এ 

১. একাঠী - দুহাত দিঘ।
২) এবুলীয়া- এবাৰ ৰং দিয়া।
৩) এবাইছ্ দে- বহুত মাৰ।
৪. একাধিক - এতাটকৈ বেছি।
৫. একে - বেলেগ নহয়।
৬. একেবাৰে - এবাৰতে।
৭. একে -  বেলেগ নহয়।
৮. একেতৰী - মিহলী কৰা।
৯. একেশ্বৰ - লগ নোহোৱা।
১০. এঙেৰুৱা - আঙৰৰ দৰে কুলা।
১১. একেলগে - লগ লাগি থকা।
১২. এঙনি জেঙনি - বুজিব পৰা নোজোৱা কথা।
১৩. এঘৰিয়া - অকলশৰে বেলেগ এঠাইত ঘৰ বনাই থকা।
১৪. এগলধা - ডিঙিলৈকে ভৰহিল থকা।
১৫. এডিতৰ - সম্পাদক।
১৬. এদোগেদো - গা-গধুৰ লাগি থকা।
১৭. এতেকে - এই কাৰণে।
১৮. এমূৰীয়া - কোনো বস্তুৰ
১৯. এৰদীয়া - একে দিনাই শুকোৱা।
২০. এৰাল - জন্তু বান্ধা দিঘল ৰচি।
২১. এচেৰেঙা - নগন্য মান।
২২) এংকৰি- এনেকৈ।
২৩) এইখিনি- ইমানখিনি।
২৪) এইপোন- এইফালে।
২৫) এ'তে- ইয়াত।
২৬) এউৰী- গোৱালপৰীয়া লোকগীত।
২৭) একপদ-পদপথী।
২৮) একনিষ্ঠ- বুদ্ধদেৱৰ এটা নাম।
২৯) একত্ৰ- একেখন স্থানতে থকা।
৩০) একতিল- নাওমান।
৩১) এআঁঠু- আঁঠুলৈকে তল যোৱা।
৩২) একছুৰীয়া- ধাৰাসাৰে।
৩৩) একাদশ্- এঘাৰ।
৩৪) একাদিক্ৰমে- একৰ পাচত দুই।
৩৫) একাচি- এখোপ।
৩৬) একেই- সদৃশ।
৩৭) একেমুখী- একেফালে গতি কৰা।
৩৮) একেজানি- এই নিমিত্তে।
৩৯) এগ্লা- এইবিলাক।
৪০) এখা- আষি।
৪১) এখে- এই ঠাই।
৪২) এখনিকে্ দুখনি কৰি- অতিৰঞ্জিত কৰিবলৈ।
৪৩) এখেলায়- অকলে।
৪৪) এক্সটেনছন- প্ৰসাৰ।
৪৫) একাব্দা- এবছৰীয়া চেউৰী।
৪৬) একেবাহঁৰ্ কাকৈ- একে স্বভাৱৰ।
৪৭) একিল- এখুন্দা।
৪৮) একদেহ- একাত্মা।
৪৯) এইড্চ- এবিধ দোৰাৰোগ্য় ৰোগ।
৫০) এঅনা- দুয়োখন হাতেৰে দিয়া বস্তুৰ জোখ।
৫১) একত্ৰিশ- ত্ৰিশৰ পিচৰ সংখ্যাতো।
৫২) একেথৰে- স্থি হৈ থকা।
৫৩) এগেই- হেৰা।
৫৪) এখনেই- এইমাত্ৰ।
৫৫) এক্সিলা- কাষলতিৰ তল।
৫৬) এঘৰীয়া- সমাজে এৰি দিয়া।
৫৭) এজলাচ- আদালত।
৫৮) এছেবাং- ইমান।
৫৯) এছ.বি.আই- বাৰতীয় ষ্টেত বেঙ্ক।
৬০) এডেও- এজাপঁ।
৬১) এনাই- বুঢ়ী আই।
৬২) েন.অ.চি.- আপত্তিবিহীন পমানপ্ৰত্ৰ।
৬৩) এনতে- এনেকৈ।
৬৪) এনলাৰ্জ- ডাঙৰ কৰা।
৬৫) এফলীয়া- এপালৰ।
৬৬) এপাহ- এক পাহ।
৬৭) এন্থোৰ- ইহঁতৰ।
৬৮) এয়া- এই বস্তু।
৬৯) এমুখীয়া- এফালে মুখ থকা।
৭০) এৰা-বোটাল- বেলেগ এৰি থোৱা কোনো বলস্তু বুটলি ল।
৭১) এসত্তৰ- সত্তৰ পিছৰ সংখ্যাটো।
৭২) এ্য়াজেল্ল্য়া- সাধাৰণ।
৭৩) এৰি- এবিধ উদ্ভিদ।
৭৪) এৰোপ্লেন- আকাশীযান।
৭৫) এমিবা- আদ্য়প্ৰাণী।
৭৬) এণ- হৰিণৰ এবিধ সৰু প্ৰজাতি।
৭৭) এঠেঙীয়া বগলী- বিচনী।
৭৮) এজহা- জোখৰ একক।
৭৯) এগ- হেৰি।
৮০) একেধাৰে- একেলগে।
৮১) একাঙি- অৰ্দ্ধাংগী।
৮২) একদা- এক ফালে।
৮৩) এই ওনা ডেৱা- কামৰ প্ৰথম ক্ষেপত বিফল হোৱা।
৮৪) একগুঁৱা- কেৱল নিজৰ কথাত লাগি থকা।
৮৫) একপক্ষীয়- মাত্ৰ এটা পক্ষ জড়িত।
৮৬) একদেৱ- পৰমেশ্বৰ।
৮৭) এ'দ- তত।
৮৮)  এই কাৰণে- এই নিমিত্তে।
৮৯) একজিট- কম্পিউটাৰৰ বিশেষ কামাণ্ড।
৯০) একনায়কতন্ত্ৰী- স্বৈৰতন্ত্ৰী।
৯১) একাদশ ৰুদ্ৰ- মহাদেৱ।
৯২) একশৰণীয়া- এজন দেৱতাত আশ্ৰয় লোৱা।
৯৩) একাতি- এফলীয়া।
৯৪) একাহিক- একেদিনাই উৎপত্তি।
৯৫) একেপন্থী- একেই ধৰ্মীয় বিশ্বাস বা মতবাদ।
৯৬) এগু- ইগু।
৯৭) এখন্তেকীয়া- অলপ সময়ৰ।
৯৮) এছ্টেক- অসম বিজ্ঞান।
৯৯) এন্টিজেন-  এক পদাৰ্থ যি মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
১০০) এন.চি.চি.- ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী।
১০১) এদো-গেদো- বেগী নোহোৱা।
১০২) এনাএৰ'ব- বায়ুৰ অবিহনে জীয়াই থাকিবলৈ সক্ষম কোনো প্ৰাণী।
১০৩) এনিমা- আত্মা।
১০৪) এন্তেকাল- মৃত্য়ু।
১০৫) এবিহা- কুৰিৰ লেখ।
১০৬) এমনেছিয়া- স্মৃতি হেৰোৱা।
১০৭) এৰকম- এনেদৰে।
১০৮) এষ্ট্ৰ'ফটোমিট্ৰি- মহাকাশৰ গ্ৰহ, নক্ষত্ৰবোৰৰ উজ্জ্বলতা থাকে।
১০৯) এহে- আছৰিত ভাৱ প্ৰকাশক শব্দ।
১১০) এলা-পাক- কোনো জগৰ নকৰা।
১১১) এষাৰ- অলপীয়া কথা।
১১২) এমফি- বড়ো জনগোষ্ঠীৰ লোকসকলৰ বিশেষ তৰোৱাল।
১১৩) এদানি মাৰ- পাশা খেলত এবাৰ গুটি মাৰ।
১১৪) এছাট্- এছাৰিডালেৰে এবাৰ দিয়া কোব।
১১৫) এছলট্- মাৰ-পিট।
১১৬) এজমা- হাপানী বেমাৰ।
১১৭) একাষাৰ- অলপ কথা।
১১৮) একিনা- অলপ।
১১৯) একাহাৰ- দিনে মাত্ৰ এবাৰ আহাৰ খোৱা।
১২০) একাগ্ৰ- একে কথাতে লগোৱা।
১২১) একপাদ- একচৰণ।
১২২) একজাত- নতুন স্বভাৱ।
১২৩) একদৃষ্টি- মহাদেৱ।
১২৪) এইয়া- আগত থকা মানুহ বা বস্তু।
১২৫) একনায়ক- এজন গৰাকী।
১২৬) একলা- অকল। 
১২৭) একেধ্যানে- একেৰাহে।
১২৮) একে কলৰ-  একেলগে খেলিমেলি কৰা অমিল বস্তু।
১২৯) এক্সপাৰ্ট- বিশেষজ্ঞ।
১৩০) এচেছ'ৰ- যি কৰ নিৰ্ধাৰণ কৰে।
১৩১) এছ.পি.এম- বায়ুত ভাহি থকা পদাৰ্থকণা।
১৩২) এটোপ- কোনো জুলীয়া বস্তুৰ এক বিন্দু।
