f অসমীয়া শব্দ অৰ্থ, ক আখৰৰ শব্দৰ অভিধান Assamese word Meaning ক ~ Daily Assam

অসমীয়া শব্দ অৰ্থ, ক আখৰৰ শব্দৰ অভিধান Assamese word Meaning ক


১. কামনা - বাঞ্ছা ।
২. কীৰ্তি চিহ্ন - নাম উজলাই ৰখা চিহ্ন/কাম/সজকাম
৩. কুণ্ঠাবোধ - লাজকৰা ।
৪. কেঁকো-জেকোকৈ - গধূৰ বস্তুৰ ভৰত বেঁকা হৈ বা কুঁজা হৈ
৫. কোণ - চুক
৬. কোৱা - মতা কাউৰী ।
৭. কাটন- চোকা, তীক্ষ্ণ
৮. কেৰামতালি- বল বা পৰাক্ৰম দেখুৱাই কৰা অহংকাৰ, শক্তি মন্ত্ৰৰ ৯. আচৰণ বা স্বভাৱ
১০. কেও- কোনো, কোনো এটাও
১১. ককৰ্থনা     - তিৰস্কাৰ, গালি, নিন্দা ।
১২. কনিষ্ঠ        -   বয়সত সৰু ,পাছত ওপজা ।
১৩. কৰকৰা       - শুকান ।   
১৪. কমনিষ্ঠা       -   একান্তভাৱে কাম কৰাৰ ইচ্ছা ।
১৫. কমৰত        -   কাম কৰি থকা ।
১৬. কমস্পৃহা       -   কাম কৰাৰ প্ৰবল ইচ্ছা
১৭. কলৰৱ        -   কোহাল, বহুতে কৰা হাই- উৰুমি
১৮. কক্ষ         -    কোঠালি ।
১৯. কাৰিকৰী      -    শিল্প – সম্বন্ধীয়, শৈল্পিক ।(২)যান্ত্ৰিক
২০. কুন্ধি         -    নাৱৰ ভিতৰৰ খোটালি ।
২১. কৃতঘ্ন         -    অপকাৰী ।
২২. কৃতজ্ঞতা      -     আনে কৰা উপকাৰৰ শলাগ লোৱা কায
২৩. কৃতিত্ব        -     কামত পাগতালি , কাযদক্ষতা
২৪. ক্লান্তি        -      ভাগৰ, অৱসাদ 
২৫. কংকণ- অলংকাৰ-বিশেষ ।
২৬. কপাল- মূৰৰ সন্মখৰ চুলিহীন অংশ, ভাগ্য।
২৭. কপাহ- এবিধ গছ আৰু তাৰপৰা পোৱা আঁহ।প
২৮. ককাইদেউ- সৰুৱে ডাঙৰক কৰা মান্য সম্বোধন।
২৯. কঁকাল-  তপিনা আৰু পিঠিৰ মধ্যভাগ
৩০. কঁকিলা-  এবিধ মাছ।
৩১. কঙালী-  অতি দৰিদ্ৰ অৱস্থা কাতি বিহু।
৩২. কচুৰি-   আটা বা ময়দাৰ ফোঁপোলা লাৰুৰ ভিতৰত দাইল, মচলা ৩৩. আদিৰ পূৰ দি ঘিউত ভজা খাদ্য-বিশেষ।
৩৪. কচৰত- অনুশীলন ।
৩৫. কটাৰী- কোনো বস্তু কাটিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰপাতি ।
৩৬. কটাহি- কেৰাহিকৈ চোৱা কাৰ্য।
৩৭. কঁটীয়া- বয়স অনুযায়ী ঠিকমতে নবঢা।
৩৮. কটূক্তি – বেয়া মন্তব্য ।
৩৯. কঁঠাল-  এবিধ ফল ।
৪০. কতীয়া- চাপৰ - চুটি ।
৪১. কঠীয়া- সঁচ, ধানৰ পুলি, একঠা ধৰা(পাত্ৰ)।
৪২. কনক- সোণ।
৪২. কনিষ্ঠ- বয়সত আটাইকেইজনকৈ সৰু।
৪৩. কন্যা- ছোৱালী সন্তান ।
৪৪. কণ্টকাৰি- কোটাহিবেঙেনা আৰু তাৰ গছ।
৪৫. কণ্ঠ- টেটু, মানুহৰ মাত।
৪৬. কণ্ঠ্যবণ- যি ধ্বনি (বণ) কণ্ঠৰপৰা উচ্চাৰিত হয়।
