ই 


১. ইংলেণ্ড - ইউৰূপ মহাদেশৰ এখন দেশ ।
২. ইচলাম - এটা ধৰ্ম ।
৩. ইন্দ্ৰকুট - এটা পৰ্বতৰ নাম ।
৪. ইন্দ্ৰসপত  - ইন্দ্ৰৰ পুত্ৰ ।
৫. ইস্তফা - পদত্যাগ কৰা কাৰ্য ।
৬. ইয়াৰ ওপৰি - উল্লেখ কৰাবোৰৰ বাদেও ।
৭. ইহলৌকিক - পৃথিৱীত হোৱা ।
৮. ইস্ত্ৰি - কাপোৰ মিহি কৰিবলৈ ব্যৱহাৰ কৰা লোৰ গধুৰ আহিলা ।
৯. ইহুদি - হিব্ৰু ধৰ্মাৱলম্বী লোক ।
১০. ইন্দ্ৰজিত - ৰাবনৰ পুত্ৰ ।
১১. ইজ্জত - স্থান ।
১২. ইদানীন্তন - এই সময়ৰ ।
১৩. ইন্দ্ৰিয় - মানৱ দেহৰ অংগ ।
১৪. ইমূৰ - সিমূৰ - এইটো মূৰ আৰু আনটো মূৰ ।
১৫. ইদাঁতি - সিদাঁতি - ইপাৰ - সিপাৰ ।
১৬. ইন্দুভূষণ - শিৱৰ আন এটা নাম ।
১৭. ইতস্ততঃ - লাজ কৰা ।
১৮. ইকৰানি - সৰহকৈ ইকৰা গজি থকা ঠাই ।
১৯. ইচাত - বিচাত - ধৰফৰণি 
২০. ইকাতি - সিকাতি - এবাৰ ইফালে , এবাৰ সিফালে কাতি ।
২১. ইচ্- ইতিকিং।
২২. ইংতি- কাৰ্বি জনগোষ্ঠী লোকসকলৰ এটা উপাধি।
২৩. ই- অসমীয়া স্বৰবৰ্ণমালাৰ তৃতীয় বৰ্ণটো।
২৪. ইণ্ডোনেছিয়া- এছিয়া মহাদেশৰ অন্তৰ্গত এখন দেশ।
২৫. ইয়া- হাত।
২৬. ইলেক্ট্ৰ'ন ভ'ল্ট- পদাৰ্থ বিজ্ঞান।
২৭. ইকৰানি- বেছিকৈ ইকৰা হোৱা ঠাই।
২৮. ইউৰেথ্ৰা- মুত্ৰনেলী।
২৯. ইন্টাৰকম- কোনো কাৰ্য্যালয়।
৩০. ইফাং- এবাৰ।
৩১. ইন্দ্ৰসুত- ইন্দ্ৰৰ পুত্ৰ।
৩২. ইন্সপেক্তৰ- পৰিদৰ্শক।
৩৩.ইন্দ্ৰবস্তি- কলাফুল।
৩৪. ইয়ও কৰ্তা- আশ্চৰ্য প্ৰকাশত মাত।
৩৫. ইষ্ট চিন্তা- ভাল চিন্তা।
৩৬. ইউৰেনাছ্- সৌৰজগতৰ ৭ নম্বৰৰ গ্ৰহটো।
৩৭. ইতৰ ভাষা- অপ ভাষা।
৩৮. ইধ্ম- যজ্ঞকাষ্ট।
৩৯. ইমা- আই।
৪০. ইউনিট- সকলোতকৈ সৰু পূৰ্ণ সংখ্যা।
৪১. ইচা- দেউৰী জনগোষ্ঠী লোকসকলৰ চেলেং।
৪২. ইডিয়ট- মুৰ্খ মানুহ।
৪৩. ইন্দুমতী- পূৰ্ণিমা।
৪৪. ইপুন্দি- এইফালে।
৪৫. ইলছা- ইলিছ।
৪৬. ইভ- ঐৰাৱত।
৪৭. ইলাজ- আৰোগ্য়।
৪৮. ইয়াৰ্- এই ঠাইৰ্।
৪৯. ইমন- সংগীতৰ ৰাগিণী।
৫০. ই-মেইল- ইলেক্ট্ৰনিক মেইল মাধ্যমেৰে খবৰ পঠিওৱা।
৫১. ইজাৰ-দাৰ- ঠিকাদাৰ।
৫২. ই.এন.টি.- কাণ, নাক আৰু ডিঙিৰ।
৫৩. ইফ্তাৰ- পবিত্ৰ ৰমজান মাহটোত ৰোজা ৰখাৰ পিছত খাদ্য় গ্ৰহণ কৰা।
৫৪. ইন্দ্ৰযৱ- কুটজৰ গুটি।
৫৫. ইৰিটি- গমন।
৫৬. ইস্তফা- পৰিত্য়াগ।
৫৭. ইউনানী- গ্ৰীক।
৫৮. ইকান-সিকান- কাণ সলোৱা।
৫৯. ইটাৱ- এইখন ঠাই।
৬০. ইজ্য়া- যজ্ঞ।
৬১. ইংছাম- ঠাণ্ডা।
৬২. ইটা- পকী ঘৰ নিৰ্মাণ কৰিবলৈ ব্য়ৱহৃত মাটিৰ চপৰা।
৬৩. ইন্দ্ৰাসন- দেৱৰাজ ইন্দ্ৰৰ আসন।
৬৪. ইলেকট্ৰ'চক থেৰাপী-ইলেকট্ৰন ব্য়ৱহাৰ কৰি মানসিক ৰোগীক কৰা চিকিৎসা।
৬৫. ইন্দ্ৰিয় সংযম- ইন্দ্ৰিয় দমন।
৬৬. ইন্দ্ৰদৰ্প- ইন্দ্ৰৰ অহংকাৰ।
৬৭. ইয়ালাগি- ইয়ালৈ।
৬৮. ইহাতে- আনফালে।
৬৯. ইউ.জি.চি.- বিশ্ববিদ্য়ালয়ৰ অনুদান আয়োগ।
৭০. ইউনিয়ন জেক- গ্ৰেট ব্ৰিটেইন দেশৰ পতাকা খনৰ নাম।
৭১. ইছৰো- ভাৰতীয় মহাকাশ গৱেষণা সংস্থা।
৭২. ইন্দিৰা- লক্ষ্মী।
৭৩. ইমান- ধৰ্মবিশ্বাস।
৭৪. ইলেকট্ৰ'মিটাৰ- আটাইতকৈ কম ভল্টেজৰ জোখ ল'ব ব্য়ৱহাৰ কৰা এবিধ সঁজুলি।
৭৫. ইহুদী- এক অন্য়তম পূৰণি ধৰ্ম।
৭৬. ইষ্টক- উপকাৰ।
৭৭. ইৰুল- দক্ষিণ ভাৰতৰ এটা জনজাতি গোট।
৭৮. ইডিঅ'টিক- মুৰ্খামিৰ পৰিচায়ক।
৭৯.ই- ওচৰতে থকা মানুহ বা বস্তুক বুজোৱা।
৮০. ইচা- মিছা মাছ।
৮১. ইতৰ্- সাধাৰণ।
৮২. ইয়াদ- স্মৰণ।
৮৩. ইলাৱন্ত- ইৰাৱন্।
৮৪. ইন্দ্ৰিয়গোচৰ- প্ৰত্য়ক্ষ।
৮৫. ইস্তাহাৰনামা- বিজ্ঞাপন।
৮৬. ইছ্ট- বাঞ্ছনীয়।
৮৭. ইউটেৰাইন- জৰায়ুৰ সৈতে সম্পৰ্ক থকা।
৮৮. ইচ্ছামৃত্য়ু-- ইচ্ছা কৰি মৰা।
৮৯. ইন্দু লৌহ- ৰূপ।
৯০. ইবানী- এই ঠাইৰ অৰ্থত।
৯১. ইলাহি- অধিক জাক-জমকীয়া।
৯২. ইহা- এইটো।
৯৩. ইন্দ্ৰিয়াতীত- অনুভৱ কৰিব নোৱাৰা অৱস্থা।
৯৪. ইন্টাৰপ্ৰিটাৰ- দোভাষী।
৯৫. ইন্দুমুখী- চন্দ্ৰৰ দৰে যি নাৰীৰ মুখ।
৯৬. ইন্ধন গেছ- তাপ শক্তি পাবলৈ ব্য়ৱহৃত গেছী পদাৰ্থ।
৯৭. ইৰানী- পাৰস্য় দেশৰ।
৯৮. ই- মোৰ।
৯৯. ইকাণে সোমাই সিকাণে ওলা- কথা গাত নলগা।
১০০. ইঞ্চি- দৈৰ্ঘ্যৰ পৰিমাণ।
১০১. ইণ্ডিকেটৰ লাইট- নিৰ্দেশক বিজুলী চাকি।
১০২. ইনপুট- কম্পিউটাৰত তথ্য ভৰোৱা কাৰ্য।
১০৩. ইথন- এতিয়া।
