আ
২৪৩. আধুলি ছাব্বা- মুদ্ৰাৰ মালাত ওলমি থকা।
২৪৪. আপনিক- হীৰা।
২৪৫. আভাণক- লোকপ্ৰিয় উদ্ধৃতি।
২৪৬. আম্লিকা- তেঁতেলী।
২৪৭. আৰ্ট স্কুল- ছবি অংকণ কৰাৰ প্ৰশিক্ষণ দিয়া বিদ্য়ালয়।
২৪৮. আৱলখ্- ক'লা ৰঙৰ কাঠ।
২৪৯. আশ্ৰয়হীন- যাৰ বাসস্থান নাই।
২৫০. আহুৱৈ- এবিধ বনৰীয়া ঔষধি উদ্ভিদ।
২৫১. আৰ্ছেনিক- এবিধ মৌল।
২৫২. আনলিমিটেড- সীমা নথকা।
২৫৩. আপ্তনা- নিজৰ সম্বন্ধৰ।
২৫৪. আম-সাৰ- বিবাহত কৰা মংগলদায়ক কাম।
২৫৫. আৰমান- কামনা।
২৫৬. আলফুলকৈ- কষ্ট নাপাই অতি মৰমেৰে।
২৫৭. আৱহ মণ্ডল- বায়ুমণ্ডল।
২৫৭. আহম্মক- মুৰ্খ।
২৫৮. আহ্বয়- নাম।
২৫৯. অনুভৱনীয়- অনভিজ্ঞ।
২৬০. আপণিক- দোকান সম্পৰ্কীয়।
২৬১. আব্ৰা- একো নজনা।
২৬২. আয়মাদাৰ- মৌলবীসকলে এনে মাটি উপভোগ কৰা।
২৬৩. আৱিষ্কাৰ- উদ্ভাৱন কৰা।
২৬৪. আশ্বিন- আহিন মাহ।
২৬৫. আৰ্থিক- অৰ্থৰ লগত জড়িত।
২৬৬. আৱন্ধ- আটক কৰা।
২৬৭. আহৰণ- গ্ৰহণ।
২৬৮. আপোনাৰ মঙহ আপুনি খোৱা- খঙত জ্বলি পুৰি নিজৰ ধ্বংস নিজেই কৰা অৱস্থা।
২৬৯. আতোদ্য়- চাৰিটা বাদ্য়যন্ত্ৰক একে সমানে বজোৱা।
২৭০. আথলইতা- আলতীয়া।
২৭১. আঠ্ধতুৱা- আঠটা প্ৰধান ধাতুৰ দ্বাৰা সজ্জ্বিত।
২৭২. আগতীয়া- আগতে হোৱা।
২৭৩. আউল্-বাউল্- বিশৃংখল।
২৭৪. আওলা- আমলখি।
২৭৫. আক্- ইয়াক।
২৭৬. আইখৰ- ছবি।
২৭৭. আউট- ক্ৰিকেট খেলুৱৈ ক্ৰিকেট খেলখনৰ পৰা বাহিৰ হোৱা।
২৭৮. আকৰিক- খনি দৰ্শক।
২৭৯. আচৰা- মাছ মাৰিবলৈ ব্য়ৱহাৰ কৰা শেৱালী জাল।
২৮০. আঠৈ- জীৱ-জন্তুৰ গাত থকা এবিধ পোক।
২৮১. আদচাৰি- তিনি আৰু আধা।
২৮২. আদেশ- নিৰ্দেশ।
২৮৩. আয়নয়- বক্ৰ কৰা।
২৮৪. আপোনাকে নাটে কুৰ্মাক বাটে- আতিথ্যশীল।
২৮৫. আমলা- টেঙা হ'ব ধৰা।
২৮৬. আলম- ব্ৰহ্মাণ্ড।
২৮৭. আৱা- পিতা।
২৮৮. আহব- যুদ্ধ।
২৮৯. আফোট- আফৰোট গছ আৰু এই গছজোপাৰ ফলবোৰ।
২৯০. আনয়- বেলেগ।
২৯১. আত্মীয়স্বজন- নিজ সম্পৰ্কীয়।
২৯২. আউবাটে যা- বিপদৰ দ্বাৰা প্ৰভাৱিত।
২৯৩. আচাৰ- গা-মূৰ ধোৱা কাৰ্য।
২৯৪. আঠ্-চুকীয়া- ৮টা চোক থকা।
২৯৫. আদ-কলহ- কুমাৰে তৈয়াৰ কৰা মাটিৰ কলহ।
২৯৬. আনু-নিঃতম- মিচিং জনগোষ্ঠীৰ নতুন গীত।
২৯৭. আফগান- আফগানিস্তানৰ বাসিন্দাসকল।
২৯৮. আমন্ত্ৰণ- নিমন্ত্ৰণ।
২৯৯. আৰবচৰা- পাৰ হৈ যোৱা বছৰ।
৩০০. আলপনা- দুৱাৰ মুখ।
৩০১. আৱহ- জলবায়ু।
৩০২. আশ্ৰয় ল- ৰক্ষা পোৱা।
৩০৩.আধাৰ্- খাদ্য়।
৩০৪. আপতন বিন্দু- পতন বিন্দু।
৩০৫. আঁভজ- এলাগী।
৩০৬. আদাৰ বীজ- উৎপাদনত উৎপাদিত বীজৰ পৰা উৎপাদিত বীজ।
৩০৭. আপদ-সাৰ- সংকটৰ পৰা মুক্তি পোৱা।
৩০৮. আৱিষ্কাৰক- উদ্ভাৱক।
৩০৯. আপদ-সোঁচৰ- ভৱিষ্যতলৈ বিপদ বাঞ্ছা কৰা।
৩১০. আবিৰ- পাকুৰ গুড়ি।
৩১১. আয়ক- বিধৱা নোহোৱা মহিলা।
৩১২. আৰ্টিষ্ট- শিল্পী।
৩১৩. আধাৰ চক্ৰ- মানুহৰ দেহত থকা ছটা চক্ৰৰ ভিতৰত একেবাৰে নীচ চক্ৰটো।
৩১৪. আপন্নসত্ত্বা- গৰ্ভৱতী মহিলা।
৩১৫. আবুৰ- ঢাকি ৰখা বস্তু বা বস্ত্ৰ।
৩১৬. আৰ্জেন্ট- একেবাৰে দৰকাৰ হোৱা।
৩১৭. আলেখ- গ্ৰাফ।
৩১৮. আশুব্ৰীহি- আহুধান।
৩১৯. আহুদি- মন বশ কৰিব পৰা ঔষধ।
৩২০. আনা-গনা- চলাচল কৰা।
৩২১. আদি পৰ্ব- মহাভাৰতৰ প্ৰথম অংশ।
৩২২. আগ-জাননী- কোনো কাম বা বিপদৰ আগত পোৱা অধিসূচনা।
৩২৩. আচৰিত্- আশ্চৰ্যপূৰ্ব।
৩২৪. আইদেউ- সন্মান কৰি মহিলাক মতা মাত।
৩২৫. আউট্য়াল- কাজিয়া।
৩২৬. আঁচোৰণ- আঁচোৰা কাম।
৩২৭. আ- যদি কিবা অসমীয়া শব্দৰ পূৰ্বত না-পদৰ অৰ্থ বুজোৱা হয়।
৩২৮. আওৰত- মহিলা।
৩২৯. আঁজনি- আচিনাই।
৩৩০. আগলি- কোনো বস্তুৰ সন্মুখৰ অংশ।
৩৩১. আচয়- পোৱা।
৩৩২. আড়ত- গুদাম।
৩৩৩. আত্মতুল্য়- নিজৰ সৈতে তুলনা কৰা।
৩৩৪. আদম-চুমাৰি- পিয়ল।
৩৩৫. আদি ৰূপ- সাধুকথা।
৩৩৬. আদিব্য়াধি- শাৰীৰিক আৰু মানসিক কষ্ট।
৩৩৭. আপৰুচি- নিজৰ ইচ্ছা মতে।
৩৩৮. আফিং- কানি।
৩৩৯. আলু তোল- সমূলি ধ্বংস কৰা।
৩৪০. আপ্তকাম- পূৰ্ণ মনোৰথ।
৩৪১. আপ-টু- এতিয়ালৈকে।
৩৪২. আবিৰ্ভূত- প্ৰকাশ কৰা।
৩৪৩. আয়-ব্য়য়- উপাৰ্জন আৰু খৰছ কৰা।
৩৪৪. আল-জাল- বিশৃংখল হোৱা।
৩৪৫. আৰ্নান- কাৰ্বি জনগোষ্টীৰ মহালিসাকলে পিন্ধা আঙুঠি।
৩৪৬. আম্ৰাত- অমৰা বৃক্ষ আৰু ইয়াৰ ফল।
৩৪৭. আৰ্তবন্ধু- দুখৰ বান্ধৱ।
৩৪৮. আলুৱে-পুলিৱে খন্দা- ছিন্নমূল কৰা।
৩৪৯. আষুধি- প্ৰতিকাৰ।
৩৫০. আশংসা- বাঞ্ছা।
৩৫১. আহ্লাদিত- সুখী।
৩৫২. আশোৱাৰী- গানৰ ৰাগ।
৩৫৩. আৰ্জন- উপাৰ্জন।
৩৫৪. আলি-আই-লিগাং- মিচিং জনগোষ্ঠীৰ এটা উৎসৱ।
৩৫৫. আষি- কলৰ থোপা।
৩৫৬. আলিংগন- আকোঁৱালী লোৱা উচিত।
৩৫৭. আৱাসিক- থাকিবৰ বাবে সুবিধা থকা।
৩৫৮. আত্ৰাণি- আতুৰ স্থিতি।
৩৫৯. আগো- হেৰা।
৩৬০. আজ্ঝপ্ত- অনুমতি পোৱা।
৩৬১. আইডিয়া- ধাৰণা।
৩৬২. আইলা- তিফাই।
৩৬৩. আংলা- আঙুলি।
৩৬৪. আওকাঠী-নৰম।
৩৬৫. আকাংক্ষণীয়- আশা কৰিব লগীয়া।
৩৬৬. আগভাত- মৃতকৰ মৃত্য়ু হোৱাৰ আগত খোৱা ভাত।
৩৬৭. আচাৰবেদী- পৱিত্ৰ স্থান।
৩৬৮. আইতাল- ঢাৰি-পাতি।
৩৬৯. আচ্কা- প্ৰায়।
৩৭০. আদায়- ডিমাচা জনগোষ্ঠীৰ লোকসকলে আইতাকক সম্বোধন কৰি মতা নাম।
৩৭১. আন্দোলন- সঁজুলিৰ তাঁৰত কম্পন।
৩৭২. আবিষ্কৃত- উলিওৱা।
৩৭৩. আমনি লগা- এলাহ বা ভাগৰ লগা।
৩৭৪. আৰক্- কিছুমান ঘূৰ্ণনশীল বস্তুৰ পৰা উতলা ৰস।
৩৭৫. আলং- উখ স্থান।
৩৭৬. আলুৱে-পোখাই- আলু আৰু পোখাৰল লগত।
৩৭৭. আস্য়- মুখ।
৩৭৮. আহুতলী- আহু খেতিৰ পআমোদিত- আথাৰ।
৩৭৯. আহাৰি- স্বভাৱ-চৰিত্ৰ।
৩৮০. আঁঠৈ- গৰু-ছাগলী আদিৰ নিচিনা জন্তুৰ গাত থকা এটা পোক।
৩৮১. আচৰণ- ব্য়ৱহাৰ।
৩৮২. আঘাতিয়া- আঘাতকাৰী।
৩৮৩. আটি- মুঠা।
৩৮৪. আঠাইশ- বিশৰ লগত আঠ যোগ হৈ মুঠ।
৩৮৫. আটিপতি- ভালযত্ন।
৩৮৬. আত্তি- ঐৰাৱত।
৩৮৭. আদায় দে- পৰিশোধ কৰা।
৩৮৮. আনুমা- মাহীমাক।
৩৮৯. আপ্তশ্ৰুতি- বেদ।
৩৮৯. আৰ- ইয়াৰ।
৩৯০. আলতি- আৰু।
৩৯১. আৱাস- বাসস্থান।
৩৯২. আস্বাদিত- যি খাদ্য়ৰ জ্য়োতি লোৱা হৈছে।
৩৯৩. আহেলী- প্ৰকৃত।
৩৯৪. আঘোণা- আঘোন মাহত জন্ম হোৱা।
৩৯৫. আজাৰ- ৰং।
৩৯৬. আন্ঠু- শৰীৰৰ এটা অংগ; আঠু।
৩৯৭. আদেশ-পত্ৰ- নিৰ্দেশ বিচাৰি দিয়া দৰ্শাস্ত।
৩৯৮. আপণ- বজাৰ।
৩৯৯. আফলোদয়- ইচ্ছা পূৰণ নোহোৱালৈকে।
৪০০. আময়- অসুখ।
৪০১. আমোদিত- আনন্দ পোৱা।
৪০২. আৰট- অভিনয়কাৰী।
৪০৩. আপাতী- দৰকাৰী।
৪০৪. আধাৰু- ভেটি।
৪০৫. আন্তৰ- সৎ।
৪০৬. আলাপন- কথা-বতৰা।
