f অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning উ ~ Daily Assam

অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning উ

💓 উ 💓


১. উলাহ- উল্লাস, আনন্দ, আহ্লাদ, ৰং
২. উৱলি- গেলি পচি
৩. উৰুখি- চালেদি ( বৰষুণৰ পানী) সৰকি
৪. উত্তম    - শ্ৰেষ্ঠ, আটাইতকৈ ভাল ।
৫. উদগ্ৰীৱ   - পাবলৈ অতি ব্যগ্ৰ, উদ্বাউল ।
৬. উদাসীন   - সংসাৰৰ সুখ ইচ্ছা নকৰা।
৭. উদ্বিগ্নতা   - চিন্তা বা শংকাজনিত কাতৰতা।
৮. উপলব্ধি    - অন্তৰত হোৱা বোধ অনুভৱ
৯. উপাদান    - বস্ত্ত মূল উপাদান
১০. উপকূল - সাগৰ পাৰৰ কাষত থকা ঠাই ।
১১. উপলদ্ধ - যিতো বুজিব পৰা হৈছে ।
১২. উখলী - ধান বনা খুবলী ।
১৩. উদ্দীপ্ত - জ্বিলিকি থকা ।
১৪. উদগনি - উতসাহ দান কৰা ।
১৫. উপলদ্ধি - অনুভৱ কৰা ।
১৬. উদ্বৃত - মূঠ পৰিমাণৰ পৰা কিছু শতাংশ ৰেহাই কৰা ।
১৭. উপকাৰিতা - আনৰ বাবে ভাল কাম কৰা ।
১৮. উন্নয়ন - উ্দগতি কৰিব পৰা ।
১৯. উন্নাসিক - সকলোকে অৱজ্ঞা কৰা ।
২০. উপবিষ্ট - আসন গ্ৰহণ কৰা ।
২১. উদ্বাস্তু - যাক ।
২২. উদ্বোধন - আনুষ্ঠিক শুভ কাৰ্য় ।
২৩. উপৱীত - যজ্ঞসূত্ৰ ।
২৪. উপভোক্তা - আদৰ কৰা ।
২৫. উদ্বৃত - সাৰ পায় থকা ।
২৬. উজুটি - খোজ কাঢ়োঁতে ভৰিৰ আহুলিত পোৱা কষ্ট ।
২৭. উপবিৱেশ - সৰমকৈ বাহিৰত মানুহ অহা ঠাই ।
২৮. উদি্ৰণ - অধিক নিৰ্গমণ ।
২৯. উছৰ্গা - সমপৰ্ণ ।
৩০. উছল - ধ্বংস হোৱা কাৰ্য ।
৩১. উজলি উঠ - উজ্জ্বল হৈ ুঠা ।
৩২. উছৰ্গিত - উৰ্ছগা কৰা কাৰ্য ।
৩৩. উচ্ছ্বসিত - উল্লাসিত ।
৩৪. উত্তৰায়ন - সূৰ্যি বিষুবৰেখাৰ উত্তৰপালে কৰা গতি ।
৩৫. উই - একপ্ৰকাৰৰ পৰুৱা ।
৩৬. উচ্ছ্বাস - আনন্দৰে ভপূৰ অৱস্থা ।
৩৭. উনা - কাবোৰ শুনিবলৈ কাম পাতি থকা অৱস্থা ।
৩৮. উদ্বোধন - বিশেষ অনুষ্ঠান ।
৩৯. উদ্ভূত - উদ্ভৱ ঘটা ।
৪০. উদ্ধৃতি - যাক ওপৰলৈ টনা অৱস্থা ।
৪১. উভতি - পিছলৈ ঘূৰি অহা ।
৪২. উতশুল্ল - বহুত আনন্দত থকা।
৪৩. উচ্ছৃংখল - যিয়ে নিয়ম মানি চল ।
৪৪. উৰুখা - ঘৰৰ চালেদি পানী সৰকি যোৱা।
৪৫. উলূ - এবিধ বিশেষ তৃণ।
৪৬. উৰহী - এবিদ পাচলি।
৪৭. উড়িয়া - উৰিষ্যা।
৪৮. উচ্চহাস্য় - শব্দ কৰি হঁহা , বৰ ডাঙৰকৈ হঁহা।