১০৪. ইবাই- এই বাৰ।
১০৫. ইনি্দ্ৰলোক-স স্বৰ্গ।
১০৬. ইলহি-বিলাহি- ধুনপেচত।
১০৭. ইসি- ইয়ে।
১০৮. ইন্দ্পৰাক্ষি- মোহনীয় নয়নী।
১০৯. ইউক্ৰেইন- ইউৰোপ মহাদেশৰ অন্তৰ্গত এখন দেশষ
১১০. ইন্দু কলা- চক্ৰকলা।
১১১. ইফেক্টছ্- শব্দ।
১১২, ইল- ধৰিত্ৰী।
১১৩. ইন্দ্ৰিয় সন্নিকৰ্ষ- বিষয় সংযোগ।
১১৪. ইলীছ- ইলীছ মাছ।
১১৫. ইক্ষুৰস্- কুঁহিয়াৰ ৰস।
১১৬. ইকুৱেডৰ- দক্ষিণ আমেৰিকা মহাদেশৰ অন্তৰ্ভুক্ত এখন দেশ।
১১৭. ইন্টাৰকাট শ্বট- প্ৰতি-বিপৰীত দৃশ্যাংশ।
১১৮. ইফালৰ কুটা সিফাল নকৰা- একো কাম নকৰা।
১১৯. ইলেক্চন- নিৰ্বাচন।
১২০. ইক্ষ্বাকু- সূৰ্য বংশৰ প্ৰথম ৰজা।
১২১. ইন্দ্ৰিয়াসক্ত- শাৰীৰিক সুখৰ প্ৰতি লালায়িত।
১২২. ইলা- জল।
১২৩. ইমত- এইদৰে।
১২৪. ইলিব- জ্ঞান।
১২৫. ইষ্টি- মিতিৰ।
১২৬. ইচ্লা- মিছা মাছ।
১২৭. ইক- ককায়েক।
১২৮. ইতা- এতিয়া।
১২৯. ইন্দুময়- জোনাক।
১৩০. ইয়াষ্টিং- চেইলিং।
১৩১. ইহৰতি- গুল্ম বিশেষ।
১৩২.ইন্দা- কোনো বস্তুৰ বিষয়ে জনাৰ পিছত সোধা প্ৰশ্নবোধক শব্দ।
১৩৩. ইজৰাইল- এছিয়া মহাদেশৰ েখন দেশ।
১৩৪. ইন্দু মৌলী- মহাদেৱ।
১৩৫. ইতিহাসলেখন- ইতিহাস লিখাৰ যি কলা।
১৩৬. ইলাহিগজ- আকৰ প্ৰৱৰ্তিত ৪১ ইঞ্চি পৰিমিত গজ।
১৩৭. ইব্- দুখ ভাব বুজোৱা মাত।
১৩৮. ইউজাৰ- কম্পিউটাৰৰ প্ৰ'গ্ৰেম।
১৩৯. ইগু- মেখেলা।
১৪০. ইন্ট্ৰাভেনাছ- তেজৰ শিৰাত ঔষধ প্ৰয়োগ কৰা প্ৰক্ৰিয়া।
১৪১. ইন্দুভৃৎ- ইন্দুধাৰক।
১৪২. ই-পেপাৰ- ইলেক'ট্ৰনিক পেপাৰৰ সংক্ষিপ্তকৰণ।
১৪৩. ইলেক'ট্ৰনিক পেপাৰ- ই-পেপাৰ।
১৪৪. ইস্তফা- কোনো পদ পৰিত্য়াগ কৰিলে দিয়া পত্ৰ।
১৪৫. ইউ.এছ.বি.- ইউনিছাৰভেল ছিৰিয়েল বাছৰ সংক্ষিপ্তকৰণ।
১৪৬. ইকৰা- ঘৰত বেৰ দিবলৈ ব্য়ৱহাৰ কৰা খাগৰিৰ নিচিনা এবিধ বন।
১৪৭. ইটা-খলি- ইটা সজা ঠাই।
১৪৮. ইনৰা- পকী নাদ।
১৪৯. ইববাজা- ফুলপাহ।
১৫০. ইলেকট্ৰ'ন- ঋণাত্মক আধান থকা মৌলিক কণা।
১৫১. ইস্পাত- তীখা।
১৫২. ইন-বুং- বতাহ।
১৫৩. ইতলা- ৰেপট।
১৫৪. ইগলু- এইবোৰ।
১৫৫. ইনচান- মানুহ।
১৫৬. ইলাচি- এবিধ মচলাৰ গুটি আৰু তাৰ গছ।
১৫৭. ইহ্- এই ঠাইত।
১৫৮. ইন্তে- ইহঁত।
১৫৯. ইংহই- আসন।
১৬০. ইনভাৰ- লো, নিকেল আৰু কাৰ্বনৰ দ্বাৰা গঠিত এবিধ সংকৰ ধাতু।
১৬১. ইলেক'ট্ৰন গান- ইলেক'ট্ৰন নিক্ষেপ কৰিব পৰা যতন।
১৬২. ইস্তাহাৰ্- অধিসূচনা।
১৬৩. ইঘৰ-সিঘৰ কৰ- ওচৰ চুবুৰীয়াৰ ঘৰত দেখা।
১৬৪. ইটো- এইটো।
১৬৫. ইনাও- ভাইটি।
১৬৬. ইফেলিছ- সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত হোৱা এবিধ চৰ্মৰোগ।
১৬৭. ইয়েমেন- এছিয়া মহাদেশৰ অন্তৰ্গত েখন দেশ।
১৬৮. ই-সি- নিশ্চয় নথকা।
১৬৯. ইটি- এইটি।
১৭০. ইউথেনছিয়া- অধিক বেদনাত পীড়িত হৈ থকা।
১৭১. ইনফানডিবূুলাম- জৰায়ুত আগপিনে চুপি আকৃতিত থকা অংশ।
১৭২. ইবাই- ভিনিহি।
১৭৩. অলীহ্- অধিক কাইট্ থকা এবিধ সোৱাদযুক্ত মাছ।
১৭৪. ইন্দ্ৰিয়ানুভূতি- অনুভূতি।
১৭৫. ইৰিণ- মৰুভূমি।
১৭৬. ইক্ষণ- দৃষ্টি।
১৭৭. ইন্দ্ৰিয়বৰ্গ- পঞ্চেন্দ্ৰিয় একেলগে।
১৭৮. ইতৰামি- ব্য়ৱহাৰ।
১৭৯. ইচাৰা- ইংগিত।
১৮০. ইনফ'ৰ্মাৰ- খবৰদাতা।
১৮১. ইন্ধন- জুই জ্বলোৱা কাঠ।
১৮২. ইৰেথোফ'বিয়া- ৰঙা ৰঙৰ পৰা হোৱা ভয়।
১৮৩. ইস্ত্ৰি- ধোবাই কাোপৰ ঘঁহা যন্ত্ৰ।
১৮৪. ইন্দ্ৰিয়-পৰৱশ- ইন্দ্ৰিয়ই বিচৰাৰ দৰে।
১৮৫. ইচ্ছাময়-মন গলেই যিকোনো কাম কৰিব পৰা।
১৮৬. ইন্তেকাল- মৃত্য়ু।
১৮৭. ইন্-টা- খৰ।
১৮৮. ইটাই-ইটাই- কেডমিয়াম ধাতুৰ বিষক্ৰিয়াৰ পৰা হোৱা বেমাৰ।
১৮৯. ইনতৱেও-অকলে।
১৯০. ইউটেৰাছ- জৰায়ু।
১৯১. ইংলা- এইবিলাক।
১৯২. ইগ্লু- এক্সিমো জনগোষ্ঠীৰ লোকসকলে বসবাস কৰা বৰফৰ ঘৰ।
১৯৩. ইত- আহৰিত।
১৯৪. ইন্দুৰ্- এন্দুৰ।
১৯৫. ইব'লা ভাইৰাছ- ৰাইব'নিউক্লিক এচিডৰ দৰে এক দণ্ডযুক্ত ভাইৰাছ।
১৯৬. ইলাষ্টিক- ৰবৰৰ দ্বাৰা তৈয়াৰ কৰা এবিধ ফিটা।
১৯৭. ইজিপ্ট- আফ্ৰিকাৰ এখন দেশ।
১৯৮. ইউনিক্ছ- একপ্ৰকাৰৰ কম্পিউটাৰৰ অপাৰেটিং ছিষ্টেম।
১৯৯. ইচ্ছ্- বাঞ্ছ।
২০০. ইঞ্জিনিয়াৰিং- যন্ত্ৰবিজ্ঞান।
২০১. ইন্দু লৌহ- ৰূপ।
২০২. ইন্দ্ৰায়ুধ- ইন্দ্ৰচাপ্।
২০৩. ইৰিক- কুশ।