৪০৭. আৰাল- বস্তু ঢাকি ৰাখিবৰ বাবে ব্য়ৱহাৰ কৰা এটা বস্তু।
৪০৮. আপোচ কৰ- নিষ্পত্তি কৰ।
৪০৯. আমোদ- আনন্দ।
৪১০. আৰি- এবিধ মাছ।
৪১১. আলোকীয় পথ- পোহৰ পথৰ মাজেৰে আগবঢ়া।
৪১২. আশাবাদী- আসা কৰি থকা।
৪১৩. আহাল- যাজক।
৪১৪. আলোকন- চোৱা।
৪১৫. আৰামী চকী- আৰাম কৰি বহি থাকিব পৰা চকী।
৪১৬. আই.পি.চি.- ইণ্ডিয়ান. পেনেল. ক'ড।
৪১৭. আইতা- মা বা দেউতাৰ মাক।
৪১৮. আওখৰিয়া- ভূল পথে যোৱা।
৪১৯. আঁট- যিমান লাগে।
৪২০. আগৰ্-কাঠ্- এবিধ গোন্ধযুক্ত কাঠ।
৪২১. আজমীড়- যদু ৰাজবংশৰ এজন ৰজা।
৪২২. আথৰ্- অধিক বুঢ়া হোৱা।
৪২৩. আনামতে- কোনো কাৰণ নথকাকৈ।
৪২৪. আপেক্ষিকতা- এটাৰ লগত আনটোৰ সমপৰ্ক থকা মনোভাৱ।
৪২৫. আধ- অৰ্ধ।
৪২৬. আপিনলেইতা- অপূৰঠ।
৪২৭. আয়ং- তিৱা জনগোষ্ঠীৰ লোসকলৰ বৰ্মাক।
৪২৮. আৰকত- ৰঙচুৱা।
৪২৯. আৰুৱা চাউল- আৰৈ চাউল।
৪৩০. আলসুৱাকৈ- অক্ষত।
৪৩১. আপোনযহী- নিজৰ প্ৰসংশা কৈ ফুৰা।
৪৩২. আধাপেটী ভাত- আধৰুৱা আকাংক্ষা।
৪৩৩. আত্মনিষ্ঠা- কেৱল নিজৰ কথা আৱা।
৪৩৪. আগ দাঁত- ওপৰ পাৰি দাঁতৰ প্ৰথম দাঁত দুটা।
৪৩৫. আঁৰ্- ঢাকনী।
৪৩৬. আঁৰ দি- বেৰ দিয়া।
৪৩৭. আকায়- বাসস্থান নথকা।
৪৩৮. আওলাদ- সন্তান।
৪৩৯. আকস্মিক- হঠাত।
৪৪০. আগনি- প্ৰথমবাৰ টানি উলিয়াই অনা।
৪৪১. আচ- আশা।
৪৪২. আত- হাত।
৪৪৩. আত্মগ্ৰাহী- নিজে ল'ব বিচৰা।
৪৪৪. আদি- মনত পোৱা মনত লগা দুঃখ।
৪৪৫. আনাড়ি- জ্ঞান নথকা।
৪৪৬. আফচোচ- অনুতাপ ।
৪৪৭. আমতি- অম্বুবাচী।
৪৪৮. আৰণ্য়- হাবিত থকা।
৪৪৯. আমিৰা- আমি।
৪৫০. আৰ্যপুত্ৰ- পূৰণি দিনত পত্নীসকলে স্বামীক সন্মান কৰি মতা নাম।
৪৫১. আশ্ৰম ধৰ্ম- চাৰি আশ্ৰমৰ প্ৰতি সকলোৰে উচিত কৰ্তব্য়।
৪৫২. আহু-বৰা- এবিধ ধানৰ প্ৰজাতি।
৪৫৩. আইধা- পাঠ।
৪৫৪. আউঠা- বাহী বস্তু।
৪৫৫. আকোঁ- হাকুটীৰে টনা।
৪৫৬. আকল- বুদ্ধি।
৪৫৭. আইলান- আল্পনা।
৪৫৮. আজোঁৰ মাৰ- টানি অনা।
৪৫৯. আকটিমুৰ্খ- একো নজনা অলগদ্ধ।
৪৬০. আড়ী- বাৰী।
৪৬১. আনুমানি- সঠিক নোহোৱা।
৪৬২. আম্- এবিধ টেঙা ফল।
৪৬৩. আৰণ- শিক্ষক।
৪৬৪. আল্লি- বন।
৪৬৫. আশাপূৰ্ণ- যাৰ মনোকামনা পূৰণ হৈছে।
৪৬৬. আহম-সালিী- দ মাটিত কেতি কৰা এবিধ ধান।
৪৬৭. আৰু বেলি- পাৰ হৈ যোৱা বছৰ।
৪৬৮. আহ্-যাহ্- চলাটল কৰা।
৪৬৯. আহল-বহল- দীঘল-পুতল।
৪৭০. আৰোগ্য়- সুস্থ হোৱা।
৪৭১. আল্দা- বেলেগ।
৪৭২. আবৰণ শক্তি- মায়া।
৪৭৩. আহনা- এওলোক।
৪৭৪. আৰ্গন- এবিধ গেছীয় মৌল।
৪৭৫. আনৰ্ত- গুজৰাটৰ এখন ঠাই।
৪৭৬. আনুবংশিক- বংশৰ একাদিক্ৰমে।
৪৭৭. আত্মোপন- নিজৰ সমান।
৪৭৮. আজি- এই দিন।
৪৭৯. আত্মদমন- নিজকে দমন কৰি ৰখাই থোৱা।
৪৮০. আদিবৰাহ- বিষ্ণু।
৪৮১. আধুনিক- নতুন।
৪৮২. আনুলোমিক- বৈধ।
৪৮৩. আত্মসিদ্ধি- মুক্তি।
৪৮৪. আনমন- মনটো বেলেগত থকা।
৪৮৫. আফাল্- খুন্দা মাৰা।
৪৮৬. আবৈ- আইতা।
৪৮৭. আমাই- মা।
৪৮৮. আৰ্থনীতিক- অৰ্থনীতিৰ লগত জড়িত।
৪৮৯. আলিবাট- পথ।
৪৯০. আশ্লিষ্ট- যোগ হৈ থকা।
৪৯১. আহব- যজ্ঞ।
৪৯২. আলাকী- সুখী নোহোৱা।
৪৯৩. আদিষ্ট- নিৰ্দেশ পোৱা।
৪৯৪. আফিৰ- পুনৰ।
৪৯৫. আভাষিত- কথিত।
৪৯৬. আমাঠেৰ- আমাৰ।
৪৯৭. আৰম্ভণি- কোনো কাম বা কোনো কিতাপৰ প্ৰথমচোৱা।
৪৯৮. আৰ্তি- সংকত।
৪৯৯. আলিমুলি- খেলিমেলি লগা।
৫০০. আস্- দুখ বুজোৱা মাত।
৫০১. আস্বাদ- সোৱাদ।
৫০২. আৰ্তৰাৱ- চিঞৰ।
৫০৩. আলিঞ্জৰ- মাটিৰ দ্বাৰা নিৰ্মাণ কৰা পানীৰ পাত্ৰ।
৫০৪. আভোগ- ফেঁটী সাপ।
৫০৫. আৱৰণ- সাঁফৰ।
৫০৬. আহালা- আওখাল।
৫০৭. আলিপ্ত- চৰ্চা কৰা।
৫০৮. আৰ্ঘা- মৌমাখি।
৫০৯. আপী- ছোৱালী।
৫১০. আধৰুৱা- সম্পূৰ্ণ নোহোৱা।
৫১১. আতৈ ফল - আপেল।
৫১২. আদিদেৱী- দুৰ্গা দেৱীৰ এটা নাম।
৫১৩. আপতন- ধ্বংস।
৫১৪. আত্মীয়- নিজৰ সম্বন্ধীয়।
৫১৫. আত্মজা- কন্য়া সন্তান।
৫১৬. আবাগ্ৰা- ডিমাচা জনগোষ্ঠীৰ লোকসকলে ককাদেউতাকক সম্বোধন কৰি মতা নাম।
৫১৭. আস্মান- গগন।
৫১৮. আক্ষেপ্- দোষ।
৫১৯. আলটুৱা- কঠিন নোহোৱা।
৫২০. অক্ষতা- ক্ষত নোহোৱা।
৫২১. আই.টি.- তথ্য প্ৰযুক্তি।
৫২২. আংলা- আমলখি।
৫২৩. আকান্দেৰী- জড়।
৫২৪. আচৰ- বৈঠক।
৫২৫. আগচি ধৰ্- যোৱাত বাধা প্ৰদান কৰা।
৫২৬. আজে-বাজে- মূল্য় নথকা।
৫২৭. আড়ষ্ট- অস্থিৰ হৈ নথকা।
৫২৮. আধুনিকতা- বৰ্তমানত চলি থকা নিয়ম-কাজ।
৫২৯. আপৰ্- সময় নথকা।
৫৩০. আপেসি- প্ৰতী৭া কৰি থকা।
৫৩১. আবদ্ধ- এটা কোঠাত বন্ধ হৈ থকা।
৫৩২. আমদ- শ্লিপীসকলে মঞ্চত প্ৰৱেশ কৰা।
৫৩৩. আৰ- পাহাৰত কৰা ঝুমখেতি।
৫৩৪. আলকোৰাণ- ইছলাম ধৰ্মৰ এখন ধৰ্মগ্ৰন্থ।
৫৩৫. আসৱ- সুৰা।
৫৩৬. আক্ষৰিক- আখৰৰ লগত সম্পৰ্কীয়।
৫৩৭. আনাজ্- কৃষি।
৫৩৮. আধা-ফুটা-মাত- জন্ম হোৱাৰ পিছত সন্তানবিলাকৰ মাত ভালকৈ নহা।
৫৩৯. আপকৰ্- অনিষ্ট কৰা।
৫৪০. আধান- গ্ৰহণ।
৫৪১. আত্মবল- দিব্ব শক্তি।
৫৪২. আণ্ট- আট।
৫৪৩. আছকইত- এলাহ লগা।
৫৪৪. আখুটি- আমনি লগা।
৫৪৫. আঁৰ কাতি মাৰ- কাম কৰাৰ ভয়ত পলাই ফুৰা কাৰ্য।
৫৪৬. আওকাত- সময়।
৫৪৭. আইট- কোনো কাম কৰিবৰ বাবে দৰকাৰ হোৱা সুবিধা।
৫৪৮. আঁচলত জীউ বান্ধ- অধিক ভয় খোৱা।
৫৪৯. আকণা- কাণ তাল মাৰি যোৱা।
৫৫০. আও বুঢ়া- অধিক বুঢ়া হোৱা।'
৫৫১. আঁতৰ হ- দূৰলৈ যোৱা।
৫৫২. আখ্য়ান বস্তু- কাহিনীৰ বিষয়ে।
৫৫৩. আঙুৰলতা- আঙুৰ গছৰ দৰে লতা।
৫৫৪. আটাইটাই- দৌৰা-দৌৰিকৈ।
৫৫৫. আদ্য়া- মা দুৰ্গা।
৫৫৬. আন্দু- হাতীৰ ভৰিত পিন্ধা শৃংখলা।
৫৫৭. আবৰী জেঙা- সমস্য়া।
৫৫৮. আমঠি- পকি যোৱা আমৰ বীজ ।
৫৫৯. আয়ুক্ত- চৰকাৰী পৰিক্ৰমা বিভাগৰ মুৰব্বী।
৫৬০. আলয়্- বাসস্থান।
৫৬১. আলোক ৰশ্মি- পোহৰ ৰেখা।
৫৬২. আহিত লক্ষণ- নিজৰ গুণৰ পৰাই খ্য়াতি অৰ্জন কৰিব পৰা।
৫৬৩. আধামূৰীয়া- মূৰৰ এফাল অংশ।
৫৬৪. আদৰ-লাদৰ- মৰম-চেনেহ।
৫৬৫. আনন্-লোক- স্বৰ্গ।
৫৬৬. আবই- দেউৰী জনগোষ্ঠীৰ লোকসকলে আইতাককক মতা নাম।
৫৬৭. আমাসাৰ- আমাৰ।
৫৬৮. আৰুণাম কেথে- কাৰ্বি জনগোষ্ঠীৰ লোকসকলে পূজা কৰা এজন দেৱতা।
৫৬৯. আলাট- দুষ্টামি।
৫৭০. আসন্ন মৃত্য়ু- মৃত্য়ুৰ দিন কাষ চাপি অহা।
৫৭১. আহোম কুহুম- বিশ্বাস কৰিব পৰা।
৫৭২. আমেক- ঘা।
৫৭৩. আলম্ব- বাসস্থান।
৫৭৪. আসা ছেদ কৰ- আশা পূৰণ কৰিব নোৱাৰা।
৫৭৫. আৰোহ- ওপৰলৈ উঠি অহা।
৫৭৬. আনন্- মুখ।
৫৭৭. আপুনো- নিজেও।
৫৭৮. আয়ত্- তলতীয়া।
৫৭৯. আলা-পেচা- সাধাৰণ।
৫৮০. আশিৰ- অগ্নি।
