খ
১. খদ্দৰ - হাতে
কটা সূতাৰে বোৱা কাপোৰ।
২. খৰধৰকৈ - বেগাই, ততাতৈয়াকৈ।
৩. খঁৰাশিয়াল - নেজকটা বা নামমাত্ৰ নেজ থকা শিয়াল।
৪. খেতি-বাতি - খেতিকাৰা, কৃষি কৰ্ম।
৫. খেতিয়ক - খেতিকৰা লোক, কৃষক।
৬. খুঁত - ছিদ্ৰ।
৭. খোলা - কোনো কোমল বস্ত্ত বেৰি ৰখা ঠান আৱনৰ।
৮. খৰা- ৰ'দ।
৯. খ্যাতিসম্পন্ন - যশস্যাযুক্ত,বিখ্যাত।
১০. খাওন্দ - বিশেষ উপাধি।
১১. খৰপোচ - বেগেৰে ।
১২. কাচি - এবিধ কুহিঁয়াৰ নিচিনা উদ্ভিদ ।
১৩. খৰিকাঁজাই - এবিধ বগা ৰঙৰ সুঁগন্ধিযুক্ত ফুল ।
১৪. খৰালী - ঠাণ্ডাৰ দিন ।
১৫. খতম - শেষ ।
১৬. খঙীয়া - খঙাল ।
১৭. খৰচ - ব্যয় ।
১৮. খহতা - মসৃম নোহোৱা ।
১৯. খতি - অনুপষ্ঠিতি ।
২০. খচক - ভৰিৰে গচকা ।
২১. খৰাহী - বাঁহৰ কাঠীৰ সৰু যতন ।
২২. খটকটি - চিৰি ।
২৩. খাজনা - মাটিৰ কৰ ।
২৪. খাটনিয়াৰ - বিশেষ উপাধি ।
২৫. খঁৰানকা - চুট নাকৰ ।
২৬. খণ্ডপুচ্ছ - খঁৰা নেজ থকা ।
২৭. খবৰ - খাতি - খবৰ - বাতৰি ।
২৮. খচ্চৰ - ঘোঁৰা আৰু গাধৰ মিলনত যাৰ জন্ম হয় ।
২৯. খুঁটি - সৰু সৰু চাপৰ খুঁটা ।
৩০. খুতৰা - খুতুৰা ।
৩১. খিচিৰি - চাউল
৩২. খুঁত - ক্ৰুতি ।
৩৩. খাৰমি - খাৰ ছেকি উলিওৱা পানী ।
৩৪. খাঁটি - ভেঁজাল নোহোৱা ।
৩৫. খাদী - খদ্দৰ ।
৩৬. খাৰলি - বটা সৰিয়হৰ লোণ ।
৩৭. খুটি - নাটী - সৰু - সুৰা দোষ ।
৩৮. খৰণিচটা - খাৰণি ছেকাৰ পাছৰ ছাইৰ ছপৰা ।
৩৯. খামুচি - খামুচ মাৰি ধৰা ।
৪০. খামুচীয়া - লাহী ।
৫০. খাদ্যভ্যাস - খাদ্যৰ তালিকা ।
৫১. খীৰতী - গাখীৰ দিয়া ।
৫২. খুচ - সুখী ।
৫৩. খুঁটা - থিয়কৈ পোতা কাঠ ।
৫৪. খামতি - বিশেষ জনজাতি ।
৫৫. খাৰঘুলি - আহোৰ ৰজাৰ দিনৰ দুৰ্গম ঠাইত থকা খাৰ - বাৰুদৰ ৫৬. ভাণ্ডাৰ ।
৫৭. খাটনি - প্ৰাৰ্থনা ।
৫৮. খাটোতা - কাটনি ধৰোতা ।
৫৯. খাটাং - নিশ্চিত ।
৬০. খাতিৰ - অনুৰোধ ।
৬১. খুব - বৰকৈ ।
৬২. খেৰ - কুটা - খেৰ ।
৬৩. খুটিতাল - মাজৰ খোল অংশ নথকা ইবিধ তাল ।
৬৪. খ্যাতিমন্ত - ধন - সম্পদ থকা ।
৬৫. খোজনীয়া - মাগি খাওতা ।
৬৬. খোতালি - কোঠা।
৬৭. খুলখালী - পত্নীৰ ভ্ৰাতৃ ।
৬৮. খুপৰি - মূৰ ।
৬৯. খোঁচনি - চুৰীয়া পিন্ধোতে কঁকালত খুঁচি সুমুৱা অংশ ।
৭০. খোলোচা - অলপো লুক - ঢাক নথকা ।
৭১. খোঁচাখোঁচি - পৰস্পৰে খোঁচা কাৰ্য ।
৭২. খেৰীঘৰ - খেৰে সজা গৃহ ।
৭৩. খেচাৰত - ক্ষতিপূৰণ ।
৭৪. খ্ৰীষ্ট - খ্ৰীষ্টান ধৰ্মৰ প্পৱৰ্তক যীশুৰ উপাধি ।
৭৫. খোজোতাং - আনৰ ওচৰত হাত পতা ।
৭৬. খুৰীবাটি - খুৰা নথকা বাটি ।
৭৭. খেঁকাৰ - ডিঙিৰ পৰা ওলোৱা এবিধ বিজলুৱা পদাৰ্থ ।
৭৮. খুহুতীয়া - ধেমেলীয়া ।
৭৯. খ্য়াত ( খিয়াতি ) - যশস্য়া ।
৮০. খৰতকীয়া - কামত খৰ , শীঘ্ৰে কৰিব পৰা ।
৮১. খয়- শেষ, সীমা ।
৮২. খৰচীয়া- খৰচি মৰা ।
৮৩. খচ্ মচ্ - মানে শুকান পাতৰ নিচিনা বস্তু লৰিলে হোৱা শব্দ।
৮৪. খচ্ খচ্ - মানে বালি মোহাৰিলে হোৱা নিচিনা শব্দ।
৮৫. খটং - মানে কোনো টান বস্তু ইটোয়ে আনটো খোন্দা মাৰিলে হোৱা শব্দ।
৮৯. খণ্ডিত - মানে যিকোনো এটা বস্তু নষ্ট কৰা।
৯০. খনিকৰ - মানে মাটিৰ মূৰ্ত্তি সাজোতা যন।
৯১. খন্দ- মানে খেতি কৰা এটা বতৰ।
৯২. খন্তক - মানে অলপ বেলি।
৯৩. খচক - মানে গচকা।
৯৪. খদ্যোত - জোনাকী পৰুৱা।
৯৫. খদমদম - মানে সোনকালে।
৯৬. খদাবান - মানে বহল মুখৰ বান বাটি।
৯৭. খনা - মানে আনৰ হাতে খন্দোৱা।
৯৮. খৰ্ - মানে বেগাই যোৱা।
৯৯. খৰগ - মানে গঁড়ৰ শিং
১০০. খবিচ - সম্পূৰ্ণ
১০১. খইৰা- এবিধ বৃক্ষ।
১০২. খচকনি- খচকা কাৰ্য।
১০৩. খখ- জোখতকৈ অধিক লোভ।
১০৪. খণ্ড-বিখণ্ড- গুদা।
১০৫. খাউ তোম- খামতি জনগোষ্ঠীৰ লোকসকলৰ টোপোলা ভাত।
১০৬. খাইচ- অধিক আশা।
১০৭. খাদাং- আচৰিত।
১০৮. খাত- ছিদ্ৰ।
১০৯. খাটকৰি- খটখটি।
১১০. খুঁচুৰীয়াকৈ- কমকৈ।
১১১. খিৰিসা- পগোৱা গাখীৰ।
১১২. খুণ্ডি- হানি।
১১৩. খুণ্ড- খাচি কৰ।
১১৪. খুচি- ইচ্ছা।
১১৫. খুতুৰীয়া শাক- খুতুৰা শাক।
১১৬. খেকট- দাঁত নিকটাই।
১১৭. খউৱাং- কঁকাল।
১১৮. খুৰী- খুৰাৰ পত্নী।
১১৯. খোকনদু- বিমুঢ়।
১২০. খ্ৰীষ্টান্- এটা ধৰ্ম।
১২১. খেলেপাং- সোলোক-ঢোলোক।
১২২. খোজত পৰি মৰ- দুৰ্বল হ।
১২৩. খোলায়- খাটল।
১২৪. খোৰা- ধাতুৰ পাত্ৰ।
১২৫. খাণ্ডা- দা।
১২৬. খাটা- চুটি।
১২৭. খাউ মু চেন- খামতি জনগোষ্ঠীৰ লোকসকলৰ তেলত ভজা পিঠা।
১২৮. খোলা- মুকলি।
১২৯. খোপ- গপ।
১৩০. খ্য়াতি- সৃনাম।
১৩১. খুঁত্- ঘোণ।
১৩২. খুতি'কাঙি- আগত।
১৩৩. খুত্তেই- গামোচা জাতীয় কাপোৰ।
১৩৪. খা-থাং- অধিক তিতা।
১৩৫. খাঃ- কলিষা, নৈ।
১৩৬. খহা- এৰুৱাই তললৈ পেলা।
১৩৭. কান্তা- সময়।
১৩৮. খাদ্য়াভাৱ- খোৱা বস্তুৰ অভাৱ।
১৩৯. খুন্দা মাৰি- খুন্দনাত বস্তু গুড়ি কৰিবৰ কাৰণে ব্য়ৱহাৰ কৰা লোহাৰ মাৰি।
১৪০. খুচুং-মুচুং কৰ- খুচ-মুচ কৰ।
