ঔ
১. ঔটেঙা - এবিধ
টেঙা জাতীয় ফল।
২. ঐষ্ঠ্যস্বৰ-
ঔস্বৰবৰ্ণ।
৩. ঔৰস- বীৰ্য।
৪. ঔপল- শিলময়।
৫. ঔ- অসমীয়া
স্বৰবৰ্ণমালাৰ এটা বৰ্ণ।
৬. ঔকাৰ্- ঔ
বৰ্ণটোৰ চিন।
৭. ঔদ্দালক- এবিধ
মৌ।
৮. ঔম্- শূদ্ৰৰ
প্ৰণৱ।
৯. ঔকিল্- মুঠি
মাৰি পিঠিত এটা গধুৰ আঘাত দিয়া।
১০. ঔ- এবিধ গছৰ
গুটি।
১১. ঔৰ্ব-
বাড়বাগ্নি।
১২. ঔডুম্বৰ- ঋষি
এজনৰ নাম।
১৩.
ঔদাস্য়-অনীহা।
১৪. ঔখাতিৰ-
সেইবাবে।
১৫. ঔত্তানপাদ-
ৰজা উত্তানপাদৰ পুতেক ধ্ৰুৱ।
১৬. ঔদৰিক- লোভী।
১৭. ঐত্তৰেয়-
উত্তৰাৰ পুতেক ৰজা পৰিক্ষীত।
১৮. ঔষধালয়- ঔষধ
থোৱা ঘৰ।
১৯. ঔপজীৱিক-
জীৱিকা সম্পৰ্কীয়।
২০. ঔৰছ- ডাঙৰ
বলদ।
২১. ঔচিত্য়-
উচিত।
২২. ঔচ্- কুকুৰক
মতা মাত।
২৩. ঔপস্থ্য- যৌন
সম্ভোগ।
২৪. ঔষধীয়- ঔষধ
সম্বন্ধীয়।
২৫. ঔকাৰান্ত-
ঔকাৰেৰে শেষ হোৱা।
২৬. ঔ-আই- আচৰিত
বা দুখ বুজোৱা আচৰণ।
২৭. ঔজসিক-
শক্তিশালী।
২৮. ঔদ্য়োগিক
ক্ষেত্ৰ- উদ্য়োগ থকা এলেকা।
২৯. ঔলতা- ঔপাতৰ
দৰে এবিধ লতা।
৩০. ঔৰগ-
পঞ্চস্বৰাত্মক ৰাগ।
৩১. ঔ পাৰ- কিলা।
৩২. ঔদ্য়োগিক
বিবাদ- ঔদ্যোগিকৰ মালিক আৰু শ্ৰমিকৰ মাজত বিবাদ।
৩৩. ঔশন- উশনা
ঋষিৰ দ্বাৰা প্ৰণিত।
৩৪. ঔৎপাতিক-
উৎপদীয়া।
৩৫. ঔচ্ বুলিয়ে
ওচৰ চপা- আজ্ঞাধীন।
৩৬. ঔদ্য়োগিক
ক্লেড- ঔদ্যোগিক পদাৰ্থ।
৩৭. ঔপনিৱেশিক-
উপনিৱেশ সম্বন্ধীয়।
৩৮. ঔপাসন-
গৃহ্য়াগ্নি।
৩৯. ঔদ্ধত্য়-
দুষ্টামি।
৪০. ঔদাস্য়-ভাৱ-
বৈৰাগ্য
৪১. ঔপচাৰিক
লক্ষণা- কথনৰ এক চিত্ৰ য'ত জড় বস্তুবোৰক
জীৱিত জীৱ বুলি সম্বোধন কৰা হয় বা কোৱা হয়।
৪২. ঔৰ্ধ্বদেহিক-
মৰাৰ পিছত স্বৰ্গলাভ কৰা।
৪৩. ঔবীজলুৱা-
ধৰিব নোৱাৰা।
৪৪. ঔৰগ- অশ্লেষা
নক্ষত্ৰ।
৪৫.
ঔপনিৱেশিকতাবাদ- সমগ্ৰ বিশ্বতে পশ্চিম
ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ কৰ্তৃত্ব সম্প্ৰসাৰিত কৰাৰ মানসিকতা।
৪৬.ঔদ্য়োগিক
বেংক- ব্যৱসায়ত মূলধনৰ দীৰ্ঘম্যাদী অভাৱ পূৰণ কৰিবলৈ বেঙ্ক স্থাপন কৰা হোৱা।
৪৭. ঔদ্য়োগিক-
উদ্য়োগৰ লগত সম্পৰ্ক থকা।
৪৮. ঔপহাৰিক-
আহুতি।
৪৯. ঔবীজলুৱা-
অধিক কম বয়সীয়া।
৫০. ঔৰংগজেৱ-
চাহজাহানৰ পুত্ৰ এজন ডাঙৰ সম্ৰাট।
Post Id: DABP000734