৫৮১. আদৰি- সামান্য় কথাতে কান্দি পেলোৱা ছোৱালী।
৫৮২. আণ্টি- টানকৈ।
৫৮৩. আখি- বাঁহৰ গাঠি।
৫৮৪. আগপাত- বিশেষ সন্মান।
৫৮৫. আঁহুৰা- গাখীৰ খিৰাব নিদিয়া গাই।
৫৮৬. আওকৰ- ইটাৰ সৰু টুকুৰা।
৫৮৭. আওপাকে- বিপৰীত পাকে।
৫৮৮. আকাশ লংঘা- অধিক ওখ।
৫৮৯. আছা- বিছা।
৫৯০. আদালত্- শুদ্ধ-ভূল বিচাৰ কৰা স্থান।
৫৯১. আনন্দভৈৰৱ- মহাদেৱৰ এটা ৰূপ।
৫৯২. আবা- বাইদেউ।
৫৯৩. আমোদী- ৰঙিয়াল।
৫৯৪. আলখনী- পিশাচিনী।
৫৯৫. আসী- সাঁপৰ বিষ থকা দাঁত।
৫৯৬. আহুজ- সন্তান জন্ম দিয়াৰ পিছত লালন-পালন কৰা কাৰ্য।
৫৯৭. আলোকচিত্ৰ- পোহৰৰ সহায় লৈ যন্ত্ৰৰ দ্বাৰা অংকণ কৰা ছবি।
৫৯৮. আলোকাৰী- কদম গছ।
৫৯৯. আদি-পুৰাণ- ব্ৰহ্মপুৰাণ।
৬০০. আত্মংশ্লাঘা- নিজকে কৰা প্ৰশংসা।
৬০১. আকৰ্ণন- শুনা।
৬০২. আগলৈ- ভৱিষ্য়তলৈ।
৬০৩. আড়াঠেকা- সংগীতৰ তাল।
৬০৪. আদিত্য়প্ৰাণ- সূৰ্যৰ নিচিনা জীৱ।
৬০৫. আনন্দ-মূৰ্তি- আচ্চা- বাটি।
৬০৬. আদ্য়প্ৰাণী- প্ৰাণী সাম্ৰাজ্যৰ আটাইতকৈ সৰল এককোষী প্ৰাণী।
৬০৭. আন্দোন- প্ৰত্য়েকবাৰে মাত্ৰ এটা কথাকে আলোচনা কৰি থকা।
৬০৮. আণড়া- অমৰা।
৬০৯. আদান-প্ৰদান- দিয়া-লোৱা।
৬১০. আনন্দময়ী- মা দুৰ্গাৰ এটা নাম।
৬১১. আপূষ- ধাতু।
৬১২. আণচং- তিৱা জনগোষ্ঠীৰ এটা কুলৰ নাম।
৬১৩. আত্মসন্মান- নিজৰ সন্মান।
৬১৪. আঞ্জাত- অনুমান।
৬১৫. আগ বাঢ়্- আগলৈ গতি কৰা।
৬১৬. আজ্গৱ্- শিৱ বাবৰ ধনু।
৬১৭. আতপোদক- মৰিচীকা।
৬১৮. আদিত্য়সুনু- সূৰ্যদেৱতাৰ পুত্ৰ।
৬১৯. আচমান- অম্বৰ।
৬২০. আটকীয়া- দুৰ্লভ।
৬২১. আদি পালি- কঠিয়া সিচাৰ পূৰ্বে মাটিত ব্য়ৱহৃত সাৰ।
৬২২. আপত্তি- বাধা।
৬২৩. আৰণি- ঘূৰ্ণীবতাহ।
৬২৪. আস্বাদক- সোৱাদ লয়।
৬২৫. আন্- অন্য় এটা।
৬২৬. আদমী্- মানুহ।
৬২৭. আনুষংগিক- লগত থকা।
৬২৮. আচল- বিজুতি।
৬২৯. আপা- ল'ৰা।
৬৩০. আৰক্ষী- পুলিচ।
৬৩১.আসংগ-প্ৰসংগ- হলিগলি।
৬৩২. আত্মহনন- নিজৰকে হত্য়া কৰা।
৬৩৩. আনুপদিক- পশ্চাদগামী।
৬৩৪. আত্মপ্ৰতাৰণা- নিজকে ঠগোৱা।
৬৩৫. আঙিনা- চোতাল।
৬৩৬. আকৰ্ণিত- শ্ৰুত।
৬৩৭. আওঢলীয়া- এটা ফালে ঠাল খাই যোৱা।
৬৩৮. আউলীয়া- ধৰ্মীয় লোক।
৬৩৯. আকস্মিক বান- হঠাতে অহা বানপানী।
৬৪০. আজা- ককাদেউতাক।
৬৪১. আঠ্-ষষ্ঠি- ষাঠিৰ লগত আঠ যোগ হোৱা।
৬৪২. আতা- দেউতা।
৬৪৩. আনন্দমোহন- ঈশ্বৰ।
৬৪৪. আপ- বোপাই।
৬৪৫. আপ্তকাৰী- গৰাকী।
৬৪৬. আৰল'ছ- ছোৱালী।
৬৪৭. আৱিষ্কৃত- আৱিষ্কাৰ কৰা।
৬৪৮. আৰ খেতি- ঝুম খেতি।
৬৪৯. আপালি- ওকণী।
৬৫০. আনন্দাশ্ৰু- অধিক আনন্দত চকুপানী উলোৱা।
৬৫১. আধাৰ-ভূমি- মূল।
৬৫২. আত্মবিনাশ- নিজকে ধ্বংস বা হত্যা কৰা।
৬৫৩. আচান- কঠিন নোহোৱা।
৬৫৪. আকচেল্ঙা- এচেৰেঙা।
৬৫৫. অষ্টসপ্ততি- আঠসত্তৰ, ৭৮।
৬৫৬. আওন্ধ্- আন্ধ।
৬৫৭. আঁটন- যিমান বিচাৰে সিমানে হোৱা।
৬৫৮. আঁচলৰ ধন- মৰমৰ সম্পত্তি।
৬৫৯. আগধৰি- আগতে।
৬৬০. অসিতোৎপল- পদ্ম।
৬৬১. অৱদাহ- গৰম।
৬৬২. আওখতিকৰ্- আমণি কৰ্।
৬৬৩. আকৰ্ষি- চুম্বকৰ নিচিনা আকৰ্ষণ কৰা।
৬৬৪. আচাৰ্- আচৰণ্।
৬৬৫. আতেসে- ইয়াৰ কাৰণে।
৬৬৬. আদুটি- সমান এক অংশ।
৬৬৭. আবৃত্- ঢাকি ৰখা।
৬৬৮. আৱৰ- বেৰি ৰখা।
৬৬৯. আস্তানা- ইটাগুড়ি।
৬৭০. আবিষ্ট- কৃদ।
৬৭১. আই-কণ- সৰু ছোৱালীক মৰমত মতা নাম।
৬৭২. আঁজুৰি- টানি অনা কাৰ্য।
৬৭৩. আগঢ়- বেয়া আকৃতি।
৬৭৪. আগুন- অগ্নি।
৬৭৫. আচাৰ পা- চুব নোৱাৰা হ।
৬৭৭. আঁঠুৱা- ম'হ সুমাব নোৱাৰাকৈ ৰাতি বিচনাৰ চাৰিওদিশে পাৰি লোৱা কাপোৰৰ আৱৰণ।
৬৭৮. আউলা- আৰৈ চাউল।
৬৭৯. আউতি- ভাউতি- হাত বা মুখেৰে দেখুৱাই দিয়া অংগী ভংগী।
৬৮০. আংবাই চাই যোৱা- পৰিহাৰ কৰা।
৬৮১. আকোপথথে- অধিক সময়ৰ পিছত।
৬৮২. আগু- শৰীৰৰ অংগ আঠু।
৬৮৩. আচৰি- ব্য়ৱহাৰ কৰি।
৬৮৪. আঙুলিৰ মুৰত লিখিব পৰা- বেছি সংখ্যা নোহোৱা।
৬৮৫. আওহতীয়া- সোহাতৰ বীপৰীত ফালে থকা।
৬৮৬. আকৰবি- চুম্বকৰ নিচিনা টানি ্না।
৬৮৭. আচাৰ-বৰ্জিত- নিয়ম বৰ্জন কৰা।
৬৮৮. আপগা- তটিনী।
৬৮৯. আমাগিলা- আমি।
৬৯০. আগ্-পিচ্ কৰ- কামত হাত বঢ়াই দিয়া।
৬৯১. আছৰা- আশা।
৬৯২. আঘ্ৰাত- গোন্ধ পোৱা।
৬৯৩. আগাৰি- নদী।
৬৯৪. আওমৰণ- বেয়া মৃত্য়ু।
৬৯৫. আকাশী পথ- বিমান চলাচল কৰা পথটো।
৬৯৬. আদদাং- মুৰ্খ।
৬৯৭.আপ্মান্- কোনো লোকে অপমান কৰিলে অন্তৰত পোৱা আঘাত।
৬৯৮. আৰণি-পূৰণি- অধিক পূৰণি।
৬৯৯. আলম্গীৰ- পৃথিৱীৰ মহান লোক।
৭০০. আশ্ৰুতি- প্ৰতিজ্ঞা।
৭০১. আহুৰি- অধিক হুলস্থুল হৈ থকা পৰিৱেশ।
৭০২. আপ্তবন্ধু- আপোন লোক।
৭০৩. আন্তঃস্বৰ- দুটাকৈ স্বৰধ্বনিৰ মাজত থকা।
৭০৪. আথ্-বেথ্- সমাদৰ।
৭০৫. আজিকা- আজিৰ দিনটো।
৭০৬. আগুকোবা- প্ৰাৰ্থনা।
৭০৭. আঁঠুৰ মূৰত সোণ বিচাৰে- বিনা কষ্টৰ দ্বাৰা আশা পূৰণ কৰিব বিচৰা।
৭০৮. আখৰুৱা- লিখি থোৱা।
৭০৯. আক্ৰমণ- অপকাৰ কৰিব বিচৰা।
৭১০. আগালি- নাওঁখেল প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা এজন অগ্ৰগামী।
৭১১. আজাৰ- মৃতকক দেহটো অন্তিম সংস্কাৰ কাৰা।
৭১২. আগধন্- মূল্য়ৰ অংশ।
৭১৩. আইজনী- ছোৱালীক মৰমত মতা নাম।
৭১৪. আকলি- লক্ষ্য় কৰি।
৭১৫. আখেজ্- হিংসা।
৭১৬. আচানক্- ঘপককৈ।
৭১৭. আজ্ঞাপন- নিৰ্দেশ দিয়া।
৭১৮. আত্ম- নিজৰ।
৭১৯. আথবৰ্ণ- অৰ্থবেদৰ বিষয়ে জনা মানুহ।
৭২০. আধুৰা- আধাতেই শেষ হোৱা।
৭২১. আনাইজ ছিম- উৰহী।
৭২২. আপদীয়া- বিপদ অনা।
৭২৩. আভা- পোহৰ।
৭২৪. আলতা- লাৰ ৰস।
৭২৫. আসংগ- বন্ধু।
৭২৬. আস্তে-আস্তে- অধিক ধীৰে-ধীৰে।
৭২৭. আমনিকৰ্- এলৱাহ লাগি যোৱা।
৭২৮. আধাৰসা- আধা বয়স যোৱা।
৭২৯. আধতুৱা- আঠবিধ ধাতুৰ পৰা নিৰ্মাণ কৰা হোৱা।
৭৩০. আপতিক- অকস্মাতে আহি যোৱা।
৭৩১. আধি ধান- আধি কৃষিত লাভ অৰ্জন কৰিব পৰা ধানৰ ভাগ।
৭৩২. আঙুলিয়া- দেখাই দিয়া।
৭৩৩. আখৈ- ধান ভাজি প্ৰস্তুত কৰা বগা ৰঙৰ এবিধ সৰু খাদ্য়।
৭৩৪. আঁত- পেটৰ নাড়ী।
৭৩৫. আগিয়াথুৰি- ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ প্ৰান্তত অৱস্থিত কামৰূপ জিলাৰ এটা পাহাৰ।
৭৩৬. আক্কিল- অপমান কৰা আৰু নিজৰ সন্মান।
৭৩৭. আকৰ্ষিত- যাক টনা যায়।
৭৩৮. আগঢ়ী- দেখিবলৈ অশুৱনি।
৭৩৯. আজাদী- বেলেগৰ তলতীয়া হৈ নথকা।
৭৪০. আতোলা- এটকাৰ আধা।
৭৪১. আদেয়- স্বীকাৰ্য ।
৭৪২. আতৈ- সত্ৰৰ ভকত।
৭৪৩. আফগানি- আফগানিস্তান দেশত চলি থকা মুদ্ৰা।
৭৪৪. আয়ম্- খোৱা থকাত বেলেগৰ দৰে ব্য়ৱহাৰ কৰা।
