f অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning ধ ~ Daily Assam

অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning ধ



১. ধঁতুৰা গুটি - ধতুৰা নামৰ এবিধ গছৰ গুটি
২. ধপ্  ধপ্ - চৰায়ে ডেউকাৰে আঘাত কৰিলে হোৱাৰ নিচিনা শব্দ, ৩. কঁপা বা ঘনকৈ লৰ্ ( বুকু, কলিজা আদি)
৫. ধাৰেৰে - একেলগে বৈ, জোৰেৰে বৈ
৬. ধিয়াই - ধ্যান কৰি, মনত ভাবি
৭. ধাৰবাহিক-     অবিচ্ছিন্ন, ক্ৰমিক ।(২)অনেক খণ্ডত প্ৰচাৰিত নাটক ৮আদি।
৯. ধিক্কাৰ-      তিৰষ্কাৰ, নিন্দা।
১০. ধৈয-         বিপদত স্হিৰ হৈ থকা গুণ।
১১. ধিয়ায় - ধ্যান কৰে
১২. ধৰ্তব্য - ধৰিবলগীয়া ।
১৩. দেমাজী - এখন জিলাৰ নাম ।
১৪. ধীৰেন - পূৰুষৰ এক বিশেষ  নাম ।
১৫. ধাৰাসাৰ - একেৰাহে ।
১৬. ধাননি - ধানেৰে ভৰপূৰ পথাৰ ।
১৭. ধবংস - বিনাশ ।
১৮. ধান্দা - বেয়া মনোকামনা ।
১৯. ধাবা - পথৰ দাঁতিত থকা হোতেল ।
২০. ধূনা - ভগৱানক আৰাধনা কৰিবলৈ ব্যৱহাৰ কৰা এবিধ ভক্তিমূলক সামগ্ৰী ।
২১. ধাৰা - নিয়ম।
২২. ধূমপান - ৰাগিয়াল বস্তু ।
২৩. ধাৱমান - বেগেৰে খোজ কঢ়া ।
২৪. ধঁপাত - ধপলা - ধপল পাত থকা চুটি - চাপৰ এবিধ গছ আৰু তাৰ ফল ।
২৫. ধ্বংসস্বৰূপ - বিনাশ হোৱাৰ কাৰণ ।
২৬. ধনৱান -  ধনী মানুহ ।
২৭. ধমনী - তেজ চলাচল কৰা নলী ।
২৮. ধুমকেতু - নেজাল - তৰা ।
২৯. ধূৰ্ত - বুধিয়ক ।
৩০. ধূলি - মাটি ।
৩১. ধুৰুপ -  যিটো নিশ্টয় হয় ।
৩২. ধুলীয়া - ধুলীৰ নিচিনা এবিধ গুড়ি দৰব ।
৩৩. ধুতী - চুৰিয়া ।
৩৪. ধূসৰ - ধোঁৱা বৰণৰ ।
৩৫. ধেমালি - ৰং - তামাচা ।
৩৬. ধুতি - ধুই শুচি কৰা ।
৩৭. ধূলিসাঁত - ধূলিত মিলি যোৱা ।
৩৮. ধুসৰিত - ধূলী ।
৩৯. ধুৰন্ধৰ- বদমাচ ।
৪০. ধুৰুপ-সঁচা।
৪১. ধীবৰ - মাছ মাৰি থকা জন।
৪২. ধুন - ভাল কতাপোৰ অলঙ্কাৰ আদি পিন্ধি শৰিৰৰতো শোভিত কৰা।
৪৩. ধীৰে ধীৰে - লাহে লাহেকৈ।
৪৪. ধুই - বয়স হোৱা মাইকি হাতি।
৪৫. ধিয়া - তপস্যা কৰা।
৪৬. ধিং - বেলেগৰ উপৰত দপ্ দপনি ধৰা।
৪৭. ধৰণা - কল্পনা কৰা।
৪৮. ধমাদৰা - তোষামোদ কৰা।
৪৯. ধুন্দুলি - লতাৰ এবিধ ফল।
