f অসমীয়া শব্দ অৰ্থ, ম আখৰৰ শব্দৰ অভিধান Assamese word Meaning ম ~ Daily Assam

অসমীয়া শব্দ অৰ্থ, ম আখৰৰ শব্দৰ অভিধান Assamese word Meaning ম



১. মজবুত - দৃঢ়, শকত।
২. মোমিন - বিশ্বাসী, মুছলমান।
৩. মনোবাঞ্ছা - মনৰ ইচ্ছা, মনৰ অভিপ্ৰায়।
৪. মনোহৰ - সুন্দৰ, মোহনীয়।
৫. মৰত/মত্য - পৃথিৱী, ধৰা।
৬. মিলা-প্ৰীতি - একতা, বন্ধুতা।
৭. মিলিজুলি - একেলগে।
৮. মুগ্ধ - মোহ যোৱা, মোহিত।
৯. মুঠা - একেলগে বন্ধা দীঘলীয়া বস্তুৰ কোছা।
১০. মূল্যৱান - বহুমলীয়া, দামী।
১১. মদাম - আহোম প্ৰথাৰে ভৰা মানুহ পুতি তাৰ ওপৰত দিয়া মাটিৰ ১২. দম, সমাধি, কবৰ।
১৩. মৰিয়নি - হাবি কাটি গোৰাই থোৱা খেতিৰ মাটি।
১৪. মালিচ - মৰ্দন।
১৫. মৰূদ্যান – মৰুভূমিৰ মাজৰ গছ-বন থকা ঠাই।
১৬. মৰুভূ – মৰুভূমি।
১৭. মৰ্যাদা – সন্মান বা গৌৰৱ।
১৮. মলিন – অপৰিষ্কাৰ, মলিয়ন, বিমৰ্ষ।
১৯. মষিমূৰ – চূৰ্ণ-বিচুৰ্ণ হোৱা।
২০. মহটিয়া – এফালৰ পৰা ভাঙি-ছিঙি নে।
২১. মহত্ব – মহান ব্যক্তিৰ গুণ।
২২. মহত্তম – আটাইতকৈ মহৎ।
২৩. মহৰী – হিচাপ ৰখাৰ দায়িত্বত থকা কৰ্মচাৰী।
২৪. মৰল – মাংগলিক কাৰ্যত মাটিত অঁকা ঘূৰণীয়া নক্সা।
২৫. ময়ূৰ – এবিধ চৰাই।
২৬. মাংসাহাৰী – মাংস যাৰ প্ৰধান আহাৰ।
২৭. মাচুল – বিধিগত আৰু নিৰ্ধাৰিত দিবলগীয়া ধন।
২৮. মাতলামি – মাতাল লোকৰ আচৰণ।
২৯. মাদলী – তাবিজ; এবিধ অলংকাৰ।
৩০. মাদ্ৰাচা – ইচলামীয় শিক্ষানুষ্ঠান-বিশেষ।
৩১. মাধুৰ্য,মাধুৰতা – মধুৰ গুণ।
৩২. মানদণ্ড – বস্তুৰ গুণাগুণ নিৰূপণ কৰিবলৈ ব্যৱহাৰ কৰা মাপনী।
৩৩. মান – মাত্ৰা বা জোখা।
৩৪. মানৱতা – মানুহ হিচাপে থাকিবলগীয়া গুণ।
৩৫. মাণিক – মূল্যৱান পাথৰ-বিশেষ।
৩৬. মামণি – স্ত্ৰীবাচক নাম-বিশেষ।
৩৭. মটক মাটাক - তামোল চোবোৱাৰ শব্দ।
৩৮. মণিকূট - নামঘৰৰ পূব বা উত্তৰমূৰে লগাই মূতি বা ধমপুথি থোৱা ৩৯. সৰু ঘৰ।
৪০. মনুষ্য - মানৱ , মানুহ।
৪১. মনোনিৱেশ - কোনো বিষয়ত মনপুতি লগা কায।
৪২. মহলা - বিদ্যালয়ৰ শ্ৰেণী, পৰীক্ষা।
৪৩. মহীয়সী - মহান।
৪৪. মাখিয়তী - এবিধ লতা চানেকীয়া সৰু গছ।
৪৫. মায়াময় - মোহযুক্ত, ভ্ৰান্তিময়।