৪৭. কঁতৰা- আষলশলাই ধৰি থাকিবলৈ ঢেঁকীৰ নেজৰ ফালে দুইকাষে ৪৮. পুতি দিয়া খুঁটা। 
৪৯. কতীয়ৰি- চুকিয়া-চুকিকৈ বৈ দিয়া চকোৱা।
৫০. কতৃত্ব- প্ৰভুত্ব, শাসনৰ ক্ষমতা
৫১. কদাপি- কেতিয়া্ও
৫২. কনুৱা- এজাতি মাছ থোৱা চৰাই
৫৩. কন্দলী- বিশেষ - উপাধি ।
৫৪. কঁপনি- জিকাৰ খোৱা কায্য
৫৫. কপাহী- কপাহৰ পৰা প্ৰস্ত্তত
৫৬. কপিলাৱাস্ত্ত – বুদ্ধদেৱৰ জন্মস্হান
৫৭. কৱচ- ৰনুৱাই পিন্ধা ধাতুৰ আৱৰন
৫৮. কমৰনী- কমাৰৰ পত্নী ।
৫৯. কমতি- সমিতি ।
৬০. কৰঙন- উৰু ।
৬১. কৰচলি- হেঁতা
৬২. কৰতিয়াল – কৰতেৰে কাঠ ফলা মানুহ ।
৬৩. কৰপুট- কৰযোৰ
৬৩. কৰৱী – এবিধ ফুল আৰু তাৰ গছ
৬৪. কৰায়ও- হস্তগত কৰা
৬৫. কৰ্কেথনা- বেয়া কথাৰে গৰিহণা দিয়া কাৰ্য ।
৬৬. কটু - শুনিবলৈ বেয়া ।
৬৭. কপূৰ- সুগন্ধি- বিশেষ
৬৮. কলাসুলভ –কলাৰ বৈশিষ্য ।
৬৯. কলী- কলা বৰনৰ ।
৭০. কলীয়া –কলা বৰনৰ   ।
৭১. কলৈ- কোন ঠাইলৈ
৭২. কল্যানীয়াসু -  স্নেহভাজন (স্ত্ৰী খাটে)
৭৩. কল্যানী –সৌভাগ্যৱতী
৭৪. কবৰ- সমাধি ।
৭৫. কবল- শস্তিপ্ৰভাৱ
৭৬. কহাৰ- কাঁহৰ বচন বতন গঢোতা
৭৭. কাচ- আইনা , অভিশপ্ত ।
৭৮. কাঁইটীয়া তাঁৰ – জোং থকা তাঁৰ
৭৯. কাশলা – এবিধ সৰু সাপ
৮০. কাহ- ডিঙিত সুৰসুৰনি উঠা ৰোগ- বিশেষ
৮১. কাউ- বাউ – আকুল হৈ কৰা অনুৰোধ
৮২. কাকতালীয় – পৰস্পৰ সম্পকহীন, কিন্ত সম্পক থকা যেন লগা (ঘটনা)
৮৩. কাকতি- উপাধি বিশেষ 
৮৪. কাকিনি- বয়স চৰা (কাকিনি তামোল)
৮৫. কাকূতি- অতি বিনয়েৰে কৰা প্ৰাৰ্থনা ।
৮৬. কাকৈশিৰা- গোবৰ খুচৰি ফুৰা এবিধ চৰাই ।
৮৭. কাচলি-পুৱাৰ কোমল ৰদ ৰহি ।
৮৮. কাচিয়লি-পুৱাই ওলাই অহা কোমল ৰদ
৮৯. কাচল- পিন্ধা কাপোৰৰ ওলমি থকা অংশ 
৯০. কাছাৰী- আদালত, চৰকাৰী কাৰ্যালয় 
৯১. কাঠগৰা- আদালতত জাবানবন্দী দিয়া কাঠৰ ঘেৰ
৯২. কাঠচিতীয়া- নিমৰমিয়াল,নিস্ঠুৰ প্ৰকৃতিৰ
৯৩. কাথবৰা- এটা উপাধিৰ নাম ।
৯৪. কাথবৰুৱা - এক বিশেষ উপাধি ।
৯৫. কাঠবাঁজী- সন্তান জন্মনোহোৱা মহিলা ।
৯৬. কাঠী- কাঠ, বাহৰ চেপেটা শলা, চাবি
৯৭. কাঠীচেলেকা- মিছা বদনামৰ দায়ী ।
৯৮. কানমাৰী- ভাৰ কঢিয়াবলৌ ব্যৱহত মাৰি
৯৯. কানযুৰীয়া- সমান বয়সৰ
১০০. কাণসাৰ- মনোযোগ দিয়া কায
১০১. কাণসতা- গালৰ পিছফাল আৰু কুমৰ তলৰ ঠাই
১০২. কাণ- মানুহৰ এবিধ ইন্দ্ৰিয় ।
১০৩. কানি- এবিধ ৰাগিয়াল বস্তু ।
১০৪. কানু- ঈশ্বৰ ।