৭৪৫. আৱহ- বহন কৰা।
৭৪৬. আশী- সংখ্যা।
৭৪৭. আহ্ত- আমন্ত্ৰণ দিয়া।
৭৪৮. আৰোহণীয়- আৰোহণযোগ্য়।
৭৪৯. আলফুল- আনন্দ মনেৰে।
৭৫০. আলোচনী-মুখপত্ৰ।
৭৫১. আৰ্ট ফিল্ম- কলাত্মক চলচ্চিত্ৰ।
৭৫২. আপোইদা- বিপদ কৰা।
৭৫৩. আধাসিথা- সম্পূৰ্ণভাৱে নিভিজা।
৭৫৪. আত্য়ন্তিক- অধিক বেছি।
৭৫৫. আটি্ল- টিলা নোহোৱা।
৭৫৬. আগ্নেয়াস্ত্ৰ- যি অস্ত্ৰ জুইৰ সহায়ত ব্য়ৱহাৰ কৰা হয়।
৭৫৭. আঁঠুৰ ছাল ছিগ- বৰকৈ মিনতি কৰা।
৭৫৮. আঁ কৰ- মুখ মেলা।
৭৫৯. আউতেজা- পাৰ হৈ যোৱা বছৰটোৰ আগৰ বছৰ।
৭৬০. অহংকৰ্তা- কোনো কাম কৰা বুলি ভাৱি গৰ্ব কৰি ফুৰা।
৭৬১. আকাংক্ষী- আশাটো এৰি দিব নোৱৰা।
৭৬২. আগ্-ভাগ্ ল- কোনো কাম কৰিবৰ বাবে হেপাহ জন্মা।
৭৬৩. আচাৰ-ব্য়ৱহাৰ- নিয়ম-নীতি।
৭৬৪. আঁজোৰপিজোঁৰ- টনা আজোৰা কৰা কাৰ্য।
৭৬৫. আউলু-আপচু- বিপদ-বিঘিনি।
৭৬৬. আকৰা- হাঁকোটা।
৭৬৭. আগ্নেয়- জুই সম্পৰ্কীয়।
৭৬৮. আজিকালি কৰি- ধীৰে ধীৰে।
৭৬৯. আনা-বাৱে- বতাহ নোপোৱাকৈ।
৭৭০. আফগানিস্তান- এছিয়া মবাদেশৰ অন্তৰ্গত এখন দেশ।
৭৭১. আমলেট- অণলেট।
৭৭২. আলতীয়া- লাগি ধৰা।
৭৭৩. আহম বগৰী- বগৰীৰ এটা প্ৰজাতি।
৭৭৪. আধাসাৰি- অধিক শ্ৰম কৰা।
৭৭৫. আজ্ঞাকাৰী- আদেশ পাই কাম কৰা।
৭৭৬. আধৃতি- সম্পূৰ্ণ নোহোৱা।
৭৭৭. আনুভূতিক- আৱেগিক।
৭৭৮. আদ্-মহীয়া- দুই অনা জোখৰ।
৭৭৯. আগুৰ্- বেৰি ধৰা।
৭৮০. আংগুল- আছি।
৭৮১. আউৰ বেলি- আৰু সময়।
৭৮২. আঁচুৱা- খাই হোৱাৰ পাছত মুখ ধোৱা কাৰ্য।
৭৮৩. আখজা- অভ্য়াস নোহোৱাৰ বিনিময়ত কাম কৰিব নোখোজা।
৭৮৪. আচামী- জগৰ কৰা লোক।
৭৮৫. আউ-ছাউ- খামতি জনগোষ্ঠীৰ লোকসকলে খুড়াকক সন্মান কৰি মতা নাম।
৭৮৬. আঁজলি- দুয়োখন হাত একেসমানে পতা কাৰ্য।
৭৮৭. আট্-মঙলা- বিয়াৰ আঠ দিনৰ মূৰত কইনাৰ ঘৰত দৰাক খাবলৈ মতা ভোজ।
৭৮৮. আগ ছে- খামতি জনজাতিৰ লোকসকলে পেহীয়ক সম্বোধন কৰি মতা নাম।
৭৮৯. আইদ্খান- আধাখিনি।
৭৯০. আ-অলংকাৰ- কাপোৰ আৰু গা-গহনা।
৭৯১. আওৰা- আবৃত্তি কৰা।
৭৯২. আধাৰি- চৰু বা মাটিৰ কলহৰ ঘূৰ্ণন ক্ষাৰ।
৭৯৩. আচান্ত- মুখ ধোৱা কাৰ্য।
৭৯৪. আগপাৰেবা- উন্নত।
৭৯৫. আচ্মানী- মৃত্য়ু হোৱা।
৭৯৬. আঁচড়া- ফণিয়া।
৭৯৭. আগবিয়া- ধৰম বিবাহ।
৭৯৮. আউৰ আউৰে- ইজনে সিজনক।
৭৯৯. আঐইচ হকী- বৰফৰ ওপৰত খেলা হকী খেল।
৮০০. আজাৰবাইজান- ইউৰোপ মহাদেশত অন্তৰ্ভুক্ত এখন দেশ।
৮০১. আতায় সাগৰ- ভয়ংকৰ বিপদ।
৮০২. আদি- খেতিৰ বাবে বেলেগ লোকক খেতি কৰিব দিয়াৰ পাছত দিয়া মাটিৰ শস্যৰ সমান অংশ।
৮০৩. আপং- মিচিং জনগোষ্ঠীৰ লোকসকলে ঘৰতে বনোৱা মদ।
৮০৪. আভজনি কৰ- অপ্ৰয়োজনীয়ভাৱে ধ্বংস হৈছে।
৮০৫. আয়না- দাপোণ।
৮০৬. আমোলন-টেঙা- অম্লান।
৮০৭. আৰ্কিটেক্সাৰ- স্থপতিবিদ্য়া।
৮০৮. আলছা- েলেহুৱা।
৮০৯. আৱাসভূমি- বাসভূমি।
৮১০. আহমদ- হজৰদ মহম্মদৰ এটা নাম।
৮১১. আক্ষেপক- তিৰষ্কাৰক।আৰ্টিকা- চাউল-পানীসহ চৰুটো।
৮১২. আচম্বিতে- হঠাতে।
৮১৩. আখ্য়ান- উপাখ্যান।
৮১৪. আঁকোৱাল মাৰি ধৰ- সাবতি ধৰা।
৮১৫. আঁকন- আঁক টানন।
৮১৬. আঁকোৰা- বেঁকা।
৮১৭. আকবাৰ- আগবাঢ়>
৮১৮. আগতে- সমুখতে।
৮১৯. আঁৰ দিয়া- নেদেখা হোৱা।
৮২০. আঁঠুৱে-আঁঠুৱে সাতোৰ- হাবাথুৰি খাই ফুৰা।
৮২১. আই লেভেল- চকুত পোনপটীয়াকৈ পৰা দৃশ্যমান দৃশ্যৰ বাবে লোৱা দৃশ্যগ্ৰহণ।
৮২২. আগৰ- অগৰু।
৮২৩. আচবাব- সামগ্ৰী।
৮২৪. আঁঠুত মুৰ লগা- বুঢ়া আৰু কুজা।
৮২৫. আউ- কোনো এখন স্থানৰ বিশেষ অংশ।
৮২৬. আওৰাও- ভাল খবৰটো বাৰে বাৰে পুনৰাবৃত্তি কৰি থকা।
৮২৭. আঁঠুৱা চাই ঠেং মেলা- ক্ষমতা অনুসৰি কাৰ্য কৰা।
৮২৮. আইন প্ৰণয়ম- নিয়ম ।
৮২৯. আকৰ্ণ- কাণলৈকে।
৮৩০. আগভাত খোৱা- মৃতকৰ মৃত্য়ু হোৱাৰ আগতে ৰন্ধা ভাত খোৱা।
৮৩১.আকাংক্ষা- ইচ্ছা।
৮৩২. আঁচ মাৰ- আঁক টান।
৮৩৩. আগুচ্চা- দেউৰী পূৰুষ।
৮৩৪. আত্মাধীন- পৰাধীন নোহোৱা।
৮৩৫. আদব-কায়দা- কৰ্মৰ নীতি-নিয়ম।
৮৩৬. আঘ্ৰাণ্- গন্ধ।
৮৩৭. আজ্ঞানুসৰি- নিৰ্দেশ ক্ৰমে।
৮৩৮. আড়িয়া- ষাড়।
৮৩৯. আতুৰণি- কাতৰ পৰিস্থিতি।
৮৪০. আত্মদৰ- নিজকে লোৱা যত্ন আৰু আদৰ।
৮৪১. আধাপইতা- আধা সিজা।
৮৪২. আত্মবলি- নিজকে উৎসৰ্গা কৰা।
৮৪৩. আণৰ- দেউৰী সমাজখনৰ ভনীয়েকৰ গীৰিয়েক।
৮৪৪. আৰৈয়া- শুকান।
৮৪৫. আলোচনা-বিবেচনা।
৮৪৬. আস্কায়- হঠাত।
৮৪৭. আহি- নেত্ৰ।
৮৪৮. আপ্তপোচা- সৰু।
৮৪৯. আত্মা- জীৱ।
৮৫০. আত্মাশ্ৰয়ী- নিজকে নিজে পালন কৰা।
৮৫১. আতিথ্য- আলহীক আদৰ-সাদৰ কৰা।
৮৫২. আচ্ছা- ভাল।
৮৫৩. আজ্নি- আচিনা।
৮৫৪. আলাট- ৰাস্তা নিৰ্মাণ কৰোতে শিলগুটিৰ লগত অনা এবিধ খনিজ পদাৰ্থ।
৮৫৫. আঙুলিৰ মূৰত দিন লেখ- ধৈৰ্য হেৰুৱাই অপেক্ষা কৰি থকা।
৮৫৬. আগ্ৰহ্- উৎসুক।
৮৫৭. আজি- জোঁৱাই।
৮৫৮. আতা-দেউতা- ককা।
৮৫৯. আখাজি- শত্ৰুতা।
৮৬০. আঁকা- দেউৰী জনগোষ্ঠীৰ লোকসকলে মৃতকৰ অন্তিম সংস্কাৰ কৰিবলৈ প্ৰস্তুত কৰা চিতা।
৮৬১. আদৰ্শস্থানীয়- আদৰ্শৰ উপযোগী।
৮৬২. আদিজ- প্ৰথমে উৎপত্তি হোৱা।
৮৬৩. আনাজী- আয়ৰণ মিহলি হৈ থকা ঔষধি কল।
৮৬৪. আভজনী- কৃতজ্ঞ নোহোৱা।
৮৬৫. আয়স- লোহাৰ ধৰ্ম।
৮৬৬. আৰিবা- ওলোমাই।
৮৬৭. আশয়্- মন।
৮৬৮. আহিণ্ডিক- বৰ্ণসংকৰ।
৮৬৯. আপ্তগ্ৰাসী- কেৱল নিজৰ কথা ভৱা লোক।
৮৭০. আধক- আধা সংখ্যক।
৮৭১. আথাউনি- থাউনী নোপোৱা।
৮৭২. আঠা- কামোৰ খাই ধৰা বস্তু।
৮৭৩. আজৰ্- জৰৰ অভাৱ হোৱা।
৮৭৪. আগাৰি- পূৰণি দিনত।
৮৭৫. আগ্-ভাগ্- সহায় কৰা।
৮৭৬. আংশিক- অংশ সম্পৰ্কীয়।
৮৭৭. আকলিত- গণিত।
৮৭৮. আগোদদিগিৰ- সন্মুখৰ ফালে।
৮৭৯. আজ্ঞাপিত- আদিষ্ট।
৮৮০. আত্মতুষ্টি- নিজৰ কৰ্মত নিজে সুখী লাভ কৰা।
৮৮১. আপ্তি- উপযোগিতা।
৮৮২. আমা-ডিমা- কেঁচুৱা।
৮৮৩. আৰক্ষকবল- আৰক্ষী বাহিনী।
৮৮৪. আলেখ্য- চিত্ৰপত্ৰ।
৮৮৫. আহ্-পাহ্- শৰীৰৰ গঠন।
৮৮৬. আৰম্ভণ- আৰম্ভণি কাম।
৮৮৭. আলেখী- গ্ৰাফ সম্পৰ্কীয়।
৮৮৮. আস্বাদন- সোৱাদ চোৱা।
৮৮৯. আঁঠুৱনীয়া- আঁঠু তল যোৱা।
৮৯০. আইধা কাইধা খা- বিপদত পৰা।
৮৯১. আগ্-চাং- চাং ঘৰৰ মুকলি অংশ।
৮৯২. আত্মজ্ঞ- সকলো জনা লোক।
৮৯৪. আদিৰাজ- পৃথুৰাজ।
৮৯৫. আনু- মা।
৮৯৬. আপাল্ মাৰ্- আছাৰ মাৰ।
৮৯৭. আমলক- আওলা।
৮৯৮. আশ্চৰ্যকৰ- আচৰিতজনক।
৮৯৯. আলবেঙেৰা- কথা সজাই-পৰাই ক'ব নজনা মানুহ।
৯০০. আপচু- আগঢ়ী।
৯০১. আধেইলা- চালত পানী জমা হোৱাৰ স্থান।