২০৪. ইষ্টগন্ধ- সুগন্ধ।
২০৫. ইচাট্-বিচাট্- চাটি-ফুটি।
২০৬. ইজাহাৰ- এজাহাৰ।
২০৭. ইন্টাৰপ'ল- আন্তৰ্জাতিক পুলিচ কমিছন।
২০৮. ইন্দুশেখৰ- মহাদেৱ।
২০৯. ইনকাল্ট- ছন পৰা মাটি।
২১০. ইন্দ্ৰিয়ৰ অগোচৰ- বুজি নোপোৱা।
২১১. ইলাহী-ৰাত- মহৰমৰ জাগৰণ-নিশা।
২১২. ইহকাল-পৰকাল- এই জন্ম আৰু পৰজন্ম।
২১৩. ইন্দিৰা- পকী নাদ।
২১৪. ইবাৰ- এই বছৰ।
২১৫. ইন্দ্ৰাণী- শচী।
২১৬. ইহাক- ইয়াক।
২১৭. ইমানদাৰী- বিশ্বস্ততা।
২১৮. ইহুদি- হিব্ৰু জাতিৰ মানুহ।
২১৯. ইন্টাৰণী- প্ৰায়োগিক শিক্ষা গ্ৰহণৰ বাবে চিকিৎসালয়ৰ আবাসী স্নাতক চিকিৎসক।
২২০. ইচুক-সিচুক- ইফালৰ পৰা সিফাল।
২২১. ইঞ্জিন্- শক্তিত গতি ক্ষমতালৈ ৰূপান্তৰ কৰা যতন।
২২২. ইনকাম- উপাৰ্জন।
২২৩. ইপাল- বৰদেউতা।
২২৪. ইয়ং- আই।
২২৫. ইহাতেসে- ইয়াৰ পৰাহে।
২২৬. ইজাৰদাৰ- খেতিয়ক।
২২৭. ইন-চিন- পানী।
২২৮. ইঅন্দ্ৰপুৰী- ইন্দ্ৰ নগৰী।
২২৯. ইষ্ট- এককোষী।
২৩০. ইকৰাৰনামা- চুক্তি।
২৩১. ইয়াগুড়ীয়া- ইটাৰ গুড়িৰ নিচিনা ৰঙচঙিয়া বৰণৰ।
২৩২. ইবলিচ- বাইবেল আৰু কোৰাণত থকা চয়তানৰ চৰ্দাৰ।
২৩৩. ইয়াত্- এই স্থানত।
২৩৪. ইস্তেমাল- ব্য়ৱহাৰ।
২৩৫. ইছি'মাং- ইতিমধ্যে।
২৩৬. ইপৰীয়া- নৈৰ এই বা ওচৰৰ পাৰ।
২৩৭. ইন্দ্ৰনীল- লীনকান্ত মণি।
২৩৮. ইছোপ্ৰপিল- প্ৰপেনৰ পৰা আহত এবিধ মৌল।
২৩৯. ই.আৰ.টি.এছ- ভূ-সম্পদীয় প্ৰযুক্তি উপগ্ৰহ।
২৪০. ইচিলাচ্টকা- লঘু স্বভাৱৰ পূৰুষ।
২৪১. ইছক'ন- আন্তৰ্জাতিক কৃষ্ণ চৈতন্য় সমাজ।
২৪২. ইনছাফ- বিচাৰ।
২৪৩. ইব'নাইট- গলিত ৰবৰৰ লগত গন্ধক মিহলি কৰি প্ৰস্তুত কৰা এবিধ কঠিন পদাৰ্থ।
২৪৪. ইৰণ- মৰুভূমি।
২৪৫. ইহকাল্- এইকাল।
২৪৬. ইয়েৰ ফোন- সংগীত আদি শুনিবৰ বাবে ব্য়ৱহাৰ কৰা এবিধ সঁজুলি।
২৪৭. ইকাৰ্- আখ।
২৪৮. ই এ এম- ইমেইলৰ সংক্ষিপ্তকৰণ।
২৪৯. ইচ্চা- বাঞ্ছা।
২৫০. ইছাৰা- ইংগিত।
২৫১. ইটো-সিটো- কিবা-কিবি।
২৫২. ইচাটি-বিচাটি- ধৰফৰনি।
২৫৩. ইউক্লিড- এজন মহান গণিতজ্ঞ।
২৫৪. ইহাত-সিহাত- ঠাই বাগৰি থকা।
২৫৫. ইনাম- পুৰষ্কাৰ।
২৫৬. ইটালি- ইউৰোপ মহাদেশৰ অন্তৰ্গত এখন দেশ।
২৫৭. ইউ.টি.আই.- প্ৰস্ৰাৱনলীত হোৱা এবিধ ৰোগ।
২৫৮. ইচ্কুল- বিদ্য়ালয়।
২৫৯. ইণ্ডিয়াম- এবিধ বগা ৰঙৰ কোমল ধাতৱ মৌল।
২৬০. ইনফ্লুৱেঞ্জা- এবিধ ভাইৰাছজনিত বেমাৰ।
২৬১. ই-ফৰ্ম- ইলেক'ট্ৰনিক ফৰ্মৰ সংক্ষিপ্তকৰণ।
২৬২. ইন্দ্ৰিয়গাহ্য়- ইন্দ্ৰিয়বোৰে গ্ৰহণ কৰিব পৰা।
২৬৩. ইলাৱৰ্ত- ভাৰতবৰ্ষৰ এটা নাম।
২৬৪. ইহলোক- এই জন্ম।
২৬৫. ইডিমা- অতিৰিক্ত জলীয় গোট খাই দেহৰ কোনো অংশত উখহি যোৱা অৱস্থা।
২৬৬. ইন্দিবৰ- নীল পদ্ম।
২৬৭. ইকু- পেহা।
২৬৮. ইউনিভাৰ্ছিটি- বিশ্ববিদ্য়ালয়।
২৬৯. ইচ্ছা কৰ- বাঞ্ছা কৰ।
২৭০. ইউনিয়ন- বিভিন্ন দেশ লগ হৈ পতা গোট।
২৭১. ইকেবানা- জাপানৰ ফুল সজ্জাৰ বিষয়ে বিশেষ।
২৭২. ইতৰজন- নীচ ব্য়ক্তি।
২৭৩. ইন্দিৰালয়- পদ্ম।
২৭৪. ইনকুবেট- কণী উমনি দে।
২৭৫. ইচু- আলোচনী বা বেংক নোটৰ সংস্কৰন।
২৭৬. ইচ্ছানুক্ৰমে- ইচ্ছাৰ দ্বাৰা।
২৭৭. ইতৰেতৰ দ্বন্দ্ব- ব্য়াকৰণৰ এক সমাসৰ নাম।
২৭৮. ই-প্ৰকাশন- আলোচনী।
২৭৯. ইন্দ্ৰিয়োশ- জীৱাত্মা।
২৮০. ইউনিফ্ৰম- সমৱেশ।
২৮১. ইতালি-সিতালি- দুতলীয়া।
২৮২. ইন্তেজাম- আয়োজন।
২৮৩. ইপুৰী- এইলোক।
২৮৪. ইলেক'ট্ৰনিক মেই- ই-মেইল।
২৮৫. ইহজগত- এই পৃথিৱী।
২৮৬. ইল- বৈৱস্বত মনুৰ পুতেক এজনৰ নাম।
২৮৭. ইহলৌকিক- পাৰ্থিৱ।
২৮৮. ইৰাকী- ইৰাক দেশীয়।
২৮৯. ইুটি-সিলুটি- বাগৰা-বাগৰি।
২৯০. ইনু- মনোৰমা।
২৯১. ইটালিয়ান লিৰা- ছান মাৰিণোে দেশত চলি থকা মুদ্ৰা।
২৯২. ইকটা-সিকটা- বিৰক্তিত মুখ ইকাতি-সিকাতি কৰা কাৰ্য।
২৯৩. ইয়াৰপৰা- এই ঠাইৰ পৰা।
২৯৪. ইচ্ছাকৃত- জানি-বুজি কৰা।
২৯৫. ইউনিয়ন বোৰ্ড- পৌৰসভা।
২৯৬. ইক'লজি- পৰিস্থিতিবিজ্ঞান।
২৯৭. ইন্টাৰলুড- মূল নাটকৰ মাজত বিৰতিত দেখুওৱা লঘু নাটক।
২৯৮. ইন্দুপ্ৰভা- জোনাক।
২৯৯. ইতস্ততঃ - ইফাল-সিফাল।
৩০০. ইকুল-সিকুল- দুয়োটা পাৰ।
৩০১. ই'পু- ককা।
৩০২. ইনক্লাব- প্ৰতিবাদ।
৩০৩. ইপাৰ-সিপাৰ- এই পাৰ আৰু আনটো পাৰ।
৩০৪. ইহজন্ম- এই জীৱন।
