f অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning ত ~ Daily Assam

অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning ত


১. য় ততালিকে - তৎক্ষণাতে, ততাতৈয়াকৈ
২. তন্ন তন্নকৈ - চালিজাৰি, এটা এটা কৈ বিচাৰি
৩. তযূ - তোমাৰ
৪. ত্ৰিবেণী - ত্ৰিবেণী। গংগা যমুনা আৰু সৰস্বতীৰ মিলিত স্থল, ৫. এখন পৱিত্ৰ স্থান
৬. তৰুণ - যুৱ, কম বয়সৰ, ডেকা
৭. তুলি-তালি - পোহপাল দি, ডাঙৰ দীঘল কৰি
৮. তত্ত্বগধুৰ - তত্ত্বৰে গধুৰ সমৃদ্ধ।
৯. তৰা -  নক্ষত্ৰ।(২)দ ঠাইত হোৱা এবিধ বন- গছ(বখুৱাৰে জৰী বাটে)।
১০. তিলমাত্ৰ - ক্ষুদ্ৰ পৰিমাণৰ।
১১. ত্ৰয়োদশ - তেৰ সংখ্যক।
১২. তটিনী - নদী ।
১৩. তত্ত্বাৱধান - চোৱা - চিতা কৰা কাম ।
১৪. তথাপি - কিন্তু ।
১৫. তৰংগিনী - নৈ ।
১৬. তৰ্জনী - বুঢ় আঙুলিৰ কাষৰ আঙুলিটো ।
১৭. তড়িত - বিজুলী ।
১৮. তপচিল - বিস্তাৰিতভাৱে দিয়া তালিকা ।
১৯. তত্ত্ব - সাৰমৰ্ম ।
২০. তথৈৱস - ঠিক তেনেকুৱাই ।
২১. তফাত - পাৰ্থক্য ।
২২. তন্ময় - বৰকৈ নিমগ্ন ।
২৩. তদনুৱতী - সেই অনুসৰী চলা ।
২৪. তবিয়ত - স্বাস্থ্য ।
২৫. ত্বৰান্বিত - দ্ৰুতগতিসম্পন্ন ।
২৬. তক্তাপোচ - তক্তাৰ সৰু খাট ।
২৭. তমস্কাৰ - পৰিস্কাৰ - পৰিচন্নতা ।
২৮. ত' লৈ - এখন ঠাইলৈ  ।
২৯. তাচ্ছিল্য - বিদ্ৰূপসূসক মন্তব্য ।
৩০. তাঁতি - তাত বোৱা মহিলা ।
৩১. তিৰস্কাৰ - ধিক্কাৰ ।
৩২. তাগিদা - অনৰোধ ।
৩৩. ততকালীন - সেই সময়ৰ ।
৩৪. তটক্ষণাত - হঠাত ।
৩৫. তীখৰ - বুধিয়ক ।
৩৬. ত্যাজ্য - পৰিহাৰ কৰা ।
৩৭. তাঁতবাটি - তাঁত ব'বৰ নিমিত্তে দীঘল সূতা মেলি যুগুতোৱা কাৰ্য।
৩৮. ততোধিক - তাতকৈ অধিক ।
৩৯. তামাচা - চুপতা - চুপতি ।
৪০. তাড়না - মনৰ বাসনা ।
৪১. তাত্ত্বিক - তত্ত্ব - সম্পৰ্কীয় ।
৪২. তৰি - নাওঁ ।
৪৩. তলমূৰ - তললৈ মূৰ কৰা কাৰ্য ।
৪৪. তামাদি - ধন দাবী কৰিবৰ বাবে নিৰ্ধাৰিত সময় পাৰ হৈ যোৱা ।
৪৫. তুলসী - এবিধ ঔষধি গুণযুক্ত গছ ।
৪৬. তামুলী - বিশেষ উপাধি ।
৪৭. তিলনী - মৃত্যুৰ তৃতিয়দিনা কৰা কাৰ্য ।
৪৮. তিয়নী - চুটি চুৰীয়া ।
৪৯. তেজগোৰা - ৰঙা - বগা ধৰণৰ ।
৫০. তুচ্ছ - মুল্যহীন ।
৫১. তেজস্বী - বীৰ ।
৫২. তেঁতেলী - এবিধ টেঙা ফল ।
৫৩. তেৰেচি - তিনি বছৰৰ মূৰে - মূৰে পোৱালী দিয়া ।
৫৪. তৃতীয় শ্ৰেণী - শ্ৰেণীৰ তৃতীয় স্তৰ ।
৫৫. তুলাধুনা দে - গুৰুলা - গুৰুলকৈ পিটন দে ।
৫৬. তুষাৰাবৃত্ত - বৰফেৰে আবৃত ।
৫৭. তেজ স্বিতা - তেজস্বী গুণ ।
৫৮. তিৰ্যক - বেঁকা ।
৫৯. তিতাচঁপা - এবিধ ওখ - ডাঙৰ বনৰীয়া গছ ।
৬০. তেজোদ্দীপ্ত - তেজৰ দৰে উজ্জল ।
৬১. তেজস্ত্ৰিয় - পৰমাণুগৰ্ভৰপৰা ৰশ্মি নিৰ্গত হোৱা ।
৬২. তিয়াল্লিশ - দুকুৰি তিনি , ৪৩ ।
৬৩. তেৰেছিয়া - পোন ।
৬৪. তেলগু - অন্ধ্ৰ প্ৰদেশৰ ভাষা আৰু অধিবাসী ।
৬৫. তেলক'লিয়া - অতিপাত কলা ।
৬৬. তেষষ্ঠি - ছয় দহ তিনি , ৬৩ ।
৬৭. তেলিয়া - তেলৰ ব্যৱসাি কৰা লোক ।
৬৮. ত্ৰিভূজ - তিনি বাহুযুিক্ত জ্যামিতিক ক্ষেত্ৰ ।
৬৯. তোলনি বিয়া - শান্তি বিয়া ।
৭০. ত্ৰিনয়না - দুৰ্গাৰ এটা অভিধা ।
৭১. ত্ৰিনয়ন - শিৱৰ এটা অভিধা ।
৭২. তৈলমৰ্দন - মিছা প্ৰশংসা কৰা ।
৭৩. তৰ্কাতৰ্কি- বাদানুবাদ ।
৭৪. তত্ত্বাৱধায়ক – কোনো বিষয়ত ভাল বেয়া চাই থকা কাৰ্য।
৭৫. তাড়না – তাগিদা  ।

2 comments:

Write your Comment