১৩৩) এদঁতীয়া- এফলীয়া।
১৩৪) এনি- এই পোনে।
১৩৫) এম্ফিষ্ট'ম- এক প্ৰজাতিৰ চেপেটা পলু।
১৩৬) এৰুৱা- ত্য়াগ কৰা।
১৩৭) এৰাহা- ইয়াত।
১৩৮) এমুটৰি- এলকহল বা সেই পৰিমাণৰ।
১৩৯) এলাহ্- আলাহ্।
১৪০) এস্- আৰাম।
১৪১) এহেৰুৱা- আহাৰ মাহত জন্ম হোৱা।
১৪২) এমেছাৰ- শিল্পীৰ দল।
১৪৩) এনঠে- ইহঁত।
১৪৪) এন্টিছেপছিছ- বেক্টেৰিয়া নিৰ্মূল।
১৪৫) এক্সট্ৰিম- চূড়ান্ত সীমা।
১৪৬) একাষি- একাখি।
১৪৭) এখন- এটা।
১৪৮) একাদশত বৃহস্পতি- শুভ-দশা।
১৪৯) একাশীতিতম- আশীৰ পৰৱৰ্তী।
১৫০) একোঁহীয়া- একণীয়া।
১৫১) এছেছেছ- ইমান বৃহৎ।
১৫২) এডিটৰ- বাতৰিকাকত।
১৫৩) এদপালি- এদূমুহা।
১৫৪) এবেলীয়া- আধাদিনীয়া।
১৫৫) এ্য়াৰাণ- নিস্তাৰ।
১৫৬) এৰিষ্ট'টল- প্ৰাচীন গ্ৰীচৰ বিখ্যাত দাৰ্শনিক।
১৫৭) এৱা- ধুনীয়া।
১৫৮) এষণা- অন্বেষণ।
১৫৯) এহি- এই।
১৬০) এৰ্- পৰিহাৰ কৰ।
১৬১) এব্ৰেছন- অতিশয় ঘঁহাৰ ফলত হোৱা আঘাত।
১৬২) এপলেট- এটা সৰল কম্পিউটাৰ প্ৰগ্ৰাম।
১৬৩) এবটালি- এপিটন।
১৬৪) এয়াৰ গ্ল'- বায়ুমণ্ডলত অলপ সময়ৰ বাবে উজলি উঠা দীপক।
১৬৫) এম্বুলেটৰী- এনেকুৱা অৱস্থা য'ত ঘূৰি ঘূৰি থাকিব পাৰে।
১৬৬) এৰীয়া- এৰী পলুৰ পৰা হোৱা।
 আৰু এবাৰ এৰা।
১৬৮) এৰা- খাই এৰি যোৱা।
১৬৯) এবৰছন- গৰ্ভপাত। পৰিষদ।
১৭২) এগৈ- অকণমান।
১৭৩) এক্কা- এটা ঘোঁৰাৰ দ্বাৰা চলা দুচকীয়া গাড়ী।
১৭৪) একাক্ষৰ- এখ ধ্বনি সমষ্টি।
১৭৫) একমনা- একেটা বস্তুতে মন লগাই থকা।
১৭৬) এং এং মাই- জিলি।ষ
১৭৭) এংল' ছ্কেস্ন- ইংলেণ্ডলৈ অহা জাৰ্মানীৰ পৰা দুটা জাতিৰ মিলনত যি জাতিৰ সৃষ্টি হৈছিল।
১৭৮) একচেলে্ঙা- একেধৰণে।
১৭৯) একমৰা দি- আধামৰা হ।
১৮০) একে কথাকে চেপেটা কৰ- একেটা কথাতে বাৰে বাৰে লাগি থকা।
১৮১) এচিষ্টেন্ট এডিটৰ- সহকাৰী সম্পাদক।
১৮২) এচঁহীয়া- কোনো বস্তু ফালি দিওতে এটা অংশ ডাঠ আৰু অন্য় এক অংশ পাতল হোৱা।
১৮৩) একভিতি- একেলগে।
১৮৪) একগোট- একত্ৰিত।
১৮৫) একাগ্ৰতা- মন লগা অৱস্থা।
১৮৬) একে- অবিলগ।
১৮৭) এঘৰ- এটা পৰিয়াল।
১৮৮) এছপিৰিন- গাৰ বিষ।
১৮৯) এচিটানিলিড- বগা ৰঙৰ এবিধ গোন্ধ নথকা পাওডাৰ।
১৯০) এডিপ'ছিছ- শৰীৰত চৰ্বীৰ পৰিমাণ বঢ়া।
১৯১) এনকাউন্টাৰ- মুখামুখি।
১৯২) এনিমা মুন্দি- পৃথিৱীৰ আত্মা।
১৯৩) এপাীল শেনে খোৱা- অধিক বেয়া অৱস্থা বা গতি হোৱা।
১৯৪) এবেলি- এবাৰ।
১৯৫) এৰা বোটলা শব্দ- শব্দৰ সংগ্ৰহ।
১৯৬) এসাঁজ- এবাৰ গ্ৰহণ কৰা আহাৰ।
১৯৭) এহাতে চাপৰি নাবাজে- কাজিয়া মাত্ৰ এজন দায়ী কাৰণে নহয়।
১৯৮) এৰাৰুট- যিয়ে আপত্তি কৰে।
১৯৯) এপিছ'ড- ঘটনা প্ৰবাহৰ একোটা ভাগ।
২০০) এমবস্তু- তথাস্তু।
২০১) এনিকি- এইফালে।
২০২) এদাঁতি- এমূৰ।
২০৩) এডেও দুডেও- লাহেকৈ এখোজ দুখোজ কৰি আগবাঢ়ি।
২০৪) এচেঞ্চ- শৰীৰ বা কাপোৰত লোৱা সুগন্ধি।
২০৫) এক্টিনিয়াম- এবিধ তেজষ্ক্ৰিয় ধাতু।
২০৬) এগল্ধা- পাত্ৰটোৰ ডিঙিলৈকে ভৰা।
২০৭) এছৰাজ- পাঁচডাল তাঁৰ থকা এবিধ বিশেষ বাদ্য়যন্ত্ৰ।
২০৮) এঠাবড়- এঠা ওলোৱা বৰগছ।
২০৯) এন'এছিছ- যি সংবেদনত উপলদ্ধি নহয়।
২১০) এপালি দিয়া- এসেকা দিয়া।
২১১) এলি- না-সকলৰ আলু।
২১২) এষষ্টি- ষাঠিৰ লগত এক যোগ হোৱাৰ পাছত পাচৰটো সংখ্যা।
২১৩) এহেলৈ- এই ফাললৈ।
২১) এগ্ৰাফিয়া- এবিধ মগজুৰ বিকাৰ যাৰ বাবে মানুহে লিখিব নোৱাৰা হৈ পৰে।
২১৫) একৈশ- বিশৰ পিছৰটো সংখ্যা।
২১৬) এগৰা- এটা।
২১৭) এচিষ্টেন্ট কষঅটিউন মেন- সাজ-সজ্জাৰ।
২১৮) এচালন- কোনো বস্তু এবাৰ ভগীাই দিয়া কাৰ্য।
২১৯) এনবেল'প- চিঠি-পত্ৰ ভৰাই দিয়া খাম।
২২০) এপাহ্- উপকাৰ।
২২১) এফাল- এটা দিশ।
২২২) এনিমূৰীয়া- চেপেটা মূৰীয়া।
২২৩) এংজাইটি নিউৰ'ছিছ- এবিধ মানসিক বেমাৰ।
২২৪) একত্ৰতা- একলগ হোৱা।
২২৫) একিল খালে এবুধি চেপা- ঠেকা খোৱাৰ পিছত অভিজ্ঞতা হোৱা।
২২৬) এখনীয়া- এতৰপীয়া।
২২৭) এচহীয়া মানুহগ- এটা কথাতে লাগি থকা লোক।
২২৮) এঠেৰুৱা বন- এবিধ ঔষধি গছ।
২২৯) এন্ধাৰ- পোহৰ নথকা।
২৩০) এফালে- কোনো স্থানলৈ।
২৩১) এৰোঁ নেৰোঁ- কৰোঁ নকৰোঁ।
২৩২) এৱাঁ- নাকত হোৱা এবিধ বেমাৰ।
২৩৩) এহেৰ্-তেহেৰ্- অ'ৰ-ত'ৰ।
২৩৪) এৰা পাত- এৰা গছৰ পাত।
২৩৫) এবডাক্টৰ- শৰীৰৰ প্ৰধান স্থানৰ পৰা আঁতৰি যোৱা।
২৩৬) এমা-ডিমা- আমা-ডিমা।
২৩৭) এৰা বোটলা- বিচাৰি অনা।
২৩৮) এলাবাং- কামত নলগা।
২৩৯) এহত- এতিয়া।
২৪০) এবিলাক- 'আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা'।
২৪১) এলোপেথিক-এলোপেথি বিষয়ক।
২৪২) এশিকনি- শাস্তি।
২৪৩) এলুচীয়া- এতৰপীয়া।
২৪৪) এসেকা- চোটোকা।
২৪৫) এশ- নিৰানব্বৈৰ পিছৰ সংখ্যাটো।
২৪৬) এহান- কৃপা।
২৪৭) এলেহুৱা- সৰপা।
২৪৮) এফ'নিয়া- মাত ভগা।
২৪৯) এবেলীয়াকৈ- দিনটোৰ অৰ্ধ অংশত।