১৪১. খুৰালক- লোৰ কাঁড়।
১৪২. খেখৰু- মাকৈ।
১৪৩. খোকোৰা- অধিককৈ ভগা।
১৪৪. খোজ পৰ- ভৰিৰ চিন ৰ।
১৪৫. খোলা- ওনা।
১৪৬. খ- ব্য়ঞ্জণবৰ্ণৰ দ্বিতীয় আখৰ।
১৪৭. খঁতিৰা- নিৰূপিত সময়।
১৪৮. খহুৱা- খহু-থকা।
১৪৯. খহ্মহা- খৰখৰা।
১৫০. খাদিম- সেৱক।
১৫১. খচ কৰা- খোজ কাঢ়।
১৫২. খাণ্ডাৱ- কাষলৈ অহা।
১৫৩. খাঞ্চি- কাঁহী।
১৫৪. খানা- চকুৰে দেখা নোপোৱা।
১৫৫. খাস্তা- বিকৃত।
১৫৬. খাৰমাছ কৰ- নষ্ট কৰ।
১৫৭. খুচি- সৰু পাচি।
১৫৮. খুধা- ভোক।
১৫৯. খুট্টি- খুৰা।
১৬০. খেনো-মেনো- খেলিমেলি।
১৬১. খেৰি- খেলা।
১৬২. খেজা- চেহেৰা।
১৬৩. খোজগুড়ি- খোজকাঢ়ি।
১৬৪. খোলান- আগচুতাল।
১৬৫. খোপৰা- গৰু থকা ঘৰ।
১৬৬. খ্য়াতনামা- প্ৰসিদ্ধ।
১৬৭. খাটিয়া- সৰু পালেং।
১৬৮. খলি ল- নিতৌ অহা যোৱা কৰ।
১৬৯. খৰখৰিয়া- শোটা।
১৭০. খমাৰ- ব্য়ৱসায় কৰা লোক।
১৭১. খবিচ- সম্পূৰ্ণ।
১৭২. খগাট- গ্ৰহ।
১৭৩. খদা- দেহৰ ছালত চিত্ৰ অংকণ কৰা।
১৭৪. খট- বিশেষ চকুৰ বেমাৰ।
১৭৫. খন্ট- যিয়ে মিছা কথা কয়।
১৭৬. খণ্ডিত্- ছিঙা।
১৭৭. খনিজ- াকৰিক।
১৭৮. খৰয়া- প্ৰাচীন।।
১৭৯. খৰপাত্ৰ- লোহাৰ পাত্ৰ।
১৮০. খঁচা- হুল।
১৮১. খকৰ কৰে- অকস্মাতে।
১৮২. খগম- পক্ষী।
১৮৩. খটক- ওকট।
১৮৪. খন্- খান।
১৮৫. খাউ মু তৌম- খামতি জনগোষ্ঠীৰ লোকসকললৰ পানী পিঠা।
১৮৬.খাতক্- যিয়ে ধাৰ কৰে।
১৮৭. খাব- ক্ষেপণ।
১৮৮. খামি পুতি- সাহসেৰে।
১৮৯. খানি- খনি।
১৯০. খাৰাম- ঢোল।
১৯১. খায়া- খাই।
১৯২, খালা-খালু- মহা-মাহী।
১৯৩. খিয়াতি- যশস্য়া।
১৯৪. খিলাপ- নিয়ম নমনা।
১৯৫. খুৱাঘাত- ভৰিৰ দ্বাৰা মৰা লাথি।
১৯৬. খুৱং- কুকি।
১৯৭. খাৰাপ্- বেয়া।
১৯৮. খাৱৰীয়া- যিয়ে খায়।
১৯৯. খাংচি- থালী।
২০০. খৰ্-খেদা- লৰালৰি।
২০১. খৰচ- ব্য়য়।
২০২. খগৱতী- পৃথিৱী।
২০৩. খ্য়ুং-খাম- খামতি জনগোষ্ঠীৰ লোকসকলৰ আ-অলংকাৰ।
২০৪. খুৰ্পী- মাটি খুচৰিবৰ কাৰণে ব্য়ৱহাৰ কৰা লোহাৰ সঁজুলী।
২০৫.খেখট- তিতা মাত।
২০৬. খোকাফিছা- মাছ ধৰিবৰ কাৰণে ব্য়ৱহাৰ কৰা এবিধ সঁজুলি।
২০৭. খোজ ৰখা- গতি বন্ধ কৰ।
২০৮. খোৰ- লেঙেৰা।
২০৯. খোলাখুলিকৈ- মুকলিকৈ।
২১০. খোৱা- অৰুণাচল প্ৰদেশত থকা স্বল্পজাত জনগোষ্ঠী।
২১১. খাংখু- থুঁতৰি।
২১২. খাউ পং- খামতি জনগোষ্ঠীৰ লোকসকলে প্ৰস্তুত কৰা মুৰি।
২১৩. খৰ্জৰ- খেজুৰি।
২১৪. খলবাট- তপা।
২১৫. খৰ্ব- চোকা।
২১৬. খৰিকা বাৰি- নঙলা মাৰি।
২১৭. খৰসান- চোকা।
২১৮. খহুলা- খহটা।
২১৯. খাট্- উপকাৰ কৰিব বুলি ভাৱি কাৰোবাৰ ওপৰত বিশ্বাস কৰা।
২২০. খাউ মেপ- খামতি জনগোষ্ঠীৰ লোকসকলে প্ৰস্তুত কৰা চিৰা।
২২১. খাইদ- যদি।
২২২. খমটন- কুকি জনগোষ্ঠীৰ মহিলাসকলৈ পিন্ধা এবিধ মেখেলা।
২২৩. খতিয়া- সংগ্ৰহ কৰ।
২২৪. খঁপা- খোপা।
২২৫. খচ্চ- খণ্ডন।
২২৬. খতিখুন- দেহৰ কোনো অংগত থকা বিশেষ ঘা।
২২৭. খৰামিনা- চবকা।
২২৮. খৰি লোৰ- খৰি বোটল।
২২৯. খৰিদ- ক্ৰয় কৰ।
২৩০. খলিহৈ- এবিধ বনৌষধি।
২৩১. খলিহা আমলা- এক প্ৰজাতিৰ ধানৰ নাম।
২৩২. খাখা- তলি উদং।
২৩৩. খাঁহা- খোৱা।
২৩৪. খাদ্য়াভাস- ভাদ্য়ৰ অভ্য়াস।
২৩৫. খান্দ- খান।
২৩৬. খাৰঘৰীয়া- অসমীয়া লোসকলৰ হিন্দু ধৰ্মৰ এটা উপাধি।
২৩৭. খিচ্মিচ্- কিচমিচ।
২৩৮. খুকুৰা- বিয়া নপতা লোক।
২৩৯. খুম- ঠুম্।
২৪০. খেচেৰা- লেতেৰা।
২৪১. খেলুৱাই- খেলত পাৰ্গত লোক।
২৪২. খোদ- নিজে।
২৪৩. খ্ৰি- জোৱাই।
২৪৪. খিচ্- তিৰষ্কাৰ কৰ।
২৪৫. খাখা- সকলো হেৰোৱা।
২৪৬. খৰি- দাগ।
২৪৭. খতিয়ান- হিচাপ।
২৪৮. খপল- কটালে।
২৪৯. খৰ্- সোনকালে।
২৫০. খলুৱা- টেঙৰ।
২৫১. খাঁজকটা- খাপ কটা।
২৫২. খাগ- গড়ৰ খৰ্গ।
২৫৩. খাচ- প্ৰকৃত।
২৫৪. খাৰ্- ছাই-লোণ্।
২৫৫. খাল্- বহল্ গাত।
২৫৬. খিনি- জোখৰ।
২৫৭. খুক মং- খামতি জনগোষ্ঠীৰ লোকসকলৰ ঢেকী।
২৫৮. খুজুনা- খুতৰা।
২৫৯. খুখুন্দা- শুকান।
২৬০. খুৰা- দেউতাৰ বায়েক।
২৬১. খুব্- বহুত।
২৬২. খোঁচ্- বিন্ধ।
২৬৩. খোলক- বৰ্ম।
২৬৪. খ্ৰে খ্ৰে- লাহে লাহে।
২৬৫. খোদাতাল্লা- ভগৱান।
২৬৬. খো- খামতি জনগোষ্ঠীৰ লোকসকলে ব্য়ৱহাৰ কৰা কোৰ।
২৬৭. খেল্না- পুতলা।
২৬৮. খুৱাল- ৰাস নাচোতে কঁকালত পিন্ধা এবিধ কাপোৰ।
২৬৯. খুঁটি খাব পৰা হ- বুজন হ।
২৭০. খিদিৰ- সন্ন্য়াসী।
২৭১. খায়া-দায়া- খাই-বৈ।
২৭২. খাদ্য়সংকট- খাদ্য়ৰ অভাৱৰ সমস্য়া।
২৭৩. খলি- খল।
২৭৪. খশ- খেকাৰ।
২৭৫. খৰলা- যুৱতী।
২৭৬. খঁৰা- অসম্পূৰ্ণ।
২৭৭. খগপতি- বিষ্ণুৰ বাহন।
২৭৮. খচ্লত- অভ্য়াস।
২৭৯. খণ্ডমুণ্ড- মূৰ নথকা।
২৮০. খন খাউ- খামতি জনগোষ্ঠীৰ লোকসকলে আৰাধনা কৰা লখিমি আই।
২৮১. খতম্- শেষ।
২৮২. খপ্ কৰে- হঠাতে।
২৮৩. খবং- কোনো বস্তু পানীত পৰি বা এযোৰ ভোৰতালৰ ফলত উৎপন্ন হোৱা এক অনুকৰণমূলক শব্দ।
২৮৪. খৰতৰ্- অধিক বেগী।
২৮৫. খবৰা- খবৰ।
২৮৬. খৰিদা- কিনা।