৯০২. আথুৰনেকে- দৌৰা-দৌৰিকৈ।
৯০৩. আড্ডা- ৰে'ল আদি ৰখা স্থান।
৯০৪. আগচুলি- তালুৰ চুলি।
৯০৫. আঢেলীয়া- পানীপচা।
৯০৬. আভালভাল- মৃত্য়ু হোৱা।
৯০৭. আৱৰী জাতি- বশ মনাব নোৱাৰা জাতি।
৯০৮. আহুনীয়া- আসনৰ দৰে।
৯০৯. আউঠি- কাপোৰৰ দাঁতি।
৯১০. আইচু-দেউতা- আহোম ডাঙৰীয়া লোকসকলৰ পত্নীৰ উপাধি।
৯১১. আংছুং- ওপৰ।
৯১২. আকাজী- বব কাটিব নজনা।
৯১৩. আগা-গুৰা- প্ৰথমৰ পৰা একেবাৰে শেষৰলৈকে।
৯১৪.আগ্নেয়গিৰি- একপ্ৰকাৰৰ পৰ্বতৰ য'ৰ পৰা শিল, ছাই আৰু গেছ ওলাই আহিব পাৰে।
৯১৫. আজ্ঞানুৰূপ- নিৰ্দেশ অনুযায়ী।
৯১৬. আতচ্- অনল।
৯১৭. আৰণ্য়ক- অৰণ্য়ত হোৱা।
৯১৮. আল-জাল- কামৰ বিষয় একোকে নজনা।
৯১৯. আৱশ্য়কীয়- প্ৰয়োজনীয়।
৯২০. আসৈ মাতন- স্বীকাৰ নকৰা।
৯২১. আতৌ-পুতৌ- মৰম- চেনেহ।
৯২২. আকৃতি-প্ৰকৃতি- চালচলন।
৯২৩. আগেভাগে- বেলেগতকৈ প্ৰথমতে।
৯২৪. আচতি- এলাহ।
৯২৫. আজ্ঞানুৱৰ্তী- আদেশ অনুসৰি কাম কৰা।
৯২৬. আত্মতত্ত্ব- আত্মা কি তাৰ বিষয়ে জনা।
৯২৭. আদি-কবি- প্ৰথমজন কবি।
৯২৮. আধাৰ-বঁটিয়া- চৰাই মাকে পোৱালিক আহাৰ খুৱাই দিয়া দৃশ্য়।
৯২৯. আষাৰ্- এটা শব্দ।
৯৩০. আৰবী- আৰব দেশখনৰ ভাষা।
৯৩১. আদীপন- আগ্ৰহী।
৯৩২. আতোলতোল দৈয়ন- অদিক মৰম কৰা দেখুওৱা।
৯৩৩. আজ্ঞা পত্ৰ- আদেশ লিখি দিয়া কাকতখন।
৯৩৪. আত্মবিশ্বাস- নিজৰ ওপৰত বিশ্বাস থকা।
৯৩৫. আজোখ্- জোখ নোহোৱা।
৯৩৬. আঘ্ৰাণ কৰ- গোন্ধ ল।
৯৩৭. আগ- বহ্নি।
৯৩৮. আউটডেটেড- পূৰণিকালৰ।
৯৩৯. আঁঠুৱা তলৰ মহ- বেলেগৰ তলত থকা।
৯৪০. আউলী-বাউলী- বলিয়াৰ নিচিনা হৈ কাপোৰ-কানি পিন্ধা।
৯৪১. আইতা- বুঢ়ী আই।
৯৪২. আচ্কাই- হঠাত।
৯৪৩. আত্মতৃপ্তি- নিজে পোৱা আনন্দ।
৯৪৪. আগ বাৰিষা- সোনকালে অহা বাৰিষাঋতু।
৯৪৫. আউল লগা- খেলিমেলি লগা।
৯৪৬. আঁট্কাল্- গম।
৯৪৭. আগডাল্- মিছা তৰ্ক কৰা।
৯৪৮. আচৰা ফেলা- মাটি বোকা দিয়াৰ পিছত ধান ছটিয়াই দিয়া।
৯৪৯. আডা- প্ৰথম স্থানত ব্যৱহৃত অতি উচ্চ-স্তৰৰ কম্পিউটাৰ এটাৰ ভাষা।
৯৫০. আদুআদুকৈ থাক- অধিক মৰম কৰি থকা।
৯৫১. আতুৰুপীয়া- সংক্ষিপ্ত।
৯৫২. আধাবঙীয়া- সম্পূৰ্ণ নোহোৱা।
৯৫৩. আপৱ- বশিষ্ঠ ঋষি।
৯৫৪. আবো- বাইদেউ।
৯৫৫. আলবাঢ়া- জোখতকৈ বহুত বেছি দুষ্টামি কৰা।
৯৫৬. আৰব্য় উপন্য়াস- চতুৰ্দশ আৰু ষোড়ি শতিকাৰ মাজত লিখা আৰবী ভাষাৰ সাধুসকলৰ এক সংকলন।
৯৫৭. আবনুৱা- নিবনুৱা।
৯৫৮. আপালি- ঘৰত জ্বৰৰ পৰা হোৱা বিপদ।
৯৫৯. আয়ছট'প- সমান সংখ্যক প্ৰটন।
৯৬০. আলভূলা- বেঙা-বেঙি কৰি থকা।
৯৬১. আৰ্যক- ককা।
৯৬২. আলা-মালাকে- পালমাৰা নিচিনা।
৯৬৩. আৰাও- চিঞৰ।
৯৬৪. আৱা পিঠাগুৰি- ভাজি নোথোৱা পিঠাগুৰি।
৯৬৫. আস্ফালন- আছাৰ মৰা।
৯৬৬. আৰক্ষী অধিক্ষক- এজন শীৰ্ষ আৰক্ষী বিষয়া।
৯৬৭. আফাৎ- এনে এক ঠাই য'ত বড়ো আৰু কছাৰীসকলৰ সমাজ বহে।
৯৬৮. আওভাও- কাম কৰিবৰ বাবে পৰামৰ্শ।
৯৬৯. আমনিয়া- ভাগৰ লগা।
৯৭০. আৰ্জনীয়া- ধন ঘটি অনা।
৯৭১. আলৌ লৌ আপচু- দেখিবলৈ বেয়া।
৯৭২. আলোেককণা- এক নিৰ্দিষ্ট পৰিমাণৰ শক্তিথকা পোহৰৰ কণা।
৯৭৩. আহাৱ- জন্তয়ে পানী খাবলৈ কুঁৱাৰ ওচৰত থোৱা পাত্ৰ।
৯৭৪. আপোনে ছপোন ভৰুৱা- নিজৰ সম্পৰ্কীয় মানুহে অপকাৰ সাধন কৰা।
৯৭৫. আদিতেয়- অদিতিৰ পুত্ৰ সন্তান।
৯৭৬. আতাম- বিশেষ মন্ত্ৰ।
৯৭৭. আত্মগত- স্বগত।
৯৭৮. আঙঠা- জুইয়ে পুৰা চাই।
৯৭৯. আত্মজ্ঞান- নিজকে নিজকে জনা।
৯৮০. আদি-দেৱ- ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ এই তিনিজনৰ ভিতৰত এজন।
৯৮১. আচৰ্- ব্য়ৱহৃত।
৯৮২. আউলা-ঝাউলা- বৃশিংখল হৈ থকা।
৯৮৩. আংচাং- সম্পূৰ্ণৰূপে বিস্মিত।
৯৮৪. আচলা- চাদৰৰ আঁচল।
৯৮৫. আঠ-ত্ৰিশ- ত্ৰিশৰ লগত আঠ যোগ হোৱা, ৩৮।
৯৮৬. আই-হুক- হাকোটা।
৯৮৭. আদেশ-পালক- অনুমতি পালন কৰা।
৯৮৮. আবিৰ্ভাৱ- অৱতাৰ।
৯৮৯. আমৰস- বদহজম।
৯৯০. আযোধন- যুদ্ধ।
৯৯১. আলচ-বিলচ- আলোচনা কৰা।
৯৯২. আহুতি- হোমত ঢালি দিয়া ঘিউ।
৯৯৩. আস্থা-ভোজন- আস্থাৰ বাবে উপযোগী।
৯৯৪. আলৌ-অথৌ- আথ-বেথ।
৯৯৫. আৰ্জিত- অৰ্জন কৰা।
৯৯৬. আলাহ্- আমণি।
৯৯৭. আউৰণি- গোজৰণি।
৯৯৮. আই.টি.আই- ঔদ্য়োগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান।
৯৯৯. আউল- বিশেষ ধৰ্ম-সম্প্ৰদায়।
১০০০.আঁচোৰপিচোঁৰ- আঁচোৰ খোৱা।
১০০১. আউনী-আটি- অসমৰ চাৰিখন প্ৰধান সত্ৰৰ ভিতৰত প্ৰথমখন সত্ৰ।
১০০২. আঁঠু পাৰ- সন্মান দেখুৱাবৰ কাৰণে আঁঠু দুটা পাৰি বহা।
১০০৩. আগ বঢ়াই থ- কোনোবা কৰবালৈ যাওঁতে তেওঁলোকৰ লগত অলপ দূৰত গৈ তেওঁলোকক বিদায় দিয়া।
১০০৪. আত্মঘাত- আত্মঘাত।
১০০৫. আদিয়া- বেচি হোৱা।
১০০৬. আধিয়াৰ-কাট- বেলেগৰ কাম-তকাজ কৰি দি পৰিয়াল পুহি থকা।
১০০৭. আপদাহ দি- দোষ কৰা।
১০০৮. আমৰুল- টেঙাযুক্ত শাক।
১০০৯. আয়তি- বিস্তৃতি।
১০১০. আৰতি- ভক্তি।
১০১১. আলচ্- দিহা কৰ।
১০১২. আলু- এবিধ পাচলি।
১০১৩. আষাড়িকা- আহাৰ মাহত জন্ম গ্ৰহণ কৰা লোক।
১০১৪. আশ্ৰম্- ধৰমী লোক থকা স্থান।
১০১৫. আলপিন্- গাঁতি শিলা।
১০১৬. আলৌলৌৱাকৈ- আলসোৱাকৈ।
১০১৭. আস্থায়ী- গানৰ প্ৰথম চৰণ।
১০১৮. আহাৰীয়া- খোৱাৰ উপযোগী।
১০১৯. আলোন- গাত লোৱা কাপোৰ।
১০২০. আৰ্ত- কষ্ট পোৱা।
১০২১. আৰক্ত- অলপ ৰঙচুৱা।
১০২২. আধাৰ বাঁট- এজনৰ মুখত এজনে আহাৰ কৰা।
১০২৩. আগপিনে মাৰিছে ডাং, পিচফালে ধোবাং বাং- নিজৰ একো নথকা স্বত্তেই ফিতাহি মাৰি থকা।
১০২৪. আজাই- দেউৰী সমাজখনৰ আজোককা।
১০২৫. আঠি- ফল-মুলৰ টান শাহ।
১০২৬. আংবাং- অলগদ্ধ।
১০২৭. আওঢলীয়াকৈ- একতীয়াকৈ।
১০২৮. অস্মিতা- ভেম।
১০২৯. আই-দেও- ৰজা বা আহোম পৰিয়ালৰ বিবাহিত বা অবিবাহিত মহিলাৰ উপাধি।
১০৩০. আওবাটে- ভূল পথে।
১০৩১. আকলন- ধাৰ।
১০৩২. আগ চামিলে- সন্মুখত।
১০৩৩. আইগন্য়া- চোতাল।
১০৩৪. আগত্- আগত মাহত পৰীক্ষা হ'ব।
১০৩৫. আঁড়কাঠিয়া- চাহ বাগিচাত চাহপাত চিঙা শ্ৰমিকসকলক ব্ৰিটিছসকলে অনা এটা প্ৰক্ৰিয়া।
১০৩৬. আইচিক- ঘৃণাৰ বাৱত।
১০৩৭. আংগিনা- নাৰী।
১০৩৮. আকস্মিক ছুটী- নিজৰ কৰ্তব্য়ৰ পৰা লোৱা অৱসৰ।
১০৩৯. আজৰি- অৱকাশ।
১০৪০. আঠ-চল্লিশ- চল্লিশৰ লগত আঠ যোগ হোৱা।
১০৪১. আধিকৰণিক- বিচাৰ কৰোতা।
১০৪২. আপন্ন- সংকটে হেঁচা মাৰি ধৰা।
১০৪৩. আমৰপুই- গছৰ ওপৰত গজা এবিধ সৰু গছ।
১০৪৪. আৰ.টি.আৰ- তথ্য় জনাৰ অধিকাৰ।
১০৪৫. আলফা কণা- হিলিয়াম উপাদানৰ পাৰমাণৱিক কেন্দ্ৰ।
