.button { padding: 2px 10px; text-align: center; font-size: 30px; margin: 4px 2px; border-radius: 20px; } .button4 { background-color: white; color: black; border: 2px solid #555555; } .button4:hover { background-color: #0006FF; color: white; border: 2px solid #555555; } .button5 { background-color: white; color: black; border: 2px solid #555555; } .button5:hover { background-color: #0006FF; color: white; border: 2px solid #555555; }











ঋ 
১) ঋণ মুক্তি- ধাৰ মাৰি দিয়া।

২) ঋজু- সৰল। 

৩) ঋভুক্ষ- স্বৰ্গ।

৪) ঋক্ষা- শ্ৰেষ্ঠা।

৫) ঋতি- গতি।

৬) ঋষ্ট- যি শুভ নহয়।

৭) ঋজু ৰেখা- যিডাল ৰেখা পোন।

৮) ঋকথ- সম্পত্তি।

৯) ঋণ গ্ৰহণ- ধাৰ লোৱা।

১০) ঋ- অসমীয়া স্বৰবৰ্ণমালাৰ এটা বৰ্ণ।

১১) ঋষিমণ্ডল- ঋষি-মুনিথকলে আশ্ৰয় লোৱা স্থান।

১২) ঋষী- ঋষীৰ পত্নী।

১৩) ঋচীক- ভৃগুবংশৰ ঋষি।

১৪) ঋণ চিহ্ন- বিয়োগ চিন।

১৫) ঋতুগান- ঋতুৰ বিষয়ে বাখ্যা থকা গান।

১৬) ঋষভী- পূৰুষৰ গুণ থকা মহিলা।

১৭) ঋষিপঞ্চমী- ভাদ মাহৰ শুক্লপঞ্চমী।

১৮) ঋত্ত নৃত্য়- অসমৰ নেপালী জনগোষ্ঠীৰ লোকসকলৰ মাজত চলি থকা নৃত্য়।

১৯) ঋকাৰ্- ঋ বৰ্ণ।

২০) ঋজু ৰেখ গতি- পোহৰৰ ৰশ্মিৰ সৰল গতি।

২১) ঋণাত্মক- ৰশ্মি যিয়ে কিছু অভাৱ বা ক্ষতি প্ৰকাশ কৰে।

২২) ঋমা- ৰত্ন।

২৩) ঋতম্ভৰা- সঁচা কোৱা মহিলা।

২৪) ঋজু কোণ- ১৮০॰।

২৫) ঋক- যাৰ পৰা দেৱতাক প্ৰাৰ্থনা কৰা হয়।

২৬) ঋদ্ধি-সিদ্ধি- যাৰ সম্পত্তি আৰু সৌভাগ্য় আছে।

২৭) ঋক্ষচক্ৰ- নক্ষত্ৰচক্ৰ।

২৮) ঋণ লগ্নী- বেচৰকাৰী প্ৰতিষ্ঠানৰ নিচিনাকৈ চৰকাৰেও জনসাধাৰণৰ পৰা লোৱা ধন।

২৯) ঋতুদীপা-  বসন্ত হৈছে বতৰৰ ফলাফল।

৩০) ঋদ্ধ- সমৃদ্ধ।

৩১) ঋষিপ্ৰোক্ত- ঋষিয়ে যেনেকুৱাকৈ কয় তেনেকুৱাকৈ।

৩২) ঋগ্বেদ্- চাৰিখন বেদৰ ভিতৰত প্ৰথমখন বেগ।

৩৩) ঋতবৰ্ধন- সঁচাৰ বিকাশ।

৩৪) ঋতগতিক্ৰম- ৰশ্মি।

৩৫) ঋগ্বেদী- য়িয়ে ঋগবেদ জানে।

৩৬) ঋষিশ্ৰাদ্ধ- ঋষিৰ কৰ্তব্য় শ্ৰাদ্ধ।

৩৭) ঋতুসংহাৰ- মহাকবি কালিদাসে লিখা ৬টা ঋতুৰ বিষয়ে বৰ্ণনা থকা এখন সংস্কৃত কাব্য়গ্ৰন্থ।

