ষ
১. যোল - ছয় আৰু দহ লগ লাগি হয়
২. যোড়শ দান - ষোল বিধ বস্তু দান দিয়া।
৩. ষড়ঙ্গ - ছটা অঙ্গ থকা।
৪. ষোড়শ - ষোল।
৫.ষষ্ঠিবৰ - অসমৰ এজন কবি।
৬.ষাঠি - তিনি কুৰি।
৭.ষড়যন্ত্ৰ - অন্যায় কৰি মানুহৰ ভাল কৰিবলৈ কৰা কৌশল।
৮.ষোড়শ মাতৃক - পদ্মা, জয়া।
৯.ষঠুৱা - ষাঠ লগোতে হোৱা।
১০.ষাঁড় - গৰৱে চেলেকা নিচিনা পাক খাই থকা চুলি।
১১.ষ - বিজ্ঞানিসকলৰ একত্ৰিশ সংখ্যাৰ আখৰ।
১২.ষষ্ঠ - ছয় নম্বৰৰ সংখ্যা।
১৩.ষট্ - বামুনে কৰিবলগিয়া ছটা কৰ্ম।
১৪.ষষ্ঠীতৎপুৰুষ সমাস - সমাস বিশেষ।
১৫.ষষ্ঠী - পঞ্চমি তিথিৰ পিছৰ তিথি টো।
১৬.ষাঁড় - ভতৰা গৰু।
১৭.ষণ্ডামৰ্ক - পহলাদৰ ক শিক্ষক।
১৮.ষাঠ - কামৰূপত জেঠৰ চাৰি দিন আৰু আঘোনৰ প্ৰথম তিনি
Post Id: DABP000743
0 Comments