f অসমীয়া শব্দ অৰ্থ, দ আখৰৰ শব্দৰ অভিধান Assamese word Meaning দ ~ Daily Assam

অসমীয়া শব্দ অৰ্থ, দ আখৰৰ শব্দৰ অভিধান Assamese word Meaning দ

          ঊ   ঋ                    ঞ                ম     ৱ     হ  ক্ষ ড় ঢ় য়

দ 

১. দম - একে ঠাইতে ওখকৈ গোটাই থোৱা বস্তু
২. দৰিয়া - সাগৰ, নদী
৩. দুৰ্ঘটনা - আকস্মিক ভাবে ঘটা অপঘটনা।
৪. দুৰ্লভ - আপুৰুগীয়া।
৫. দৃষ্টিভংগী - বিচাৰ-বিশ্লেষণৰ ধৰণ।
৬. দৃষ্টিপাত - দৃষ্টি নিপেক্ষ।
৭. দেউলীয়া - ঋণ সুজিবলৈ অসমৰ্থ হোৱা অৱস্থা।
৮. দেখনিয়াৰ  - শুৱনি।  
৯. দেখুওৱা - যিটো দেখুৱাইছে।
১০. দেৱেন  - দেৱৰাজ ইন্দ্ৰ ।
১১. দয়াপৰৱশ - কৃপাযুক্ত, দয়াযুক্ত।
১২. দুঃসাহসী - মৰ-সাহী, যি সাহৰ পৰা বিপদ হয় তেনে সাহ কৰোঁতা ।
১৩. দৃঢতা -  লৰ-চৰ নকৰা অৱস্হা।
১৪. দৃঢসংকল্প - দৃঢভাৱে কৰা প্ৰতিজ্ঞা।
১৫. দ্বাৰপাল - দুৱাৰ-ৰক্ষক, দুৱৰী।
১৬. দম্ভী - দম্ভালি প্ৰদৰ্শন কৰা লোক ।
১৭. দৰব - ঔষধ ।
১৮. দধিচী - এজন অসূৰক হত্যা কৰিবলৈ নিজৰ ৰাজহাড় দান কৰা ১৯. এজন দয়াৱান ঋষি ।
২০. দম্পতী - বৈবাহিক সম্পৰ্কৰে বান্ধ খাই থকা দুজন পূৰুষ - নাৰী ।
২১. দৰ্জী - চিলাই কৰা মানুহ ।
২২. দাপোন - অভিসপ্তা ।
২৩. দীনবন্ধু - দৰিদ্ৰক সহায় কৰা লোক ।
২৪. দহি - চাদৰ ।
২৫. দাড়ি - পূৰুষৰ গাল ।
২৬. দণ্ডনীয় - শাস্তিৰ যোগ্য ।
২৭. দৰদী - আনৰ পতি দয়া ।
২৮. দিগিন্দ্ৰ - দিশসমূহৰ গৰাকী ।
২৯. দীপালী - পোহৰৰ উতসৱ ।
৩০. দশন - য়োৱা কাৰ্য ।
৩১. দিগদাৰ - অশান্তি ।
৩২. দৰিদ্ৰ - দখীয়া ।
৩৩. দৰিদ্ৰতা - দৰিদ্ৰ অৱস্থা ।
৩৪. দন্দুৰা - কাজিয়া কৰি ভালপোৱা লোক ।
৩৫. দহিকতৰা - এবিধ বগা চৰাি ।
৩৬. দক্ষিণায়ন - সূৰ্যই বিষূৱৰেখাৰ দ৭িমলৈ কৰা গতি ।
৩৭. দশাৱতাৰ - বিষ্ণুৰ দহতা অৱতাৰ ।
৩৮. দস্তাবেজ - ডলিল ।
৩৯. দুলি থকা - দুধোৰ - মুধোৰ অৱস্থা ।