১০৫. কাণিমুনি- পোহৰ হ'বলৈ বাকী থকা সময়খিনি ।
১০৬. কানীয়া- কানি খোৱাৰ অভ্যাসযুক্ত
১০৭. কান্দা- বেজাৰতে চকুৰপৰা ওলোৱা এবিধ পানী ।
১০৮. কান্ধুলী- এবিধ কাঁইটযুক্ত মাছ  ।
১০৯. কাবাদী- এবিধ মনোৰঞ্জনদায়ক খেল ।
১১০. কাবুলী- কাবুল দেশৰ মানুহ, কাবুল-সম্পকীয়
১১১. কাবেৰী- দক্ষিণ ভাৰতৰ এখন নদী
১১২. কামসূত্ৰ- এখন প্ৰাচীন কামশাস্ত্ৰ
১১৩. কামিনী- সুন্দৰী তিৰোতা, এবিধ ফুল
১১৪. কামিজ- মূৰেদি সুমুৱাই পিন্ধা হাত দীঘল চোলা
১১৫. কাৰচাজি- টেঙৰালি, কৌশলপূণ কু-বুদ্ধি
১১৬. কাৰিকৰী- কাৰু শিল্প-সম্পকীয়,যন্ত্ৰাদি-সম্পকীয়
১১৭. কাযকলাপ- বিভিন্ন কাম কাজ
১১৮. কাযাধ্যৰক্ষ- প্ৰতিষ্ঠানৰ মুখ্যদায়িত্বশীল ব্যক্তি
১১৯. কালিচৰণ- এটাপুৰুষবাচক নাম
১২০. কালিদাস- এজন প্ৰসিদ্ধ সংস্কৃত কবি
১২১. কাব্য- ভাবাপ্ৰধান আৰু ৰসযুক্ত বাক্যসমৃদ্ধ ৰচনা
১২২. কাশ্মীৰী- কাশ্মীৰ-সম্পকীয়
১২৩. কাহ- এবিধ সংকৰ ধাতু, সেই ধাতু বাদ্য
১২৪. কাহী- বাচন-বশেষ
১২৫. কাঢনী- সিজোৱা ধান কঢা হেতা
১২৬. কায়থেলী- এবিধ প্ৰাচীন অসমীয়া লিপি
১২৭. কীট- সৰু পোক, কৃমি 
১২৮. কিংকতব্যবিমূঢ- দোধোৰ- মোধোৰ অৱস্থাত পৰা
১২৯. কিংবদন্তি, কিম্বদন্তি- জমশ্ৰতি
১৩০. কিম্ভূতকিমাকাৰ কদয চেহেৰাৰ
১৩১. কিৰীটি- মূৰৰ সৌন্দৰ্য বা নানান ৰাস - ভাওঁনাত মূৰত মৰা এবিধ মুকুট ।
১৩২. কিৰীলি- আনন্দতে কৰা চিঞৰ-বাখৰ
১৩৩. কিশলয়- কুহিপাত
১৩৪. কৃতিত্ব-সকলো দিশতে পাৰ্গত .
১৩৫. কীতি – ভালখ্যাতি অৰ্জন কৰা ।
১৩৬. কুকুৰনেচীয়া – এবিধ বনৰীয়া জন্ত।
১৩৭. কুচকাৱাজ – সৈনিকৰ অনুশীলন
১৩৮. কূজন – পক্ষীৰ কলৰৱ ।
১৩৯. কূটনীতি – বেয়া নীতি ।
১৪০. কুটীৰ – সৰু ঘৰ ।
১৪১. কুন্ঠা – লাজকৰা ।
১৪২. কুমটীয়া-হাতৰ ছাল ছিঙি যোৱা এবিধ ৰোগ ।
১৪৩. কুমটি - এবিধ পোক ।
১৪৪. কূম- কাছ , এবিধ সৰিসৃপ প্ৰাণী ।
১৪৫. কুৱলী – শীতকালত ভাহি থকা জলীয় বাষ্প
১৪৬. কুশীলৱ- নাটকৰ কলা – কুশলী
১৪৭. কুঁহিলা- পানীৰ তলত থকা উদ্ভিদ ।
১৪৮. কূটাঘাট- হিংসাতে কৰা বেয়াকাম ।
১৪৯. কুলা- ধান আদি জৰা যতৰ
১৪০. কৃচ্ছ্ৰ- অধিক কষ্ট ।
১৪১. কৃপন- খৰছ কৰিব নিবিচৰা লোক ।
১৪২. কৃপনালি- খৰছ কৰিবলৈ নিবিচৰা লোকৰ স্বভাৱৰ ।
১৪৩. কৃষাক - খেতি কৰা লোক ।
১৪৪. কৃষিজীৱি- কৃষিৰ ওপৰত ভৰষা কৰা লোক ।
১৪৫. কৃষ্ণচুডা    - ৰঙা ৰঙৰ ফুল ফুলা এবিধ বৃহত গছ ।
১৪৬. কেঞা- সৰু ।