২৮৭. খৰ্পৰ- চোৰ।
২৮৮. খলচা- খলিহনা।
২৮৯. খলিহৈ কলা- এবিধ ধান।
২৯০. খাইৰ- বৃহৎ মাছে কণী পৰা ঠাই।
২৯১. খাগৰি- অৰণ্য়ত নিজে নিজেই হোৱা কুঁহিয়াৰৰ দৰে এবিধ তৃণ।
২৯২. খানিতেক- অলপ সময়।
২৯৩. খাম্- খমলা।
২৯৪. খাৰি- দাগ।
২৯৫. খিম- কুকি জনগোষ্ঠীৰ লোকসকলে ডিঙিত পৰিধান কৰা এবিধ অলংকাৰ।
২৯৬. খুঁটিয়া- চিকুটি ধৰি মাৰ।
২৯৭. খুতুৰিয়া- সৰু সৰুকৈ কাট।
২৯৮. খুবলেই- নমস্কাৰ।
২৯৯. খেচ্- অনুক।
৩০০. খেট- নক্ষত্ৰ।
৩০১. খেনি- ইতিকিং।
৩০২. খেৰণি- কেৰ থকা স্থান।
৩০৩. খেৱ- খেও।
৩০৪. খোঁচ্ মাৰ্- জোঙা বস্তুৰ দ্বাৰা আঘাত কৰ।
৩০৫. খোদিত- শিলত অংকিত।
৩০৬. খোলা- খুচুৰা।
৩০৭. খ্ৰামডুবুং- অসমৰ ডিমাচা জনগোষ্ঠীৰ লোকসকলৰ এবুিধ বাদ্য়।
৩০৮. খৌ- মোনা।
৩০৯. খেলুৱৈ-সুলভ- খেলুৱৈৰ নিচিনা।
৩১০. খোৰা- কেৰাহীৰ ঢাকন।
৩১১. খেণ- অতি অলপ সময়।
৩১২. খুম্- দক্ষতা।
৩১৩. খানায়- চুলি।
৩১৪. কাকী- মটিয়া ৰঙৰ।
৩১৫. খৰাং- শুকান।
৩১৬. খৰিয়াল্- কাজিয়া।
৩১৭. খতা- কোছা।
৩১৮. খন- জাৰণ শিলৰ গুড়িৰ দ্বাৰা প্ৰস্তুত কৰা এবিধ ৰেটি।
৩১৯. খনা- কালি।
৩২০. খৰাধুন- সম্পূৰ্ণ নোহোৱা পোছাক।
৩২১. খপৰা- কোনেও গম নোপোৱাকৈ থকা স্থান।
৩২২. খৰ- বাহিৰৰ ইন্দ্ৰিয়।
৩২৩. খৰম্- কাঠৰ পাদুকা।
৩২৪. খৰগ্- গড়ৰ শিং।
৩২৫. খৰুৱা-বেঙেনা- বাৰমাহে হোৱা এবিধ বেঙেনা।
৩২৬. খাছিবা- সৰু।
৩২৭. খাতা- চুটি।
৩২৮. খাদ্য়- আহাৰ।
৩২৯. খাৰা- পীৰাৰ নিচিনা সঁজুলি।
৩৩০. খাৱৈ- দীঘলীয়া খাল।
৩৩১. খাৰুমণি- বিয়াৰ দিনা কইনাক পৰিধান কৰোৱা অলংকাৰ।
৩৩২. খুতুৰীয়া- অলপ মুখ-ভগা।
৩৩৩. খুচি- হানি-খুচি।
৩৩৪. খেও মাৰ- জাল পেলা।
৩৩৫. খোজ ধৰ- যাবৰ কাৰণে কোজ দে।
৩৩৬. খ্য়ুপ- খামতি জনগোষ্ঠীৰ লোকসকলে ব্য়ৱহাৰ কৰা এবিধ চেপেনা।
৩৩৭. কখিয়াট- কপটী।
৩৩৮. খিয়ানত- ক্ষতি।
৩৩৯. খিছা- কাহিনী।
৩৪০. খাঁয়া- নলা।
৩৪১.খলিত্- নিষ্ফল।
৩৪২. খপীয়া- চপনীয়া।
৩৪৩. খছু- খহু।
৩৪৪. খইল্ছা- খলিহনা।
৩৪৫. খঁকা- কাহ।
৩৪৬. কঙৰা- খঙাল।
৩৪৭. খল্লিকা- কেৰাহী।
৩৪৮. খাকতাল- সময় সুবিধা।
৩৪৯. খাটনিয়াৰ্- স্নেহ আৰু বিশ্বাসৰ লোক।
৩৫০. খালৈ- মাছ থবৰ কাৰণে ব্য়ৱহাৰ কৰা এবিধ সঁজুলি।
৩৫১.খিচিৰা- ক্ষীণ।
৩৫২. খপৰা- যিটো কোঠালিত শোৱা হয়।
৩৫৩. খাই মাৰ- আমনি কৰ।
৩৫৪. খৰকৈ- বেগেৰে।
৩৫৫. খড়া- এবিধ শাক।
৩৫৬. খখাৰ- খেকাৰ।
৩৫৭. খলকি- গাঁত।
৩৫৮. খৰিকা বটালি- এবিধ সৰু বটালি।
৩৫৯. খৰ্জু- কেজুৰ।
৩৬০. খসু- খহ।
৩৬১. খালতি- বিয়াৰ আগদিনা কইনাক দৰাঘৰে দিয়া কাপোৰ-কানি, আ-অলংকাৰ দিয়া এটা ৰীতি।
৩৬২. খিৰণি- এবিধ মূল্য়ৱান গছ।
৩৬৩. খেৰা- শহা।
৩৬৪. খোখৰা-মোখোৰা- ভগা-ছিগা।
৩৬৫. খোৱাৰ বোন্দা- অনবৰতে খাও খাও কৰি থকা মানুহ।
৩৬৬. খেমা- ক্ষমা।
৩৬৭. খোৱা-কামোৰা- কাজিয়া।
৩৬৮. খাংৰা- কোনো কঠিন বস্তু কাটিবৰ কাৰমে ব্য়ৱহাৰ কৰা সঁজুলি।
৩৬৯.খুন্দা খা- গৈ থকা অৱস্থাত কোনো বস্তু বা মানুহৰ শৰীৰত জোৰেৰে লাগ।
৩৭০. খেক্-শিয়াল্- সৰু শিয়াল্।
৩৭১. খুল্লু- খলনায়ক।
৩৭২. খাউ মু তেক- খামতি জনগোষ্ঠীৰ লোকসকলৰ হেঁচা পিঠা।
৩৭৪. খৰবৰ- লাগ।
৩৭৫. খচ্কে- সোনকালে।
৩৭৬. খট্কা- সন্দেহ।
৩৭৭. খৰখে্দা কৰ- লৰালৰি কৰ।
৩৭৮. খাদুক- যিয়ে আনৰ হিংসা বা অনিষ্ট কৰে।
৩৭৯. খামাৰ- মৰণা মৰা স্থান।
৩৮০. খাব্টা- খাটুৱা।
৩৮১.খাৱৈ- সীৰলু।
৩৮২. খুনী- হত্য়াকাৰী।
৩৮৩. খেংপি- বৃক্ষ।
৩৮৪. খুৱং- কুকি জনগোষ্ঠীৰ লোকসকলৰ ঢোল।
৩৮৫. খুমাৱা- ধ্বংস।
৩৮৬. খেৰী- খেৰৰ দ্বাৰা নিৰ্মাণিত।
৩৮৭. খেতো- কোনো।
৩৮৮. খেটিতাল- বৈটালিক।
৩৮৯. খোজ থ- উপস্থিত হ।
৩৯০. খোলকী- এটা জন্তুৰ গধুৰ খোলা।
৩৯১. খোছা- টাংছা জনগোষ্ঠীৰ মহিলাসকলৰ এবিধ কাপোৰ।
৩৯২. খেয়- দলং।
৩৯৩. খেইয়া- খাই।
৩৯৪. খুড়া- দেউতাৰ ভায়েক।
৩৯৫. খুংগাহ- ক'লা বৰণৰ ঘোঁৰা।
৩৯৬. খালে-বামে- যি তি ঠাইতে।
৩৯৭. খিলি- চিট্কানি।
৩৯৮. খিদ্ৰ- বেমাৰ।
৩৯৯. খামাৰ- খাত।
৪০০. খালি- মাথোন।
২. খৰধৰকৈ - বেগাই, ততাতৈয়াকৈ।
৩. খঁৰাশিয়াল - নেজকটা বা নামমাত্ৰ নেজ থকা শিয়াল।
৪. খেতি-বাতি - খেতিকাৰা, কৃষি কৰ্ম।
৫. খেতিয়ক - খেতিকৰা লোক, কৃষক।
৬. খুঁত - ছিদ্ৰ।
৭. খোলা - কোনো কোমল বস্ত্ত বেৰি ৰখা ঠান আৱনৰ।
৮. খৰা- ৰ'দ।
৯. খ্যাতিসম্পন্ন - যশস্যাযুক্ত,বিখ্যাত।
১০. খাওন্দ - বিশেষ উপাধি।
১১. খৰপোচ - বেগেৰে ।
১২. কাচি - এবিধ কুহিঁয়াৰ নিচিনা উদ্ভিদ ।
১৩. খৰিকাঁজাই - এবিধ বগা ৰঙৰ সুঁগন্ধিযুক্ত ফুল ।
১৪. খৰালী - ঠাণ্ডাৰ দিন ।
১৫. খতম - শেষ ।
১৬. খঙীয়া - খঙাল ।
১৭. খৰচ - ব্যয় ।
১৮. খহতা - মসৃম নোহোৱা ।
১৯. খতি - অনুপষ্ঠিতি ।
২০. খচক - ভৰিৰে গচকা ।
২১. খৰাহী - বাঁহৰ কাঠীৰ সৰু যতন ।
২২. খটকটি - চিৰি ।
