.button { padding: 2px 10px; text-align: center; font-size: 30px; margin: 4px 2px; border-radius: 20px; } .button4 { background-color: white; color: black; border: 2px solid #555555; } .button4:hover { background-color: #0006FF; color: white; border: 2px solid #555555; } .button5 { background-color: white; color: black; border: 2px solid #555555; } .button5:hover { background-color: #0006FF; color: white; border: 2px solid #555555; }











ঊ 

১. ঊণ - জন্তুৰ নোমৰপৰা তৈয়াৰী সূতা।
 
২. ঊধ- ওপৰলৈ যোৱা।
 
৩. ঊৰুমি- হুলস্থুল।
 
৪. ঊষা- অনুৰুদ্ধৰ ঘৈনী।
 
৫. ঊৰ্ধস্থ- মুখ্য।
 
৬. ঊৰ্ধগতি- ওপৰলৈ গতি।
 
৭. ঊধৰ পৰা মূৰলৈ- এটামূৰৰ পৰা আনটোমূৰলৈ।
 
৮. ঊনচত্বাৰিংশ- আঠত্ৰিছৰ পিছৰ সংখ্যা।
 
৯. ঊজাৱতী- গমগাৰ আন এটা নাম।
 
১০. ঊষৰ- সাৰ নথকা মাটি।
 
১১. ঊৰ্ধস্থিতি- উচ্চ ঠাই।
 
১২. ঊৰ্জ- কঙালী বিহু যি মাহত হৈ।
 
১৩. ঊষ- সাৰ থকা মাটি।
 
১৪. ঊঢ়া- বিবাহীত মহিলা।
 
১৫. ঊনশ- পাঁচকুৰী এক কম।
 
১৬. ঊৰ্ধলিংগ- মহাদেৱ।
 
১৭. ঊৰ্মিলা- লক্ষ্মণৰ ঘৈনী।
 
১৮. ঊধ্মুধ্- আগগুৰি লোৱা।
 
১৯. ঊৰ্ধচাপ- ওপৰৰ পৰা বল প্ৰয়োগ কৰা।
 
২০. ঊধা- ওপৰৰলৈ ডঙা।
 
২১. ঊস্- বেদনাদায়ক মাত।
 
২২. ঊনৈছত বা বলা- আনন্দত আত্মহাৰা হোৱা।
 
২৩. ঊনত্ৰিশত- ডেৰকুৰীৰ এক কম।
 
২৪. ঊৰ্ধশ্বাস- ফেঁপাই থকা।
 
২৫. ঊন্চল্লিশ্- দুকৰি কম।
 
২৬. ঊৰ্ধৰেতা- শিৱ।
 
২৭. ঊৰ্মি- পানীৰ তৰংগ।
 
২৮. ঊৰ্জৱতী- ৰজা প্ৰিয়ব্ৰতাৰ জীয়ৰী।
 
২৯. ঊনাশী- পাচঁকুৰীলৈ একুৰী এক কম।
 
৩০. ঊৰ্ধগামী- ওপৰলৈ গতি কৰা।
 
৩১. ঊৰ্ধহনু- এডাল হাড় যিয়ে ওপৰ পাৰি দাঁত ধৰি ৰাখে।
 
৩২. ঊনপঞ্চাশ- এক কম পঞ্চাশ।
 
৩৩. ঊৰুফলক- ঊৰুৰ অন্তস্থ হাড়।
 
৩৪. ঊৰ্ধে- ওপৰলৈ।
 
৩৫. ঊৰ্ধতন- প্ৰশাসন ওপৰ বিভাগৰ ওপৰৰ পদটো।
 
৩৬. ঊধামুধাকৈ- কোনো নভবা-নিচিন্তাকৈ।
 
৩৭. ঊধামুধা- ভাবি নোচোৱাকৈ কৰা।
 
৩৮. ঊৰ্ধবাহু- কোনো কাম কৰিবলৈ প্ৰস্তুত।
 
৩৯. ঊহিনী- গোট খোৱা।
 
৪০. ঊৰ্ধপাতন- তাপৰ ফলত কঠিন পৰা চিধাই গেছীয় অৱস্থালৈ বা গেছীয়ৰ পৰা চিধাই কঠিনলৈ পৰিবৰ্তন হোৱা প্ৰক্ৰিয়া।
 