২৫০) এৰা পাত খোৱা- ছাগলীয়ে এৰা পাত খাদ্য় হিচাপে গ্ৰহণ কৰে অৰ্থাৎ ছাগলীৰ দৰে সকলোতে কথাকে কৈ ফুৰা।
২৫১) এলবুমিন- কণীৰ বগা অংশ।
২৫২) এবম্প্ৰকাৰে- এনেদৰে।
২৫৩) এঠেঙীয়া- মাত্ৰ এখন ভৰি থকা।
২৫৪) এ'তুতিমান- এই পৰিমাণৰ।
২৫৫) একতীৰ্থী- একে ধৰ্মৰ।
২৫৬) একাঘ্নী- দেৱৰাজ ইন্দ্ৰই মহাৰথী কৰ্ণক প্ৰদান কৰা  এপাত অস্ত্ৰ।
২৫৭) একাণে সোমাই একাণে ওলোৱা- শুনাৰ লগতেই পাহৰি যোৱা অৱস্থা।
২৫৮) একে-আগী- একেবিধৰ।
২৫৯) এখাত-দীঘল আৰু নমনীয় কিবা বুজাবলৈ ব্যৱহাৰ কৰা হয়।
২৬০) এজাহাৰ- কোনো ঘটনাৰ সম্পৰ্কে আৰক্ষীক ওচৰত দিয়া লিখিত গোচৰ।
২৬১) এখৰা-দুটা পাঁজৰ একেলগে জোৰকৈ বান্ধি ৰখা কাৰ্য।
২৬২) এঠলীয়া- এডলীয়া।
২৬৩) এধুমুহা- এদপালি।
২৬৪) এ.পি.- মাৰ্কিন যুক্তৰাষ্ট্ৰত অৱস্থিত সকলোতকৈ ডাঙৰ সংবাদ প্ৰতিষ্ঠান।
২৬৫) এবুৰি ছ-্ঁৰা- এনেক।
২৬৬) এচিষ্টেন্ট মেক-আপ মেন- ৰূপ-সজ্জাকাৰীজনক সহায় কৰা লোক।
২৬৭) এঘাৰ- দহৰ পিছৰ সংখ্যাটো।
২৬৮) এঠেলা মাৰ- সহায় কৰ।
২৬৯) এঢলীয়া- এফলীয়া।
২৭০) এতিয়াই- এই সময়তেই।
২৭১) এধুনা- কিছু কষ্টকৰ।
২৭২) এন্ধাৰত খেপিওৱা- আন্ধাৰত কোনো বলস্তু বিচৰা।
২৭৩) এবাহ- এঝুম।
২৭৪) এৰণ্- এৰা কাৰ্য
২৭৫) এলা- এফলা।
২৭৬) এৱাঁ- কোমল।
২৭৭)  এষণী- সোণাৰীৰ তাত থকা দগা-পাল্লা।
২৭৮) এহতিীয়া- এখন হাত থকা।
২৭৯) এবতালি- এটা সময়ত।
২৮০) এচিট'নেমিয়া- গৰু আৰু ভেড়াছাগলীৰ শৰীৰত দেখা পোৱা এবিধ বিপদজনক বেমাৰ।
২৮১) একাগি- পাৰ্থক্য় নৰখা।
২৮২) একাঠী- দুয়োখন হাত দীঘল।
২৮৩) এই- আগত বা ওচৰত থকা কোনো লোকক মতা।
২৮৪) একজিকিউটাৰ- অচি।
২৮৫) একপঞ্চমাংশ- ৫১-সংখ্যক।
২৮৬) একমাত্ৰা- এক দাগ।
২৮৭) একল- মাত্ৰ এজন।
২৮৮) একৰকম- অন্য়ৰ লগত নিমিলা।
২৮৯) একাচেকা- অকলৈ একধৰণৰ।
২৯০) একাম্বৰী- মইমত।
২৯১) একে পাতত খোৱা একে কান্ধত লোৱা- একে মানুহৰ।
২৯২) এখন্তেক- অতি অলপ সময়।
২৯৩) এচলীয়া- এচলা পাতেৰে নিৰ্মাণ কৰা।
২৯৪) এঠা- আঠা।
২৯৫) এডিঙি পানীত পৰি পিয়াহত মৰ- ধন-সম্পত্তি থকাৰ পিচতো ভোগ কৰিবলৈ নোপোৱা অৱস্থা।
২৯৬) এতে- ইয়াত।
২৯৭) এনভাইৰনমেন্ট- পৰিৱেশ।
২৯৮) এফলীয়া কাট- দাঁতিলৈ যা।
২৯৯) এপিঠীয়া- এফালৰ।
৩০০) এপৰীয়া- নদীৰ এক অংশত থকা।
৩০১) এনাম- ইনাম।
৩০২) এপ্ৰিল- ইংৰাজী বছৰৰ ৪নম্বৰৰ মাহটো।
৩০৩) এফাজিয়া- গিলিবলৈ ক্ষমতা নোহোৱা অৱস্থা।
৩০৪) এৰণ্ড- এৰা গছ।
৩০৫) এৰোজ- এসাঁজ।
৩০৬) এলবাৰ্ট- পোছাক।
৩০৭) এ্য়াদোণ- এনেকুৱা।
৩০৮) এলক- পৃথিৱীৰ উত্তৰ মেৰুৰ ঠাণ্ডা এলেকাত বাস কৰা বৃহৎ প্ৰজাতিৰ পহু।
৩০৯) এৰূ- এবাৰ পঢ়ি শেষ কৰা পুথি।
৩১০) এবাৰি- ওজনৰ জোখ।
৩১১) এয়াৰ ক্লিনাৰ- ইঞ্জিনৰ প্ৰয়োজন হোৱা বিশেষ বিশুদ্ধ কৰা চালনী।
৩১২) এমনিয়াম ছালফেট- পানীত দ্ৰৱ হোৱা এবিধ বগা ৰঙৰ স্বচ্ছ পদাৰ্থ।
৩১৩) এৰাল-  চাৰিওফালে ঘূৰি ফুৰিবৰ কাৰণে গৰুৰ ছালত দীঘল লেজু বান্ধি থোৱা।
৩১৪) এলাইছ- অৱশ।
৩১৫) এষ্ট'নিয়া- ইউৰোপ মহাদেশত থকা এখন দেশ।
৩১৬) এপিটাফ-স্মৰণিকা এখনত লিখা এটা মেমৰি লাইন।
৩১৭) এপুন্দি- এইপিনেদি।
৩১৮) এড্মিচন- নামভৰ্তি।
৩১৯) এছট্ৰে- ছাইদানি।
৩২০) এছাতি-এমালি- দুষ্টালি।
৩২১) এছাৰ্- নিক্ষেপ কৰ।
৩২২) এঠেলা- হাতেৰে ঠেলি দিয়া।
৩২৩) এডেনইদ- এডাল গ্ৰন্থি যি ডিঙিৰ ভিতৰত থাকে।
৩২৪) এডিটিং- সম্পাদনা।
৩২৫) একে-কথীয়া- কোৱা কথা নলৰোৱা।
৩২৬) একাচ্বিকাচ্- শুচি অশুচিৰ বিচাৰ কৰা।
৩২৭) একতালী- ষোলৰ চতুদৰ্শ।
৩২৮) একচুলি- সামান্য়তম।
৩২৯) এইহানে- ইয়াত।
৩৩০) এইচ.আই.চি.- এবিধ ভাইৰাছ যিয়ে এইডচ ৰোগ সৃষ্টি কৰে।
৩৩১) একচক্ৰ- এজন ৰজাই ৰাজত্ব কৰা।
৩৩২) একনিষ্ঠ- মাত্ৰ এটা বিষয়তে শ্ৰদ্ধা থকা।
৩৩৩) এক্শ্বন- প্ৰতিক্ৰিয়া।
৩৩৪) একাহাৰী- দৈনিক এবাৰ আহাৰ গ্ৰহণ কৰা। 
৩৩৫) এক্তিয়াৰ- একতিয়াৰ।
৩৩৬) এছফাইক্'ছিয়া- উশাহ বন্ধ হোৱা অৱস্থা।
৩৩৭) এখনি- 'এখন্'ৰ বিকল্প ৰূপ'।
৩৩৮) এচিষ্টেন্ট কেমেৰামেন- কেমেৰা চালকজনক সহায় কৰা লোক।
৩৩৯) এচকুৱা- এটা চকু থকা।
৩৪০) একাকী- অকল।
৩৪১) একতীয়া- এফাললৈ কাতি হোৱা।
৩৪২) একক ন্য়ায়ালয়- একক আসন।
৩৪৩) একমাত্ৰ- এটা মাথোন।
৩৪৪) একতা- অনেক লোক গোট খাি থকা দ'ল।
৩৪৫) এ- হঠাতে পোৱা আনন্দ বা দোষ বুজোৱা মাত।
৩৪৬) একজিবিশ্বন-প্ৰদৰ্শনী।
৩৪৭) একৱেণী- এগৰাকী বিবাহ বিচ্ছেদহোৱা মহিলাই এটা বেণী যুক্ত চুলি পিন্ধি আছে।
৩৪৮) একাক্ষৰ কোষ- এটা এটা আখৰ লৈৰচনা কৰা অভিধান।
৩৪৯) এগেট- অলংকাৰ তৈয়াৰ কৰিবলৈ ব্য়ৱহৃত এবিধ টান শিল।
৩৫০) এডিনমা- মানুহৰ গ্ৰন্থিত হোৱা নাৰেঙা নামৰ বেমাৰ।
৩৫১) এতে- ইমান।
৩৫২) এন.এছ.জী- যোগানকাৰী দল।
৩৫৩) এন.জি.অ- বে-চৰকাৰী সংগঠন।