১০৪৬. আহ্নিক গতি- দৈনিক গতি।
১০৪৭. আলোলা- কোমল।
১০৪৮. আহাৰ্- ১২ মাহৰ তৃতীয় মাহটো।
১০৪৯. আলাস- গগন।
১০৫০. আধা ধুন- অধিক পিটন দিয়া।
১০৫১. আৰদ্ধ- আৰম্ভ কৰা।
১০৫২. আল্চা- আচোৰ।
১০৫৩. আৱহ চিত্ৰ- বতৰ সম্পৰ্কীয় চিত্ৰ।
১০৫৪. আলী- মহান।
১০৫৫. আৰব- আৰব দেশ।
১০৫৬. আৱৰেখা- পানী খাবৰ কাৰণে ব্য়ৱহৃত এটা পাত্ৰ।
১০৫৭. আমপাখি- এবিধ লাহী ধান।
১০৫৮.আহাল- অনাটন।
১০৫৯. আধুনিকীকৰণ- বৰ্তমান যুগৰ লগত মিলাকৈ উপযোগী কৰা কাম।
১০৬০. আতু- ভুৰ।
১০৬১. আনৱহ বিজ্ঞান- বায়ুমণ্ডলীয় সংক্ৰমিত বিজ্ঞান।
১০৬২. আহো্ন- হাতীৰ ডিঙিত মাউত বহি থকা ঠাই।
১০৬৩. আৰনি কাংছাম- সন্ধিয়া সময়।
১০৬৪. আলচা-কথা- মনতে পাঙ।
১০৬৫. আলেখী কথা- অংকন কলা য'ত গাণিতিক সূত্ৰ ব্যৱহাৰ কৰা হয়।
১০৬৬. আহনি-যাহনি- চলাচল কৰা।
১০৬৭. আলুক- ফেঁচা।
১০৬৮. আৰ.বি.আই- ভাৰতীয় ৰিজাৰ্ভ বেংক।
১০৬৯. আলছাৰ- শৰীৰৰ অংগত হোৱা অৱক্ষয়।
১০৭০. আশ্ৰিত্- বেলেগৰ তলতীয়া হৈ থকা।
১০৭১. আহম্-আঠা- এবিধ গছৰ আঠা।
১০৭২. আৰৈ-চাউল- সিজাই নোথোৱাকৈ ৰ'দত শুকুৱাই থোৱা চাউল।
১০৭৩. আৱাহনী- অ-উত্তল সংগীত।
১০৭৪. আতোলতোল্- মাটিত পৰিব নিদিয়া।
১০৭৫. আগুহাৰি- বাট আগচি ধৰা।
১০৭৬. আঁজোৰ্-চোঁটকৰে মৰা টান।
১০৭৭.আউট- ধাতু জালত দি বিশুদ্ধ বা চাফা কৰা।
১০৭৮. আকলুৱা- সকলোৰে পৰা ভুগি আছে।
১০৭৯. আগাৰি- গৰু গাড়ীৰ আগ অংশ।
১০৮০. আকয়েৰ- ইয়াৰে।
১০৮১. আইদাগ- দেহত বসন্তৰ ৰোগৰ ফলত হোৱা দাগ।
১০৮২. আকস্মিকতা নিধি- ব্যয়ত খৰচ কৰাৰ বাবে সঞ্চয় কৰা ধন।
১০৮৩. আখটি- ন্য়ায় নকৰা বা ন্য়ায় নোহোৱা।
১০৮৪. আচাৰবিহীন- সদাচাৰ পৰিহাৰ কৰা।
১০৮৫. আতুৰত পৰ- সংকটত পৰ।
১০৮৬. আং- মই।
১০৮৭. আইডিয়েট- ধৰি ল।
১০৮৮. আংখ- তাপ নিদিয়া।
১০৮৯. আগ ভৰা- আগফালে অধিক বোজাই হোৱা।
১০৯০. আঁচু-কাঠ্- আঁচুকৰী।
১০৯১. আখ- কোৰ।
১০৯২. আজ্ঞপ্তি- নিৰ্দেশ।
১০৯৩. আটামিঠা- আঠাৰ দৰে।
১০৯৪. আথানো- চতুৰ্দিশ।
১০৯৫. আদিশক্তি- আদ্য়াশক্তি মহামায়া।
১০৯৬. আজাদ- স্বাধীনতা।
১০৯৭. আণ্ড- অণ্ডকোষ।
১০৯৮. আদিমা- ধৰিত্ৰী।
১০৯৯. আনাট- দুষ্টালি।
১১০০. আপোন হুৰে- নিজে নিজে।
১১০১. আপোন নামা- নিজৰ ওপৰত ভৰষা কৰা।
১১০২. আয়নীয় বিক্ৰিয়া- আয়নীয় প্ৰতিক্ৰিয়া।
১১০৩. আলেখ্-লেখ্- গোপনে ছল চোৱা।
১১০৪. আশ্বিনেয়- স্বৰ্গৰ বেজ।
১১০৫. আৰচ্- সিংহাসন।
১১০৬. আলনি- ফঁই।
১১০৭. আতৰ্ৱ- মলিনী।
১১০৮. আপত্তিকৰ- আপত্তি কৰিবলগীয়া।
১১০৯. আলকতৰা- কয়লাৰ দ্বাৰা প্ৰস্তুত হোৱা ডাঠ ক'লা ৰঙৰ তেল।
১১১০. আশ্বিক- ঘোঁৰাৰ গৰাকী।
১১১১. আহু- সোনকালে পকি যোৱা এটা প্ৰজাতিৰ ধান।
১১১২. আৰ্জেন্টিনা- দক্ষিণ আমেৰিকা মহাদেশৰ অন্তৰ্ভুক্ত এখন দেশ।
১১১৩. আত্মঘাতকাৰী- আত্মহত্য়া কৰা লোক।
১১১৪. আদিল- মাছ ধৰিবৰ বাবে ব্য়ৱহাৰ কৰা এবিধ সঁজুলি।
১১১৫. আপদ- চোচৰা- নিজে সংকট মাতি অনা।
১১১৬. আমৰা- এবিধ ফল।
১১১৭. আজ্ঞা- নিৰ্দেশ।
১১১৮. আকস্মিকতাবাদ- হঠাতে সংঘটিত হোৱা অৱস্থা।
১১১৯. আই.এ.এছ- ভাৰতীয় প্ৰশাসনিক সেৱা।
১১২০.আং- খামতি জনগোষ্ঠীৰ লোকসকলে দেহত পৰিধান কৰা উল্কি।
১১২১. আগগুৰি নোহোৱা বন- বিশৃংখল কৰ্ম।
১১২২. আকৰা- লাগি থকা।
১১২৩. আওপুৰণি- অধিক পুৰণা।
১১২৪. আকল্- চকুৰে মন।
১১২৫. আউ- ঠাট্টা কৰি কথা কোৱা সময়ত ব্য়ৱহাৰ কৰা শব্দ।
১১২৬. আক্ৰমণ কৰ- অপকাৰ কৰাৰ আকাংক্ষাৰে খেদি ফুৰা কাৰ্য।
১১২৭. আইজং পৰিমল- এবিধ বৰ্ণসংকৰ শালি ধান।
১১২৮. আঁঠু-মূৰ- আঁঠুৰ ঘিলাটোৰ বাহিৰৰ অংশ।
১১২৯. আগভাৰ- বিয়াৰ আগতে কইনাৰ ঘৰলৈ পঠিওৱা আ-অলংকৰা আৰু কাপোৰ কানি।
১২৩০. আজীৱিকা- ব্য়ৱসায়।
১২৩১. আদ্কপলীয়া- হতভগীয়া।
১২৩২. আনুশাসনিক- অধ্য়াদেশ সংক্ৰামণীয়।
১২৩৩. আভাষ- কথোপকথন।
১১৩৪. আৰ্থ সামাজিক- আৰ্থিক আৰু সামাজিক দুয়ো নীতি বিজড়িত।
১১৩৫. আলৱেকৰ পালেক- কোনো সম্পৰ্ক নথকা।
১১৩৬. আহম্ভিৰি- লেপেটা খাই বহা।
১১৩৭. আহাৰান্তে- খাদ্য় খোৱাৰ পিছত।
১১৩৮. আলি-কেঁকুৰি- আলিবাটৰ ভাঁজ।
১১৩৯. আশ্চৰ্যন্বানিত- আচৰিত হোৱা কাৰ্য।
১১৪০. আৱেদন-পত্ৰ- দৰ্খাস্ত।
১১৪১. আলাসত উঠ- চাং আদিত উঠ।
১১৪২. আষ্ঠিত- প্ৰাপ্ত।
১১৪৩. আজান্- মাছ খোৱা এবিধ চৰাই।
১১৪৪. আঠ্-শাৰী- আঠটা খাৰ গোটাই প্ৰস্তুত কৰা দৰৱ।
১১৪৫. আচাভুৱা- অতি আচৰিত।
১১৪৬. আকড়াই ধৰা- সাবতি ধৰা।
১১৪৭. আঁ- কৰা- মুখ মেলা।
১১৪৮. আওহ্- পিঠিত ভৰ দি বহ।
১১৪৯. আকুলি- নিৰপেক্ষতাৰ স্থিতিত।
১১৫০. আইস্য়া- নখ।
১১৫১. আকাংক্ষিত- যিটো ইচ্ছা কৰা হৈছে।
১১৫২. আগ্নেয়গিৰিজ্ঞান- আগ্নেয়গিৰিৰ ওপৰত বৈজ্ঞানিক অধ্যয়ন।
১১৫৩. আত্মীকৰণ- নিজৰ কৰি লোৱা।
১১৫৪. আনলি- খেলিমেলি।
১১৫৫. আপ্ডাল- ৰক্ষা।
১১৫৬. আঁভজুৱা- ভাঁজ নথকা।
১১৫৭. আয়তী- স্বামী থকা।
১১৫৮. আৰ্গ'মিটাৰ- মানুহৰ মাংসপেশীৰ শক্তি জোখাৰ বাবে ব্যৱহৃত সঁজুলি।
১১৫৯. আস্বাদন কৰ- সোৱাদ চোৱা।
১১৬০. আলোচনীয়- আলোচনা কৰিব লগীয়া।
১১৬১. আপোচযোগ্য়- মিলাব পাৰি।
১১৬২. আমবাত- কচা পায়খানা।
১১৬৩. আহত্- আঘাতৰ ফলত পোৱা কষ্ট।
১১৬৪. আহ্নিক- দৈনিক।
১১৬৫. আপোনভোলা- সহজ-সৰল।
১১৬৬. আবেদ্য়- আৱেদনীয়।
১১৬৭. আবাদ কৰ্- চহ কৰ।
১১৬৮. আধিক্লিষ্ট- মনোকাল।
১১৬৯. আত্মতত্তোপদেশ- আত্মাৰ সঠিক ৰূপৰ ওপৰত পৰামৰ্শ।
১১৭০. আত্মাভিমানী- অহংকাৰী।
১১৭১. আদেৰী- আদৰুৱা।
১১৭২. আনুবীক্ষণিক- যাক অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে চাব পৰা যায়।
১১৭৩. আবেলি- সন্ধিয়া।
১১৭৪. আমোল-মোল- অতি গোন্ধযুক্ত।
১১৭৫. আলম্- আশ্ৰয়।
১১৭৬. আয়্- উপাৰ্জন কৰা।
১১৭৭. আনি ছি- এদিন।
১১৭৮. আমনি- বিৰক্তি।
১১৭৯. আৰম্ভ- সুত্ৰপাত।
১১৮০. আলুৱে-কলাপুলিয়ে খান- আলুৱে পোখাই উঘাল।
১১৮১. আশ্ৰয়দাতা- আশ্ৰয় দিউতা।
১১৮২. আয়নীকৰণ- আয়নলৈ সলনি হোৱা পদ্ধতি।
১১৮৩. আনৰিয়া- সম্পূৰ্ণভাৱে সুস্থ হোৱা অৱস্থা।
১১৮৪. আথান-বেয়া।
১১৮৫. আঠ্-কুণীয়া- আঠটা চোক থকা।
১১৮৬. আখনিক- খনিকৰ।
১১৮৭. আইটাল- জন্তুৰ গাত থকা পোক।
১১৮৮. আক্ৰুষ্ট- নিন্দিত।
১১৮৯.আধিৰথি - কৰ্ণবীৰ।
১১৯০. আপদকালীন- সংকটৰ সময়ৰ।
১১৯১. আবুধি- দুৰ্বল।
১১৯২. আবি-আইতা।
১১৯৩. আধামূলী- আধা দামৰ।
১১৯৪. আপোনা-আপোনি- স্বয়ং।
