১. ঈগল -  এবিধ বনৰীয়া চৰাই।
 
২. ইষদুষ্ণ- সামান্য় গৰম।
 
৩. ইক্ষণিক- দৈৱজ্ঞ।
 
৪. ঈড়- স্তৱ।
 
৫. ঈশা- নাঙলৰ কাঠ।
 
৬. ঈষ্ম- কামদেৱ।
 
৭. ঈশ্বৰবক্ত- ভগৱানৰ প্ৰতি ভক্তি থকা।
 
৮) ঈপ্সিতা- যি নাড়ীয়ে মনোকামনা কৰে।
 
৯) ঈহা- উদ্য়ম।
 
১০) ঈদ- মুছলমান সম্প্ৰদায়ৰ উৎসৱ।
 
১১) ঈহিত- আকাংক্ষিত।
 
১২) ঈৰ্ষাল্- চকুচৰহা।
 
১৩) ঈষা- ইশা।
 
১৪) ঈশ্বৰসাক্ষী- ভগৱানেই সাক্ষী।
 
১৫) ঈহিনী- প্ৰেয়সী।
 
১৬. ঈল মাছ- পৰিষ্কাৰ আৰু লোণীয়া দুয়োটা পানীত সাপৰ দৰে এটা দীঘল মাছ।
 
১৭) ঈগ- অহংবোধ।
 
১৮) ঈষদূন- কিছুকম।
 
১৯). ঈশ্বৰকৃপা- ভগৱানৰ দয়া।
 
২০) ঈ- স্বৰবৰ্ণমালাৰ ৪নংৰ বৰ্ণটো।
 
২১. ঈশানী- মা দুৰ্গাৰ এটা নাম।
 
২২. ঈদলী- ইদ্লি।
 
২৩. ঈষাদণ্ড- নাঙলৰ মুঠি।
 
২৪. ঈশ্বৰপৰায়ণতা- ঈশ্বৰৰ ভক্তি।
 
২৫. ঈচথ- এজন গ্ৰীক চিত্ৰশিল্পী আৰু লেখক।   
 
২৬. ঈশ্বৰশক্তি- ভগৱৎ শক্তি।
 
২৭.  ঈ- স্ত্ৰী-প্ৰত্য়য়।
 
২৮. ঈশ্বৰপ্ৰেৰিত- ভগৱানৰ দ্বাৰা প্ৰেৰিত।
 
২৯. ঈক্ষক- দ্ৰষ্টা।
 
৩০. ঈৰ্ষানল- ঈৰ্ষাজনিত কষ্ট।
 
৩১. ঈষদৰক্ত- ৰক্তাভ।
 
৩২. ঈশ্বৰীয়- ঈশ্বৰ সম্পৰ্কীয়।
 
৩৩. ঈশ্বৰ নিষ্ঠা- ভগৱানৰ প্ৰতি দৃঢ়বিশ্বাস।
 
৩৪. ঈষৎ বক্ৰ- সামান্য় বেঁকা।
 
৩৫. ঈশ্বৰোপাসনা- ভগৱানক কৰা পূজা।
 
৩৬. ঈদ মোবাৰক- ইজনে সিজনক ঈদৰ শুভেচ্ছা জনোৱা।
 
৩৭. ঈষিকা- তোলক।
 
৩৮. ঈলিৰ- বহ্নি।
 
৩৯. ঈটি- সংকট।
 
৪০. ঈহামৃগ- মুখ বধ কৰাৰ বাঞ্ছা।
 
৪১. ঈৰিত- কম্পিত।
 
৪২.ঈশ্বৰপ্ৰাপ্তি- ঈশ্বৰক পোৱা।
 
৪৩. ঈষ- ইশা।
 
৪৪. ঈশ্বৰত্ব- পৰম ব্ৰহ্মত্ব।
 
৪৫. ইষম্মাত্ৰ- অতি সাধাৰণ।
 
৪৬. ঈশ্বৰ বিৰোধী- ভগৱানৰ বিৰুদ্ধে।
 
৪৭. ঈশ্বৰ সেৱা- ভগৱানক পূজা কৰা।
 
৪৮. ঈড়া- স্ততি।
 
৪৯. ঈশ্বৰ বিদ্বেষী- ঈশ্বৰৰ অবিশ্বাসী।
 
৫০. ঈ কাৰ্- ঈ আখৰ।
 
৫১. ইশ্বৰাধীন- ভগৱানৰ ইচ্ছাৰ তলত।
 
৫৩. ঈশ্বৰে নকৰক- ভগৱানে যাতে নকৰে।
 
৫৪. ঈপ্সা- বাঞ্ছিত।
 
৫৫. ঈহ্- নাঙৰ আৰু যুৱলিক লগ লগাই দিয়া দীঘল মাৰি।
 