৩৫৪) এনম'মিটাৰ- এবিধ সঁজুলি যাৰ দ্বাৰা বতাহৰ দিশ আৰু বেগ নিৰ্ণয় কৰিব পৰা যায়।
৩৫৫) এঠাইত কাটিলে সাত ঠাইথ গজা- অধিক বুধিয়ক।
৩৫৬) এটুপি- সৰু বা ভাল টুপা বুজাবলৈ ব্য়ৱহাৰ কৰা হয়।
৩৫৭) এটম- পৰমাণু।
৩৫৮) এক্ৰিলিক- এবিধ কৃত্ৰিপ পদাৰ্থ যাক কাপোৰ আৰু ৰং প্ৰস্তুত কৰিবৰ কাৰণে ব্য়ৱহাৰ কৰা হয়।
৩৫৯) এগে- মেখেলা।
৩৬০) একাষি- একাখি।
৩৬১) একতৰে- একত্ৰে।
৩৬২) এক্ৰিলিক এচিড- বৰণ নথকা কিন্তু উগ্ৰ গোন্ধৰ এবিধ তৰল পদাৰ্থ।
৩৬৩) এজমালী- বহুতলোকৰ অদিকাৰ থকা।
৩৬৪) এথেন্- এথোন্।
৩৬৫) এনেয়ে বুঢঞী নাচনী তাতে নাতিনীয়েকৰ বিয়া- ফউৰ্তিবাজ মানুহে অধিক আনন্দ পোৱা অৱস্থা।
৩৬৬) এম.ডি.- চিকিৎসা শাস্ত্ৰৰ স্নানকোত্তৰ ডিগ্ৰী।
৩৬৭) এৰাবাৰী- বহু দিন এনে পৰি থকা ঘৰ-বাৰী।
৩৬৮) এসাজ- এজনৰ সম্পূৰ্ণ পোছাক।
৩৬৯) এলোজেমী- বিপৰীত শ্ৰেণীৰ সংস্কৰণ।
৩৭০) এহেত্- এই।
৩৭১) এবুকু- বুকুৰ সমান গভীৰ।
৩৭২) এৰিষ্ট'লজি- আহাৰ গ্ৰহণ বিজ্ঞান।
৩৭৩) এস্কুড- এবিধ মুদ্ৰা যি পৰ্তুগাল দেশত চলে।
৩৭৪) এস্কেলেটৰ- চলমান চিৰি।
৩৭৫) এনি-তেনি- ইফালে-সিফালে।
৩৭৬) এপতীয়া- এপাত থকা।
৩৭৭) এড়ক- ভেড়া।
৩৭৮) এদনীয়া-একচেটিয়া।
৩৭৮) এনিভাৰছেৰী- বাৰ্ষিকী।
৩৭৯) এৰানি- অদিক এৰাগছ থকা স্থান।
৩৮০) এৰা- লাগি থকাৰ পৰা আঁতৰি যা।
৩৮১) এন্দুৰ- ইন্দুৰ।
৩৮২) এফ.আই.আৰ.- এজাহাৰ।
৩৮৩) এপিনে- এফালে।
৩৮৪) এঁতা- অঁতা।
৩৮৫) এঢাল- দবা ইত্য়াদিৰ খেল।
৩৮৬) এখণ্ড- অত্য়াধিক।
৩৮৭) একাংশ- এভাগ।
৩৮৮) একপঞ্চাশ- পঞ্চাৰ পিছৰ সংখ্য়াটো।
৩৮৯) একাংগ- মুৰ।
৩৯০) একাঠী চৰা- এদোপ ওপৰ।
৩৯১) একান্নতা- একেলগে আহাৰ খোৱা অৱস্থা।
৩৯২) একেটা- একমাত্ৰ।
৩৯৩) একাউন্টেন্ট- গাণনিক।
৩৯৪) একশিৰা- একোঁহীয়া।
৩৯৫) এওঁৰা- এওঁ।
৩৯৬) এককুণ্ডল- বলৰামৰ এটা নাম।
৩৯৭) একধৰ্মী- এক গুণসম্পন্ন।
৩৯৮) একতাল- এতালি।
৩৯৯) একাত্ম- অতি আপোন।
৪০০) একাঁঠু- আঁঠুৰ সমান গভীৰ।
৪০১) একেটা চোঙত দুটা বাঘ থকা- সমান ধনৱান লোক একে স্থানতে যদি থাকে তেন্তে এজনে আনজনক সহিব নোৱাৰা।
৪০২) এগাল- অধিক।
৪০৩) একৈশ পূৰুষ- পূৰ্বপূৰুষসকল।
৪০৪) একেৰ- একে স্থানৰ।
৪০৫) এচৰাজ- এছৰাজ।
৪০৬) এডিট'ৰিয়েল- সম্পাদকীয়।
৪০৭) এদনীয়- হাতত অন্য় কাম কৰিব নথকা।
৪০৮) এন্দুৰীয়া- বৰ ৰোগ।
৪০৯) এম- বিছনা।
৪১০) এবাৰ- এবেলি।
৪১১) এমব্ৰাইঅ- ভ্ৰূণ।
৪১২) এৰা- হয়।
৪১৩) এলেঙি- এখন বিশেষ মাছ ধৰিবৰ বাবে ব্য়ৱহাৰ কৰা জাল।
৪১৪) এষা- কলৰ থোকত থকা থোপা।
৪১৫) এতিয়াও- এই সময়লৈকে।
৪১৬) এদোৰোল- এতৰপ।
৪১৭) এটোপ্-এটোপ্কৈ- টোপাটোপে।
৪১৮) একোঁচ- এভাঁজ।
৪১৯) এচুকীয়া- এটা চুক থকা।
৪২০) এৰদীয়া- একেদিনাই শুকোৱা।
৪২১) এপিয়েল- ইউৰেনাছৰ এটা উপগ্ৰহৰ নাম।
৪২২) এলাই-জাঁপৰি- জাধলী।
৪২৩) এধাপুৰ- অলপ সময়।
৪২৪) একাৰ্- 'এ' আ্ৰখৰ।
৪২৫) একলচৰ- অকলশৰে।
৪২৬) একান্বয়- একৰূপতা।
৪২৭) একেসংগে- একেলগে।
৪২৮) এগুণকে দুগুণ কৰ- সৰু কথা এটা ডাঙ কৰি পেলোৱা।
৪২৯) এখুজীয়া- লেহেমকৈ খোজ কঢ়া।
৪৩০) এককাট্টা- একেলগ কৰা।
৪৩১) একঠা খা- প্ৰতিপত্তি লাভ কৰ।
৪৩২) একচত্বাবিংশ- চল্লিশৰ পিছৰ।
৪৩৩) একেদৰে- একেধৰণে।
৪৩৫) এক্টিভ চান- প্ৰতি ১১ বছৰৰ পিছত বেলিৰ পোহৰ।
৪৩৬) এচলীয়া- এখন চাল থকা।
৪৩৭) এটেণ্ডেন্ট- লগুৱা।
৪৩৮) এদোণ- ১০ কঠা ধৰা কাঠীৰ পত্ৰ।
৪৩৯) এটা- একক।
৪৪০) একশেষ-দ্বন্দ- একত শেষ য'ত তেনে।
৪৪১) একান্নৱৰ্তী- সহভূজী।
৪৪২) এক্কে- খং আৰু অভিযোগৰ এটা শব্দ।
৪৪৩) একৈশা- ২১ দিনত হোৱা কাম।
৪৪৪) একগামিতা- প্ৰত্য়েক পূৰুষৰমাত্ৰ এগৰাকী পত্নী আৰু প্ৰত্য়েক গৰাকী মহিলাৰ মাত্ৰ এজন স্বামী থকা এক বিবাহ প্ৰথা।
৪৪৫) একবিৱাহ- একগামিতা।
৪৪৬) একষষ্ঠি- ৬০ৰ পিছৰ সংখ্যাটো।
৪৪৭) একেপান্তি- একে শাৰী।
৪৪৮) একে-কঠি- মাজত কোনো বেৰ নথকা।
৪৪৯) একৈয়া বোটল- সংগ্ৰহ কৰি ফুৰ।
৪৫০) এছ.এইচ.জি- আত্ম সহায়ক গোট।
৪৫১) এন.এ.চি.-ৰাষ্ট্ৰীয় উপদেষ্ঠা পৰিষদ।
৪৫২) এনেদ্ৰে- এবিধ অসমীয়া জাপি।
৪৫৩) এব্গে- এইপিনে।
৪৫৪) এৰা পৰ- অকামিলা হৈ পৰি থাক।
৪৫৫) এসূত- তাঁতৰ মূৰ বিশেষ।
৪৫৬) এহিমানে- ইমানতে।
৪৫৭) এফিউছন- দেহৰ যিকোনো অংগত পানী জমা হোৱা এখ অৱস্থা।
৪৫৮) এদানি- কড়ি।
৪৫৯) এণঅডি- অসমত প্ৰস্তুত হোৱা এৰী সূতাৰে তৈয়াৰ কৰা উৰাৱ কাপোৰ।
৪৬০) এনে- এই ৰূপ।
৪৬১) এৰা-পলৰীয়া- মানুহ নথকা।
৪৬২) এহাল- এযোৰ।
৪৬৩) এতিম- পিতৃ-মাতৃ বা কোনো আপোন মানুহ নথকা।
৪৬৪) এতোলা- একতোলা ওজন।
৪৬৫) এতৰ- এটা পূজা যাক আদিসকলে পালন কৰে।
৪৬৬) এঙেৰুৱা- এঙাৰৰ নিচিনা কলা বৰণৰ।
৪৬৭) একেশ্বৰে- অকলৈ।
৪৬৮) একাপ- চাহৰ ককাপ এটাত যিমান পৰিমাণৰ চাহ ধৰে।
