমাৰ জাৰৰ দিনত পানী লগা জ্বৰ হয়) 

g. The sky is above our head. 

(আমাৰ মূৰৰ ওপৰত আকাশ আছে)

h. What is the time by your watch? 

(তোমাৰ ঘড়িত কেইটা বাজিছে) 

i. The Taj Mahal stands beside the Jamuna. 

(তাজ মহল যমুনা নদীৰ কাষত অৱস্থিত) 

j. She bought this book for fifty rupees.

(তাই কিতাপখন পঞ্চাশ টকাত কিনিছে)


4.Write the contracted forms of the following

(তলত দিয়াসমূহৰ সংক্ষিপ্ত ৰূপত লিখা) 

Ans:

i. She has not-she hasn't ii. I am not - I amn't 

ii. He should not- He shouldn't iv. I cannot - I can't v. They need not-They needn't vi. We do not - we didn't vii. You had not -You hadn't viii. She does not: She doesn't


5.Write the full form of these contraction: 

((তলত দিয়া সংক্ষিপ্ত ৰূপৰ দীঘল ৰূপ লিখা)

 Ans: i. He won't - He would not ii. We weren't- we were not  ii. You shan't -you shall not iv. She didn't- she did not

v. They mustn't - they must not vi. I wasn't: I was not


5. Fill in the blanks using the correct degree of camparison oI the words given in blackets 

(উল্লেখ কৰা শব্দসমূহৰ উপযুক্ত ৰুপে ব্যৱহাৰ কৰা) 

i. Rahul is the -boy in the class (good)  

Ans: Rahul is the best boy in the class.

(ৰাহুল শ্ৰেণীটোৰ শ্ৰেষ্ঠ ল’ৰা)


ii. Ashoka is -than any other emperor that has ever reigned (great) 

 Ans: Ashoka is greater than any other experor that has ever reigned.

(অশোক সৰ্বশ্ৰেষ্ঠ সম্ৰাট)


ii. The- baby won the prize. (pretty)  

Ans: The prettiest baby won the prize.

(আটাইতকৈ ধুনীয়া শিশুটোৱে পুৰষ্কাৰ পালে)


iv. Name the -river in the world. (long)  

Ans: Name the longest river in the world.

(পৃথিৱীৰ দীৰ্ঘতম নদীখনৰ নাম কোৱা)


v. Boys are - than girls in their work. (careless)  

Ans: Boys are more careless than girls in their work.


vi. The - pair of shoes was thrown out of the window. (bad)  

Ans: The worst  pair of shoes was thrown out of the window

(আটাইতকৈ বেয়া জোতাযোৰ পেলাই দিয়া হ’ল)


vii. Misery is the - mystery. (great)

Ans: Misery is the greatest mistery.

(দুখেই সকলোতকৈ ডাঙৰ ৰহস্য)


6. Given below are jumbled sentences. Working in groups, rearrange the words in each sentence to form correct sentences. 

(তলত কিছুমান বাক্য খণ্ড খেলি মেলিকৈ দিয়া হৈছে৷ খণ্ডবোৰ ভালদৰে সজাই শুদ্ধ বাক্য গঠন কৰা)

a. Oliver Twist/work house/in/was/born/  

Ans: Oliver Twist was born in work house.

(অলিভাৰ টুইস্ট ৱৰ্ক হাউছত জন্ম হৈছিল)


b. knew/father/nobody/who/his/was 

Ans: Nobody knew who his father was.

(তেওঁৰ পিতৃ কোন আছিল সেয়া কোনেও জনা নাছিল)


c. died/mother/his birth/his/soon/after  

Ans: His mother died soon after his birth.

(তেওঁৰ মাতৃৰ জন্মৰ পাছতে মৃত্যু হৈছিল)


d. brought up/Oliver/was/work house/orphanage/run by/the/an/in.

Ans: Oliver was brought up in an orphanage run by work house.

(অলিভাৰ ৱৰ্ক হাউছৰ দ্বাৰা পৰিচালিত অনাথালয়ত ডাঙৰ দীঘল হৈছিল)


7.Here are some questions in direct speech. Put them into reported speech. 

(পৰোক্ষ উক্তিলৈ সলনি কৰা)

 i. The lady said to me, "What is the shortest way back?"  

Ans: The lady asked me what the shortest way back was.

(মহিলাগৰাকীয়ে মোক চমু ৰাস্তাটো কেনি সুধিছিলে৷)


ii. He said to us, "Are you coming to the meeting today?"

Ans: He asked us whether we were coming to the meeting on that day.

(সি সুধিছিল আমি সেইদিনা মিটিঙলৈ আহিম নে)


 ii. The king said to his ministers, "What will you do if you are suddenly attacked. by a stronger enemy?"  

Ans: The king asked his minister what would they do if they were suddenly attacked by a stronger enemy.

(ৰজাই তেওঁৰ মন্ত্ৰীসকলক সুধিছিল যে যদিহে কোনো শক্তিশালী শত্ৰুৱে হঠাতে আক্ৰমণ কৰে তেতিয়া তেওঁলোকে কি কৰিব)


IV. The teacher said to the student, "When will you show your home Work? 

Ans: The teacher asked the student when would he show his home work.

(শিক্ষকজনে ছাত্ৰজনক তেওঁ হ’মৱৰ্ক কেতিয়া দেখুৱাব সুধিছিল)


v. She said to us, "Have you anything to say?

Ans: She asked us whether we had anything to say.

(তাই আমাক পিবা ক’বলগীয়া আছে নেকি সুধিছিল)


 vi. The teacher became angry with the student and said "Why are you again disturbing the class in this way?

Ans: The teacher asked the student why he was disturbing the class in that way.

(শিক্ষকে ছাত্ৰজনক সুধিলে যে তেওঁ কিয় শ্ৰেণীটোত তেনেদৰে আমনি কৰি আছে)


Himadri Bora

(M.A in English)



Post ID : DABP006180