The Lake Isle of Innisfree


Word and Meaning


Thinking about the Poem  

I. l . What kind of place ls Innisfree ? Think about: 

(ইন্নিচফ্ৰি কেনেধৰণৰ ঠাই?)


 (i) the three things the poet wants to do when he goes back there (stanza I)

(কবিয়ে উভতি যোৱাৰ পাছত কৰিব খোজা তিনিবিধ কাম উল্লেখ কৰা) 

Answer: The  three things the poet wants to do when he goes back there are to build a small cabin of clay and wattles, have nine rows of bean and make a hive for honeybee.

(কবিয়ে কৰিব খোজা তিনিবিধ কাম হ’ল মাটিৰ সৰু জুপুৰি সজা, নটা পাচলিৰ শাৰী ৰোৱা আৰু মৌ মাখীৰ বাহ পোহা৷)


(ii) what he hears and sees there and its effect on him (stanza II).

(তাত তেওঁ কি শুনে আৰু দেখে আৰু তাৰ পৰা তেওঁৰ ওপৰত কেনে প্ৰভাৱ পৰে?) 

Answer: He hears crickets singing in the morning and sees midnight gloms , noon with a purple glow and evenings full of linnet wings. These things give him peace. (তেওঁ তাত পুৱা ফৰিংৰ মাত শুনে আৰু মাজৰাতিৰ তৰাৱলী , ৰঙচুৱা আবেলি আৰু লিনেট চৰাইৰ জাক অহা সন্ধিয়া দেখে৷ এই বস্তুবোৰে তেওঁক শান্তি দিয়ে)


(iii) what he hears in his "heart's core" even when he is far away from Innisfree (stanza III)

(যদিও তেওঁ ইন্নিচফ্ৰিৰ পৰা বহু আতৰত আছিল তথাপিও তেওঁ হৃদয়ৰ মাজৰ পৰা কি শুনিছিল?

Answer: He hears the lake water lapping with low sound  in his "heart's core" even when he is far away from Innisfree.

(যদিও তেওঁ ইন্নিচফ্ৰিৰ পৰা বহু আতৰত আছিল তথাপিও তেওঁ হৃদয়ৰ মাজৰ পৰা হ্ৰদৰ পানীৰ শান্ত মাত শুনিছিল)


2. By now you may have concluded that Innisfree is a simple, natural place, full of beauty and peace. How dগes the poet contrast it with where he now stands? (Read stanza III.)

(এতিয়ালৈকে এইটো বুজা গ’ল যে ইন্নিচফ্ৰি এখন সহজ, প্ৰাকৃতিক সৌন্দৰ্যপূৰ্ণ শান্ত ঠাই৷ তাৰ সৈতে কবিয়ে তেওঁৰ বৰ্তমানৰ অৱস্থানৰ কেনেদৰে তুলনা কৰিছে?)

Answer: The poet stands on a roadway or on a pavement. Though he is standing there, he can still imagine the low sound of lake water because of his deep intimacy with the place Innisfree.

(কবি কোনো পথৰ মাজত অথবা কাষত আছিল৷ যদিও তেওঁ ইন্নিচফ্ৰিৰ পৰা বহু আতৰত আছিল তথাপিও তেওঁ ঠাইখনৰ সৈতে থকা আত্মীয়তাৰ বাবে হ্ৰদৰ পানীৰ শান্ত মাত পৰ্যন্ত শুনিছিল )


3. Do you think Innisfree is only a place, or a state of mind? Does the poet actually miss the place of his boyhood days?

(তুমি ভাবা নে ইন্নিচফ্ৰি এখন ঠাই নে মাত্ৰ মনৰ অৱস্থা? কবিয়ে সচাঁই তেওঁৰ ল’ৰালিৰ ঠাইখনলৈ মনত পেলায় নে?)

Answer:  According to me Innisfree is both a place and a state of mind. The poet actually does miss the place of his boyhood days a lot  and that feeling transformed the place to  a state of mind for him.

(মোৰ মতে ইন্নিচফ্ৰি এখন ঠাই হোৱাৰ লগতে মনৰো এক অৱস্থা৷ কবিয়ে তেওঁৰ ল’ৰালিৰ ঠাইখন মনত পেলায় আৰু তেওঁৰ এই অনুভৱে ঠাইখনৰ সৈতে থকা স্মৃতিবোৰ মনৰ এক অৱস্থালৈ পৰিৱৰ্তন কৰিছে)


II. 1. Look at the words the poet uses to describe what he sees and hears at Innisfree 

(তলত দিয়া শব্দবোৰ কবিয়ে ইন্নিচফ্ৰিত দেখা আৰু শুনাবোৰৰ সৈতে কেনেদৰে বৰ্ণনা কৰিছে?)


 (i) bee-loud glade (মৌ মাখিৰ জাক)


 (ii)evenings full of the linnet's wings

 (লিনেট চৰাইৰ জাক অহা সন্ধিয়া)


 (iii) lake water lapping with low sounds 

(হ্ৰদৰ পানীৰ শান্ত মাত)


What pictures do these words create in your mind?

(তোমাৰ মনত এইবোৰে কেনেধৰণৰ চিত্ৰ অংকন কৰিছে?)


Answer: These words creates a beautiful scenario in our mind. The place is full of natural things like humming bees. In the evening there are a flock of Linnet birds. There is also the low sounds of lake water. Everything described above makes the place peaceful and tranquil altogether.

(এই শব্দবোৰে মনত এক সুন্দৰ চিত্ৰ অংকন কৰিছে৷ ঠাইখন প্ৰাকৃতিক সৌন্দৰ্যযুক্ত বস্তু যেনে মৌ মাখি আদিৰে পূৰ্ণ৷ তাত আকৌ হ্ৰদৰ পানীৰ শান্ত শব্দও শুনিবলৈ পোৱা যায়৷ তাত বৰ্ণনা দিয়া প্ৰত্যেকটো শব্দই ঠাইখনক এক নিৰিবিলি শান্ত পৰিৱেশ প্ৰদান কৰিছে)


2. Look at these words: (তলত দিয়া শব্দবোৰ চোৱা)


... peace comes dropping slow 

Dropping from the veils of the morning to where the cricket sings 

What do these words mean to you?. What do you think "comes dropping slow … from the veils of the morning" mean? What does "to where the cricket sings" mean?


(শব্দবোৰৰ পৰা কি বুজিলা? "comes dropping slow ... from the veils of the morning" মানে কি?"to where the cricket sings এ কি বুজাইছে?)


Answer: By "comes dropping" it means peace. "To where the cricket sings" means the place Innisfree.

("comes dropping" মানে হ’ল শান্তি৷ "to where the cricket sings" বাপ্যশাৰীয়ে ইন্নিচফ্ৰি নামৰ ঠাইডোখৰৰ কথা বুজাইছে)




Re-Arrange By Dipawali Bora

Author Himadri  Borah 


(M.A in English )