৩০৫. ইকাণ-সিকাণ- এজনৰ কাণৰ পৰা অন্য় এজনৰ কাণলৈকে।
৩০৬. ইখালি- সেইদিনা।
৩০৭. ইতৰ-বিশেষ- প্ৰভেদ।
৩০৮. ইন্দুজনক- সাগৰ।
৩০৯. ইৰা- আহাৰ।
৩১০. ইহসংসাৰ- এই পৃথিৱী।
৩১১. ইন্দ্ৰিয়সুখাভিলাসী- ইন্দ্ৰিয়ৰ সুখ বিচৰা।
৩১২. ইলাহি-খৰচ- অধিক খৰচ কৰা।
৩১৩. ইন্দ্ৰসভা- স্বৰ্গৰ দেৱতাসকলৰ সমাজ।
৩১৪. ইনকাম-টেক্স- আয়কৰ।
৩১৫. ইপা- আপা।
৩১৬. ইটামুগুৰ- দলিমাৰি।
৩১৭. ইগলে- এইবোৰ।
৩১৮. ইগিদি- এইফালে।
৩১৯. ইন্টাৰভইও- সাক্ষাৎকাৰ।
৩২০. ইছুলেটৰ- এভিধ ধাতু বা সঁজুলি।
৩২১. ইপিনে-সিপিনে- পুলুক-পালাক।
৩২২. ইয়ত্তা- সংখ্যা।
৩২৩. ইদা- এইটো।
৩২৪. ইউড'মিটাৰ- বৰষুণ পৰিমাণ জুখিবৰ বাবে ব্য়ৱহাৰ কৰা এবিধ যন্ত্ৰ। 
৩২৫. ইজাৰনামা- চুক্তি।
৩২৬. ইনে- পেহী।
৩২৭. ইন্কাৰ- স্বীকাৰ নকৰা।
৩২৮. ইৰাকী দিনাৰ- ইৰাকত চলি থকা মুদ্ৰা।
৩২৯. ইষ্টাৰ- এভিধ ৰাসায়নিক পদাৰ্থ।
৩৩০. ইউৰোপ- পৃথিৱীৰ সাতখন মহাদেশৰ ভিতৰত এখন মহাদেশ।
৩৩১. ইজ্জৎ- সন্মান।
৩৩২. ইপাৰ- পুখুৰীৰ এই পাৰে থকা।
৩৩৩. ইৰাক- মধ্য়প্ৰাচ্য়ৰ এখন দেশ।
৩৩৪. ইষ্টান্তিক- বন্ধুতা।
৩৩৫. ইকাৰান্ত- অশেষত ই বৰ্ণ বিশিষ্ট।
৩৩৬. ইন্টাৰফেৰণ- ভাইৰাছে আক্ৰমণ কৰাৰ ৱপিছত দেহত গঠন হোৱা প্ৰ'টিনজাতীয় এবিধ দ্ৰব্য়।
৩৩৭. ইফলীয়া- এই প্ৰদেশৰ।
৩৩৮. ইসাদ্- সাক্ষী।
৩৩৯. ইচ্ছাবসু- কুবেৰ।
৩৪০. ইন্দ্ৰিয়ালুতা- ইন্দ্ৰিয় সম্পৰ্কীয়।
৩৪১. ইট'ৰফিন- এবিধ বিষনাশক বস্তু।
৩৪২. ইনটু- জেমি নগাই বজোৱা এবিধ গগণা।
৩৪৩. ইদু- মিচিসকলৰ বেলেগ নাম।
৩৪৪. ইকচা শালি- এভিধ শালিধান।
৩৪৫. ইন্তেজাৰ- ৰৈ থকা।
৩৪৬. ইন্দ্ৰসেন- যুধিষ্ঠিৰৰ ৰথৰ সাৰথি।
৩৪৭. ইথেন- এতিয়া।
৩৪৮. ইজ্য়- দেৱগুৰু বৃহস্পতি।
৩৪৯. ইচিদি- কোনো কামৰ সামৰণি।
৩৫০. ইছুনে- এই স্থানৰ।
৩৫১. ইন্দ্ৰপতন- কোনো বিখ্যাত ব্য়ক্তি মৃত্য়ু।
৩৫২. লানজেনি- ছোৱাজিলেণঅড দেশত চলি থকা মুদ্ৰা।
৩৫৩. ইহজীৱন- ইহকাল।
৩৫৪. ইন্দুকল্পা- চন্দ্ৰৰ দৰে মোহমীয়।
৩৫৫. ইন্টাৰচিটি- আন্তঃচহৰীয়।
৩৫৬. ইচ্ছা- কামনা।
৩৫৭.  ইনচাইছৰ- শীত তাপৰ পৰা বচাই ৰখা পদ্ধতি।
৩৫৮. ইন্দ্ৰদাৰু- দেৱদাৰু।
৩৫৯. ইৰা- বাগ্দেৱী।
৩৬০. ই-ই-জি- 'ইলেকট্ৰ' এনফেচেল 'গ্ৰাম'
৩৬১. ইক'নমিক ভেলু এচেড- কোনো মূলধনৰ ওপৰত অৰ্জন কৰা লাভৰ পৰিমাণ।
৩৬২. ইথানে- এই স্থানত।
৩৬৩. ইন্দ্ৰিয়পৰায়ণ- কামাসক্ত।
৩৬৪. ইৰেজ- কম্পিউটাৰৰ মটিচৰৰ পৰ্দাত দৃশ্যমান।
৩৬৫. ইষ্টমন্ত্ৰ- গুৰু মন্ত্ৰ।
৩৬৬. ইন্দুমতী- ৰজা দশৰথৰ মাতৃ।
৩৬৭. ইমাম- ইছলাম ধৰ্মৰ গুৰু।
৩৬৮. ইউক্লিডীয় জ্য়ামিতি- সংবদ্ধ জ্য়ামিতি শাস্ত্ৰ।
৩৬৯. ইখুৱা- এইবাৰ।
৩৭০. ইজ্জৎদাৰ- সন্মানিত।
৩৭১. ইচান নবিচ- লেখক।
৩৭২. ইংৰাজ- বিলাতি মানুহ।
৩৭৩. ইনট্ৰ'ইটাছ- নাৰী যৌনাংগৰ দুৱাৰমুখ।
৩৭৪. ইমুখ-সিমুখ্- ইফালৰ পৰা সিফাললৈ মুখ ঘূৰুৱা কাৰ্য।
৩৭৫. ইন্দ্ৰিয়ৰ দুখ- ইন্দ্ৰিয়ৰ পৰা হোৱা কুকৰ্মৰল ইচ্ছা।
৩৭৬. ইলেক্- ভগা অংক নাথাকিলে টকাৰ অংকৰ পাচত দিয়া চিন।
৩৭৭. ইহুদী ধৰ্মমত- ইজৰাইলৰ হিব্ৰু জাতিৰ একেশ্বৰবাদী ধৰ্মমত।
৩৭৮. ইলাহী-চন- আকবৰে প্ৰৱৰত্ন কৰা বছৰ।
৩৭৯. ইনাক্ষি- চোকা দৃষ্টিসম্পন্ন নাৰী।
৩৮০. ইংগুড- এৰাগছ।
৩৮১. ইতিহাস্- পূৰণি কথা।
৩৮২. ইন্দ্ৰদুম্ন্য়- ইন্দ্ৰৰ নিচিনা শক্তিশালী।
৩৮৩. ইহকালীন- পাৰ্থিৱ।
৩৮৪. ইংৰাজী- এটা ভাষা।
৩৮৫. ইণ্ডো-ইৰানীয়- ভাৰতীয় আৰ্য ভাষাৰ পূৰণি ৰূপ।
৩৮৬. ইমানদাৰ- সৎ লোক।
৩৮৭. ইহ্- ভাৱ প্ৰকাশ কৰা শব্দ।
৩৮৮. ইচালে- ইফালে।
৩৮৯. ইউৰ'লজি- মুত্ৰ বিজ্ঞান।
৩৯০. ইকট্-বিকট্- বেয়া সোৱাদ পাই মুখ বিকৃত কৰা কাৰ্য।
৩৯১. ইনষ্টিটিউট- প্ৰতিষ্ঠান।
৩৯২. ইদ্লি- এবিধ খাদ্য়।
৩৯২. ইথাৰীয়- মহাকাশীয়।
৩৯৩. ইগিল-দিগিল- ইফীাল-সিফাল কৰা।
৩৯৪. ইউনানী চিকিৎসা- ভাৰতৰ ঠাইভেদে চলি থকাল চিকিৎসা।
৩৯৫. ইনভিজিলেটৰ- পৰ্যবেক্ষক>
৩৯৬. ইপুৰী-সিপুৰী- এই জন্ম আৰু পৰজন্ম।
৩৯৭. ইৰাৱতী- সপ্তসিন্ধুৰ সাতখন নদীৰ ভিতৰত পাঞ্জাৱৰ এখন নদী।
৩৯৮. ইননি-বিননি- দোষৰ কথাবোৰ বৰ্ণনা কৰি কোৱা।
৩৯৯. ইৰান- পাৰস্য় দেশৰ নাম।
৪০০. ইষ্টতা- বন্ধুতা।