৪৬৯) একাৱলী- অসমীয়াৰ এবিধ ছন্দ।
৪৭০) একাম্ৰকানন- ভূৱনেশ্বৰৰ অতীতৰ নামটো।
৪৭১) একোনাই- একো নমনা।
৪৭২) একেশ্বৰ্- লগ নথকা।
৪৭৩) একবাৱ- একমত।
৪৭৪) একচৰ- গড়।
৪৭৫) একছত্ৰী- গোটেইটোৰ ওপৰত পৰম শক্তি থকা।
৪৭৬) এতকচন ম'ভি- প্ৰতিক্ৰিয়াত্মক চলচ্চিত্ৰ।
৪৭৭) একক- অকলশৰীয়া।
৪৭৮) একমুখে- একমত হৈ।
৪৭৯) একপাড়ীয়া- এফলীয়া।
৪৮০) এগলে- এইবোৰ।
৪৮১) এক কথা- এটা বাক্য়।
৪৮২) একলা- চন্দ্ৰৰ শোল্ল অংশৰ ভিতৰত এটা অংশ।
৪৮৩) একচেটীয়া ব্য়ৱসায়- একঘেয়ামী ব্যৱসায়।
৪৮৪) একশৰণ- মাত্ৰ এজন দেৱতাত শৰণ লোৱা।
৪৮৫) এ- সৰ্ব।
৪৮৬) এক্চেঞ্জ- আদান-প্ৰদান কেন্দ্ৰ।
৪৮৭) এঁটা- কাম শেষ কৰ।
৪৮৮) একপক্ষ- এপষ।
৪৮৯) একবৰ্ণা- মাত্ৰ এটা ৰং থকা।
৪৯০)  এক্স-ৰে- ৰঞ্জন ৰশ্মি।
৪৯১) একাষৰীয়া- এফলীয়া।
৪৯২) এক্টৰ- যইয়ে অভিনয় কৰে।
৪৯৩) এচিয়া- পৃথিৱীৰ সাতখন মহাদেশতকৈ আটাইতকৈ ডাঙৰ মহাদেশখন।
৪৯৪) এটিপ- এবাৰ চকু জপোৱা।
৪৯৫) এটা চাউল পিটিক- এজন ব্যক্তিৰ জীৱনৰ এটা ঘটনা জানিয়েই অৱগত কৰা হয়।
৪৯৬) এক্ট- অংক।
৪৯৭) একুন- মুঠ।
৪৯৮) একাৱন- পঞ্চাৰ পিছৰ সংখ্যাটো।
৪৯৯) এপাল- একেলগে অধিক।
৫০০) একতৰ- সানমিহলি।
৫০১) একুৰা- এটা থুপ।
৫০২) একক-এটা গোট।
৫০৩) একতিয়াৰ- শক্তি।
৫০৪) একদন্ত- গনেশ।
৫০৫) একটুক- অলম পৰিমাণৰ।
৫০৬) এং- খামতি জনগোষ্টী লোকসকলৰ কলহ।
৫০৭) এক- খামতি জনগোষ্ঠীৰ লোকসকলে কৃষিকাৰ্যত ব্য়ৱহাৰ কৰা এবিধ সঁজুলি।
৫০৮) একাণপতীয়া- এফালে কাণ পাতি থকা।
৫০৯) একে গুৰু ঘৰৰ শিষ্য- আতৈ।
৫১০) একুৰি এটা লেঠা- অধিক সমস্য়া।
৫১১) এখেলৈ- এই স্থানলৈ।
৫১২) একুৰা- অকলে।
৫১৩) একাংগী- শৰীৰৰ এটা ফালৰ পক্ষাঘাত।
৫১৪) একুৰি- বিশ।
৫১৫) একিল খাই একিল দে- এটা আঘাতৰ বাবে এটা আঘাত।
৫১৬) একধূৰী- এটা একক কাৰ্যত সক্ষম।
৫১৭) একত্ৰে- একে লগে।
৫১৮) এংগোল ড'জাৰ- কটা।
৫১৯) এক্দম্- তেনেই।
৫২০) একণীয়া- মাত্ৰ এটা কোঁহ থকা।
৫২১) একাদশী- এমাহৰ চন্দ্ৰৰ একাদশ দিন।
৫২২) একীভৱন- সমান হোৱা।
৫২৩) এপাৰ্মেছন- নিশ্চিতকৰণ।
৫২৪) এৰিট্ৰিয়া- আফ্ৰিকা মহাদেশত থকা এখন দেশ।
৫২৫) এষ্ট্ৰ'মানচি- আকাশত থকা তৰাবোৰ গণি মানুহৰ ভৱিষ্য়ত নিৰ্ণয় কৰিব পৰা লোক।
৫২৬) এফ.টি.পি.-ফাইল স্থানান্তৰ প্ৰটোকল সাৰাংশ।
৫২৭) এৱছাৰ্ড- যই সম্ভৱ নহয়।
৫২৮) এলেং আঁচ্চ-দেউৰী সমাজত যুৱসকলৰ বাবে এখন মঞ্চ।
৫২৯) এলান্ধুৱা- আলান্ধুৱা।
৫৩০) এলনিজ- কাপোৰৰ পৰ্যবেক্ষক।    
৫৩১) এসময়ত- কোনো সময়ত।
৫৩২) এৰি দি বেৰি কান্দে- কাৰোবাৰ বিপদ হ'লে বিপদত সহায় কৰাৰ পৰিৱৰ্তে বিপদত পৰা বুলি ভাও জুৰা আৰু দুখী হোৱা।   
৫৩৩) এশ গৰু মাৰিলে বাঘৰো মৰণ- অধিক পাপ কৰি এদিন ভয়ংকৰ বিপদত পৰিবলগীয়া।
৫৩৪) এল.এল.বি.- আইনৰ স্নাত্তক।
৫৩৫) এলেংঘৰ- যুৱকসকলৰ বাবে এখন মঞ্চ।
৫৩৬) এয়াৰ-বাছ- বহল-আহল বৃহৎ বিমান।
৫৩৭) এভলা- এতিয়া।
৫৩৮) এপালি- ঔষধৰ এটা পালি।
৫৩৯) এপৰ- তিনি ঘন্টা সময়।
৫৪০) এম.পি.এইচ- প্ৰতি ঘন্টাত মাইল।
৫৪১) এপ্ৰিল ফুল- এপ্ৰিল মাহৰ প্ৰথম দিনা ধেমালিৰ প্ৰথাৰে কাৰোবাক ঠগা।
৫৪২) এৰকা- মাদুৰী।
৫৪৩) এভো- এতিয়াও।
৫৪৪) এল.এছ.ডি.- মানসিক খেলিমেলি উৎপন্ন কৰা এবিধ মাদকদ্ৰব্য়।
৫৪৫) এলালিয়া- জিভাখন লৰাব নোৱাৰা।
৫৪৬) এহেলে- অন্য়থা।
৫৪৭) এপাক- এইবাৰ।
৫৪৮) এখন তাল নবজা- এখন তাল অকলে নাবাজে অৰ্থাৎ কেৱল এজনৰ দোষ থাকিলেই কাজিয়াৰ সৃষ্টি নহয়।
৫৪৯) একাকাৰ্- সকলো একে হোৱা।
৫৫০) একতাৰা- এটা একক গীতযুক্ত বাদ্যযন্ত্ৰ।
৫৫১) এইমাত্ৰ- মাত্ৰ এতিয়া।
৫৫২) একতৰফা- একপক্ষীয়।
৫৫৩) এক- কোনো।
৫৫৪) একাংকিকা- এটা মাত্ৰ অংক আছে।
৫৫৫) একে কালে- একেবাৰতে পূৰাকৈ।
৫৫৬) এট্'পিন- এবিধ বিষাক্ত ৰাসায়নিক যৌগ যাক ঔষধ হিচাপে ব্য়ৱহাৰ কৰা হয়।
৫৫৭) এন'দিন- মানুহৰ দৈহিক বেদনা।
৫৫৮) একেলালিয়ে- একে লেথাৰিয়ে।
৫৫৯) একে মাঘে জাৰ নাযায়-যিকোনো সহায়ৰ অকৃতজ্ঞতাৰ সন্দৰ্ভত।
৫৬০) এগ্ৰিমেন্ট- চুক্তি।
৫৬১) এছপাৰ্টিক এচিড- কুঁহিয়াৰত থকা ৰাসায়নিক পদাৰ্থ।
৫৬২) একুৱাডাক্ট- পয়-প্ৰণালী।
৫৬৩) এক্শ্বন ডাইৰেক্টৰ- প্ৰতিক্ৰিয়া নিৰ্দেশক।
৫৬৪) একহাত- এহাত।
৫৬৫) একপত্নীক- এগৰাকী পত্নী থকা।
৫৬৬) এছেৰা- বন্য জন্তু ধৰাৰ বাবে এক প্ৰকাৰৰ ফান্দ।
৫৬৭) এছ.এল.ৰিফ্লেক্সছিংগল লেন্স ৰিফ্লেক্স।
৫৬৮) এন্টি জি পোছাক- এজোৰ বিশেষ ধৰণৰ পোছাক যাক উৰা জাহাজৰ চালকে পৰিধান কৰে।
৫৬৯) এন.ডি.এ- ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী।
৫৭০) এমেন'ৰীয়া- ঋতুস্ৰাৱ বন্ধ হোৱা অৱস্থা।
৫৭১) এৰুচিক এচিড- মাহজাতীয় শস্য়ৰ পৰা ওলোৱা ফেটি এচিড।
