f অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning ঘ ~ Daily Assam

অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning ঘ


                                  ঘ 

১. ঘটী - পানী খাবলৈ ব্যৱহাৰ কৰা এবিধ পাত্ৰ ।
২. চঘাঁহনি - ঘাঁহেৰে আবৃত হৈ থকা পথাৰ ।
৩. ৰমীয়া - বৃত্তাকাৰ ।
৪. ঘৈণিয়েক - অৰ্ধাঙ্গিনী , পত্নী ।
৫. ঘাটি - পহৰাৰ ঠাই ।
৬. ঘূণীয়া - আঘাতপ্ৰাপ্ত ।
৭. ঘামচি - গ্ৰীষ্মকালত হোৱা এবিধ ৰোগ ।
৮. ঘৰগিৰী - ঘৰ চলোৱা লোক ।
৯. ঘৰমূৰি - প্ৰতিঘৰ মানুহৰ ।
১০. ঘ্ৰাণ - নাকেৰে পোৱা অনুভুতি ।
১১. ঘেদাল - পানীতে লটুৰি - পুটুৰি হৈ থকা অৱস্থা ।
১২. ঘা - ক্ষত ।
১৩. ঘিও - গাকীৰে তৈয়াৰ কৰ এবিধ খাদ্য ।
১৪. ঘৃণা - লেতেৰা বস্তু দেকিলে বেয়া পোৱা কাৰ্য ।
১৫. ঘাটি - হানিকাৰক ।
১৬. ঘূণ - কাঠৰ বস্তু খাই নষ্ট কৰা এবিধ পোক ।
১৭. ঘঁৰিয়া - এবিধ বৃহট নিগনি ।
১৮. ঘঁৰিযাল - এবিধ ডাঙৰ সৰিসৃপ ।
১৯. ঘুলি - নদীৰ সোঁতনথকা অধিক পানী থকা ঠাই ।
২০. ঘামগাঁৰ - ঠাণ্ডাদিনত হোৱা এবিধ ৰোগ ।
২১. ঘুনুচা - ভগৱান শ্ৰীকৃষ্ণৰ েগৰাকী পত্নী ।
২২. ঘৰচীয়া - ঘৰত পোহা ।
২৩. ঘাগৰি - মহিলাসকলে পিন্ধা এবিধ বস্ত্ৰ ।
২৪. ঘাঁহ - ত়ণজাতীয় এবিধ উদ্ভিদ ।
২৫. ঘুমতি - নিদ্ৰা ।
২৬. ঘাতক - হত্যাকাৰী ।
২৭. ঘোঁৰাছৱাৰী - ঘোঁৰাচালক ।
২৮. ঘনীভূত - গাঢ় যোৱা ।
২৯. ঘূমুতিয়া - কিবা বস্তু বিচাৰি নাপালে ছটফটাই থকা ।
৩০. ঘোঁৰাসংক্ৰালক - এবিধ ডাঙৰ ৰোগ ।
৩১. ঘৃতাহুতি - ঘিউৰে দিয়া আহুতি ।
৩২. ঘন - বৰ ডাঠ, বেছি ওচৰা-ওচৰিকৈ থকা।
৩৩. ঘটা - হৰোৱাই দিয়া, পৰাজয় হোৱা।
৩৪. ঘগৰা - কাঠ বাঁহেৰে মাছ ধৰিবলৈ তৈয়াৰ কৰা এবিধ যন্ত্ৰ।
৩৫. ঘটি - কম সময়।
৩৬. ঘটং - কোনো টান বস্তু পৰিলে হোৱা শব্দ।
৩৭. ঘনিষ্ঠ - অতি ওচৰত থকা, গাত লাগি থকা।
৩৮. ঘড়ী - সময় চাব পৰা যন্ত্ৰ।
৩৯. ঘড়িয়া - এটা মাছ, এটা ডাঙৰ শলিয়া।
৪০. ঘটিযন্ত্ৰ - পানী তোলা সঁজুলি বা যন্ত্ৰ।
৪১. ঘাইল - অন্ত্ৰৰত দোষ পোৱা।
৪২. ঘৰ - মানুহ থাকিবলৈ বা বিভিন্ন ধৰণৰ বস্তু থাকিবলৈ শিল, বালি, ৪৩. ইটাই তৈয়াৰ কৰা গৃহ।
৪৪. ঘড়া - পিতলৰ ডাঙৰ কলহ।
৪৫. ঘৰ্ষণ - ঘহা কাম, মাজন, পিহন।
৪৬. ঘটিকা - ঘটৰ আকৃতি পৰ্দাথ, অতি সৰু ঘট।
৪৭. ঘটন - উপ্পাজন কৰা কাম।
৪৮. ঘৰ্ম্ম - গ্ৰীষ্মকালত গাৰ পৰা ওলোৱা পানী, ঘাম।
৪৯. ঘট-ঘট - বস্তুৰ এটা পৰস্পৰ আঘাতৰ পৰা শব্দ।
৫০. ঘটোৎকচ - হিড়িম্বা নামৰ ৰাক্ষসীৰ গৰ্ভত জন্ম ভীমৰ পুতেক।
৫১. ঘপৰাই - বেগাই।
৫২. ঘৰাঘৰি - নিজৰ নিজৰ ঘৰলৈ।
৫৩. ঘলো-মলো - বাৰী ঘৰৰ বন নকৰা অৱস্থাত।
৫৪. ঘালী - হত্যা কৰোঁতা।
৫৫. ঘপিয়া - কোঠা বা দাৰে ঘা মৰা।
৫৬. ঘলা - গালি দিয়া।
৫৭. ঘিণ - অতিশয় নীচ, অধম যেন লগা বোধ, ঘৃণা।
৫৮. ঘিলা-পেঠা - এবিধ পিঠা নাম। 
৫৯. ঘাগী - প্ৰধান বা ঘাই লোক, বহুদৰ্শী লোক।
৬০. ঘিটিং - ডাঙৰ শব্দ।
৬১. ঘাণ্টি - গোটাকৈ বনোৱা এবিধ আঞ্জা।
৬২.য় ঘাঞ্চ - অপৰাধ কৰা।
৬৩. যুগুৰা - কোনো এটা বস্তু ঢাকি দিয়া সৰু জুনুকা।
৬৪. ঘাট-মাউৰা - মাক-দেউতাক নথকা।
৬৫. ঘনক্ষেত্ৰ - পথালি আৰু ওখ সমান।
৬৬. ঘৰ - শত্ৰু বিভূষণ - যিজনে নিজৰ পৰিয়ালৰ  অপকাৰ কৰে।
৬৭. ঘিটিৰা - কটিৰী, বাঢ়িব নোৱাৰা।
৬৮. ঘাৰ-মোচোৰা - ডিঙি পকাই দোষ দিয়া কাম, ডিঙি পকাওতা
৬৯. ঘূৰিয়া - আঁঠুৱা অভাৱত চাৰিওফালে আৰি দিয়া কাপোৰ।

0 comments:

Post a Comment

Write your Comment