৪০১. ইঘৰ-সিঘৰ- এইঘৰ আৰু সেইঘৰ।
৪০২. ইথিঅ'পিয়া- আফ্ৰিকা মহাদেশত অন্তৰ্গত এখন দেশ।
৪০৩. ইংকোয়ে- এনেয়ে।
৪০৪. ইংপুচ্চ- দেঁউৰীসকলৰ তাঁতশাল।
৪০৫. ইচিলাচ্টকি- লঘু স্বভাৱৰ বিবাহিতা মহিলা।
৪০৬. ইঠাই-সিঠাই- অ'ত-ত'ত।
৪০৭. ইজাফা- বহুত।
৪০৮. ই-নিউজ- অনলাইনৰ দ্বাৰা পোৱা বাতৰি বা খবৰ।
৪০৯. ইংতুৰ- ওঁঠ।
৪১০. ইউগ্লিনা- প্ৰট'জৱা শ্ৰেণীৰ অন্তৰ্ভুক্ত এবিধ অণুজীৱ।
৪১১. ইংগলা- ইড়া নাড়ী।
৪১২. ইৎ- কোনো কামৰ বাবে উচ্চাৰণ হৈ পিছত লুপ্ত হোৱা বৰ্ণ।
৪১৩. ইদানীক্- এতিয়া।
৪১৪. ইন্দ্ৰমহ- বৰ্ষা ঋতু।
৪১৫. ইমেটিক- বমি কৰোৱাত সহা কৰা এবিধ বিশেষ ঔষধ।
৪১৬. ইশিত্ব- প্ৰভুত্ব। 
৪১৭. ইউকেলিপ্টাছ- ওখ।
৪১৮. ইন্দ্ৰিয় নিগ্ৰহ- সংযম।
৪১৯. ইলাবৃত্ত- জম্বু দ্বীপৰ নটা ভাগৰ চতুৰ্থ বাগ।
৪২০. ইষ্টপদ- নাচি থাকোতে ভগৱানক স্তুতি কৰা।
৪২১. ইজা- এপাটৰ পৰা আন এপাটলৈ নিয়া অংক।
৪২২. ইকমিম কুকাৰ- উতলা পানীৰ বাপত খোৱাবস্তু সিজাবলৈ ব্য়ৱহাৰ কৰা বিশেষ ৰন্ধন যতন।
৪২৩. ইনজেক্ছন- ৰোগীৰ শৰীৰত ছিৰিঞ্জেৰে ঔষধ সোমোৱাই দিয়া কাৰ্য।
৪২৪. ইপুতুৎ- চাওতাল সমাজত চলি থকা বাল্য়বিৱাহ।
৪২৫. ইৰিডিয়াম- এবিধ বহুত কঠিন হালধীয়া াৰু বগা ৰঙৰ ধাতু।
৪২৬. ইনপুট আহিলা- ইনপুট ডেটা বা আভ্য়ন্তৰীণ তথ্যাদিৰ নিৰ্দেশাৱলীত ব্য়ৱহাৰ কৰা বিশেষ আহিলা।
৪২৭. ইলেক'ট্ৰন অনুবীক্ষণ যন্ত্ৰ- সাধাৰণ অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা দেখা নোপোৱা অনুজীৱ।
৪২৮. ইশিত্ব- যোগৰ এটা শক্তি।
৪২৯. ইন-বক্স- তথ্য ধৰি ৱৰাখিবলৈ ৰখা ব্য়ৱস্থা।
৪৩০. ইডিঅ'পেথিক- কোনোঅজান কাৰণত হোৱা ব্য়াধি।
৪৩১. ইউজাৰ- সুৰক্ষা ব্য়ৱস্থা অধিক সুদৃঢঞ কৰিবৰ বাবে ইয়াৰ লগত এটা গোপনীয় শব্দ ব্য়ৱহাৰ কৰা হয়।
৪৩২. ইউথেনিকছ- বিজ্ঞানৰ এটা শাখা যিয়ে পৰিৱেশ উন্নত কৰি মানৱ জীৱনউন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়ে।
৪৩৩. ইউৰেনেল- প্ৰস্ৰাৱ।
৪৩৪. ইচ্ছাধীন- ইচ্ছামতে কৰা।
৪৩৫. ইটাকনিক এচিড- প্লাষঅটিক তৈয়াৰ কৰোতে ব্য়ৱহৃত এবিধ এচিড।
৪৩৬. ইদানীন্তন্- এতিয়া।
৪৩৭. ইন্দ্ৰোদৰ- সোমৰস থোৱা পাত্ৰ।
৪৩৮. ইক'নমিকছ- অৰ্থনীতি বিজ্ঞান।
৪৩৯. ইন্দ্ৰিয়-দমন- ইন্দ্ৰিয় বিলাক প্ৰবল হৈ কুকৰ্মত প্ৰয়োগ নোহোৱাকৈ ৰাখন।
৪৪০. ইয়াদ দস্ত- স্মৰণ-লিপি।
৪৪১. ইডিঅ'লজি- বিজ্ঞানৰ এক শ্ৰেণী য'ত পুৰুষ আৰু মহিলাৰ যৌনাঙ্গৰ বিষয়ে অধ্যয়ন কৰে।
৪৪২. ইন্দ্ৰাচাৰ্য- বৃহস্পতি।
৪৪৩. ইয়ৰ্কাৰ- ক্ৰিকেট কেলত বেটছমেনৰ ভৰিৰ একেবাৰে ওচৰতে থকা সমীপত কৰা বলাৰৰ নিক্ষেপিত তীব্ৰ বল।
৪৪৪. ইঞ্জিনিয়াৰ- অভিযন্তা।
৪৪৫. ইন্দ্ৰধেনু- ৰামধেনু।
৪৪৬. ইষ্টবিয়োগ- আপোন কাৰোবাৰ মৃত্য়ু।
৪৪৭. ইন্দৰৰো সিন্দুৰ- অৰ্থহীন।
৪৪৮. ইচ্ছাবিৰুদ্ধ- ইচ্ছাৰ বিপক্ষে।
৪৪৯. ইকৰা- মোটা চাউল হোৱা আৰু দমাটিত কৰা এবিধ আহুধান।
৪৫০. ইংলেণ্ড- ইংৰাজ লোকসকল থকা ঠাই।
৪৫১. ইতিহাসতত্ত্ব- ইতিহাসৰ বিষয়ে অধ্য়য়ন কৰা এটা শাখা।
৪৫২. ইঞ্জিনৰ কাৰ্যদক্ষতা- ইঞ্জিনৰ পৰা পোৱা কাম আৰু তাত ব্য়ৱহাৰ কৰা শক্তিৰ অনুপাত।
৪৫৩. ইন্দ্ৰজিতমালতী- এবিধ পুষ্প।
৪৫৪. ইয়াৰিং- কাণফুলি।
৪৫৫. ইচ্ছাশক্তি- মনৰ শক্তি।
৪৫৬. ইউনিছেফ- ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক শিশুৰ জৰুৰীকালীন পুঁজি।
৪৫৭. ইন্দুমণি- এবিধ অধিক মূল্য়ৱান মণি।
৪৫৮. ইয়াথং- ভৰি।
৪৫৯. ই-স্তৰ- আয়ন মণ্ডলৰ ই অঞ্চলৰ থকা আয়নৰ ঘন স্তৰ।
৪৬০. ইন্দ্ৰবংশী- ইন্দ্ৰৰ বংশত জাত।
৪৬১. ইচানিয়ৎ- মানৱীয়তা।
৪৬২. ইন্দ্ৰচাপ- ইন্দ্ৰধনু।
৪৬৩. ইলেক'ট্ৰনিক ফৰ্ম- ই-ফৰ্ম।
৪৬৪. ইস্কাপন- ক'লা ৰঙৰ পাণ আকৃতিৰ দাগ থকা তাচৰ পাত।
৪৬৫. ইন্দ্ৰকমল- কমলৰ নিচিনা দেৱৰাজ ইন্দ্ৰ।
৪৬৬. ইছু- ইচা।
৪৬৭. ইংগিতপূৰ্ণ- অৰ্থপূৰ্ণ।
৪৬৮. ইকু গেনেমাী- দেউঁৰী জনগোষ্ঠী লোকসকলৰ বিহুৰ প্ৰথম দিনা ডেকা ল'ৰা সকলে চুৰীয়া পিন্ধা অনুষ্ঠান।
৪৬৯. ইকা সভ্য়তা- দক্ষিণ আমেৰিকা মহাদেশৰ মেৰু অঞ্চলত ১২০৩ খ্ৰীঃপূৰ্বত সূচনা হোৱা ইনকা জাতিৰ সভ্য়তা।