৫৭২) এসঁজীয়া- দিনটোৰ ভিতৰত এসাঁজ খোৱা।
৫৭৩) এম.এ- কলাৰ স্নাতকোত্তৰ ডিগ্ৰী।
৫৭৪) এয়াৰ গান- গুলি ফুটোৱা এবিধ বন্দুক যিয়ে চাপযুক্ত বায়ু ব্য়ৱহাৰ কৰে।
৫৭৫) এপাহ্ মাৰ্- বেয়া কাম কৰি ভাওনা কৰ।
৫৭৬) এধুমা- অদিক সময়।
৫৭৭) এঠা এটি- আঠাৰ নিচিনা।
৫৭৮) এতেক- ইমান।
৫৭৯) এপাৰি- দাঁতৰ এশাৰি।
৫৮০) এঘাঁত- এক ঘেঁতা।
৫৮১) এখনমান তামোল খোৱাৰ পৰ- অলপ সময়।
৫৮২) একেতিলে- বেগতে।
৫৮৩) একনীয়া- এখ কান্ধেৰে বোৱা।
৫৮৪) এঁড়ি- গেৰুৱা।
৫৮৫) একহিয়া- পূৰুষৰ অণ্ডকোষ বঢ়া এবিধ বেমাৰ।
৫৮৬) একনায়কতন্ত্ৰ- এজন ব্য়ক্তিৰ মতৰ মতে শাসন হোৱা।
৫৮৭) একচাৰিণ- পতীব্ৰতা পত্নী।
৫৮৮) একৰম্কালি- আগৰ সময়ত।
৫৮৯) একাশ্ৰয়- যাৰ মাত্ৰ এটাই আশ্ৰয়।
৫৯০) একেবাৰেই- তৎক্ষণাৎ।
৫৯১) একানংশ- মহাদেৱৰ পত্নী পাৰ্বতী।
৫৯২) একাক্ষৰী- মাথো এটা আখৰে গঠিত।
৫৯৩) একান্তৰ- য'ত এখ অন্তৰ আছে।
৫৯৪) এক্সপ্ৰেছ- দ্ৰুতগামী।
৫৯৫) একাদশ ইন্দ্ৰিয়- এঘাৰটা ইন্দ্ৰিয়।
৫৯৬) একান্নভুক্ত- একেলগে আহাৰ খোৱা।
৫৯৭) একে কোবে- একেবাৰে।
৫৯৮) এন্টাৰপ্ৰাইজ- নতুন পৰিকল্পনা।
৫৯৯) এডাল কুটা দুডাল নকৰ- কাম-বন নকৰ।
৬০০) এথানি- আথানি।
৬০১) এনালগ ডেটা- এনালগ ৰূপত থকা তথ্য
৬০২) এৰাখাটী- এবিধ চৰাই যাক অসমৰ হাবিত পোৱা যায়।
৬০৩) এৰাল ছিগা গৰু- নিয়ম পালন নকৰা ব্যক্তি।
৬০৪) এৰাল লগা- অবাধ্য মাুহ নিয়ন্ত্ৰনলৈ অহা।
৬০৫) এলেবাং- অঁকৰা।
৬০৬) এনাছ- পায়ু।
৬০৭) এ.বি.চি.- কোম্পানী।
৬০৮) এৰিষ্ট'টলবা- এৰিষ্ট'টলৰ দাৰ্শনিক মতবাদ।
৬০৯) এলাগি- ্শুৱনি।
৬১০) এমাৰৎ-অট্টালিকা।
৬১১) এৰা- কল্প।
৬১২) এশখন মুখেৰে ক- সংস্কৰণ সলনি কৰিবলৈ আৰু বাৰে বাৰে মিছা ক'বলৈ।
৬১৩) এভাৰেষ্ট- পৃথিৱীৰ সকলোতকৈ ওখ পৰ্বত।
৬১৪) এনখ্- কিঞ্চিত।
৬১৫) এচাটি- তৰল বা কণিকা পদাৰ্থ ৰ ছিটিকাই দিয়া।
৬১৬) এখনকে দহখনকৈ লগোৱা- সৰু কথা এটাক ডাঙৰকৈ লগোৱা।
৬১৭) একাজ ভাগী- অকাজ্ ভাগী।
৬১৮) এচেম্ব্লি- সভা।
৬১৯) এথোন্- এতিয়া।
৬২০) এনেতে- এই সময়তে।
৬২১) এফেই- অলপ।
৬২২) এল- ইংলেণ্ডত কাপোৰৰ জোখ-মাপ কৰিবৰ বাবে ব্য়ৱহৃত এবিধ একক।
৬২৩) এতেকতে- এই কাৰণে।
৬২৪) এডাল চুলিকে সাতফাল কৰ- অত্যন্ত কৃপণ হোৱা।
৬২৫) এটিপ মাৰ- চকু জপা।
৬২৬) এটকা- এক টকা।
৬২৭) এজেন্ট- অভিকৰ্তা।
৬২৮) এজুক তাপুং- তিতা লাউৰ খোলাৰৰ দ্বাৰা নিৰ্মাণ কৰা মিচিং জনগোষ্ঠীৰ লোকসকলৰ এবিধ পেঁপা।
৬২৯) ঙা- েঙাচোলা।
৬৩০) একেসুৰীয়া-বিৰক্তিকৰ।
৬৩১) একেমুখে- একে কথাৰে।
৬৩২) এাধিক-অনেক।
৬৩৩) এঁহ- কেঁকনি।
৬৩৪) এইটো- সন্মুখত থকা কোনো বস্তু বা মানুহক বুজোৱা শব্দ।
৬৩৫) একযষ্টি- মুক্তাৰ হাৰ।
৬৩৬) একাস্বতাধিকাৰী ব্য়ৱসায়- বিক্ৰী ব্যৱসায়ৰ উদ্বেগ।
৬৩৭) এক্টিং এৰিয়া- অভিনয় ক্ষেত্ৰ।
৬৩৮) একপাগী- খোৱা মানুহ।
৬৩৯) এককালীন- একেবাৰে।
৬৪০) একৰীাৰ- সৈ কঢ়া কাৰ্য।
৬৪১)  একোছা- এমুঠা।
৬৪২) এঙনি-জেঙনি- বুজিব নোৱাৰা।
৬৪৩) এজেবা- বুঢ়া আঙুলি।
৬৪৪) এদঁতীয়া- এটা দাঁত গজা।
৬৪৫) এতিমখানা- অনাথ আশ্ৰম।
৬৪৬) এনেও নাই তেনেও নাই- ইয়াতো নাই তাতো নাই।
৬৪৭) এপখাল- এবাৰ ধোৱা।
৬৪৮) এবখলা- এটা ডাঙৰ অংশ।
৬৪৯) এৰাচিডিক এচতিড- প্লাষ্টিক, মমবাটি ইত্য়াদি প্ৰস্তুত কৰাৰ সময়ত প্ৰয়োগ কৰা এবিধ এচিড।
৬৫০) এনিমিয়া- তেজত থকাৱ হিমগ্লবিন কমি যোৱাৰ ফলত হোৱা বেমাৰ।
৬৫১) এবে- এতিয়া।
৬৫২) এমিদিন- এবিধ ৰসায়নিক যৌগ যি ঔষধ বিজ্ঞানত ব্য়ৱহৃত।
৬৫৩) এবৰীয়া- হেলনীয়া।
৬৫৪) এজেঞ্চি- প্ৰতিনিধিত্ব।
৬৫৫) এটীয়া- লগ নথকা।
৬৫৬) এড্- বিজ্ঞাপন।
৬৫৭) এঙামুৰি- গা মুৰি।
৬৫৮) একেদোৰ- ভাই-ককাই।
৬৫৯) এলেকুৱা- আকলুৱা।
৬৬০) একান্তভাৱে- একে মনেৰে।
৬৬১) একে খুন্দাই যা- মাত্ৰ এটা আঘাততে মৃত্য়ু হ।
৬৬২) একত্ব- এক হোৱা অৱস্থা।
৬৬৩) একেবস্ত্ৰে- এখনীয়া কাপোৰ পিন্ধা।
৬৬৪) একযোনী- একান্ন- একেলগে খোৱা আৰু একেলেগে থকা।
৬৬৫) একবাক্য়ে- অধিক লোক একমত হোৱা।
৬৬৬) একাধিপতি- স্বৈৰাচাৰী।
৬৬৭) একমতাৱলম্বী- এটা মতবাদ অনুসৰণ কৰা।
৬৬৮) একমত- এটা মতত বিশ্বাস।
৬৬৯) এচিকটা- অতি অলপ।
৬৭০) এনাভুৱা- অনাভুৱা।
৬৭১) এঙা-জেঙা- আউল লগা।
৬৭২) একপ্ৰকাৰ- একৰকম।
৬৭৩) একপিংগ- কুবেৰৰ এটা নাম।
৬৭৪) এওঁ- সন্মুখত থকা কোনো মান্য়বান ব্য়ক্তিক বুজোৱা মাত।
৬৭৫) এল ছালভেদৰ- উত্তৰ আমেৰিকা মহাদেশত থকা এখন দেশ।
৬৭৬) এৰাই যা- ফালৰি কাট।
৬৭৭) এয়াৰ হোষ্টেছ- বিমান পৰিচাৰিকা।
৬৭৮) এবল- এাৰৰ শক্তি।
৬৭৯) এনাজৰী- জৰী নোহোৱাকৈ।
৬৮০) এনু- এইফালে।
৬৮১) এন্টিভেনিন- সাপৰ বিষ নিষ্ক্ৰয় কৰা এবিধ পদাৰ্থ।
৬৮২) এঘৈয়া- মূৰৰ এদাঁতি কটা।
৬৮৩) একেৰাঙী- একেবৰণীয়া।
৬৮৪)  একানি- ছৰতীয়া।
