ঝ
১. ঝুমখেতি - অৰণ্য গছ - বন কাটি কৰা বছৰৰ খেতি।
২. ঝঞ্ঝ - ব্ৰজপাত।
৩. ঝাঁও - নৈৰ পাৰৰ পলসুৱা মাটি।
৪. ঝাড়ু - ঘৰ সাৰিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি।
Post Id: DABP000738
Loading your subjects...
Cancel
Print PDF ব্যৱহাৰ কৰিবলৈ Website-ত Login থকা Account-ত Active Membership থাকিব লাগিব।
Dailyassam আপোনাৰ Home Screen ত সফলভাৱে সংলগ্ন কৰা হৈছে।
Daily Assam
We are providing something unique, useful and fun. By giving students instant solutions to doubts, we aim to make every student self-sufficient.
Quick Links