৪৭০. ইন্দ্ৰানুজ- ইন্দ্ৰৰ জন্মৰ পিছত কশ্যপৰ আভাৰ দ্বাৰা অদিতিৰ গৰ্ভ বামন হৈ পৰে।
৪৭১. ইদিক-সিদিক- ইফালে-সিফালে।
৪৭২. ইজাল-বিজাল- পতনুৱা কথা।
৪৭৩. ইংগুদি- এবিধ বনৰীয়া বৃক্ষ।
৪৭৪. ইঅ'নিজম- স্ত্ৰীসূলভ আচৰণ প্ৰকাশ কৰা।
৪৭৫. ইউৰোপীয়- ইউৰোপৰ বাসিন্দা।
৪৭৬. ইন্ট্ৰামাক্সুলাৰ- মাংস পেশীৰ ভিতৰত ঔষধ প্ৰয়োগ কৰা পদ্ধতি।
৪৭৭. ইন্দ্ৰিয়- শৰীৰ যিবিলাক ভাগৰ দ্বাৰা মানুহে কাম কৰে।
৪৭৮. ইয়েলোপজে- ব্য়ৱসায়-প্ৰতিষ্ঠান।
৪৭৯.  ইলেকট্ৰিক- বৈদ্য়ুতিন।
৪৮০.  ইনছল্ভেন্ট- দেউলীয়া।
৪৮১. ইডাইটিছ- বিভি্ন্ন বীজাণুৰ সংক্ৰমণৰ ফলত দেখা দিয়া জনেন্দ্ৰিয়ৰ প্ৰদাহজনিত ৰোগ।
৪৮২. ইছিং- বড়ো জনগোষ্ঠীৰ লোকসকলৰ দেৱতা থাপনাৰ বাবে থকা বৰঘৰৰ পূবৰ এটা কোঠালি।
৪৮৩. ইউৰোপীয় ইউনিয়ন- ইউৰোপীয় মহাসংঘ।
৪৮৪. ই-আৱৰ্জনা- ইলেক'ট্ৰনিক আৱৰ্জনা।
৪৮৫. ইক'নমেট্ৰিক্স- অৰ্থনীতি।
৪৮৬. ইফেক্ট- নাটকৰ পৰিৱেশ সৃষ্টিৰ বাবে ব্য়ৱহাৰ কৰা আৱহ শব্দ।
৪৮৭. ইজাৰ- চুৰিয়া।
৪৮৮. ইত্য়াদি- আদি।
৪৮৯. ইতিবৃত্ত- পূৰণি কথা।
৪৯০. ইডিপাছ গূঢ়ৈষা- নিজৰ পিতৃৰ প্ৰতি যৌন বিদ্বেষ আৰু মাতৃৰ প্ৰতি যৌনাকৰ্ষণ।
৪৯১. ইনচাট- ভাৰতে মহাকাশথ স্থাপন কৰা কৃত্ৰিম উপগ্ৰহ।
৪৯২. ইচৰাফিল- ইচলাম ধৰ্ম অনুসৰি ঈশ্বৰ প্ৰেৰিত চাৰি গৰাকী শ্ৰেষ্ঠ দূতৰ।
৪৯৩. ইংচিম- ডাঠ।
৪৯৪. ইছিহাৰা টেষ্ট- বৰ্ণান্ধতা পৰীক্ষা কৰা পদ্ধতি।
৪৯৫. ইউফ'নিয়াম- পিতলৰ এবিধ ফু-বাদ্য়।
৪৯৬. ইংগিত- কথা বুজোৱা সংকেত।
৪৯৭. ইউ.এফ.এ- সৌৰজগতৰ বাহিৰৰ পৰা অহা পৃথিৱীৰ মাটিৰ কেঁচুৰ বিশ্লেষণ হৈছে এক বিৰল জ্যোতি-বিক্ৰী হোৱা ঘূৰণীয়া কাঁহী।
৪৯৮. ইউ.পি.এছ- অবিৰত শক্তি যোগান।
৪৯৯. ইচ্ছাশক্তিনাথ- এবিধ ব্য়াধি।
৫০০. ইদ- নিচি জনগোষ্ঠীৰ লোকসকলে বিয়াত গোৱা এক বিনোদধৰ্মী গীত।
৫০১. ইজি চেয়াৰ- হেলনীয়া চকী।
৫০২. ইন্তুং- ইমান।
৫০৩. ইন্দ্ৰবাসৰ- সোমবাৰ।
৫০৪. ইটাৰবিয়াম- বগা ধাতৱ মৌল।
৫০৫. ইংহিন- পাহাৰীয়া বাঁহ।
৫০৬ . ইথান- এই স্থানত।
৫০৭. ইন্দ্ৰিয়-সুখ- চকুকাণনাক আদিয়ে পোৱা সন্তোষ।
৫০৮. ইয়াৰ্কি- ৰসিকতা।
৫০৯. ইষ্টনাম- উপাসনা কৰা দেৱতাৰ নাম।
৫১০. ইচ্ছামাত্ৰে- ইচ্ছা মাত্ৰকেই।
৫১১. ইন্দ্ৰত্ব- ইন্দ্ৰৰ পদ।
৫১২. ইতি- এই।
৫১৩. ইমপছিবল- অসম্ভৱ।
৫১৪. ইষিকা- কুষ বন।
৫১৫. ইউৰেনিয়াম- তেজষ্ক্ৰিয় ধাতু বিশেষ। 
৫১৬. ইমানতান- মাহী।
৫১৭. ইন্দ্ৰজালিক- যাদুকৰ।
৫১৮. ইমাৰছন- বুৰণ।
৫১৯. ইষিটি- পৰম গতি।
৫২০. ইচ্ছানুযায়ী- মনৰ ইচ্ছা অনুসৰি।
৫২১. ইক'গ্ৰাফ- শব্দ তৰংগৰ সহায়ত সাগৰৰ গভীৰতা জোখা এটা সঁজুলি।
৫২২. ইবাগে-সিবাগে- ইকাষে-সিকাষে।
৫২৩. ইমান্- এই পৰিমাণৰ।
৫২৪. ইষুধি- তূণ।
৫২৫. ইষ্টাৰ্চনু- ইষ্টদেৱতাৰ পূজা।
৫২৬. ইথেন- প্ৰাকৃতিক গেছ আৰু পেট্ৰ'লিয়ামত থকা এবিধ বৰ্ণ আৰু গোন্ধহীন গেছ।
৫২৭. ইন্দ্ৰকীল- মন্ৰ পৰ্বত।
৫২৮. ইষ্টজন- আপোনজন।ইতিকিং- ঠাট্টা কৰা কাৰ্য।
৫২৯. ইকুল-সিকুল- দুই কুল।
৫৩০. ইটালিকছ- কোনো কথাৰ গুৰুত্ব।
৫৩১. ইতিপূৰ্বে- ইয়াৰ আগতে।
৫৩২. ইন্দ্ৰালয়- ইন্দ্ৰৰ ঘৰ।
৫৩৩. ইতিহাসবিদ- ইতিহাসৰ বিষয়ে অধিক অধ্য়য়ন কৰা বিশেষজ্ঞ।
৫৩৪. ইছপ্লিন- পেঁটৰ সোঁফালে ওপৰৰ অংশত থকা এটা গুৰুত্বপূৰ্ণ অংগ।
৫৩৫. ইচ্ছা-পত্ৰহীন- উইল নকৰাকৈ।
৫৩৬. ইজিপ্টিয়ান পাউণ্ড- ইজিপ্ট দেশত চলি থকা মুদ্ৰা।
৫৩৭. ইতিবৃত্তকাৰ- ইতিহাসবিদ।
৫৩৮. ইচ্ছা-ভেদী- পেট চলাব পৰা এবিধ দৰবৰ নাম।
৫৩৯. ইগাবদাগৰা- ঘখ।
৫৪০. ইঃ- দোষ বেজাৰ বুজোৱা শব্দ।
৫৪১. ইদং- ইদম্।
৫৪২. ইংনাম- অৰণ্য়।
৫৪৩. ইন্দ্ৰগোপী- গুৱালী পলু।
৫৪৪. ইমাৰত- অট্টালিকা।
৫৪৫. ইবেল- আইতা।
৫৪৬. ইশিত্ব- অষ্ট আশ্চৰ্যৰ অন্য়তম।
৫৪৭. ইভা- শ্ৰেষ্ঠা।
৫৪৮. ইষ্টপত্তি- ইষ্টসিদ্ধি।
৫৪৯. ইচ্ছামতে- ইচ্ছানুৰূপে।
৫৫০. ইক'ফ্ৰেণ্ডলী- পৰিৱেশ অনুকূল।
৫৫১. ইচ্ছানুসাৰে- নিজৰ ইচ্ছা অনুযায়ী।
৫৫২. ইনকালকেট- খৰচি মাৰি শিকা।
৫৫৩. ইক''কেছন- প্ৰতিধ্বনিৰে অৱস্থান বা দিক্ নিৰ্ণয় কৰা যান্ত্ৰিক পদ্ধতি।
৫৫৪. ইনফ'টেইনমেন্ট- তথ্য আৰু মনোৰঞ্জনৰ সমাহাৰ।
৫৫৫. ইন্দ্ৰপস্থ- পূৰণি দিল্লী।