২৩. খাজনা - মাটিৰ কৰ ।
২৪. খাটনিয়াৰ - বিশেষ উপাধি ।
২৫. খঁৰানকা - চুট নাকৰ ।
২৬. খণ্ডপুচ্ছ - খঁৰা নেজ থকা ।
২৭. খবৰ - খাতি - খবৰ - বাতৰি ।
২৮. খচ্চৰ - ঘোঁৰা আৰু গাধৰ মিলনত যাৰ জন্ম হয় ।
২৯. খুঁটি - সৰু সৰু চাপৰ খুঁটা ।
৩০. খুতৰা - খুতুৰা ।
৩১. খিচিৰি - চাউল
৩২. খুঁত - ক্ৰুতি ।
৩৩. খাৰমি - খাৰ ছেকি উলিওৱা পানী ।
৩৪. খাঁটি - ভেঁজাল নোহোৱা ।
৩৫. খাদী - খদ্দৰ ।
৩৬. খাৰলি - বটা সৰিয়হৰ লোণ ।
৩৭. খুটি - নাটী - সৰু - সুৰা দোষ ।
৩৮. খৰণিচটা - খাৰণি ছেকাৰ পাছৰ ছাইৰ ছপৰা ।
৩৯. খামুচি - খামুচ মাৰি ধৰা ।
৪০. খামুচীয়া - লাহী ।
৫০. খাদ্যভ্যাস - খাদ্যৰ তালিকা ।
৫১. খীৰতী - গাখীৰ দিয়া ।
৫২. খুচ - সুখী ।
৫৩. খুঁটা - থিয়কৈ পোতা কাঠ ।
৫৪. খামতি - বিশেষ জনজাতি ।
৫৫. খাৰঘুলি - আহোৰ ৰজাৰ দিনৰ দুৰ্গম ঠাইত থকা খাৰ - বাৰুদৰ ৫৬. ভাণ্ডাৰ ।
৫৭. খাটনি - প্ৰাৰ্থনা ।
৫৮. খাটোতা - কাটনি ধৰোতা ।
৫৯. খাটাং - নিশ্চিত ।
৬০. খাতিৰ - অনুৰোধ ।
৬১. খুব - বৰকৈ ।
৬২. খেৰ - কুটা - খেৰ ।
৬৩. খুটিতাল - মাজৰ খোল অংশ নথকা ইবিধ তাল ।
৬৪. খ্যাতিমন্ত - ধন - সম্পদ থকা ।
৬৫. খোজনীয়া - মাগি খাওতা ।
৬৬. খোতালি - কোঠা।
৬৭. খুলখালী - পত্নীৰ ভ্ৰাতৃ ।
৬৮. খুপৰি - মূৰ ।
৬৯. খোঁচনি - চুৰীয়া পিন্ধোতে কঁকালত খুঁচি সুমুৱা অংশ ।
৭০. খোলোচা - অলপো লুক - ঢাক নথকা ।
৭১. খোঁচাখোঁচি - পৰস্পৰে খোঁচা কাৰ্য ।
৭২. খেৰীঘৰ - খেৰে সজা গৃহ ।
৭৩. খেচাৰত - ক্ষতিপূৰণ ।
৭৪. খ্ৰীষ্ট - খ্ৰীষ্টান ধৰ্মৰ প্পৱৰ্তক যীশুৰ উপাধি ।
৭৫. খোজোতাং - আনৰ ওচৰত হাত পতা ।
৭৬. খুৰীবাটি - খুৰা নথকা বাটি ।
৭৭. খেঁকাৰ - ডিঙিৰ পৰা ওলোৱা এবিধ বিজলুৱা পদাৰ্থ ।
৭৮. খুহুতীয়া - ধেমেলীয়া ।
৭৯. খ্য়াত ( খিয়াতি ) - যশস্য়া ।
৮০. খৰতকীয়া - কামত খৰ , শীঘ্ৰে কৰিব পৰা ।
৮১. খয়- শেষ, সীমা ।
৮২. খৰচীয়া- খৰচি মৰা ।
৮৩. খচ্ মচ্ - মানে শুকান পাতৰ নিচিনা বস্তু লৰিলে হোৱা শব্দ।
৮৪. খচ্ খচ্ - মানে বালি মোহাৰিলে হোৱা নিচিনা শব্দ।
৮৫. খটং - মানে কোনো টান বস্তু ইটোয়ে আনটো খোন্দা মাৰিলে হোৱা শব্দ।
৮৯. খণ্ডিত - মানে যিকোনো এটা বস্তু নষ্ট কৰা।
৯০. খনিকৰ - মানে মাটিৰ মূৰ্ত্তি সাজোতা যন।
৯১. খন্দ- মানে খেতি কৰা এটা বতৰ।
৯২. খন্তক - মানে অলপ বেলি।
৯৩. খচক - মানে গচকা।
৯৪. খদ্যোত - জোনাকী পৰুৱা।
৯৫. খদমদম - মানে সোনকালে।
৯৬. খদাবান - মানে বহল মুখৰ বান বাটি।
৯৭. খনা - মানে আনৰ হাতে খন্দোৱা।
৯৮. খৰ্ - মানে বেগাই যোৱা।
৯৯. খৰগ - মানে গঁড়ৰ শিং
১০০. খবিচ - সম্পূৰ্ণ
১০১. খইৰা- এবিধ বৃক্ষ।
১০২. খচকনি- খচকা কাৰ্য।
১০৩. খখ- জোখতকৈ অধিক লোভ।
১০৪. খণ্ড-বিখণ্ড- গুদা।
১০৫. খাউ তোম- খামতি জনগোষ্ঠীৰ লোকসকলৰ টোপোলা ভাত।
১০৬. খাইচ- অধিক আশা।
১০৭. খাদাং- আচৰিত।
১০৮. খাত- ছিদ্ৰ।
১০৯. খাটকৰি- খটখটি।
১১০. খুঁচুৰীয়াকৈ- কমকৈ।
১১১. খিৰিসা- পগোৱা গাখীৰ।
১১২. খুণ্ডি- হানি।
১১৩. খুণ্ড- খাচি কৰ।
১১৪. খুচি- ইচ্ছা।
১১৫. খুতুৰীয়া শাক- খুতুৰা শাক।
১১৬. খেকট- দাঁত নিকটাই।
১১৭. খউৱাং- কঁকাল।
১১৮. খুৰী- খুৰাৰ পত্নী।
১১৯. খোকনদু- বিমুঢ়।
১২০. খ্ৰীষ্টান্- এটা ধৰ্ম।
১২১. খেলেপাং- সোলোক-ঢোলোক।
১২২. খোজত পৰি মৰ- দুৰ্বল হ।
১২৩. খোলায়- খাটল।
১২৪. খোৰা- ধাতুৰ পাত্ৰ।
১২৫. খাণ্ডা- দা।
১২৬. খাটা- চুটি।
১২৭. খাউ মু চেন- খামতি জনগোষ্ঠীৰ লোকসকলৰ তেলত ভজা পিঠা।
১২৮. খোলা- মুকলি।
১২৯. খোপ- গপ।
১৩০. খ্য়াতি- সৃনাম।
১৩১. খুঁত্- ঘোণ।
১৩২. খুতি'কাঙি- আগত।
১৩৩. খুত্তেই- গামোচা জাতীয় কাপোৰ।
১৩৪. খা-থাং- অধিক তিতা।
১৩৫. খাঃ- কলিষা, নৈ।
১৩৬. খহা- এৰুৱাই তললৈ পেলা।
১৩৭. কান্তা- সময়।
১৩৮. খাদ্য়াভাৱ- খোৱা বস্তুৰ অভাৱ।
১৩৯. খুন্দা মাৰি- খুন্দনাত বস্তু গুড়ি কৰিবৰ কাৰণে ব্য়ৱহাৰ কৰা লোহাৰ মাৰি।
১৪০. খুচুং-মুচুং কৰ- খুচ-মুচ কৰ।
১৪১. খুৰালক- লোৰ কাঁড়।
১৪২. খেখৰু- মাকৈ।
১৪৩. খোকোৰা- অধিককৈ ভগা।
১৪৪. খোজ পৰ- ভৰিৰ চিন ৰ।
১৪৫. খোলা- ওনা।
১৪৬. খ- ব্য়ঞ্জণবৰ্ণৰ দ্বিতীয় আখৰ।
১৪৭. খঁতিৰা- নিৰূপিত সময়।
১৪৮. খহুৱা- খহু-থকা।
১৪৯. খহ্মহা- খৰখৰা।
১৫০. খাদিম- সেৱক।
১৫১. খচ কৰা- খোজ কাঢ়।
১৫২. খাণ্ডাৱ- কাষলৈ অহা।
১৫৩. খাঞ্চি- কাঁহী।
১৫৪. খানা- চকুৰে দেখা নোপোৱা।
১৫৫. খাস্তা- বিকৃত।
১৫৬. খাৰমাছ কৰ- নষ্ট কৰ।
১৫৭. খুচি- সৰু পাচি।
১৫৮. খুধা- ভোক।
১৫৯. খুট্টি- খুৰা।
১৬০. খেনো-মেনো- খেলিমেলি।
১৬১. খেৰি- খেলা।
১৬২. খেজা- চেহেৰা।
১৬৩. খোজগুড়ি- খোজকাঢ়ি।
১৬৪. খোলান- আগচুতাল।
১৬৫. খোপৰা- গৰু থকা ঘৰ।
১৬৬. খ্য়াতনামা- প্ৰসিদ্ধ।
১৬৭. খাটিয়া- সৰু পালেং।
১৬৮. খলি ল- নিতৌ অহা যোৱা কৰ।