৪০. দুৰ্গা - মহিষাসুৰক হত্যা কৰা এগৰাকী দেবী ।
৪১. দুৰাকাংক্ষা - অনুচিত কামনা ।
৪২. দুৰ্বিসহ - যিটো সহ্য কৰিব নোৱাৰি ।
৪৩. দুচিন্তা - বেয়া চিন্তা ।
৪৪. দুৰৱস্থা - বেয়া অৱস্থা ।
৪৫. দুৰ্নাম - অপযশ ।
৪৬. দূণৰি - খৰাহিৰ দৰে এবিধ সঁজুলি ।
৪৭. দূৰীকৰণ - দূৰলৈ আতৰোঁৱা কাৰ্য ।
৪৮. দূবৰি - বিশেষ - তৃণ ।
৪৯. দূৰবীণ - দূৰৰ বস্তু নিৰীক্ষণ কৰা যন্ত্ৰ ।
৫০. দূৰ্ভাৱনা - উদ্বেগ ।
৫১. দুষ্টালি - দুষ্ট আচৰণ ।
৫২. দীপিকা - বিশেষ মহিলাৰ নাম , জোনাক ।
৫৩. দিৱস - দিন ।
৫৪. দূত - সংবাদ পঠিওৱা লোক ।
৫৫. দুভেৰ্দ্য - য'ত ভ্ৰমণ কৰাতো কঠিন ।
৫৬. দুৰূহ - যাক বুজাতো টান ।
৫৭. দূৰ্বা - তৃণ ।
৫৮. দিলীপ - বিশেষ পূৰুষৰ নাম ।
৫৯. দুশ্চৰিত্ৰ - গৰিত্ৰহীন লোক ।
৬০. দুনিয়া - পৃথিৱী ।
৬১. দোমাহী - মাহটোৰ শেষৰ দিন ।
৬২. দিবাৰাত্ৰ - দিন - ৰাতি ।
৬৩. দীৰ্ঘ - দীঘল ।
৬৪. দীপ্তি - পোহৰ ।
৬৫. দীঘলী - দীঘল গঢ়ৰ ।
৬৬. দীৰ্ঘজীৱী - দীৰ্ঘদীন জীৱাই থকা ।
৬৭. দুষ্কৰ - সহজে সাধন কৰিব নোৱাৰা ।
৬৮. দুৰ্লংঘ্য - অলংঘনীয় ।
৬৯. দুষ্কৃতি - সমাজৰ চকুত বেয়া লোক ।
৭০. দৈৱাং- অকস্মাং ,কপালৰ ফেৰত , দুবিপাকত ।
৭১. দণ্ডিত – দণ্ডৰ ভয়ত ।
৭২. দুঃসাহসিক- মৰ সাহসী ।
৭৩. দীৰ্ঘসূত্ৰী- কৰিম কৰিম বুলি পাছলৈ পেলাই থোৱা ।
৭৪. দীৰ্ঘম্যাদী – বহুদিন- ব্যাপী ।
৭৫. দলি মাৰ - বস্তু এটা কাবাৰ গালৈ মাৰি দিয়া কাৰ্য।
৭৬. দশাৱতাৰ - বিষ্ণুৱে পৃথিবীত  ধৰা দহতা ৰূপ।
৭৭. দশমূল - ঔষধত হিচাপে ব্যৱহাৰ হোৱা দহ জোপ গছৰ শিপা।
৭৮. দলিচা - এখন নোমাল আখন।
৭৯. দশ পিণ্ড - মৰাৰ পিছত দহ দিনলৈ মৃত্যু হোৱা জনক সদায় দিয়া পিণ্ড।
৮০. দহিকতৰা - এজাতিৰ সৰু চৰাই।
৮১. দঁতনী - দাঁত ঘহা গছৰ থানী।
৮২. দক্ষিণ মেৰু - পৃথিৱীৰ দক্ষিণ ফালে থকা মুৰ।
৮৩. দাণ্ডা - ডাঙৰ লাঠি।
৮৪. 
৮৫. 
৮৬. 
৮৭. 
৮৮. 
৮৯. 
৯০. 

3 comments:

Write your Comment