১১৯৫. আহাৰ মাহত হোৱা- আহাৰুৱা।
১১৯৬. আতাফল- আতলচ।
১১৯৭. আণৱিক যুদ্ধ- পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰা ৰণ।
১১৯৮. আদায় কৰ- শেষ কৰ।
১১৯৯. আকা-বিকা- শুনিবলৈ বেয়া লগা।
১২০০. আগালমাতা- আগধৰি কথা কোৱা স্বভাৱৰ।
১২০১. আজব্- আচৰিতজনক।
১২০২. আদৰীয়া- সীমা।
১২০৩. আনৰ্ত-পুৰ- দ্বাৰকা নগৰ।
১২০৪. আপ্তবচন- যুক্তি বাক্য়।
১২০৫ আমিৰী- ৰাজসিক।
১২০৬. আৰ্য- ঋষি সম্বন্ধীয়।
১২০৭. আলোকপাত- আলোক নিক্ষেপ।
১২০৮. আস্ফাল্- কোব।
১২০৯. আদ্য়নাথ- পৰমব্ৰহ্ম।
১২১০. আত্লচ্- এবিধ ফল।
১২১১. আথেবেতে- অধিক সমাদৰ কৰি।
১২১২. আতকুত্- অধিক লোভ কৰা।
১২১৩. আচহুৱা- নিচিনা।
১২১৪. আতাইতাই- অধিক বেগেৰে।
১২১৫ আনুপুৰ্বিক- প্ৰথমৰ পৰা শেষলৈকে থকা।
১২১৬. আদহ- মাজ।
১২১৭. আতপ- ৰবিৰ কিৰণ।
১২১৮. আজ্- হোজা।
১২১৯. আগদিয়া- বিয়াৰ শেষত কৰা বিশেষ ধৰ্মনুষ্ঠান।
১২২০. আঁচনি- নীতি।
১২২১. আকৌ- পুনৰাবৃত্তি।
১২২২. আঙঠি- আঙুলিত পিন্ধা এবিধ অলংকাৰ।
১২২৩. আটোপে- বলৰ দৰ্পেৰে।
১২২৪. আদিকৰ্তা- প্ৰথমে নিৰ্মাণ কৰা জন।
১২২৫. আনন্দ পদ- সুখেৰে ভৰি থকা অৱস্থা।
১২২৬. আবাদী- য'ত কৃষিকাৰ্য কৰা হয়।
১২২৭. আ-ৰ- দেউৰী জনগোষ্ঠীৰ লোকসকলে জেশাহুৱেক সন্মান কৰি মতা নাম।
১২২৮. আলু উঠ্- পিৰি উঠ।
১২২৯. আশ্- আকাংক্ষা।
১২৩০. আহা- আনন্দ প্ৰকাশ কৰি মতা মাত।
১২৩১. আধাপৰলীয়া- আধা কৰা।
১২৩২. আঘ্ৰায়ক- গন্ধ লোৱা জন।
১২৩৩. আগ নুগুনি গুণে পাচ লোভত মৰে বৰশীৰ মাছ- আকংক্ষা পূৰণ যোৱা দেখি সন্তুষ্ট হৈ পিছলৈ অপেক্ষা কৰি সময় নষ্ট কৰা।
১২৩৪. আন্ঠুতে- আঠুলৈকে।
১২৩৫. আতপ-বাৰণ- ছাতি।
১২৩৬. আপান- মদৰ দোকান।
১২৩৭. আভুকীয়া- ভোক নথকা।
১২৩৮. আয়ুষ্টোধ- দীঘল সময়লৈকে কামনা কৰি যজ্ঞ কৰা।
১২৩৯. আবাং- ভিত্তিহীন।
১২৪০. আখন- কাল।
১২৪১. আপ্তি- যোগ্য়তা থকা।
১২৪২. আভোং- অক্ষত।
১২৪৩. ওআলিবাটত চালি ধৰ- ৰেহ-ৰূপ প্ৰকাশ কৰি দেখুওৱা কাৰ্য।
১২৪৪. আস্তৰ্- কোনো এখন কাপোৰৰ ভিতৰৰ অংশত লগাই দিয়া কাপোৰ।
১২৪৫. আহুকাল্- বিপদ।
১২৪৬. আশক্য়- সাধ্য় নোহোৱা।
১২৪৭. আহাৰ্যাভিনয়- সাজসজ্জা।
১২৪৮. আলোকনতা- ৰঘুমলা।
১২৪৯. আলফা- গ্ৰীক বৰ্ণমালাৰ আদ্য়ক্ষৰ।
১২৫০. আৰণা-ধৰা- আৰ দিয়া।
১২৫১. আমঠু কলা পৰ- অবাঞ্চিত কথা শুনি অন্তৰত আগাত পোৱা।
১২৫২. আৰণি- কেঁচুলা ল'ৰা-োৱালীৰ মাতৃৰ জ্বৰ হ'লে গাখীৰ য়কাবলৈ নাপায় খীণোৱা ৰোগ।
১২৫৩. আলধৰ- শুশ্রূষা কৰ।
১২৫৪. আলংকাৰিক- অলংকাৰ শাস্ত্ৰজ্ঞ।
১২৫৫. আয়ুষ্মান- আয়ুস্বান।
১২৫৬. আলগ্ কৰ- বেলেগ কৰ।
১২৫৭. আৱৰ্জনা- জাবৰ-জোথৰ।
১২৫৮. আসোঁৱাহ ধৰ- ভূল ধৰ।
১২৫৯. আহাৰ-বিহাৰ- খাদ্য় গ্ৰহণ কৰা আৰু ঘূৰি থকা।
১২৬০. আলোকজিৎ- পোহৰ জয় কৰা।
১২৬১. আসোঁৱাহ- ভূল।
১২৬২. আস্তে-সুস্থে- লাহে-লাহে।
১২৬৩. আহিলা- অতিথি।
১২৬৪. আলোৱান- জন্তুৰ নোমৰ দ্বাৰা প্ৰস্তুত কৰিব পৰা চাদৰ।
১২৬৫. আস্ফোট্- যুঁজাৰ সময়ত মালে বাহুত মাৰা চাপৰ।
১২৬৬. আৰাধনীয়- পূজনীয়।
১২৬৭. আনন্দবিহুল- আনন্দত নিজকে ভূল যোৱা।0
১২৬৮. আপেক্ষিক ঘনত্ব- আপেক্ষিক গুৰুত্ব।
১২৬৯. আয়োটা- গ্ৰীক বৰ্ণমালাৰ ন নম্বৰৰ আখৰটো।
১২৭০. আৰ্দ্ৰা- ৬ নম্বৰৰ নক্ষত্ৰ।
১২৭১. আৰে- আচৰিত ভয়াৱহক শব্দ।
১২৭২. আলাভুচ- আচৰিত।
১২৭৩. আশা নকৰা- ভাৱি নথকা।
১২৭৪. আসীন- অৱস্থিত।
১২৭৫. আপুতৰ পুত- বহুত বছৰ সন্তান জন্ম নহৈ হঠাতে সন্তান জন্ম হোৱা।
১২৭৬. আমঠু- আমৰ ডিলাৰ ভিতৰত থকা শাহ।
১২৭৭. আম্ৰ- এবিধ ফল।
১২৭৮. আনাৰস- মাঁটিকঠাল।
১২৭৯. আপীল- প্ৰাৰ্থনা বিচাৰি দিয়া পত্ৰ।
১২৮০. আধাখইল্লা- সম্পূৰ্ণ নোহোৱা।
১২৮১. আদান- গ্ৰহণ কৰা।
১২৮২. আদৰোঁতা- আদৰি লোৱা।
১২৮৩. আদিগন্ত- দিগন্ত লৈকে।
১২৮৪. আনন্দদায়তক- ৰং লগাই দিয়া।
১২৮৫. আপাততঃ- বৰ্তমান।
১২৮৬. আমথালী ল- বিধৱা হ।
১২৮৭. আৰু-বেলিকৈ- আহি থকা বছৰত।
১২৮৮. আলান্ধুৱা- মলিন।
১২৮৯. আৰাতি- বৈৰী।
১২৯০. আলোকিত- উজ্জ্বল।
১২৯১. আহোম- অসমত বাস কৰা ডাঙৰ টাই জনগোষ্ঠীৰ অন্তৰ্ভুক্ত সকলোতকৈ ডাঙৰ জনগোষ্ঠী।
১২৯২. আলাপনীয়- কথোপকথনৰ উপযোগী।
১২৯৩. আৰ্যবৃত্ত- সৎ চৰিত্ৰৰ।
১২৯৪. আলক্ষণী- কুলক্ষণী।
১২৯৫. আলোগ-আলোগ- আনন্দোল্লাস কৰা।
১২৯৬. আসোৱাদ্- জ্য়োতি নথকা।
১২৯৭. আসুৰ- অসুৰৰ।
১২৯৮. আহুদি খুওৱা- যিকোনো প্ৰকাৰে মানুহক নিজৰ মতলৈ অনা।
১২৯৯. আৱেদক- প্ৰাৰ্থক।
১৩০০. আশয় দে- লাই দে।
১৩০১. আয়া- দেউৰী সমাজৰ বোৱাৰী।
১৩০২. আমি- মই শব্দটোৰ বহুবচন।
১৩০৩. আপাদিত- সম্পাদিত।
১৩০৪. আনন্দিত্- ৰং পোৱা।
১৩০৫. আদৰ্শনীয়- আৰ্হি হিচাপে ল'বৰ উপযোগী।
১৩০৬. আনন্দ-বৰ্ধন- আনন্দ বাঢ়ি যোৱা।
১৩০৭. আপতিত- হঠাতে সংঘতিত হোৱা।
১৩০৮. আবিষ্কাৰ- উলিওৱা।
১৩০৯. আৰকা- বিশেষ ফটিকা।
১৩১০. আগলে-আলগে- ভিতৰতক নোযোৱাকৈ।
১৩১১. আলোকচটা- কথা চহকী।
১৩১২. আলেজাবৰা- অজ্ঞ।
১৩১৩. আৰাংপা- দুৱৰী।
১৩১৪. আয়ুৰ্বেদিক- আয়ুৰ্বেদ সম্পৰ্কীয়।
১৩১৫. আৰোহণ- ওপৰলৈ উঠা।
১৩১৬. আলৈ-বিলৈ- দুখ-কষ্ট।
১৩১৭. আইলৈ যিহাট বাইলৈও সেইহাট- সমানে দিয়া গুৰুত্ব।
১৩১৮. আছু- সদৌ অসম ছাত্ৰ সন্থা।
১৩১৯. আত্খ্য়ান- অৰ্ধ।
১৩২০. আদানী- দান নথকা।
১৩২১.আনামাতা- অনিমন্ত্ৰিত।
১৩২২. আপোন্- নিজ।
১৩২৩. আয়'ডিক এছি- বিক্ৰিয়াৰ ঘটক হিচাপে কাম কৰা।
১৩২৪. আৰি-কাটি- কুলী গুটোৱা ঠিকাদাৰ।
১৩২৫. আলসিয়ামী- এলাহ।
১৩২৬. আশংকা- সন্দেহ।
১৩২৭. আৰামী- আৰামযপুক্ত।
১৩২৮. আপেক্ষিক বাৰংবাৰতা- কোনো বাৰংবাৰতা বিভাজন তালিকাৰ শ্ৰেণীসমূহৰ মুঠ বাৰংবাৰতাৰে হৰণ কৰি বাৰংবাৰতাৰে হৰণ কৰি পোৱা বাৰংবাৰতা।
১৩২৯. আলঝেইমাৰ- স্মৃতি-বিব্ৰম।
১৩৩০. আৰ্বান- মাৰ মহিলাই হহাতত পিন্ধা গহনা।
১৩৩১. আপোনালোক- আপুনি শব্দটোৰ বহুবচন।
১৩৩২. আনুগত্য়- অনুহগতৰ ভাৱ।
১৩৩৩. আদা বেপাৰী- আদা বিক্ৰী কৰা বেপাৰী।
১৩৩৪. আচ্ছাদিত- ঢাকি ৰখা।
১৩৩৫. আদ্য়ঋতু- প্ৰথম কন্য়াকাল হোৱা।
১৩৩৬. আন্ধুৱাল- টকুৱে ধুৱা-ধুৱা দেখা।
১৩৩৭. আমুৱা- হেঁপাহ পলুৱা।
১৩৩৮. আলনি- সঠুিকমত জোখ নোহোৱা।
১৩৩৯. আঢ়া- আজ্ঞা।
১৩৪০.আনন্দধাম- স্বৰ্গ।
১৩৪১. আববা- দেউতা।
১৩৪২. আদৰুৱা- অতি আদৰৰ।
১৩৪৩. আন্তৰ্- দূৰৰ।
১৩৪৪. আবন্টন- ভাগ কৰা কাৰ্য।
১৩৪৫. আমাম- সিজাই নোথোৱা চাউল।