৫৬. ঈৰ্যা- ভিক্ষা ব্ৰত।
 
৫৭. ঈদ-উজ-জাহা- মুছলমান সম্প্ৰদায়ৰ বলিদান পৰ্ব।
 
৫৮. ঈশ্বৰবাদ- আস্তিক।
 
৫৯. ঈশ্বৰাজ্ঞ- ভগৱানৰ নিৰ্দেশ।
 
৬০. ঈৰ্ষান্বিত- ঈৰ্ষাযুক্ত।
 
৬১. ঈশ্বৰপূজা- ভগৱানক কৰা আৰাধনা।
 
৬২. ঈশান্-কোন্- পূব আৰু উত্তৰৰ মাজৰ কোণ্।
 
৬৩. ঈৰ্ষামূলক- হিংসাৰ পৰা হোৱা।
 
৬৪. ইষদ্ভি্ন্ন- আংশিক প্ৰস্ফুটিত।
 
৬৫. ঈস্- তুচ্ছ ভাৱ প্ৰকাশ কৰা অব্য়য়।
 
৬৬. ঈশ্বৰদত্ত- ভগৱানৰ পৰা পোৱা।
 
৬৭. ঈদী- মুছলমানসকলৰ পবিত্ৰ উৎসৱ ঈদৰ সময়ত সৰু ল'ৰা-ছোৱালী আৰু চাকৰক দিয়া উপহাৰ।
 
৬৮. ঈষৎ স্বচ্ছ-যিবোৰ বস্তুৰ মাজেৰে পোহৰ পাতলকৈ পাৰ হৈ যায়।
 
৬৯. ঈশ্বৰ-পৰায়ণ- ধৰ্ম-কৰ্মত নিযুক্ত।
 
৭০. ঈদল-ফিটৰ- মুছলমান সম্প্ৰদায়ৰ উৎসৱৰ দিন।
 
৭১. ঈশ্বৰভাৱ- ঈশ্বৰত্ব।
 
৭২. ঈশিতা- প্ৰভু।
 
৭৩. ঈশ্বৰ বুদ্ধি- ভগৱানৰ জ্ঞান।
 
৭৬. ঈৰ- গতি।
 
৭৪. ঈশ্বৰভীৰু- ভগৱানক ভয় কৰা লোক।
 
৭৫. ঈশ্বৰে চকু মেলি চোৱা- ভগৱানৰ দৃষ্টিৰ পৰা।
 
৭৭. ঈৰ্ষালু- আনৰ ভাল সহ্য় কৰিব নোৱাৰা।৩
 
৭৮. ঈশ্বৰ বিভূতি- ভগৱানৰ অংশ।
 
৭৯. ঈদগাহ- ঈদৰ দিনা সমূহীয়াকৈ নামাজৰ স্থান।
 
৮০. ঈষত্ব- অল্পতা।
 
৮১. ঈশসখা- ভগান যাৰ বন্ধু।
 
৮২. ঈশ্বৰবৃত্তি-দেৱতাক উপাসনা কৰিবলৈ ব্যৱসায়ীসকলৰ পৰা সংগ্ৰহ কৰা ধন।
 
৮৩. ঈষদুচ্চ- সামান্য়।
 
৮৪. ঈদৃক- এনে।
 
৮৫. ঈষদবিকশিত- সামান্য় বিকশিত।
 
৮৬. ঈশিতা- প্ৰভুত্ব।
 
৮৭. ঈশ্বৰে কৰিলে লীলা- বৰলোকৰ দোষক গুণৰ শাৰীত ধৰা।
 
৮৮. ঈশিত্ব- ঈশ্বৰত্ব।
 
৮৯. ঈষদুষ্ণতা- কুহুমীয়া গৰম ভাব।
 
৯০. ঈশ্বৰ সাধনা- তপস্য়া।
 
৯১. ঈশ্বৰপ্ৰণোদিত- ভগৱানৰ দ্বাৰা অনুপ্ৰাণিত।
 
৯২. ঈশ্বৰপোসক-ভগৱানৰ পূজাৰী
 
৯৩. ঈশ্বৰপ্ৰেমিক- যোনে ভগৱানক ভাল পায়।
 
৯৪. ঈশ্বৰসাযুজ্য়- নিৰ্বাণ।
 
৯৫. ঈশ্বৰচিন্তা- ঈশ্বৰ চেতনা।
 
৯৬. ঈশ- ভগৱান।
 
৯৭. ঈশ্বৰ দ্বেষ- ভগৱানৰ বিৰোধিতা।
 
৯৮. ঈশ্বৰী- আদ্য়া প্ৰকৃতি।
 
৯৯. ঈশ্বৰ- ভগৱান।
 
১০০.ঈষৎ- অলপ
 



Post Id: DABP000730