৫০. ধুমুৰা - ডাঙৰ লৰা বোৰ।
৫১. গন্ধ দ্ৰব্যৰ গুড়ি লেপি সুগন্দি দিপ-শলা। 
৫২. ধূম - ধোৱা।
৫৩. ধূলি - মিহি মিহি মাটিৰ গুৰি।
৫৪. ধুন - জোৰেৰে কোৱাই চাফা কৰা।
৫৫. ধুলাই - বগা হোৱাকৈ ধোৱা।
৫৬. ধুনা - থৈলা কুতি উলিওৱা জাবৰ
৫৭. ধুৰা - গীতৰ সুৰ
৫৮. ধেনু - কাড় মাৰিবৰ বাবে জোৰ লগাই ভিৰোৱা।
৫৯. ধ্বংশ - নাশ হৈ যোৱৈা।
৬০. ধেকা - ডাঙৰ ডাঙৰ পুঠি মাছ।
৬১. ধ্ৰুপদ - সঙ্গীতৰ পদ্ধতি।
৬২. ধৌত - ধুই চাফা কৰা।
৬৩. জুই লগা বস্তুৰ পৰা উলোৱা ভাপ।
৬৪. ধোদৰ পচলা - কামত আলাহ কৰা মানুহ।
৬৫. ধনেশ - এবিধ চৰাই।
৬৬. ধনু - যাৰ পৰা শড় এৰা হয়।
৬৭. ধৰ - ধুজেগাৰ মাটিৰ মাজৰ সিমা।
৬৮. ধৰিত্ৰী - পৃথবী।
৬৯. ধৰি - পৰা।
৭০. ধপচালি - ওপৰত উঠুি ভৰিৰে খচি থকা কাৰ্য।
৭১. ধৰা - দা খন ধা দে।
৭২. ধাতু - সুণ, ৰূপ, লো ইত্যাদি।
৭৩. ধান বনাদি বান - ভয়ত বুকু ধপধপ কৰা।
৭৪. ধৰ্ম্মৰক্ষা - ধৰ্ম্ম পালন কৰা।
৭৫. ধাৰ - নদিৰ সোত যি ফালেদি বহুত বৈ থকে।
৭৬. ধাৰ্য্য - লবৰ বাবে যোগ্য।
৭৭. ধাৰাসাৰ - নেৰানেপেৰাকৈ লাগি থকা।
৭৮. ধূপাল - খোকান বতৰ।
৭৯. ধৃতৰাষ্ট - ঘূৰ্য্যোধনৰ পিতা।
৮০. ধুমপিট - বহুত পিটা কাৰ্য।
৮১. ধেন্দ - ফল আদি ওপৰৰখিনি ফাটি ওলোৱা কোমলভাগ
৮২. ধেমনি - বিয়া নপতাকৈ চপাই লোৱা তিৰোতা।
৮৩. ধাৰণা শক্তি - বুদ্ধি শক্তি, বিচাৰ শক্তি।
৮৪. ধৰম বিয়া - জিবনত শান্তি নোহোৱা ছোৱালিৰ বিয়া।
৮৫. ধৰ্ম্ম - পূণ্য কাম।
৮৬. ধমকী - ভয় সোমোৱাি সাৱধান কৰা কাৰ্য।
৮৭. ধন্য - ভাগ্যৱান জন।
৮৮. ধৰম - 'ধৰ্ম্ম' শব্দৰ আন এটা নাম।
৮৯. ধমনী - দেহৰ তেজ চলাচল কৰি থকা এডাল সিৰ।
৯০. ধম্ধম্ - বহুত জ্বলা জুইৰ শব্দ।
৯১. ধনুৱা - ধন দি কিনা কৰ্য।
৯২. ধনিয়া - এবিধ শাক।
৯৩. ধান - ভিতৰত চাউল  হোৱা এবিধ গুতি।
৯৪. ধামখম্ - হাতীৰ কপালত থকা টেমুনা।
৯৫. ধৰ্ষণ - অত্যাচাৰ কৰা।
৯৬. ধান্য - ধান।
৯৭. ধানুকী - ধেনু লৈ থকা সেনা।
৯৮. ধাই - লোকৰ ঘৰৰ সৰু লৰা-ছোৱালি ৰাখা মাইকি।
৯৯. ধল-পুৱা - বহুত ৰাতিপুৱাই।
১০০. ধাকুৰ - আঘাত কৰা।

1 comments:

Write your Comment