১৩৪৬. আৰ্মেনিয়া- ইউৰোপ মহাদেশৰ অন্তৰ্গত এখন দেশ।
১৩৪৭. আলৈ- দুৰ্গতি।
১৩৪৮. আলগতীয়া- বেলেগ নোহোৱা।
১৩৪৯. আহাৰ্- খাদ্য়।
১৩৫০. আমনা- ৰঙা ৰঙৰ এক প্ৰজাতিৰ ধান।
১৩৫১. আপামৰ- উচ্চ-নীচ সকলোকে সাঙুৰি লোৱা।
১৩৫২. আয়াসী- পৰিশ্ৰমকাৰী।
১৩৫৩. আলান্- কাণ বা ডিঙিত ওলোমাই দিয়া দৰব।
১৩৫৪. আহিন্- এটা মাহ।
১৩৫৫. আৰ্দ্ৰ- পানীৰে তিতা।
১৩৫৬. আনৃণ্য- ঋণ পৰিশোধ কৰা।
১৩৫৭. আদৰণীয়- স্নামৰ যোগ্য়।
১৩৫৮. আচাড়- আহাৰ মাহ।
১৩৫৯. আতা-পুৰূষ- মহাপূৰুষসকলে সত্ৰৰ মান্য়লোকক মতা নাম।
১৩৬০. আনন্দৰাম ভাষা-ক'লা-সংস্কৃতি সংস্থা- অসমৰ থলুৱা ভাষা-সংস্কৃতি-কলা সাহিত্য়ৰ অধ্য়য়ন কৰা, সংস্কৃত ভাষাৰ প্ৰচাৰ কৰাৰ লগতে প্ৰসাৰ তথা প্ৰচাৰৰ প্ৰয়োজনীয়তাৰ উদ্দেশ্যে অসম চৰকাৰৰ উদ্য়োগত ১৯৯০ চনত প্ৰতিষ্ঠা তকৰা এটা সংস্থা।
১৩৬১. আমাৰি- পানীৰ মৃ্ত্য়ু নোহোৱা এবিধ বৃহৎ গছ।
১৩৬২. আৰাধিত- পূজিত
১৩৬৩. আলাগা- প্ৰয়োজনত যিমান লাগে তাতকৈ অধিক থকা।
১৩৬৪. আৱেদিত- বিজ্ঞাপিত।
১৩৬৫. আলৈ-আথৈ- আশ্ৰয় নথকা বা আশ্ৰয় নিদিয়া।
১৩৬৬. আৰ্থিক ক্ষেত্ৰাধিকাৰ- আৰ্থিক অঞ্চল।
১৩৬৭. আমলখী- এবিধ টেঙা ফল।
১৩৬৮. আজু-আইতা।
১৩৬৯. আখুবাহণ- গনেশ।
১৩৭০. আজলা- চালাক-চতুৰ নোহোৱা।
১৩৭১. আকুত- মনোকামনা
১৩৭২. আঁউজ- গাৰুত আঁউজা।
১৩৭৩. আই- শৰীৰত হোৱা এবিধ ৰোগ।
১৩৭৪. আওটা- খাৰ দি ৰন্ধা তৰকাৰী।
১৩৭৫. আকপিল- ঈষৎ কপিলবৰ্ণ।
১৩৭৬. আঁঠু- তপিনা আৰু হাড়ৰ মাজৰ জোৰা।
১৩৭৭. আখৈয়া- আখৈৰ দৰে।
১৩৭৮. আগাৰ- ঘৰ।
১৩৭৯. আচৰণবাদ- মনোবিজ্ঞানৰ এটা ধাৰা য'ত পৰীক্ষামূলক আৰু নৈৰ্ব্যক্তিক নিৰীক্ষণ পদ্ধতিবোৰ কেন্দ্ৰীভূত কৰা হয়।
১৩৮০. আঞ্জাম্- প্ৰস্তুতি।
১৩৮১. আটা- ঘেঁহুৰ গুড়ি।
১৩৮২. আত্মপুজা- কেৱল নিজৰ কথা ভৱা।
১৩৮৩. আদৰ- অলপ দৰ।
১৩৮৪. আন আন- অন্য়ান্য়।
১৩৮৫. আত্মনিৱিষ্ট-নিজৰ চিন্তাত গভীৰ হৈ থকা।
১৩৮৬. আনন্ত্য়- অসীমলৈ বিস্তৃত।
১৩৮৭. আবৰা- অঁকৰা।
১৩৮৮. আমোদপ্ৰিয়- ধেমেলীয়া স্বভাৱৰ।
১৩৮৯. আৰা- গাড়ীৰ চকাৰ ধুৰা।
১৩৯০. আলোক সজ্জা- কোনো এক উৎসৱত চাকি জ্বলাই মণ্ডপ জিলিকাই ৰখা।
১৩৯১. আৱে-বাৱে- এই সময়ত।
১৩৯২. আলাই-বালাই- সংকট।
১৩৯৩. আয়'ডিন- এবিধ মৌল।
১৩৯৪. আবৰ্- কাৰো বশ নোহোৱা।
১৩৯৫. আন্দাজ- কথক নৃত্য়ৰল এটা ভংগিমা।
১৩৯৬. আদাই- আইতা।
১৩৯৭. আদাবৰীয়া সন্দিকৈ- আদবাৰীত বাস কৰা সাতঘৰীয়া আহোমৰ এটা বংশ।
১৩৯৮. আন্ধা- দুটা চকুৰে দেখা নোপোৱা লোক।
১৩৯৯. আবৰু- সন্মান।
১৪০০. আপা- পিতৃ।
১৪০১. আণকলি- পুৰঠ নোহোৱা আম।
১৪০২. আয়াৰলেণ্ড- ইউৰোপ মহাদেশৰ অন্তৰ্ভুক্ত এখন দেশ।
১৪০৩. আপুৰুগীয়া- দুৰ্লভ।
১৪০৪. আদৰণ- অভ্য়ৰ্থনা।
১৪০৫. আত্মগুণ- চৈধ্যটা গুণ।
১৪০৬. আছাৰ্ মাৰ্- বলেৰে দূৰলৈ পঠিয়াই দিয়া।
১৪০৭. আতাল- বৰ-চাং।
১৪০৮. আগলি- নাওঁখেলৰ আগফালে থকা খেলুৱৈ।
১৪০৯. আগম- কথা।
১৪১০. আগষ্ট- এটা ইংৰাজী মাহ।
১৪১১. আঠাইশ- মৃত্য়ুৰ পিছত পাপীজনক শাস্তি দিয়া ২৮ খন স্থান।
১৪১২. আদেশী- উপদেশক।
১৪১৩. আনজ- কৃষি।
১৪১৪. আৱহমান- ক্ৰমাগত।
১৪১৫. আতিশয্য- বহুত।
১৪১৬. আদিম- আদ্য়।
১৪১৭. আপদৰ মাত- সংকটৰ সময়ত মাত বন্ধুত্ব হোৱা।
১৪১৮. আবিয়ৈ- বিয়া নমকৰা।
১৪১৯. আৰকাল- হা-হুতাহ।
১৪২০. আৰ্যব্ৰত- আৰ্যৰ কৰ্তব্য়।
১৪২১.আয়তন্- প্ৰস্থ।
১৪২২.আলগা- নলগা।
১৪২৩. আহ্- দুখ বুজোৱা মাত।
১৪২৪. আৰতি- সন্ধ্যা-সেৱা।
১৪২৫. আবাদী-মাটি- কৃষিৰ বাবে যি মাটি উপযোগী।
১৪২৬. আদিকলা- জীৱদেহৰ মৌলিক কোষ।
১৪২৭. আতাৰ-পাতাৰ- প্ৰস্বাৱ-পায়খানা আদি কৰা কাৰ্য।
১৪২৮.আগীয়াঠুঁটি- ঠোঁটৰ নিচিনা আগলৈ ঠেক।
১৪২৯.আঁচো- ভূজন কৰাৰ শেষত মুখ ধোৱা।
১৪৩০. আবোল-তাবোল- প্ৰলাপ।
১৪৩১. আকাশ পথ- শূন্য়পথ।
১৪৩২. আগাত- নষ্ট।
১৪৩৩. আজল্মঠ- জনাৰ পিছতো নজনাৰ দৰে ভাওঁ জুৰি থকা।
১৪৩৪. আতুৰ্-বিতুৰ্- আতুৰত পৰি বিতুৰ হোৱা।
১৪৩৫. আখণ্ডল- দেৱৰাজ ইন্দ্ৰৰ এটা নাম।
১৪৩৬. আঁচু- কাপোৰৰ আঁচল।
১৪৩৭. আঠালি- কুমাৰে মাটিৰ চৰু।
১৪৩৮. আদ্-খনীয়া- আধা ভাগ থকা।
১৪৩৯. আদিমতা- প্ৰাচীনত্ব।
১৪৪০. আনন্দী- আনন্দিত।
১৪৪১. আবাস- আৱাস।
১৪৪২. আয়কৰ গাণনিক- আয়কৰ বিভাগৰ হিচাপৰক্ষক।
১৪৪৩. আল্-পৈচান- লগুৱালি।
১৪৪৪. আৰক্তিম- ঈষৎ ৰঙাৰঙৰ।
১৪৪৫. আল্না- খুৰা লগোৱা কাঁপোৰৰ ডাৰ।
১৪৪৬. আপ্দাহ্- দায়।
১৪৪৭. আদিত্য়কমল- ৰঙা ৰঙৰ পদুমফুল।
১৪৪৮. আপৰহ্- শৰীৰত বিহ্-ফুহা আদি ওলোৱা।
১৪৪৯. আচমনীয়- আচমন কৰাৰ উপযোগী।
১৪৫০. আকৃষ্ট- টানি অনা।
১৪৫১. আগে- দেউৰী জনগোষ্ঠীৰ লোকসকলে ভৰিৰ দ্বাৰা মৰা ধানৰ মুঠি।
১৪৫২. আইত্খেইনা- আদখনীয়া।
১৪৫৩. আঁচোৰ- জোঙা বস্তুৱে শৰীৰৰত আঘত কৰা।
১৪৫৪. আগিয়াচিত- এবিধ মূল্য়ৱান বনৌষধি।
১৪৫৫. আওহাতে- বাওণহাতেৰে।
১৪৫৬. আকৃতিবিশিষ্ট- গঢযুক্ত।
১৪৫৭. আচাৰ- অনুষ্ঠান- প্ৰথা।
১৪৫৮. আত্মগোপন- নিজকে লুকুৱাই ৰখা কাৰ্য।
১৪৫৯. আৰনাম- কাৰ্বি জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰা ৰূপ আৰু পিতলৰ আঙঠি।
১৪৬০. আলোৱা- আৰৈ।
১৪৬১. আবেশ্- আৱেস।
১৪৬২. আৰকাতি- ঢুলীয়াই দেখুওৱা এক প্ৰকাৰৰ খৰ।
১৪৬৩. আলম্-বিল্ম- গহৰি।
১৪৬৪. আস্থান- অৱস্থিতি।
১৪৬৫. আভংগ- নৃত্য প্ৰদৰ্শনত, এখন ভৰিৰ ওজন আৰু আনখন ভৰিত অলস স্থিতি লোৱাটো ভঙা বুলি কোৱা হয়
১৪৬৬. আৰদলী- ডাঙৰ বিষয়াসকলৰ লগত থকা লগুৱা।
১৪৬৭. আনালী- আশ্ৰয় নথকা বা আশ্ৰয় নিদিয়া।
১৪৬৮. আত্ৰেণী- আত্ৰাণি।
১৪৬৯. আধামূলীয়াকৈ- কিনি দামতকৈ কম দামত।
১৪৭০. আয়তন কোণ- যি কোণত অন্য় কোনো কোণ বা পোহৰৰৰ ৰশ্মি আপতিত হয়।
১৪৭১. আবো- আবু।
১৪৭২. আশ্বস্ত- সান্ত্বনা পোৱা।
১৪৭৩. আস্থা- শ্ৰদ্ধা।
১৪৭৫. আগ্নেয় প্ৰস্তৰ- আগ্নেয়গিৰি পৰা গলিত অৱস্থাত ওলোৱা গোট মৰা শিল।
১৪৭৬. আচাৰবেদী- আৰ্যৱৰ্তৰ এটা নাম।
১৪৭৭. আজোে- ই সম্বন্ধ বুজোৱা শব্দৰ আগত থাকে।
১৪৭৮. আদি টান গাম- অৰুণাচল প্ৰদেশৰ এটা স্বল্পজ্ঞাত জনগোষ্ঠী।
১৪৭৯. আগুৱা- আগবাঢি় যা।
১৪৮০. আকল্প- কল্পন।
১৪৮১. আঁঠুৰ মাজত মূৰ সোমা- অসলবাৱে কৰ্ম কৰা।
১৫৮৩. আজলালি- আজলাৰ স্বভাৱ।
১৬৭৯. আস্ৰপ- ৰাক্ষহ।
১৭৪৬. আদি ৰাম- অৰুণাল প্ৰদেশৰ এটা স্বল্পজাত জনগোষ্ঠী।
১৮৩৮. আণঠ্- ভাল কথা নুশুনা।
১৮৭৭. আখটি- আওখটি।
১৮৯০. আসুধি- ঔষধ।