৫৫৬. ইমবাইব- নিজৰ কৰি ল।
৫৫৭. ইলেকট্ৰিছিটি- বিজুলি শক্তি।
৫৫৮.ই তেইবা- নবৌ।
৫৫৯. ইচ্ছা-পত্ৰহীনত্ব- বেওৱাৰিচী সম্পত্তি।
৫৬০. ই-চি-জি- 'ইলেকট্ৰ' কাৰ্ডিঅ'গ্ৰাম্।
৫৬১. ইন্দ্ৰমদ- গৰ্ব।
৫৬২. ইৰিকটি-মিৰিকটি- গীত গাই কৰা শিশুৰ খেল।
৫৬৩. ইষ্ট সাধন- মনৰ আশা পূৰণ হোৱা।
৫৬৪. ইতালি সিতালি মাৰ- ইফালৰ কথা সিফালক কৈ দুয়ো পক্ষৰ বিশ্বাসত সোমা।
৫৬৫. ইং-ভাৰতীয়- ইংৰাজ মূলৰ ভাৰতীয়।
৫৬৬. ইছ'ফেগাছ- মুখৰ লগত পাকস্থলীৰ সংযোজন কৰা নলী।
৫৬৭. ইবো- এইটো।
৫৬৮. ইলোৰা- মহাৰাষ্ট্ৰ আওৰাংগাবাদ জিলাৰ ৩৪টা গুহাযুক্ত পাহাৰীয়া স্থান।
৫৬৯.  ইংকাকে- এনেদৰে।
৫৭০. ইছোবাৰ- সম চাপযুক্ত ঠাইক নিৰ্দেশ কৰিবলৈ মানচিত্ৰত ব্য়ৱহৃত এডাল ৰেখা।
৫৭১. ইমেনছ- বিশাল।
৫৭২. ইমানতে- এই ঠাইতে।
৫৭৩. ইতিবাচক- হয় বুজোৱা।
৫৭৪. ইন্দ্ৰকল্প- ইন্দ্ৰৰ দৰে ক্ষমতাশালী।
৫৭৫. ইন্দ্ৰসাৱৰ্ণি- চতুৰ্দশ মনু।
৫৭৬. ইদিকিৰ- এইফালে।
৫৭৭. ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি- গণ্য় মান্য় লোকৰ সভাত অপদাৰ্থ লোকৰ ফট্ফট্নি।
৫৭৮. ইউ.আৰ.এল.- ৱেবপৃষ্ঠা আদিৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা এক অনন্য ঠিকনা।
৫৭৯. ইন্দ্ৰিয় সেৱা- ইন্দ্ৰিয় বিলাকে লসুখ পোৱা কাৰ্য।
৫৮০. ইভিতি-সিভিতি- ইফাল-সিফাল।
৫৮১. ইন্দ্ৰদ্য়ুম্ন- ঊৰিষ্যা ৰাজ্য়ৰ এজন ৰজাৰ নাম।
৫৮২. ইফাল্-সিফাল্- দিশ।
৫৮৩. ইংকক- গাওঁ।
৫৮৪. ইনষ্টলমেন্ট- পৰিশোধ কৰিব লগা মুঠ পৰিমাণৰ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত এক নিৰ্দিষ্ট বিৰতিৰ দ্বাৰা পৰিশোধ কৰা ধনৰ কিস্তি।
৫৮৫. ইউৰো- ইউৰোপিয়ান ইউনিয়নৰ সদস্য়ভুক্ত দেশবোৰৰ মাজত চলি থকা মুদ্ৰা।
৫৮৬. ইনফ'ৰ্মেছন- তথ্য় প্ৰযুক্তি।
৫৮৭. ইন্দ্ৰজাল্- ভেলেকী।
৫৮৮. ইষ্টবাদী- নিজৰ মনোকামনা পূৰণ হোৱাতোৱেই যোনে জীৱনৰ উদ্দেশ্য বুলি ভাৱে।
৫৮৯. ইড়া- মানুহৰ ৰাজহাড়ৰ সোঁফাল আৰু বাওঁফালে থকা চন্দ্ৰ-সূৰ্যাত্মক ইড়া আৰু পিংগলা নামে দুডাল নাড়ী।
৫৯০. ইবাৰ-সিবাৰ- এইবেলি আৰু যোৱা বাৰ।
৫৯১. ই-লাৰ্নিং- ইন্টাৰনেট যোগে শিক্ষা গ্ৰহণ কৰিব পৰা অৱস্থা।
৫৯২. ইষ্ট্ৰ'জেন- মহিলাৰ শৰীৰত উৎপন্ন হোৱা হ'ৰমন।
৫৯৩. ইমান নাপা- সমনীয়াক কৰা সম্বোধন।
৫৯৪. ইনড'ৰ ষ্টেডিয়াম- বাহিৰৰ ৰ'দ বতাহ সোমাব নোৱাৰাকৈ সজা।
৫৯৫. ইন্নকী- মেইতেই মহিলাই পৰিধান কৰা এবিধ চাদৰ।
৫৯৬. ইঞ্জিন অইল- ইঞ্জিনৰ ভিতৰত দক্ষ যন্ত্ৰপাতি মসৃণভাৱে চলাবলৈ ব্যৱহৃত ঘৰ্ষণ প্ৰতিহত কৰা এক তেল পদাৰ্থ।
৫৯৭. ইতিমধ্য়ে- ইয়াৰ মাজত।
৫৯৮. ইন্দ্ৰিয় চৰিতাৰ্থ- ইন্দ্ৰিয়ই বিচৰাৰ নিচিনাকৈ সন্তোষ পোৱা।
৫৯৯. ইউফ'নিয়াম- পিতলৰ এবিধ ফু-বাদ্য়।
৬০০.এক'প্ৰেক্সিয়া- কোনো ব্যক্তিৰ সংক্ৰমণইচ্ছাকৃতভাৱে বা তুলনামূলকভাৱে অজ্ঞাতভাৱে অনুকৰণ কৰাটো এটা মানসিক বিকাৰ।
৬০১. ইজিন- কম্পিউটাৰত পঢ়িব পৰাকৈ ইলেক'ট্ৰনিক ৰূপত প্ৰকাশ পোৱা আলোচনী।
৬০২. ইথান'ল- মাদক দ্ৰৱ্য়ত থকা এক এলকহল যি ইন্ধন আৰু দ্ৰাৱক হিচাপে ব্য়ৱহৃত।
৬০৩. ইয়ালৈ- এই ঠাইলৈ।
৬০৪. ই-জাইন- ইন্টাৰনেটযোগে উপলদ্ধ আৰু পঢ়িব পৰা আলোচনী।
৬০৫. ইনাই-বিনাই- দোষৰ কথা কৈ।
৬০৬. ইচবণ্ডল- কোষ্ঠকাঠিন্য় নিবাৰক ভেষণ ঔষধ।
৬০৭. ইন্টাৰনেট কাফে- নিৰ্ধাৰিত টকাৰ বিনিময়ত ইন্টাৰনেট ব্য়ৱস্থাৰ সুবিধা আদায় কৰিব পৰা বিশেষ স্থান
৬০৮. ইথ'লজি- প্ৰাকৃতিক পৰিৱেশত প্ৰাণীয়ে কেনেধৰণে ব্য়ৱহাৰ কৰে- এই বিষয়ত অধ্যয়ন কৰা বিজ্ঞানৰ এটা শাখা।
৬০৯. ইপুথাউ- ককাৰ দেউতাক, আজুককা।
৬১০. ইমমবিলাইজাৰ- মালিক নথকা অৱস্থাত চোৰে যাতে গাড়ীৰ ইঞ্জিন ষ্টাৰ্ট কৰিব নোৱাৰে সেই উদ্দেশ্যে গাড়ীত লগোৱা এক প্ৰতিৰক্ষা প্ৰণালী।
৬১১. ইষ্টকৰ্ম- অভিলষিত কৰ্ম।
৬১২. ইলিয়াড- আনুমানিক খ্ৰীঃপূঃ অষ্টম শতিকাত গ্ৰীক কবি হোমায়নৰ দ্বাৰা ৰচিত এখন মহাকাব্য়।
৬১৩. ইক'ছাউণ্ডাৰ- সাগৰ, হ্ৰদ ইত্য়াদিৰ পানীৰ গভীৰতা জোখা।
৬১৪. ইভাৰ্টাৰ- পোনপটীয়া বিদ্য়ুৎ প্ৰৱাহক আওপকীয়া বিদ্য়ুৎ প্ৰবাহলৈ সলনি কৰিব পৰা এবিধ সঁজুলি।