৬৮৫) একৰকম- কোনো মাধ্য়মেৰে।
৬৮৬) একচল্লিশ- ৪০ ৰ পিছৰ সংখ্যাটো।
৬৮৭) এজুবুৰা- এটা ডুব মৰা কাৰ্য।
৬৮৮) এনা টোপনি- টোপনি নহা।
৬৮৯) এফিডেভিড- সত্য় পাঠ।
৬৯০) এলাইনিং- এনেকৈ।
৬৯১) এনুৱা- এই প্ৰকাৰৰ।
৬৯২) এতেখানি- ইমান।
৬৯৩) এচিড- এক শ্ৰেণীৰ ৰাসায়নিক পদাৰ্থ।
৬৯৪) একেৰাহে- কোনো অংগী ভংগী নকৰাকৈ।
৬৯৫) একাল- অভাৱ।
৬৯৬) একচনীয়া- একবছৰীয়া।
৬৯৭) একাশী- আশীৰ পিছৰ সংখ্যাটো।
৬৯৮)একেলগে- সংগী হৈ।
৬৯৯) একজ- উৎপাদনৰ কাৰণে একে প্ৰক্ৰিয়াকেই অনুসৰণ কৰা।
৭০০) একজিমা- ছালত হোৱা বেমাৰ।
৭০১) একোটা- প্ৰত্য়কটো।
৭০২) এঙেৰুৱা বান্ধ- এঙেৰুৱা উৎপন্ন হ।
৭০৩) এটি- সৰু বুজাবৰ কাৰণে ব্য়ৱহাৰ হোৱা শব্দ।
৭০৪) এনায়ন- ঋণাত্মক আয়ন।
৭০৫) এঙাৰ- জুইয়ে কাঠ বাঁহ পুৰা যোৱাৰ পিছত তাৰ পৰা ওলোৱা কলা ৰঙৰ অংশ।
৭০৬) এচিলিম- এটা সময়ত ধূমপান কৰা এক পৰিমাণৰ ধপাত>
৭০৭) একেলেথাৰিয়ে- নেৰানেপেৰাকৈ।
৭০৮) একাৰ্থক- সমাৰ্থক।
৭০৯) এচফাল্ট- পথ পকী কৰা অৱস্থাত প্ৰয়োগ কৰা এবিধ খাৰুৱা তেলৰ দৰে পদাৰ্থ।
৭১০) এটম বোমা- পাৰমাণৱিক বোমা।
৭১১) এন্টিমণি- সুকুমাৰ কলাৰ সাঁচ।
৭১২) এটিপা- এচেপা।
৭১৩) এডলটৰী-ব্যভিচাৰ।
৭১৪) এদোৰোল- এবাৰ বেকা হোৱা।
৭১৫) এনেই- শুদাই।
৭১৬) এবম্বিধ- এনেকুৱা।
৭১৭) এন্টিভিটামানি- খাদ্য়প্ৰাণ প্ৰতিৰোধী।
৭১৮) একেশ্বৰবাদ- মাথো এজন ঈশ্বৰ আছে তেনেকুৱা মত।
৭১৯) একান্ত সচিব- ব্যক্তিগত সচিব।
৭২০) একেমুখেই ধান চিৰা দিয়া- কথা সলাই পেলাই কোৱা।
৭২১) এঙুৰ্-ভেঙুৰ্- বিভিন্ন ধৰণৰ ভাঁজ থকা।
৭২২) এড্ ইন্- এড্ অন্।
৭২৩) একাশ্ৰিত গুণ- এজনৰ আশ্ৰিত ধৰ্ম।
৭২৪) একোদ্দিষ্ট- এটালৈ উদ্দেশ কৰা।
৭২৫) এটা বাট কৰ- সঘনাই অহা যোৱা কৰাৰৰ ফলত সৃষ্টি হোৱা এটা পথ।
৭২৬) এতদ্দেশ- এই স্থান।
৭২৭) এদোণ খুজিলে একোঠা- কোনো বস্তুৰ যদি অধিক পৰিমাণ বিচাৰে তেন্তে তাৰ অলপ পৰিমাণ পোৱা।
৭২৮) এৰা-এৰি- বিৰহ।
৭২৯) এল- সাহৰ-মহাসাগৰত সৃষ্টি হোৱা ধুমুহা।
৭৩০) এয়াৰবেগ- এক নিৰাপত্তা কৌশল যি যান-বাহনত থাকে।
৭৩১) এলাইবাদু- আলাবাদু।
৭৩২) এহাশুধীয়া- মনত কোনো আশা লৈ থকা। 
৭৩৩) একনাকত্ব- মাত্ৰ এজন লোকৰ আদেশত চলা প্ৰশাসন।
৭৩৪) একহিপূৰুষ- অধিক পূৰুষ।
৭৩৫) একৰাৰনামা- এটা চুক্তি।
৭৩৬) একদংষ্ট্ৰ- গণেশ।
৭৩৭) একাদোৱা- চিহ্নিত।
৭৩৮) একুৱাৰিয়া আনছিনাটো- পাতি হাঁহ।
৭৩৯) একীভাৱ- মিলত্ব।
৭৪০) একুঁচীয়া- এমেৰ দিয়া।
৭৪১) এঠেলা পা- কষ্ট খা।
৭৪২) এজুলৈ- আগফাল আৰু সৰু আঙুলি সম্প্ৰসাৰিত কৰা এক জোখ।
৭৪৩) এক্সপেৰিমেন্ট- পৰীক্ষা।
৭৪৪) একে-চিত্তে- একে মনেৰে।
৭৪৫) এনা- উপসৰ্গ।
৭৪৬) এন্দুৰক সেন্দুৰ পিন্ধোৱা- এজন প্ৰাকৃতিকভাৱে কুৎসিত ব্যক্তিক ধুনীয়া কৰিবলৈ চেষ্টা কৰা।
৭৪৭) একেটাই- অনুৰূপ।
৭৪৮) একত্ৰীকৰণ- অধিক লোক গোট খোৱা।
৭৪৯) এঁকৰ- ৰেডিঅ বা টি.ভিৰ বাতৰি পঢ়া।
৭৫০) এক্জতীয়া- বিশেষ এক প্ৰকাৰৰ।
৭৫১) এসুদ- সামান্য়।
৭৫২) এটুপি ধৰ- সুৰা পি।
৭৫৩) এনাস্থেচিয়া- সংজ্ঞাহাৰক।
৭৫৪) এনেল- একেবাৰে কাষৰ অংশ।
৭৫৫) এৰং- ইহঁত।
৭৫৬) এলাচি- দৰবৰত দিয়া এবিধ সুগন্ধিমূলক বীজ।
৭৫৭) এলবেদু- কোনো গ্ৰহ-উপগ্ৰহৰ পৰা প্ৰতিফলন হোৱা ৰশ্মিৰ তুলনা।
৭৫৮) এলাৰ্ম ঘড়ী- এক নিৰ্দিষ্ট সময়ত ব্যক্তিক সতৰ্ক কৰিবলৈ ব্য়ৱহাৰ কৰা ঘড়ী।
৭৫৯) এলান্ধু- আলান্ধু।
৭৬০) এম্ফিফিয়েটাৰ- অৰ্ধবৃত্তাকাৰ প্ৰেক্ষাগৃহ।
৭৬১) এলা-পেচা- সাধাৰণ।
৭৬২) এম'নাইট- এবিধ সমুদ্ৰৰ প্ৰাণী যিয়ে ৫০ কোটি বছৰৰ পূৰ্বে সাগৰত বাস কৰিছিল।
৭৬৩) এপ'ষ্টল- যীশুখ্ৰীষ্টই তেখেতৰ আদৰ্শ প্ৰচাৰ কৰাৰ বাবে বাচি লোৱা ১২ জন শিষ্য।
৭৬৪) এপৰাল পৰ- মাত্ৰ এবাৰ ঢেকীত ধান বান।
৭৬৫) এনাই ঘৰীয়া বৰুৱা- অসম ৰাজাৰ আইতাৰ অধীনত নিযুক্ত এজন বিষয়া।
৭৬৬) এদিনীয়া- এদিন থকা।
৭৬৭) এচিষ্টেন্ট আৰ্ট ডাইৰেক্টৰ- সহকাৰী কলা।
৭৬৮) একেতৰী- সানমিহলি হোৱা।
৭৬৯) একত্ৰিত- মিলিত।
৭৭০) এন্টিবায়টিক- বেক্টেৰিয়াজনিত সংক্ৰমণ।
৭৭১) এতাদৃশ্- এইৰূপ।
৭৭২) এখেত্- সন্মান কৰি মতা মাত।
৭৭৩) একজোট- একেলগে থকা।
৭৭৪) এইক্য়ান- এইখন।
৭৭৫) একদেশ- এভাগ।
৭৭৬) একচেটিয়া বজাৰ- এজন বেপাৰীয়ে কেইবাজন গ্ৰাহকক এনেকুৱা বস্তু বেচে।
৭৭৭) একণীয়া- এখন কাণ থকা।
৭৭৮) এ.আই.- 'আৰ্টিফিছিয়েল ইন্টেলিজেন্ট'।
৭৭৯) একচেটিয়া মুনাফা- একচেটিয়া লাভ।
৭৮০) একমাত্ৰা- এটা মেট্ৰিকেল জোখ।
৭৮১) একোক্তি- নিজে নিজৰ লগতে সংলাপ আদান প্ৰদান কৰা কাৰ্য।
৭৮২) এটোহিয়া- চিঞৰ।
৭৮৩) এধাচলিহা- সম্পূৰ্ণভাৱে পূৰঠ নোহোৱা।
৭৮৪) এনকাউন্টাৰ গ্ৰুপ- মনৰ ভাব আদান-প্ৰদান কৰা।
৭৮৫) এন'ৰেক্সিয়া নাৰ্ভাচা - গাভৰু ছোৱালীবোৰে শকত হোৱাৰ বাবে শীণ হ'বলৈ আপ্ৰাণ প্ৰয়াস কৰা।