১৪৭. কেচুমূৰীয়া- অশৰোগ ।
১৪৮. কেও- কোনো এজনো ( নেতিবাচক অথত)
১৪৯. কেৱলীয়া – উদাসীন  বৈষ্ণৱ
১৫০.কেঁকো- গেঁথো- অনিচ্ছৰ  ভাব  দেখুৱা কাৰ্য
১৫১. কেঁচা- পকি নথকা অৱস্থা ।
১৫২. কেঁচু – এবিধ দীঘল বলয়ী প্ৰানী
১৫৩. কেটাহি- ঘাঁহ - বনত লাগি থকা খিছুমান দুগন্ধযুক্ত পদাৰ্থ ।
১৫৪. কেটেলা পহু- ঠৰঙা কাইত থকা এবিধ সৰু জন্ত 
১৫৫. কেথলিক- খ্ৰীষ্টান ধমৰ এটা ভাগ
১৫৬. কেতেকী – ফুল – বিশেষ , সৰু চৰাই বিশেষ
১৫৭. কেতকলি- নিচেই কুমলীয়া আৰু ৰস নথকা
১৫৮. কেটেৰা – ককশ বা হুটা মাট কথা
১৫৯. কেটেৰাই – তিতা মাতেৰে ।
১৬০. কেনা- আসোৱাহ, খুঁট
১৬১. কেন্দ্ৰক- কেন্দ্ৰ- সম্পকীয়
১৬২. কেইবাদিন- কেইদিনমান
১৬৩. কেৰানী- কাযালয়ত দখাস্ত আদি লিখা কমচাৰী
১৬৪. কেৰেচীয়া – দুষ্ট প্ৰকৃতিৰ (মানুহ, জন্ত)  
১৬৫. কেৰালা – এখন শিক্ষিত ৰাজ্য  ।
১৬৬. কেলেংকাৰি- কলংক , অপযশ
১৬৭. কেৱল, মাত্ৰ – মাথো
১৬৮. কোঠালি- বেৰেৰে পৃথক কৰা ঘৰৰ একোটা ভাগ
১৬৯. কোপাৱিষ্ট- খঙত কিকৰু কি নকৰু কৈ থকা অৱস্থা ।
১৭০. কোৰান- ইচলাম ধৰ্মৰ গ্ৰন্থ ।
১৭১. কৌতূহল – উতসুক ।
১৭২. ক্বাথ- ঔষধৰুপে ব্যৱহ্নত সিজোৱা ৰস
১৭৩. ক্ৰীম- গাখীৰৰপৰা প্ৰস্তুত কৰা এবিধ খাদ্য ।
১৭৪. ক্ৰটি- আসোঁৱাহ বা খুত ।
১৭৫. ক্ৰুধ - খঙ ।
১৭৬. ক্ৰোধান্বিত-  খঙত থকা অৱস্থা ।
১৭৭. কাচিং- কেতিয়াবা ।
১৭৮. কুষ্মাণ্ড- কোমোৰা , চঞ্চল আৰু দুষ্ট প্ৰকৃতিৰ লোক
১৭৯. কৰ্মযোগী - যোগীৰ দৰে একান্তমনে কৰ্ম কৰা লোক । 
১৮০কৰ্মস্পৃহা - কামৰ প্ৰতি  ধাউতি বা  আসক্তি । 
১৮১কৰ্মপটু - কামত পাকৈত ।
১৮২কৃতিত্ব- কাৰ্যদক্ষতা , কীৰ্তি , সুকৃতি ।
১৮৩কায়িক -  শাৰীৰিক ।
১৮৪কাণ ছোৱাই -  কাণত পেলাই ।
১৮৫কায়িক – দৈহিক ।
১৮৬কুন্ঠাবোধ – দ্বিধাবোধ ।
১৮৭কাপুৰুষ – অধম মানুহ ।
১৮৮কোঢ়াল – কোৰ্হাল ।

14 comments:

  1. কাপ-কাকত আৰু কূৰ্চুট-কপট শব্দৰ অৰ্থ কি ?

    ReplyDelete
  2. কনটক শবদৰ অথৃ কি

    ReplyDelete
  3. মহিমা শব্দ অৰ্থ

    ReplyDelete
  4. কলা ঘোমটিয়া ৰ অৰ্থ কি?

    ReplyDelete
  5. কৃত্ৰিম মানে কি?

    ReplyDelete
  6. কৃশ শব্দটোৰ অৰ্থ কি

    ReplyDelete
  7. প্ৰত্যাহাৰ মানে কি

    ReplyDelete
  8. ক্লান্তি মানে কি

    ReplyDelete
    Replies
    1. গৰিমা শব্দৰ অৰ্থ কি,

      Delete

Write your Comment