৩৮) ঋণ্- ধাৰ।

৩৯) ঋকভাগী- সম্পত্তিৰ উত্তৰাধিকাৰূী।

৪০) ঋষ্য়মুখ- বান্দৰৰ ৰজা সুগ্ৰীৱ থকা এটা পৰ্বত।

৪১) ঋণ-পত্ৰ- খত।

৪২)  ঋণগ্ৰস্ত- অধিক ধাৰ হোৱা।

৪৩) ঋত- গতিশীল।

৪৪) ঋতুপ্ৰবাস- ঋতু সলনি হোৱাৰ লগে লগে পোহনীয়া জন্তুৰ সৈতে ৰাজহুৱা প্ৰজনন

৪৫) ঋতুস্নিগ্ধা- ঋতুৰ আকৰ্ষণীয় সৌন্দৰ্য।

৪৬) ঋতুতত্ত্ব- বিজ্ঞানৰ এটা শাখা যি ঋতুৰ পৰিৱৰ্তনৰ সময়ত জীৱৰ শাৰীৰিক আৰু আচৰণগত পৰিৱৰ্তন কৰে।

৪৭) ঋষভ্- ষাড় গৰু।

৪৮) ঋণ্-চোৰা- ধাৰ কৰাৰ পিছত মিছা কথা কোৱা।

৪৯) ঋতুৰ৭া- ঋতুপালন।

৫০) ঋণদ্বাৰ- বিদ্য়ুৎকোষৰ ঋণাত্মক তড়িৎদ্বাৰ।

৫১) ঋতুপৰ্ণ- অযোধ্যাৰ সূৰ্যবংশৰ এজন ৰজা।

৫২) ঋক্ষ যোগ- কোনো সময়ত নক্ষত্ৰৰ মিলন।

৫৩) ঋতুশ্ৰী- ঋতুৰ প্ৰকাশিত শোভা।

৫৪)  ঋণ খাতা- বেংকৰ পৰা ধাৰ লোৱা ঋণ বহী।

৫৫) ঋষভধ্বজ- মহাদেৱ।

৫৬) ঋতম্ভৰ- ঈশ্বৰ বিষ্ণু।

৫৭)  ঋষিকল্প- ঋষিৰ নিচিনা।

৫৮) ঋ- স্বৰ্গ।

৫৯) ঋণী- ধৰুৱা ।

৬০) ঋষা-ঋষি- ৰং-ধেমালিৰে।

৬১) ঋক্ষনাথ- জোন।

৬২) ঋজুৰোহিত- স্বৰ্গৰ দেৱতা ইন্দ্ৰৰ ৰঙা ৰঙৰ ধনুখন।

৬৩) ঋতম্ভৰা- গংগাৰ নাম এটা।

৬৪) ঋঃ- দানৱ।

৬৫) ঋণ ব্য়ৱস্থাপনা-বজাৰত নতুন ঋণ কাৰ্ড লৈ পৰিশোধ ঋণ ফ্ৰীজ কৰাৰ চৰ্ত।

৬৬) ঋতীয়া- নিন্দা।

৬৭) ঋচ্- বেদত থকা মন্ত্ৰ।

৬৮) ঋশ্য়কেতু- কামদেৱ।

৬৯) ঋতুচৰ্যা- বিভিন্ন ঋতুত খাদ্য়ৰ অভ্যাস।

৭০) ঋজ্বী- সহজ-সৰহ মহিলা।

৭১) ঋণ-লেখ্য়- খত।

৭২)ঋগ্বেদ সংহিতা-  ঋক বেদৰ স্তোত্ৰ আৰু প্ৰাৰ্থনা সংগ্ৰহ।

৭৩) ঋণ-  কৃতজ্ঞতাৰ বন্ধন যুগ।

৭৪) ঋভু- বুধিয়ক।

৭৫) ঋতুমতী- ৰজস্বলা।

৭৬) ঋতুহৰিতকি- ছয়টা ঋতুত সৈন্ধৱ।

৭৭) ঋষ্যশিংগ- পহুৰ দৰে শিং থকা এজন মুনি।

৭৮) ঋতুকাল- ৰজস্বলাৰ সময়।

৭৯) ঋক্ষৰ- পুৰোহিত।

৮০) ঋতা- চিৰন্তন

৮১) ঋষ্টি- শুঙ নোহোৱা।

৮২) ঋক্ষৰাজ- ভালুকৰ ৰজা।

৮৩) ঋক্ষদ্বীপ- নক্ষত্ৰৰ প্ৰভা।

৮৪) ঋতব্ৰত- সত্য় পথত থাকি সঁচা কোৱাতোৱেই যাৰ ব্ৰত।

৮৫) ঋতুলিংগ- যি লক্ষনৰ দ্বাৰা ঋতু অহা বুলি গম পোৱা যায়।

৮৬) ঋত- উপযোগী।

৮৭) ঋতগ- দুখন ভৰিত ঘূৰ্ণন আৰু ভৰৰ সৈতে খোজ কাঢ়িব পৰা জন্তু।

৮৮) ঋতুস্নান- ৰজস্বলা হোৱাৰ পাছত স্নান কৰা।


Post Id: DABP000732