৭৮৬) এপিক থিয়েটাৰ- বিংশ শতিকাৰ দ্বিতীয়াৰ্ধত জাৰ্মানীৰ বেৰ্টোল্ট ব্ৰেখ্ট আৰু পিস্কাটোৰ দ্বাৰা আৰম্ভ কৰা এখন থিয়েটাৰ।
৭৮৮) এলেকমী- অপৰাসায়ন।
৭৮৯) এৰিষ্ট'ক্ৰেট- সম্ভ্ৰান্ত পৰিয়ালত জন্ম লাভ কৰা লোক।
৭৯০) এষাৰ্-চেৰেক্- আষাৰ্-চেৰেক্।
৭৯১) এলেনিন- এবিধ এমিন এচিড যি প্ৰটিনত থাকে।
৭৯২) এৰীনা ষ্টেইজ- মুক্ত মঞ্চ।
৭৯৩) এন.এছ.এই.আই- ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয়তাবাদী ছাত্ৰ গঠন।
৭৯৪) এন্টাৰ কী- কী-ব'ৰ্ডত থকা সকলোতকৈ ডাঙৰ কী।
৭৯৫) এছাৰি- চেকনী।
৭৯৬) একেৰপৰা- এই স্থানৰ পৰা।
৭৯৭) একে গছৰে পাণ- একে স্বভাৱৰ।
৭৯৮) একদেশদৰ্শী- একপক্ষী।
৭৯৯) একঠা- এবিঘাৰ ৫ ভাগৰ এটা ভাগ।
৮০০) এইলৰ'ফিলিয়া- মেকুৰীক লৈ হোৱা অধিক স্নেহ।
৮০১) এছেটেনিলাইড- বগা ৰঙৰ গোন্ধ নথকা এবিধ পাউদাৰ।
৮০২) এছাৰকণি- আচাৰেকণি।
৮০৩) এডিছন- বাতৰকি কাকত শুধৰণি কৰা সংস্কৰণ।
৮০৪) এপখাল পৰা- পিন্ধই পেলাই এবাৰ ধোৱা।
৮০৫) এফলীয়া ভাৰে কামি হাড় ভাঙ- যুটীয়া উদ্যোগএটাত অত্যাধিক বোজা পৰিব লাগিব।
৮০৬) এণাইলেজ- এভিধ পাচক ৰস যি প্ৰাণীৰ লালতিত থাকে।
৮০৭) এৰি পাচাৰা- গোৱালপাৰা জিলাৰ মানুহে পিন্ধা এণ্ডি সূতাৰ ৰূপ তৈয়াৰ কৰা শীতকালীন কাপোৰ।
৮০৮) এমবিছনিকছ- যন্ত্ৰৰ দ্বাৰা নিৰ্মাণিত প্ৰাকৃতিক শব্দসদৃশ শব্দ।
৮০৯) এৰেশ্বেয়াৰ- স্কদলেণ্ডৰ এবিধ উন্নত প্ৰজাতিৰ গাখীৰ দিয়া গৰু।
৮১০) এশ এটা- অনেক।
৮১১) এৰা বাট-  অস্থায়ী উচ্চভূমি খেতিৰ বাবে জংঘল কটা। 
৮১২) এপোষ্টল- যীশুখ্ৰীষ্টই বাৰ্ত্তাপ্ৰচাৰ কৰিবলৈ বাৰজন লোকক নিৰ্বাচিত কৰিছিল, তাৰে ভিতৰত এজন।
৮১৩) এনড্ৰইড- এবিধ অধিক সুবিধাজনক যন্ত্ৰ।
৮১৪) এপিটাছিছ-  নাটকখন শেষ হোৱাৰ আগতে হোৱা চৰম উন্মাদনা।
৮১৫) এম্বুলেঞ্চ-  গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বা ৰোগীক চিকিৎসালয়লৈ লৈ যোৱা গাড়ী।
৮১৬) এন-ৰে- নিউট্ৰন ৰশ্মি।
৮১৭) এডেও দুডেও লোটা নিবৰ চেও-  প্ৰৱঞ্চনা বা প্ৰবঞ্চনাৰ দ্বাৰা ব্যক্তি এজনক লুটিবলৈ চেষ্টা কৰা।
৮১৮) এগুণ্- এভাগ পৰিমাণ।
৮১৯) একোপধ্যে- একো প্ৰকাৰে।
৮২০) একেচিপে- একেবলে।
৮২১) একজিকিউটিভ প্ৰডিউচাৰ- কাৰ্যকাৰী প্ৰযোজক।
৮২২) একক পাঠ- পাঠত প্ৰাপ্ত একমাত্ৰ পাঠ।
৮২৩) একদেউ- এজন সৰ্বোচ্চ দেৱতা।
৮২৪) একাজি- বস্তুবোৰ তুলিবলৈ চুকিয়া চুকিত ৰখা তিনিটা প্ৰহাৰ।
৮২৫) এছাইনমেন্ট- সাংবাদিকৰ গোটেই দিনটোৰ কামৰ দায়িত্ব বুজোৱা অৰ্থত।
৮২৬) এনহিদ্ৰ'ছিছ- বেমাৰ হ'লে নাঘামা এবিধ ৰুগ্ন অৱস্থা।
৮২৭) এতেবেলি- এইখিনি সময়ত।
৮২৮) এটকা মহন্ত- গুপু, দেৱতা, নাম আৰু ভকত।
৮২৯) এতিয়া- এই খন্তেকত।
৮৩০) এধাৰি- এটা নিৰ্দিষ্ট অঞ্চল।
৮৩১) এনেকৈ- এইদৰে।
৮৩২) এবান- এবাৰত উৎপত্তি হোৱা সামগ্ৰী।
৮৩৩) এলেং- এবিধ চেপেটা বগা ৰঙৰ লাহী মাছ।
৮৩৪) এহেও নোহোৱা তেহেও নোহোৱা- কোনো ক্ষেত্ৰতে সফলতা আৰ্জিব নোৱাৰা।
৮৩৫) এতলা- অধিসূচনা।
৮৩৬) একাশক্তি- কোনো এক বিষয়ৰ ওপৰত থকা মোহ।
৮৩৭) একতেৰকা- একেবাৰে অলপ।
৮৩৮) একচক্ৰা- পূৰ্বৰ এখন নগৰ যি পাটনা জিলাত অৱস্থিত।
৮৩৯) এইচ.এ.এল- হিন্দুস্তান এৰ'নেটিকছ লিমিটেড।
৮৪০) একংৰৱাট সভ্য়তা- সপ্ত আশ্চৰ্যৰ অন্য়তম এটা সভ্য়তা।
৮৪১) এ কৰঙন- উৰু-গভীৰ। 
৮৪২) একাৰত্ন- একাৰৰ দ্বাৰা অন্ত হোৱা শব্দ।
৮৪৩) একেজাতীয়- একে বংশৰ।
৮৪৪) এককালীন অনুদান- কোনো বিশেষ কামৰ নিমিত্তে এবাৰতে দিয়া সাহায্য।
৮৪৫) একীভূত- একলৈ ৰূপান্তৰিত।
৮৪৬) এক'ষ্টিক গীতাৰ- স্পেনিজ গীতাৰ।
৮৪৭) একঠা- বিশেষ ধান চাউলৰ জোখ।
৮৪৮) এঅৰটা-হৃদযন্ত্ৰৰ বাওঁফালৰ পৰা ওলাই যোৱা মুখ্য ধমনী।
৮৪৯) একচিত্ত- এটা বিষয়লৈ মাথো মন কৰা।
৮৫০) একভাষশী- মাত্ৰ এটা ভাষা জনা আৰু সেই ভাষাটোকেই প্ৰত্য়েকটো কামত প্ৰয়োগ কৰা ব্য়ক্তি।
৮৫১) একদৃষ্টি- যই দৃষ্টি অস্থিৰ নহয়।
৮৫২) এ.আই.এছ.এফ- নিখিল ভাৰত ছাত্ৰ সংগঠন।
৮৫৩) এক্লুইচা- এটা মূৰৰ ফাল আৱৰি থকা।
৮৫৪) একা- অন্য় প্ৰকাৰ নোহোৱাকৈ।
৮৫৫) একাপ- পাঁচ চিৰা বেঁতৰ আটি।
৮৫৬) এক্সচেঞ্জ- একচেঞ্জ।
৮৫৭) এচিটেট- এচিটিক এচিডৰ দ্বাৰা প্ৰস্তুত কৰা এবিধ ৰাসায়নিক যৌগ।
৮৫৮) এনেয়ে উৰ্বশী দুৱাৰে বাট দিয়া- এজন স্বাভাৱিকভাৱে দুষ্ট ব্যক্তিক দুষ্টতা কৰাৰ সুযোগ দিয়া।
৮৫৯) এতাবৎ- এই পৰিমাণৰ।
৮৬০) এণ্ডুকা- তেজপিয়াৰ দৰে এবিধ প্ৰাণী।
৮৬১) এক গোট হ- একত্ৰিত হ।
৮৬২) একেলুটিয়ে- ঘূৰোৱা বা ওলোটা নোহোৱাকৈ।
৮৬৩) এৰা ধৰা- কম অংশ এৰি দিয়া।
৮৬৪) এৰা-চৰাই-এবিধ সৰু চৰাই যি 'চে-চে' কৈ মাতে।
৮৬৫) এৰা কাট খা- অস্থায়ী বাম খেতি কৰ।








Post Id: DABP000535