১৬৯. খৰখৰিয়া- শোটা।
১৭০. খমাৰ- ব্য়ৱসায় কৰা লোক।
১৭১. খবিচ- সম্পূৰ্ণ।
১৭২. খগাট- গ্ৰহ।
১৭৩. খদা- দেহৰ ছালত চিত্ৰ অংকণ কৰা।
১৭৪. খট- বিশেষ চকুৰ বেমাৰ।
১৭৫. খন্ট- যিয়ে মিছা কথা কয়।
১৭৬. খণ্ডিত্- ছিঙা।
১৭৭. খনিজ- াকৰিক।
১৭৮. খৰয়া- প্ৰাচীন।।
১৭৯. খৰপাত্ৰ- লোহাৰ পাত্ৰ।
১৮০. খঁচা- হুল।
১৮১. খকৰ কৰে- অকস্মাতে।
১৮২. খগম- পক্ষী।
১৮৩. খটক- ওকট।
১৮৪. খন্- খান।
১৮৫. খাউ মু তৌম- খামতি জনগোষ্ঠীৰ লোকসকললৰ পানী পিঠা।
১৮৬.খাতক্- যিয়ে ধাৰ কৰে।
১৮৭. খাব- ক্ষেপণ।
১৮৮. খামি পুতি- সাহসেৰে।
১৮৯. খানি- খনি।
১৯০. খাৰাম- ঢোল।
১৯১. খায়া- খাই।
১৯২, খালা-খালু- মহা-মাহী।
১৯৩. খিয়াতি- যশস্য়া।
১৯৪. খিলাপ- নিয়ম নমনা।
১৯৫. খুৱাঘাত- ভৰিৰ দ্বাৰা মৰা লাথি।
১৯৬. খুৱং- কুকি।
১৯৭. খাৰাপ্- বেয়া।
১৯৮. খাৱৰীয়া- যিয়ে খায়।
১৯৯. খাংচি- থালী।
২০০. খৰ্-খেদা- লৰালৰি।
২০১. খৰচ- ব্য়য়।
২০২. খগৱতী- পৃথিৱী।
২০৩. খ্য়ুং-খাম- খামতি জনগোষ্ঠীৰ লোকসকলৰ আ-অলংকাৰ।
২০৪. খুৰ্পী- মাটি খুচৰিবৰ কাৰণে ব্য়ৱহাৰ কৰা লোহাৰ সঁজুলী।
২০৫.খেখট- তিতা মাত।
২০৬. খোকাফিছা- মাছ ধৰিবৰ কাৰণে ব্য়ৱহাৰ কৰা এবিধ সঁজুলি।
২০৭. খোজ ৰখা- গতি বন্ধ কৰ।
২০৮. খোৰ- লেঙেৰা।
২০৯. খোলাখুলিকৈ- মুকলিকৈ।
২১০. খোৱা- অৰুণাচল প্ৰদেশত থকা স্বল্পজাত জনগোষ্ঠী।
২১১. খাংখু- থুঁতৰি।
২১২. খাউ পং- খামতি জনগোষ্ঠীৰ লোকসকলে প্ৰস্তুত কৰা মুৰি।
২১৩. খৰ্জৰ- খেজুৰি।
২১৪. খলবাট- তপা।
২১৫. খৰ্ব- চোকা।
২১৬. খৰিকা বাৰি- নঙলা মাৰি।
২১৭. খৰসান- চোকা।
২১৮. খহুলা- খহটা।
২১৯. খাট্- উপকাৰ কৰিব বুলি ভাৱি কাৰোবাৰ ওপৰত বিশ্বাস কৰা।
২২০. খাউ মেপ- খামতি জনগোষ্ঠীৰ লোকসকলে প্ৰস্তুত কৰা চিৰা।
২২১. খাইদ- যদি।
২২২. খমটন- কুকি জনগোষ্ঠীৰ মহিলাসকলৈ পিন্ধা এবিধ মেখেলা।
২২৩. খতিয়া- সংগ্ৰহ কৰ।
২২৪. খঁপা- খোপা।
২২৫. খচ্চ- খণ্ডন।
২২৬. খতিখুন- দেহৰ কোনো অংগত থকা বিশেষ ঘা।
২২৭. খৰামিনা- চবকা।
২২৮. খৰি লোৰ- খৰি বোটল।
২২৯. খৰিদ- ক্ৰয় কৰ।
২৩০. খলিহৈ- এবিধ বনৌষধি।
২৩১. খলিহা আমলা- এক প্ৰজাতিৰ ধানৰ নাম।
২৩২. খাখা- তলি উদং।
২৩৩. খাঁহা- খোৱা।
২৩৪. খাদ্য়াভাস- ভাদ্য়ৰ অভ্য়াস।
২৩৫. খান্দ- খান।
২৩৬. খাৰঘৰীয়া- অসমীয়া লোসকলৰ হিন্দু ধৰ্মৰ এটা উপাধি।
২৩৭. খিচ্মিচ্- কিচমিচ।
২৩৮. খুকুৰা- বিয়া নপতা লোক।
২৩৯. খুম- ঠুম্।
২৪০. খেচেৰা- লেতেৰা।
২৪১. খেলুৱাই- খেলত পাৰ্গত লোক।
২৪২. খোদ- নিজে।
২৪৩. খ্ৰি- জোৱাই।
২৪৪. খিচ্- তিৰষ্কাৰ কৰ।
২৪৫. খাখা- সকলো হেৰোৱা।
২৪৬. খৰি- দাগ।
২৪৭. খতিয়ান- হিচাপ।
২৪৮. খপল- কটালে।
২৪৯. খৰ্- সোনকালে।
২৫০. খলুৱা- টেঙৰ।
২৫১. খাঁজকটা- খাপ কটা।
২৫২. খাগ- গড়ৰ খৰ্গ।
২৫৩. খাচ- প্ৰকৃত।
২৫৪. খাৰ্- ছাই-লোণ্।
২৫৫. খাল্- বহল্ গাত।
২৫৬. খিনি- জোখৰ।
২৫৭. খুক মং- খামতি জনগোষ্ঠীৰ লোকসকলৰ ঢেকী।
২৫৮. খুজুনা- খুতৰা।
২৫৯. খুখুন্দা- শুকান।
২৬০. খুৰা- দেউতাৰ বায়েক।
২৬১. খুব্- বহুত।
২৬২. খোঁচ্- বিন্ধ।
২৬৩. খোলক- বৰ্ম।
২৬৪. খ্ৰে খ্ৰে- লাহে লাহে।
২৬৫. খোদাতাল্লা- ভগৱান।
২৬৬. খো- খামতি জনগোষ্ঠীৰ লোকসকলে ব্য়ৱহাৰ কৰা কোৰ।
২৬৭. খেল্না- পুতলা।
২৬৮. খুৱাল- ৰাস নাচোতে কঁকালত পিন্ধা এবিধ কাপোৰ।
২৬৯. খুঁটি খাব পৰা হ- বুজন হ।
২৭০. খিদিৰ- সন্ন্য়াসী।
২৭১. খায়া-দায়া- খাই-বৈ।
২৭২. খাদ্য়সংকট- খাদ্য়ৰ অভাৱৰ সমস্য়া।
২৭৩. খলি- খল।
২৭৪. খশ- খেকাৰ।
২৭৫. খৰলা- যুৱতী।
২৭৬. খঁৰা- অসম্পূৰ্ণ।
২৭৭. খগপতি- বিষ্ণুৰ বাহন।
২৭৮. খচ্লত- অভ্য়াস।
২৭৯. খণ্ডমুণ্ড- মূৰ নথকা।
২৮০. খন খাউ- খামতি জনগোষ্ঠীৰ লোকসকলে আৰাধনা কৰা লখিমি আই।
২৮১. খতম্- শেষ।
২৮২. খপ্ কৰে- হঠাতে।
২৮৩. খবং- কোনো বস্তু পানীত পৰি বা এযোৰ ভোৰতালৰ ফলত উৎপন্ন হোৱা এক অনুকৰণমূলক শব্দ।
২৮৪. খৰতৰ্- অধিক বেগী।
২৮৫. খবৰা- খবৰ।
২৮৬. খৰিদা- কিনা।
২৮৭. খৰ্পৰ- চোৰ।
২৮৮. খলচা- খলিহনা।
২৮৯. খলিহৈ কলা- এবিধ ধান।
২৯০. খাইৰ- বৃহৎ মাছে কণী পৰা ঠাই।
২৯১. খাগৰি- অৰণ্য়ত নিজে নিজেই হোৱা কুঁহিয়াৰৰ দৰে এবিধ তৃণ।
২৯২. খানিতেক- অলপ সময়।
২৯৩. খাম্- খমলা।
২৯৪. খাৰি- দাগ।
২৯৫. খিম- কুকি জনগোষ্ঠীৰ লোকসকলে ডিঙিত পৰিধান কৰা এবিধ অলংকাৰ।
২৯৬. খুঁটিয়া- চিকুটি ধৰি মাৰ।
২৯৭. খুতুৰিয়া- সৰু সৰুকৈ কাট।
২৯৮. খুবলেই- নমস্কাৰ।
২৯৯. খেচ্- অনুক।
৩০০. খেট- নক্ষত্ৰ।
৩০১. খেনি- ইতিকিং।
৩০২. খেৰণি- কেৰ থকা স্থান।
৩০৩. খেৱ- খেও।
৩০৪. খোঁচ্ মাৰ্- জোঙা বস্তুৰ দ্বাৰা আঘাত কৰ।
৩০৫. খোদিত- শিলত অংকিত।
৩০৬. খোলা- খুচুৰা।
৩০৭. খ্ৰামডুবুং- অসমৰ ডিমাচা জনগোষ্ঠীৰ লোকসকলৰ এবুিধ বাদ্য়।
৩০৮. খৌ- মোনা।
৩০৯. খেলুৱৈ-সুলভ- খেলুৱৈৰ নিচিনা।