৪৯. উঁই- উংস , গুপ্ত কথাৰ উৱাদিহ , মাটিৰ তলৰ পৰা স্বাভাৱিকতে ৫০. পানী ওলোৱা বাট ৱা বিন্ধা।
৫১. উত্তীৰ্ণ - কৃতকাৰ্য , পাৰ হোবা , পৰীক্ষাত পাছ কৰা।
৫২. উচ্ছৃংখল – অবাধ্য।
৫৩. ত উন্মত্ত- হিতাহিত জ্ঞান নথক।
৫৪. উদ্ভৱ – জন্মা।
৫৫. উপলব্ধি- অন্তৰত হোৱা বোধ।
৫৬. উত্তাপ –জুই বা ৰদৰ অধিক তাপ।
৫৭. উংকণ্ঠা –উগুল-থুগুল।
৫৮. উৰ্বৰ – সাৰুৱা।
৫৯. উৎসাহ - কামত গেৰে গৈ আকৌ বেগেৰে গোছি আহা।
৬১. উৰাল উৰল - খুন্দা যতন।
৬২. উলটি - গুৰি অহা।
৬৩. উৰণ - কপোৰ পিন্ধা কাৰ্য।
৬৪. উৰুলি-পুআগ্ৰহ থকা।
৬০. উৰিপাক - বেঙ্গা - অস্থিৰ হৈ নথকা মানুহ।
৬৫. উৰ্ব্বী - পৃথিবী।
৬৬. উাহ - আনন্দ মন।
৬৭. উলুং-পাতাল - চঞ্চল।
৬৮. উল্লাল - আন্দোলন কৰা।
৬৯. উৱা - গুপ্ত কথাৰ অলপ জানিবলৈ পোৱা।
৭০. উষা - বহুত ৰাতিপুৱাই।
৭১.  উপদ্ৰব - ক্ষতি কৰা।
৭২. উপনাম - নিজৰ নামেৰে মতাৰ বাহিৰে বেলেগ নামেৰে মতা।
৭৩. উপপ্লব - বৰকৈ মনতো চঞ্চল হৈ যোৱা।
৭৪. উপনৈ - পৰ্বতৰ মাজৰ পৰা  উলাই কোনো নদিত পৰি সৰুকৈ উলাই যোৱা নৈ।
৭৫. উপভোগ - কোনো এটা বস্তু ব্যৱহাৰ কৰি থকা।
৭৬. উপৰুক্ত - আগে কৈ অহা।
৭. উপযুক্ত - কোনো এটা বস্তুত পাৰ্গত।
৭৮. উপবাস - নোখোৱাকৈ থকা অৱস্থা।
৭৯. উপশান্ত - হ্ৰাস হৈ যোৱা।
৮০. উপলদ্ধি - অনুভৱ কৰা।
৮১. উপসন - উপস্থিত থকা।
৮২. উপাখ্যন - কাহিনী, গল্প, সাধু।
৮৩. উপস্থিীত - হাযিৰ হৈ থকা।
৮৪. উপায় - বুদ্ধি, কৌশল।
৮৫. উপায়ন - উপহাৰ, ডান।
৮৬. উপদেয় - যিজন লবৰ বাবে যোগ্য
৭. উপোঢ় - বিয়া পাতি থোৱা জন।
৮৮. উমনি - চৰাই কনি ফুতিবৰ বাবে তাপ দিয়া কাৰ্য
৮৯. উমাকান্ত - মহাদেৱ।
৯০. উভয়লিঙ্গ - স্ত্ৰীলিংগ, পুলিংগ দোয়োতাটে ব্যৱহাৰ হয়।
৯১. উভং - অবদ্ৰ।
৯২. উবৰ - মানুহৰ কথা লুটিয়াই পেলোৱা জন।
৯৩. উমাল - উম লগা।
৯৪. উঁহু - মান্তি নোহোৱা।
৯৫. উহল - অলপ উশাহ।
৯৬. উৱৈ কাঠ - ডবডবকৈ জুই জ্বলা এবিধ কাঠ।
৯৭. উন্নত - নতুন।
৯৮. উদ্ভিদ - মাটি ফাটি উলোৱা।
৯৯. উদুল মুদুল - বহুত মানুহৰ ফলত হোৱা হুলস্থূল।
১০০. উদ্ভ্ৰান্ত - পাগল, বলিয়া।

2 comments:

  1. উৎপতীয়া ৰ অৰ্থ

    ReplyDelete
  2. ৰৰৈয়া শব্দৰ অৰ্থ কি

    ReplyDelete

Write your Comment