৪৬. মিত্ৰামিত্ৰ - বন্ধু আৰু শত্ৰ, মিত্ৰ আৰু অমিত্ৰ।
৪৭. মূলমন্ত্ৰ  - বীজমন্ত্ৰ, ঘাই মন্ত্ৰ, কায সাধনৰ দৃঢপ্ৰতিজ্ঞা বা নিয়ম।
৪৮. মাৰাঠী – মহ।
৪৯. মগনীয়া - খুজি - মাগি খোৱা।
৫০. মচজিদ - মুচলমীনসকলৰ উপাসনাগৃৃৃৃৃৃৃৃহ।
৫১. মচুৰ - এবিধ দাইল।
৫২. মথি - ঘুঁটি।
৫৩. মণিকুট - নাঘৰৰ বিগ্ৰহ আদি থোৱা সৰু ঘৰ।
৫৪. মটক - বিশেষ সম্পৰদায়।
৫৫. মট্মটনি - মট্ মট্ শব্দ।
৫৬. মধুৰিয়াম - এবিধ ফল।
৫৭. মদোন্মত্ত - অহংকাৰত মত্ত হোৱা।
৫৮. মথাউৰি - নৈৰ দাঁতিত বন্ধা ওখ গড়।
৫৯. মচগুল - মত্ত।
৬০. মগনীয়াৰ - খুজি - মাগি খোৱা লোক।
৬১. মছন্দৰী - এবিধ বনৰীয়া ঔষধি পাত।
৬২. মৰ্ত্য - মৰত।
৬৩. মধুসূদন - বিষ্ণু।
৬৪. মনীষি - বিদ্বান লোক।
৬৫. মতদ্বৈধ - মতৰ পাৰ্থক্য।
৬৬. মজলিচ - গান - বাজনাৰ বাবে পতা বৈঠক।
৬৭. মচলা - খাদ্য সুস্বাদু কৰিবলৈ দিয়া উপকৰণ।
৬৮. মাধুকৰী - মৌমাখিয়ে মৌ সংগ্ৰহ কৰাৰ দৰে গুটোৱা কাৰ্য।
৬৯. মাধ্যাকৰ্ষন - আকৰ্ষন শক্তি।
৭০. মধ্যাহ্ন - দুপৰীয়া।
৭১মনস্ক - মনৰ।
৭২মন্ত্ৰিত্ব - মন্ত্ৰীৰ দায়িত্ব।
৭৩মৰীচিকা - মৰুভূমিৰ বালিত থকা চিকমিকনি।
৭৪মৰিশালী - শ্মশান।
৭৫মনোহাৰী - মন মুহিব পৰা।
৭৬মৰঁতী - নিন্দাসুচক শব্দ।
৭৭মৰিচা - এবিধ শাক।
৭৮মৰমিয়াল - মৰমেৰে অন্তৰ ভৰি থকা।
৭৯মনোবাঞ্ছা - মনৰ কামনা।
৮০মন্ত্ৰালয় - মন্ত্ৰীৰ কাৰ্যালয়।
৮১মৰঠি - চেনিপুঠি।
৮২মনোভাৱ - মনৰ ভাৱ।
৮৩মনীষা - প্ৰতিভা , মহিলাৰ নাম।
৮৪মণিকাঞ্চন - ৰত্ন আৰু সোণ একেলগে।
৮৫মনস্কাম - মনৰ ইচ্ছা।
৮৬মনোলোবা - মন আকৰ্ষণ কৰিব পৰাকৈ সুন্দৰ।
৮৭মনস্তত্ত্ব - মন অধ্যয়ন কৰা বিজ্ঞান।
৮৮মনস্তাত্ত্বিক - মনস্তত্ত্ব - সম্পৰ্কীয়।
৮৯মনোযোগ - একান্তমনে।
৯০মনস্তাপ - মনৰ দুখ।
৯১মণি - অলংকাৰ ৰূপে ব্যৱহিত ধাতু আদিৰ বিন্ধাযুক্ত গুটি।
৯২মনোমোহন - মনোহৰ।
৯৩মনঃপুত - মনে পচন্দ কৰা।
৯৪মাধুৰ্য- মধুৰভাৱে।
৯৫মৈদাম- সমাধিৰ ঠাই।
৯৬মনস্তাত্ত্বিক – মনৰ বিষয়ে।
৯৭. মাউৰীয়া - মাউৰে ধৰা।
৯৮. মাচিয়া - উখ খুৰা থকা আসন।
৯৯. মাংস - মঙহ।
১০০. মাইল - হাতিক আঠুূকাঢ়িঠকাৰ পৰা উঠাবলৈ মতা মাত।

2 comments:

Write your Comment