৩১০. খোৰা- কেৰাহীৰ ঢাকন।
৩১১. খেণ- অতি অলপ সময়।
৩১২. খুম্- দক্ষতা।
৩১৩. খানায়- চুলি।
৩১৪. কাকী- মটিয়া ৰঙৰ।
৩১৫. খৰাং- শুকান।
৩১৬. খৰিয়াল্- কাজিয়া।
৩১৭. খতা- কোছা।
৩১৮. খন- জাৰণ শিলৰ গুড়িৰ দ্বাৰা প্ৰস্তুত কৰা এবিধ ৰেটি।
৩১৯. খনা- কালি।
৩২০. খৰাধুন- সম্পূৰ্ণ নোহোৱা পোছাক।
৩২১. খপৰা- কোনেও গম নোপোৱাকৈ থকা স্থান।
৩২২. খৰ- বাহিৰৰ ইন্দ্ৰিয়।
৩২৩. খৰম্- কাঠৰ পাদুকা।
৩২৪. খৰগ্- গড়ৰ শিং।
৩২৫. খৰুৱা-বেঙেনা- বাৰমাহে হোৱা এবিধ বেঙেনা।
৩২৬. খাছিবা- সৰু।
৩২৭. খাতা- চুটি।
৩২৮. খাদ্য়- আহাৰ।
৩২৯. খাৰা- পীৰাৰ নিচিনা সঁজুলি।
৩৩০. খাৱৈ- দীঘলীয়া খাল।
৩৩১. খাৰুমণি- বিয়াৰ দিনা কইনাক পৰিধান কৰোৱা অলংকাৰ।
৩৩২. খুতুৰীয়া- অলপ মুখ-ভগা।
৩৩৩. খুচি- হানি-খুচি।
৩৩৪. খেও মাৰ- জাল পেলা।
৩৩৫. খোজ ধৰ- যাবৰ কাৰণে কোজ দে।
৩৩৬. খ্য়ুপ- খামতি জনগোষ্ঠীৰ লোকসকলে ব্য়ৱহাৰ কৰা এবিধ চেপেনা।
৩৩৭. কখিয়াট- কপটী।
৩৩৮. খিয়ানত- ক্ষতি।
৩৩৯. খিছা- কাহিনী।
৩৪০. খাঁয়া- নলা।
৩৪১.খলিত্- নিষ্ফল।
৩৪২. খপীয়া- চপনীয়া।
৩৪৩. খছু- খহু।
৩৪৪. খইল্ছা- খলিহনা।
৩৪৫. খঁকা- কাহ।
৩৪৬. কঙৰা- খঙাল।
৩৪৭. খল্লিকা- কেৰাহী।
৩৪৮. খাকতাল- সময় সুবিধা।
৩৪৯. খাটনিয়াৰ্- স্নেহ আৰু বিশ্বাসৰ লোক।
৩৫০. খালৈ- মাছ থবৰ কাৰণে ব্য়ৱহাৰ কৰা এবিধ সঁজুলি।
৩৫১.খিচিৰা- ক্ষীণ।
৩৫২. খপৰা- যিটো কোঠালিত শোৱা হয়।
৩৫৩. খাই মাৰ- আমনি কৰ।
৩৫৪. খৰকৈ- বেগেৰে।
৩৫৫. খড়া- এবিধ শাক।
৩৫৬. খখাৰ- খেকাৰ।
৩৫৭. খলকি- গাঁত।
৩৫৮. খৰিকা বটালি- এবিধ সৰু বটালি।
৩৫৯. খৰ্জু- কেজুৰ।
৩৬০. খসু- খহ।
৩৬১. খালতি- বিয়াৰ আগদিনা কইনাক দৰাঘৰে দিয়া কাপোৰ-কানি, আ-অলংকাৰ দিয়া এটা ৰীতি।
৩৬২. খিৰণি- এবিধ মূল্য়ৱান গছ।
৩৬৩. খেৰা- শহা।
৩৬৪. খোখৰা-মোখোৰা- ভগা-ছিগা।
৩৬৫. খোৱাৰ বোন্দা- অনবৰতে খাও খাও কৰি থকা মানুহ।
৩৬৬. খেমা- ক্ষমা।
৩৬৭. খোৱা-কামোৰা- কাজিয়া।
৩৬৮. খাংৰা- কোনো কঠিন বস্তু কাটিবৰ কাৰমে ব্য়ৱহাৰ কৰা সঁজুলি।
৩৬৯.খুন্দা খা- গৈ থকা অৱস্থাত কোনো বস্তু বা মানুহৰ শৰীৰত জোৰেৰে লাগ।
৩৭০. খেক্-শিয়াল্- সৰু শিয়াল্।
৩৭১. খুল্লু- খলনায়ক।
৩৭২. খাউ মু তেক- খামতি জনগোষ্ঠীৰ লোকসকলৰ হেঁচা পিঠা।
৩৭৪. খৰবৰ- লাগ।
৩৭৫. খচ্কে- সোনকালে।
৩৭৬. খট্কা- সন্দেহ।
৩৭৭. খৰখে্দা কৰ- লৰালৰি কৰ।
৩৭৮. খাদুক- যিয়ে আনৰ হিংসা বা অনিষ্ট কৰে।
৩৭৯. খামাৰ- মৰণা মৰা স্থান।
৩৮০. খাব্টা- খাটুৱা।
৩৮১.খাৱৈ- সীৰলু।
৩৮২. খুনী- হত্য়াকাৰী।
৩৮৩. খেংপি- বৃক্ষ।
৩৮৪. খুৱং- কুকি জনগোষ্ঠীৰ লোকসকলৰ ঢোল।
৩৮৫. খুমাৱা- ধ্বংস।
৩৮৬. খেৰী- খেৰৰ দ্বাৰা নিৰ্মাণিত।
৩৮৭. খেতো- কোনো।
৩৮৮. খেটিতাল- বৈটালিক।
৩৮৯. খোজ থ- উপস্থিত হ।
৩৯০. খোলকী- এটা জন্তুৰ গধুৰ খোলা।
৩৯১. খোছা- টাংছা জনগোষ্ঠীৰ মহিলাসকলৰ এবিধ কাপোৰ।
৩৯২. খেয়- দলং।
৩৯৩. খেইয়া- খাই।
৩৯৪. খুড়া- দেউতাৰ ভায়েক।
৩৯৫. খুংগাহ- ক'লা বৰণৰ ঘোঁৰা।
৩৯৬. খালে-বামে- যি তি ঠাইতে।
৩৯৭. খিলি- চিট্কানি।
৩৯৮. খিদ্ৰ- বেমাৰ।
৩৯৯. খামাৰ- খাত।
৪০০. খালি- মাথোন।
৪০১. খাৰণী- খাৰৰ
পানী।
৪০২. খুদ্ৰ- সৰু।
৪০৩. খুজেৰ- ওঁঠ।
৪০৪. খেতেতেয়
হুট- এবিধ সৰু চৰাই।
৪০৫. খোৱা-বোৱা-
ভোজন-পাত।
৪০৬. খাদ- সোণ আৰু ৰূপৰ সৈতে মিহলি ধাতু।
৪০৭. খালাচ দে-
দোষমুক্ত কৰ।
৪০৮. খাৰঝিলিকা-
বিজুলী।
৪০৯. খে- ডাঙৰ।
৪১০. খোজ্- মাগ্।
৪১১. খোৰ- সৰু
গাঁত।
৪১২. খ্য়াতাপন্ন-
প্ৰসিদ্ধ।
৪১৩. খুলুকামলি-
প্ৰাচীন দিনত ব্য়ৱহাৰ হোৱা বিশেষ নোমাল কাপোৰ।
৪১৪. খাৱলা- খোল।
৪১৫. খাদা-
মাটিৰে নিৰ্মাণৰ কৰা ঘূৰণীয়া গামলা।
৪১৬. খন্তেকীয়া
ভোজ খাওঁতা নাই- উলাহ-মালহেৰে আয়োজন হোৱা কিন্তু অকস্মাতে কোনো দুৰ্ঘটনা হোৱাৰ
বাবে নষ্ট হ'ব পৰা কোনো
সামগ্ৰী বা কৰ্ম।
৪১৭. খং- পাৱ।
৪১৮. খণ্ডপাল-
মিঠাই বিক্ৰী কৰা লোক।
৪১৯. খট্টাক-
সুক্ষ্ম চালপীৰা।
৪২০. খঞ্জৰ্- সৰু
তৰোৱাল।
৪২১. খন তাউ-
খামতি জনগোষ্ঠীৰ লোকসকলে ব্য়ৱহাৰ কৰা লাঠি।
৪২২. খৰচি-
সকলোবোৰ আটি-গুৰি মাৰি।
৪২৩. খল্ খল্-
এটা অনুকৰণমূলক
সেইটো প্ৰকাশ
কৰিবলৈ ব্যৱহৃত শব্দ উত্তেজিত পানী বা ডাঙৰ হাঁহিৰ।
৪২৪. খাউখেৰেং-
এবিধ তৃণ।
৪২৫. খাতি- শুভ
কৰ্মৰ কাৰণে দিন নিৰ্বাচন কৰা।
৪২৬. খাৱন্-
খাদ্য়।
৪২৭.
খুঁট্-খুঁট্কৈ- সৰু সৰুকৈ কিন্তু মাজে সময়ে।
৪২৮. খুদ-মুদি-
খাবৰ কাৰণে কৰা ইচ্ছা।
৪২৯. খুজীয়া-
খুজৰ দৰে।
৪৩০. খেক্খেকনি-
বান্দৰৰ মাত।
৪৩১. খুৱং- মাৰ
সমাজত চলি থকা এবিধ ঢোল।
৪৩২. খেৰৰ খণী
যেন হোৱা- শুকাই-খীণাই নাইকিয়া হৈ যোৱা লোক।
৪৩৩. খোকৰ্- বৰকৈ
ভাগ্।
৪৩৪. খোজনীয়াৰ-
মগনিয়াৰ।
৪৩৬. খেদেলা-
লেতেৰা লোক।
৪৩৭. খুচুৰাকৈ-
তাকৰীয়াকৈ।
৪৩৮.
