f অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning শ ~ Daily Assam

অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning শ

     ঊ ঋ              ঞ                ম     ৱ     হ  ক্ষ ড় ঢ় য়
😄😄  শ 😄😄


শান্তিয়নী -  শান্তি কৰা পানী ।


শিল্পকম -  চাৰুকম, চিত্ৰ,প্ৰতিমা আদি।


শুদ্ধাশুদ্ধি -  শুচি আৰু অশুচি ,শুদ্ধতা(নিৰুপণ)।


শূলবিদ্ধ -  থিয়কৈ পোটা জোঙা বাঁহ বা কাঠত বহুওৱা।


শৃংখলমুক্ত -   শিকলি খুলি দিয়া।


শৈলী -  ধৰণ, নিজস্ব পদ্ধতি।



শান্তিয়নী -  শান্তি কৰা পানী ।


শিল্পকম - চাৰুকম, চিত্ৰ,প্ৰতিমা আদি।


শুদ্ধাশুদ্ধি - শুচি আৰু অশুচি ,শুদ্ধতা(নিৰুপণ)।


শূলবিদ্ধ -  থিয়কৈ পোটা জোঙা বাঁহ বা কাঠত বহুওৱা।


শৃংখলমুক্ত -  শিকলি খুলি দিয়া।


শৈলী -  ধৰণ, নিজস্ব পদ্ধতি।


শিক্ষয়ত্ৰী - যি মহিলাৰ পৰা শিক্ষা প্ৰাপ্ত কৰা হয় ।

শাহ - টান গুটিৰ ভিতৰত থকা কোমল ভাগ ।

শিবিৰ - বাহিৰাকৈ স্থান পাতি থকা ।

শিৰশ্ছেদ - মূৰ কটা কাৰ্য ।

শশীপ্ৰভা - পোহৰ ।

শিপিনী - তাংত বোৱা মহিলাসকল ।

শুৰ - হাতীৰ দীঘল নাক ।

শেঙুন - নাকৰ পৰা ওলোৱা এবিধ ঘৃণাযুক্ত পদাৰ্থ ।

শিৰোনাম - কোনো বিষয়ৰ নাম ।

শান - অস্ত্ৰত ধাৰ দিয়া শীল ।

শুক্ৰেশ্বৰ - শিৱৰ আন এটা নাম ।

শানীত - চোকা ।

শেৱালী - মহিলাৰ এক বিশেষ নাম , এবিধ ৰাতি ফুলা বগা ৰঙৰ ফুল ।

শাৰীৰিক - শৰীৰ সম্পৰ্কীয় ।

শিলঘঁৰীয়া - এবিধ মাছ ।

শালিকী - এবিধ বিশেষ চৰাই ।


শেয - আৰম্ভনিৰ বীপৰীত , অন্ত ।


শোকোতা - তিতা - মৰাৰ শুকান পাত ।


শহাকণীয়া - সৰু শব্দ হলেই শুনা ।


শাঁও - পায়শানাৰ লগত ওলোৱা েবিধ বিজল পদাৰ্থ ।


শাওন - অসমীয়া এটা মাহ ।


শাঁবৰণ - বগা আৰু কলাৰ মাজত বৰণ ।


শিৱাজী - এগৰাকী প্ৰসিদ্ধ মাৰাঠী বীৰ ।


শিঙী - মূৰত বিষযুক্ত কাইট থকা েবিধ মাছ ।


শৈল - পৰ্বত ।


শলসা - দুৱাৰৰ ডাং ।


শিশু সাহিত্যিক - সাহিত্য চৰ্চা কৰা শিশু ।


শৱাধাৰ - কফিন ।


শামুকভঙা - এবিধ ডাঙৰ চৰাই ।


শূৰ্পনসা - ৰাৱনৰ কনিষ্ঠ বগ্নী ।


শুৱনি - দেখিৱলৈ ধুনীয়া ।


শুভাশিস - মংগল কামনা কৰি লোৱা বাণী ।


শূলপাণি - শিৱৰ আন এটা নাম ।


শেনচোৱা - এটা উপাধি ।


শৃংখল - শিকলি  ।


শৃংখলাবৃদ্ধ - পৰিপাটি কৰি থোৱা ।


শতৰান - ক্ৰিকেটৰ এটা ইনিংছত এজন বেটছমেনে গোটোৱা এশ ৰানৰ স্ক'ৰ ।

শৰীৰ - দেহ ।

শ'লমাৰি - গাবৰু ছোৱালীৰ শুটাত লগুৱা খুঁটি ।

শত্ৰু - বৈৰী ।

শইকীয়া - এটা বিশেষ উপাধি ।

শনাহী - কুফালগা ।

শলখ - এবিধ ওখ - ডাঙৰ সুকাঠী গছ ।

শৰত - এটা ৃতুৰ নাম ।

শগুন - এবিধ মাংসহাৰী বনৰীয়া চৰাই ।

শয্যাশায়ী - ৰোগত ভূগি বিছনাত পৰি থকা ৰোগী ।

শ'লঠেক -এঠাৰ দৰে লাগি থকা নিচিনা সংকেট ।

শম্ভু - ভগৱান শিৱৰ এটা নাম ।

শৰতকাল - শৰত ঋতু ।

 শকত - পুষ্ট ।

শনি - সপ্তাহৰ এটা বাৰৰ নাাম , সৌৰজগতৰ অএটা গ্ৰহৰ নাম ।


শত্ৰুঘ্ন - অযোধ্যাৰ ৰজা দশৰথৰ কনিষ্ঠ পুত্ৰ ।

শুকটি - শুকান মাছৰ গুড়ি ।

শংখচুড় - এটা ধাৰ্মিক অসুৰ ।
 
শ্ৰাৱ্য় - শুনিবলগীয়া ।
                                                               

শ্ৰেয়স- দুটা বা সীমিতৰ ভিতিৰত তুলনামূলক ভাৱে ভাল ।

শিৰ – মূৰ

শৃংখলাবদ্ধ - পৰিপাটি ।

শিয়ঁৰি – অস্বাভাৱিকবোধৰ পৰা গাৰ নোম থিয় হোৱা  অৱস্থা 






 










                                                                              
 
      











































1 comments:

  1. শান্তনা বিপৰীত শব্দ কি

    ReplyDelete

Write your Comment