৪১. ঊৰ্-বান্ধ- পেটৰ নাৰীৰ নলী গোট খাই ওপৰলৈ উঠি অহা।
 
৪২. ঊৰ্ণায়ু- মকৰা।
 
৪৩. ঊৰু- ফেৰা।
 
৪৪. ঊলুক- পেচক।
 
৪৫. ঊনবিংশ- বিশলৈ এক কম।
 
৪৬. ঊৰ্ধপুণ্ড- চকুৰ ওপৰৰ চেলাউৰিৰ পৰা ওলাই যোৱা ৰেখা।
 
৪৭. ঊনৈশ- বিশৰ এক কম।
 
৪৮. ঊৰ্ধদৃষ্টি- ওপৰলৈ চোৱা কাম।
 
৪৯. ঊলূপী- ডলফিন।
 
৫০. ঊন্পঞ্চাশ্- পঞ্চাশলৈ এক কম।
 
৫১. ঊৰ্ণনাভ- মকৰা।
 
৫২. ঊৰ্মিময়- ঢৌ কোবোৱা।
 
৫৩. ঊহনী- বাঢ়নী।
 
৫৪. ঊৰ্ধপুৰুষ- পূৰ্বপুৰুষ।
 
৫৫. ঊধ- মুখ্য।
 
৫৬. ঊণী- জন্তুৰ নোমেৰে তৈয়াৰ কৰা সূতাৰে কৰা।
 
৫৭. ঊৰ্ণা- নোম।
 
৫৮. ঊনত্ৰিংশ- ত্ৰিশৰ এক কম।
 
৫৯. ঊৰ্জধৰা- গংগাৰ আন এটা নাম।
 
৬০. ঊধস্য- গাখীৰ।
 
৬১. ঊষাপৱন- মৃদুবতাহ।
 
৬২. ঊন্ষাঠি- ষাঠিৰ এক কম।
 
৬৩. ঊদ্ফাই- ঘুমুৰ।
 
৬৪. ঊৰ্মিকা- তৰংগ।
 
৬৫. ঊননবৈ- এশৰ এঘাৰহ কম।
 
৬৬. ঊৰ্ধক্ষিপ্ত সমভূমি- সমুদ্ৰতলি উপৰলৈ উঠি আহি নিম্ন ভূমি গঢ়ি তোলা।
 
৬৭. ঊনপঞ্চাছ বায়ু চৰ- মনৰ স্থিৰতা হেৰা।
 
৬৮. ঊৰ্বস্থি- ঊৰতৰ হাড়।
 
৬৯. ঊনত্ৰিশ- আঠাইছৰ পিচৰ সংস্যা।
 
৭০. ঊৰ্মি- শৰীৰ  আৰু প্ৰাণৰ ধৰ্ম।
 
৭১.  ঊণসত্তৰ- তিনিকুৰী ম বেছি।
 
৭২. ঊৰ্ধকেশ- চুলি ওপৰলৈ দৈঙ খাই থকা।
 
৭৩. ঊহ্য- কোনো শব্দৰ অৰ্থ কৰিবলৈ কোনো পদ লুকাই থকা।
 
৭৪. ঊনৈশ-বিশ- দুটা সংস্য়াৰ ইফাল সিফাল।
 
৭৫. ঊৰ্মিমালা- ঢৌৰাশি।
 
৭৬. ঊতি- উপভোগ।
 
৭৭. ঊৰ্ধনেত্ৰ- উচ্চাভিলাষী।
 
৭৮. উঢ় যা- মতা-মাইকী সন্মিলিত হ।
 
৭৯. ঊণ- কম।
 
৮০. ঊনবিংশতি- বিশৰ এক কম।
 
৮১. ঊনচত্বাৰিংশত- চল্লিশৰ এক কম।
 
৮২. ঊনসপ্ততিতম- আঠষষ্টিৰ পিছৰ সংস্যা।


Post Id: DABP000731