খাৱলা-খাৱলি- ওখ-চাপৰ।
৪৩৯. খিলত-
অনুৰ্বৰ।
৪৪০. খুচ্বু- ভাল
গোন্ধ।
৪৪১. খুত্-
কাটল্।
৪৪২. খোলা-উলিয়া-
ধ্বংস কৰ।
৪৪৩. খৌখৌ কৰে-
বেগাই বৈ।
৪৪৪. খুলুকা মলি-
এবিধ নোম থকা কাপোৰ।
৪৪৫. কেৰ্-
উলূবন্।
৪৪৬. খেতি-বাতি-
কৃষি-কৰ্ম।
৪৪৭. খোজন্-
প্ৰাৰ্থনা।
৪৪৮. খ্ৰীষ্টীয়-
খ্ৰীষ্টীয়ান ধৰ্ম সম্বন্ধীয়।
৪৪৯. খেঁজালনি-
প্ৰশংসা কৰাৰ ছলেৰে কৰা ঠাট্টা।
৪৫০. খাৱা-
অৰুণাচল প্ৰদেশত বসবাস কৰা এক জনগোষ্ঠী।
৪৫১. খাৰাবী-
ক্ষতি।
৪৫২. খুল- গাওঁ।
৪৫৩. খোজ চলা-
ধীৰে ধীৰে ফুৰ।
৪৫৪. খুজি-
মেইতেই জনগোষ্ঠীৰ লোকসকলে পৰিধান কৰা খাৰু।
৪৫৫. কাদ্য় মান-
খাদ্য়ৰ গুণমান।
৪৫৬. কাছ- অকল।
৪৫৭. খাং- সৰু
তোম।
৪৫৮. খৰখৰণি-
শুকান পাত লৰিলে হোৱা শব্দ।
৪৫৯. খনিজ
পদাৰ্থ- খনিৰ পৰা ওলোৱা সামগ্ৰী।
৪৬০. খগাধিপ-
গড়ুৰ।
৪৬১. খ'ক- বোকোচাত কেঁচুৱা লোৱা কাৰ্য।
৪৬২. খন্দিয়া-
এনেছা এনেছা কৰি বান্ধ।
৪৬৩. খক-ঙো- গৰু
ৰখা স্থান।
৪৬৪. খকামিনী-
দুৰ্গা।
৪৬৫. খতি- ভেঁটি।
৪৬৬. খনি- আকৰ।
৪৬৭. খন্ট-
দুৰ্দান্ত।
৪৬৮. খচৰা-
আঁচনি।
৪৬৯. খন্দা-ছিগা-
পৃথক কৰা।
৪৭০. খৰিভাৰী-
খৰি ভাৰ বৈ নিয়া মানুহ।
৪৭১. খলপাখলপি-
জাপজাপ।
৪৭২. খহুলা
ভেঁকুলী- চুক ভেঁকুলী।
৪৭৩. কান্দি-
সূতাৰ নেছা।
৪৭৪. খু- মুখ।
৪৭৫. খণ্ডন- গধুৰ
বস্তুৰে জোৰ দিয়া কাৰ্য।
৪৭৬. খেৰাজ্-
ৰাজহ।
৪৭৭. খুতৰা- এবিধ
শাক।
৪৭৮. খাৰে খোৱা-
দাঁত হোৱা বিশেষ বেমাৰ।
৪৭৯. খাম-পালি-
খামতি জনগোষ্ঠীৰ লোকসকলৰ এবিধ বনগীত।
৪৮০. খাড়া- থিয়।
৪৮১. খাৰুৱা- খাৰ
থকা।
৪৮২. খাৰা- থিয়
হৈ থকা।
৪৮৩. খুন-খাৰাৰ-
হত্য়াকাণ্ড।
৪৮৪. খুবচুৰত-
ধুনীয়া।
৪৮৫. খেচ্- অধম।
৪৮৬. খূ-দুৱা-
স্থিৰ হৈ নাথাক।
৪৮৭. খেৰউ- জোঠা
সূতা।
৪৮৮. খেলি-
কাঁড়।
৪৮৯. খোলা-
চৰু-হাড়ী।
৪৯০. খ্য়াশেৰা-
বিকৃত পূৰুষ।
৪৯১. খোচামতি-
কাূটি-মিনটি।
৪৯২. খুলি- মাছ
গোটাই ৰখা স্থান।
৪৯৩. খালৈ-বাঙী-
এক প্ৰজাতিৰ মাছ।
৪৯৪. কাতিৰে-
কাৰণে।
৪৯৫. খাউ চান উ-
খামতি জনগোষ্ঠীৰ লোকসকলে প্ৰস্তুত কৰা উখুৱা চাউল।
৪৯৬. খলক- কলহ।
৪৯৭. খৰখৰীয়া-
শুকান।
৪৯৮. খনি-বসতি-
খনিৰ অৱস্থিতি।
৪৯৯. খণ্ড-খণ্ড-
টুকুৰা-টুকুৰ।
৫০০. খ- আকাশ।
৫০১. খনিং- ২ খন।
৫০২. খন্তেক্- এক
পল।
৫০৩. খৰধৰ্-
বেগাবেগী।
৫০৪. খাঁকি- দুটা
ডালৰ যোৰা।
৫০৫. খস- খজুৱতি।
৫০৬. খৰ্গপাণি-
যাৰ হাতত তৰোৱাল থাকে।
৫০৭. খাওণ্-
ভক্ষণ্।
৫০৮. খাতিৰ
বাতিৰ- খাতনি কৰা।
৫০৯. খাৱন-শোৱন-
সুখ-শান্তি।
৫১০. খুন্দা-
কুঁটা।
৫১১. খগাপগা-
গংগা।
৫১২. খৃষ্ট-
খ্ৰীষ্ট।
৫১৩. খোজ বেগা-
আগত কঢ়া খোজতকৈ বেগী হ।
৫১৪. খোঞ্চা-
কঁকাল।
৫১৫. খাওঁতা- যি
পূৰুষে খায়।
৫১৬. খাটাল-
কইনাৰ কোঠা।
৫১৭. খাদ্য়বস্তু-
আহাৰ।
৫১৮. খামালু- এক
প্ৰজাতিৰ টান আলু।
৫১৯. খুদ খহু-
খজুৱতি।
৫২০.
খুন্দা-খুন্দলি- নানান দুখ-কষ্ট।খলম্- তাঁতৰ তাহোন।
৫২১. খণ্ডাজিভা-
চুটিজিভা।
৫২২. খদাসন-
বিষ্ণু।
৫২৩. খইনবা-
মণিপুৰী জনগোষ্ঠীৰ লোকসকলৰ হোৱা বিবাহ বিচ্ছেদ
৫২১. খুলি- মুৰৰ
লাউখোলা।
৫২২. খেচাৰি- ক'লামাহ।
৫২৩. খোলোচা-
স্পষ্ট।
৫২৪. খেংখেঙা-
কেংকেঙা।
৫২৫. খুড়ি-লুৰি-
বিচাৰি।
৫২৬. খেনা- ভয়।
৫২৭. খেৰেপা
খেৰেপ্- মূতৰ দৰে।
৫২৮. খোনা-খোনকৈ-
খো-খোৱাই।
৫২৯. খাজা- টুুকুৰা।
৫৩০. খাদ- গাঁত।
৫৩১. খাই
পাত-ফলা- শলাগ নোলোৱা।
৫৩২. খাতাল-
অভদ্ৰ।
৫৩৩. খানাই-
চুলি।
৫৩৪. খুদ্- ভগা
চাউল।
৫৩৫.
খেচেৰী-কাঁইট- বিশেষ বনৰীয়া লতা।
৫৩৬. খোকোজা-
পঢ়োতে বা মাতোতে লাগি লাগি যোৱা।
৫৩৭. খোলাচাপৰি-
এবিধ অসমীয়া পিঠা।
৫৩৮. খোহ- কোণ।
৫৩৯. খেপি- মাৰি।
৫৪০. খেতা-
কাঁথা।
৫৪১. খেছৰা গোঠা-
এক প্ৰজাতিৰ বাউ ধান।
৫৪২. খৈ- আখৈ।
৫৪৩. খোপি- ধীৰে
ধীৰে।
৫৪৪.
খ্য়ুং-চ্য়ুক- খামতি জনগোষ্ঠীৰ লোকসকলৰ অস্ত্ৰ-শস্ত্ৰ।
৫৪৫. খাটাং-
সম্পূৰ্ণবাৱে নিশ্চয় কৰা।
৫৪৬. খাউ তেক-
কামতি জনগোষ্ঠীৰ লোকসকলে প্ৰস্তুত কৰা আখৈ।
৫৪৭. খলপ্- তৰপ্।
৫৪৮. খাড়ী-
কাঠী।
৫৪৯. খ৩াপচা-
সমান নোহোৱা।
৫৫০. খাৰে ধৰ-
শঁয় পৰ।
৫৫১. খামোচ-
নিৰ্বাক।
৫৫২. খেৰবাৰী-
খেৰণি।
৫৫৩. খেদখেদা-
ঘোদাল।
৫৫৪. খোৱাৰ-
হাঁহ-কুঁকুৰা থকা গঁড়াল।
৫৫৫. খ্য়াত-
সকলোৱে জনা-শুনা।
৫৫৬.
খেৰণিয়ে-বননিয়ে- যিকোনো স্থানতে।
৫৫৭. খাৱা-বাই-
কামোৰা-কামোৰি।
৫৫৮. খেৰেপা-
প্ৰস্বাৱৰ দৰে বেয়া গোন্ধ।
৫৫৯. খেৰাই-
কেৰ্কেটুৱা।
৫৬০. খেহ্- চীন
দেশ।
৫৬১. খুপি- ঘৰৰ
ভিতৰছোৱা।
৫৬২. খুচ্খুচীয়া-
আনৰ দোষ ধৰি থকা।
৫৬৩. খৈতি- কৃষি।
৫৬৪. খোজ ঢিলা-
অতি লাহে লাহে খোজ কঢ়া।
৫৬৫. খোৰাৰ পৰ্বত
লগোৱা- বৃথা চেষ্টা কৰা।
৫৬৬. খ্যাতিমন্ত-
যশস্য়াযুক্ত।
৫৬৭. খেল্-
ক্ৰীড়া।
৫৬৮. খোজ্ কাঢ়-
ভৰি চলা।
৫৬৯. কেদ্-
বেজাৰ।
৫৭০. খুদীয়া-
নিচেই তাকৰ।
৫৭১. খুচি পোৱা-
আনন্দ পোৱা।
৫৭২. খাস্তাং-
নষ্ট।
৫৭৩. কজ- বিচাৰ।
৫৭৪. খন্তিয়া-
খন্তিৰ দ্বাৰা খোচৰ।
৫৭৫. খাউ হাই-
খামতি জনগোষ্ঠীৰ লোকসকলে উৎপাদন কৰা আহু ধান।
৫৭৬. খাচা- কাং।
৫৭৭.