৬১৫. ইন্দ্ৰধ্বজ- ইন্দ্ৰৰ প্ৰীতিৰ কাৰণে কৰা ধ্বজ আকাৰৰ বিুশেষ কাঠ বা নিচান।
৬১৬. ইলা- ধৰিত্ৰী।
৬১৭. ইন্দু- চন্দ্ৰ।
৬১৮. ই- কোনো কথাৰ পিছত যোগ কৰা হ'লে তাৰ অৰ্থ বিশেষকৈ বুজায়।
৬১৯. ইন্টাৰনেট- কম্পিউটাৰত বিন্য়াস কৰা তথ্য ভঁৰালক উপগ্ৰহৰ জৰিয়তে সমগ্ৰ বিশ্বব্য়াপী সুবিস্তৃত জালৰ নিচিনা বিন্য়াস কৰা অৱস্থা।
৬২০. ইটেলছেট্- কৃত্ৰিম উপগ্ৰহৰ সহায়ত গোটেই পৃথিৱীতে দূৰদৰ্শন।
৬২১. ইউৰেন'লজি- মহাকাশত থকা গ্ৰহ-নক্ষত্ৰৰ বিষয়ে অধ্য়য়ন কৰা বিজ্ঞানৰ এটা বিষয়ে।
৬২২. ইন্টাৰমেডিয়েট- উচ্চ মাধ্যমিক আৰু স্নাতক পৰীক্ষাৰ মধ্য়ৱতী।
৬২৩. ইনছুলিন- জীৱৰ ভগ্ন্য়াশয়ত প্ৰস্তুত হোৱা এবিধ হৰমোন।
৬২৪. ইথাৰ্- ঊনৈশ শতিকাত চলি থকা পদাৰ্থবিজ্ঞানৰ এক ধাৰণা অনুযায়ী গোটেই পৃথিৱী পৰিব্য়াপ্ত এবিধ পদাৰ্থ।
৬২৫. ইভ- বাইবেলৰ অল্ড টেষ্টামেন্টত বৰ্ণিত ঈশ্বৰ-সৃষ্ট প্ৰথম মহিলা।
৬২৬. ইউৰিয়া- পানীত দ্ৰৱণীয় বগা স্ফটিকীয় বিশেষ যৌগ।
৬২৭. ইতিহাস দৰ্শন- ইতিহাস ৰচনাৰ আদৰ্শ।
৬২৮. ইকম্- ই কমাৰ্চ।
৬২৯. ইনকুইজিছন- মধ্যযুগত ৰোমান কেথলিক গীৰ্জাৰ ধৰ্মীয় আদালত।
৬৩০. ইজাৰা-নিৰ্ধাৰিত ধন জমা দি কোনো বস্তুৰ ম্যাদি দখল কৰা।
৬৩১. ইনক্লাব জিন্দাবাদ- বিপ্লৱ জয়যুক্ত হওক।
৬৩২. ইলুমিন'মিটাৰ-এপ্লিকেচন উৎসৰ দ্বাৰা প্ৰদান কৰা পোহৰৰ পৰিমাণ জোখাৰ বাবে ব্যৱহৃত এটা সঁজুলি। 
৬৩৩. ইষ্ট কেৰিবিয়ান ডলাৰ- গ্ৰেনাড দেশত চলি থকা মুদ্ৰা।
৬৩৪. ইয়ক্চা- মিচিং জনগোষ্ঠীলোকসকলৰ সমাজত পুৰোহিত মিবুয়ে ব্য়ৱহাৰ কৰা এখন বৃহৎ মিট দা।
৬৩৫. ইগিল-তিগিল- অদৰকাৰীভাৱে সময় কটা।
৬৩৬. ইউৰিক মিটাৰ- প্ৰস্ৰাৱত থকা ইউৰিক েচিডৰ পৰিমাণ জুখিবলৈ ব্য়ৱহৃত এবিধ সঁজুলি।
৬৩৭. ইঞ্জিন মাউন্টিং- মটৰ গাড়ীৰ ইঞ্জিন ধাৰণ কৰিবলৈ চেছিছৰ ওপৰত সংলগ্নৰংবৰ আৰু ধাতৱ পাতেৰে বিশেষভাৱে নিৰ্মাণ কৰা দুডাল বিশেষ দণ্ড।
৬৩৮. ইনছুলিন কমা থেৰাপি-মানসিক ৰোগৰ চিকিৎসা কৰা এক প্ৰণালী, যাৰ ভিতৰত আছে স্কিজোফ্ৰেনিয়া।
৬৩৯. ইনষ্টল- প্ৰতিষ্ঠিত বা স্থাপন কৰা।
৬৪০. ইষ্টকৱচ- অশুভ শক্তিৰ পৰা ৰক্ষা পাবলৈ লোৱা ঐশ্বৰিক মন্ত্ৰপুত।
৬৪১. ইউৰেকা- ৰোধক তাঁৰ হিচাপে ব্য়ৱহাৰ হোৱা কপাৰ আৰু নিকেল মিশ্ৰিত এবিধ সংকৰ ধাতু।
৬৪২. ইহুদি বিদ্বেষ- ইউৰোপত বহু শতাব্দী ধৰি ইহুদীসকলৰ বিৰুদ্ধে খ্ৰীষ্টানসকলৰ দ্বাৰা জাতিগত আৰু ধৰ্মীয় বিদ্বেষ।
৬৪৩. ইনকুৱেতৰ- এক যান্ত্ৰিক বাকচ যি নিৰ্ধাৰিত উষ্ণতাৰ সমান।
৬৪৪. ই-মেইল ফিল্টাৰ- এটা প্ৰগ্ৰাম যি স্বয়ংক্ৰিয়ভাৱে ই-মেইল সমলক পৃথক ফল্ডাৰত বিভক্ত কৰে।
৬৪৫. ইষ্টদেৱ্- নিজে আৰাধনা কৰা দেৱতা।
৬৪৬. ইকুৱেষ্ট্ৰীয়ান- অশ্বচালনাত পাৰ্গত লোক।
৬৪৭. ইন্ট্ৰানেট- এটা প্ৰণালী অনুসৰি সংগঠন এটাত কম্পিউটাৰ সজোৱা এক প্ৰণালীয়ে একে সময়তে বিভিন্ন কম্পিউটাৰত ডাটা খুলিব পাৰে।
৬৪৮. ইদ্দত- মুছলমান সমাজত বিধৱা বা তালাক হোৱাৰ পিছত ইছলাম ধৰ্মৰ নিয়ম অনুসৰি নিৰ্দিষ্ঠ সময়লৈকে পুনৰ বিবাহ হ'ব নোৱাৰা।
৬৪৯. ইন্দ্ৰবংশা- একাদশ অক্ষৰ পাদ বৰ্ণ বৃত্ত বিশেষ।
৬৫০. ইম'টিকন- ইণ্টাৰনেটত প্ৰেৰণ কৰা বাৰ্তা বা বাতৰি বা মেইলত মানুহৰ অনুভূতি প্ৰকাশ কৰা কিছুমান সাংকেতিক চিহ্ন।
৬৫১. ইউৰিন মিটাৰ-মানুহৰ প্ৰস্ৰাৱৰ ডাঠতা নিৰ্ধাৰণ কৰিবলৈ ব্যৱহৃত সঁজুলি।
৬৫২. ইনফ'ৰমাৰ্চিয়েল- বাণ্য়িজিক উদ্দেশ্যৰে সৃষ্টি কৰা তথ্য়সূচক দৃশ্য়মান বিজ্ঞাপন।
৬৫৩. ইন্সপেক্তৰ- পৰিদৰ্শক।
৬৫৪. ইয়েলো জাৰ্নেলিজম- আধা সঁচা।
৬৫৫. ইষ্টনিষ্ট- ইষ্ট আৰু অনিষ্ট।
৬৫৬. ইলেকট্ৰ'লাইছিছ- ইলেক্ট্ৰনিক তৰংগৰ দ্বাৰা শৰীৰৰ অবিনশ্বৰ চুলি স্থায়ীভাৱে আঁতৰ হোৱাৰ এক পদ্ধতি
৬৫৭. ইতিহাস ৰচনাত্ত্ব- ইতিহাস ৰচনা আৰু ৰচনা পদ্ধতি সম্পৰ্কীয় তত্ত্ব।
৬৫৮. ই-বুক- ইলেক্ট্ৰনিক কিতাপৰ সংক্ষিপ্ত ৰূপ।
৬৫৯. ইডিপাছ সংভাব- শিশুটোৰ পুত্ৰই তেওঁৰ দেউতাকক তেওঁৰ মাতৃৰ প্ৰিয় প্ৰতিদ্বন্দী বুলি গণ্য কৰা বুলি ভৱাৰ ফলত উৎপত্তি হোৱা দ্বেষ ভাৱ।
৬৬০. ই-কেছ- ইলেক'ট্ৰনিক কেছৰ সংক্ষিপ্তকৰণ।

 

Post Id: DABP000729