খাদ্য়প্ৰাণ্- ভিটামিন।
৫৭৮. খা-ব্ৰাং-
অলপ তিতা।
৫৭৯. খাম- ঢেঁকী
থুৰা।
৫৮০. খামুচীয়া- খামুচি পোৱা।
৫৮১. খালৰ যসিনী-
পিশাচী।
৫৮২. খাৰা কৰ্-
তিয় কৰ্।
৫৮৩. খাৰ-কাপোৰ-
মান ধৰোতে দিয়া কাপোৰ।
৫৮৪. খুন্দ-
গুড়ি কৰ।
৫৮৫. খাৱৰীয়া-
অতিভোজী মানুহ।
৫৮৬. খাটুন-
মহিলা।
৫৮৭. খাইমলা-
এবিধ বনৌষধি।
৫৮৮. আকদুলি-
খেজুৰ।
৫৮৯. খিয়াতি আন-
বদনাম আন।
৫৯০. খুচিপূৰ্বক-
খুচিৰে।
৫৯১. খুৱা- ভোগ
কৰা।
৫৯২. খেপেৰা-
চুটি-চাপৰ।
৫৯৩. খোজন্তে-
বিচাৰোতে।
৫৯৪. খোঁচৰ্-
বুজিবলৈ টান।
৫৯৫. খোৱাতেল-
মিঠাতেল।
৫৯৬. খণ্ডালি-
তেজৰ জুখ।
৫৯৭. খজন- ছজিনা।
৫৯৮. খন্ খন্-
সিঁচৰতি।
৫৯৯. খ-মৌ-
ৰঙালাও।
৬০০. খৰ্গহস্ত-
প্ৰহাৰ কৰিবৰ বাবে সাজু হৈ থকা।
৬০১. খাওঁ খাওঁ
মূৰ্তি- প্ৰত্য়েক সময়তে খাওঁ খাওঁ কৈ থকা লোকৰ নিচিনা।
৬০২.
খাদ্য়সামগ্ৰী- খাদ্য় আৰু ইয়াৰ উপাদান।
৬০৩. খাৰা হ্-
থিয় হ।
৬০৪. খুং- খামতি
জনগোষ্ঠীৰ লোকসকলৰ বৃৱহূত বাঁহেৰে নিৰ্মাণ কৰা চালনী।
৬০৫. খুৱালাম-
মিজো জনগোষ্ঠীৰ লোকনৃত্য়।
৬০৬. খেপ- আখেজ।
৬০৭. খোজত খোজে-
খোজত খোজ মিলাই।
৬০৮.
খাদ্য়ালংকাৰ- খাদ্য়ক অতি ধুনীয়াকৈ সজাই থোৱা কাৰ্য।
৬০৯. খামাখা-
অকস্মাত।
৬১০. খাৰ্ঠছাই-
বেশ্যা।
৬১১.
খুকুৰা-খুকুৰ- ভাগি টুকুৰা-টুকুৰ।
৬১২. খিৰিং-
ব্ৰহ্মা।
৬১৩. খিতপীয়া-
নামজ্বলোৱা।
৬১৪. খুতুৰা-
খণ্ডৰ।
৬১৫. খুচি কৰ্-
মনত লগা আনন্দ।
৬১৬. খুম্টা-
চিকুট।
৬১৭. খুৱালালাম-
মিজো জনগোষ্ঠীৰ লোকসকলৰ মাজত চলি থকা মুদ্ৰা।
৬১৮. খেনো- কোনো।
৬১৯. খেদিত-
দুঃশিত।
৬২০. খেলপথাৰ- যি
ঠাইত কোনো খেল খেলা হয়।
৬২১. খাছুৱা-
খহুৱা।
৬২২. খকৰ্-মকৰ্-
খকামকা।
৬২৩. খগোলবিদ্য়া-
জ্য়োতিষ বিদ্য়া।
৬২৪. খচকা- ভঁৰিৰ
হেচা।
৬২৫. খণ্ডা-
খণ্ডন কৰা।
৬২৬. খঞ্জৰী- এক
প্ৰজাতিৰ সৰু পক্ষী।
৬২৭. খপুষ্প-
আকাশ ফুল।
৬২৮. খগৰা- পহু।
৬২৯. খং- ক্ৰোধ।
৬৩০. খণ্ডযুদ্ধ-
হতাহতি।
৬৩১. খনিতেক- অলম
সময়।
৬৩২. খবৰ্-
বাৰ্তা।
৬৩৩. খলিপোট-
চিৰস্থায়ী হ।
৬৩৪. খাম্- চিঠি
সুমাই থোৱা ডাঠ কাগজৰ আৱৰণ।
৬৩৫.
খালাং-খিচিং- খেলিমেলি।
৬৩৬. খুটিয়া ম'হে নাও ডুবা- নিজৰ মানুহৰ দ্বাৰা সমস্যা সৃষ্টি
কৰা।
৬৩৭. খুমপাৰি-
ফুলনি।
৬৩৮. খোজ্ বাঢ়-
বিয়া পাতিবৰ কাৰণে ছোৱালী বিচাৰ।
৬৩৯. খোপ- সৰু
টুঙীঘৰ যাক পাৰ চৰাই থাকিবৰ কাৰণে সজা হয়।
৬৪০. খেক্খেকা-
বান্দৰৰ নিচিনাকৈ শব্দ কৰ।
৬৪১.
খিচ্খিচিয়াকৈ- সৰু সৰু কৈ।
৬৪২. খুকুৰি-
খাং।
৬৪৩. খাৰিফ-
হেমন্ত ঋতুৰ সময়ত হোৱা শস্য়।
৬৪৪. খিৰণ- হাজং
জনগোষ্ঠীৰ লোকসকলৰ এক বিশেষ ঢোল।
৬৪৫. খুকুন্দা-
সন্দেহ।
৬৪৬. খূ-দুৱনি-
ভাৱনা।
৬৪৭. খেনেক্- অলপ
সময়।
৬৪৮. খেত- শস্য়
পথাৰ।
৬৪৯.
খ্ৰীষ্টপূৰ্ব- যীশুখ্ৰীষ্টৰ জন্মৰ আগৰ সময়।
৬৫০. খেৰী ঘৰ-
খেৰেৰে নিৰ্মাণ কৰা ঘৰ।
৬৫১. খেদখেদীয়া-
মলযুক্ত।
৬৫২. খোজ দে- ভৰি
পেলা।
৬৫৩. খোলি- কাঁড়
ৰখা তোণ।
৬৫৪. খেপিয়া- মনত
বেলেগৰ পতি খেপ ৰখা।
৬৫৫.
খেলেপ্জেলেপ্- বেমেজালি।
৬৫৬. খোদাই-
ঐশ্বৰিক।
৬৫৭. খাৰিজ- ৰদ।
৬৫৮. খলমলি-
হাহাকাৰ।
৬৫৯. খণ্ডমণ্ডপ-
বৃত্তৰ এটা অংস।
৬৬০. খকমক্-
বেগাবেগীকৈ কাম কৰিলে হোৱা অপৰিপাটীমূলক বুজোৱা শব্দ।
৬৬১. খচ-খইচা-
সোনকালে কাম কৰিব পৰা।
৬৬২. খখয়া- সৰু
বগা মাছ।
৬৬৩. খগাসন-
উদয়াচল পাহাৰ।
৬৬৪. খচং মচং-
হাত ভৰি লৰালে হোৱা শব্দ।
৬৬৫. খচ্খচা-
বালি পৰাৰ নিমিত্তে পোৱা দুখ-কষ্ট।
৬৬৬. খং খা-
ক্ৰোধান্বিত হ।
৬৬৭. খকৰাই-
অকস্মাত।
৬৬৮. খঁৰা-নকা-
চুটি নাক থকা।
৬৬৯. খকৰ- হঠাতে
কোনো বস্তুত খুন্দা মাৰিলে হোৱা শব্দ বা ধ্বনি।
৬৭০. খং শিঙা
বজোৱা- কোনো সংকৰ আগজাননী দিয়া।
৬৭১. খড়ীমাটি-
এবিধ বগা মাটি।
৬৭২. খটকা তান-
সংগীতৰ বিশেষ তান।
৬৭৩. খচৰ্- খোচ
মাৰিলে হোৱাৰ দৰে শব্দ।
৬৭৪. খজল- বৰষুণ।
৬৭৫. খঞ্জৰী-
এবিধ বাদ্য়।
৬৭৬. খট্খটা- এটা
কঠিন বস্তু অন্য় বস্তুত মাৰিলে হোৱা শব্দ।
৬৭৭. খদাবাং-
ৰাভা জনগোষ্ঠীৰ মহিলাই মূৰত পৰিধান কৰা বিশেষ কাপোৰ।
৬৭৮. খনিয়া- খাবৰ
কাৰণে তামোল কাটি বহু টুকুৰা কৰ।
৬৭৯. খদখদা-
আনন্দ।
৬৮০. খন্দ-প্ৰৱৰ্তা-
মাত্ৰ ১ বছৰ থকা।
৬৮১. খফাল-
ভাগ্য়।
৬৮২. খৰি- জুই
জ্বলাবৰ বাবে অনা শুকান কাঠ-বাঁহ।
৬৮৩. খৰীমাটি-
এবিধ বগা কঠিন মাটি।
৬৮৪. খলিহনা- এক
প্ৰজাতিৰ সৰু মাছ।
৬৮৫. খাঁজ্-
পথালি।
৬৮৬. খাওঁ-খাওঁ-
খঁকুৱা।
৬৮৭. খাচাংখুচুং-
যিকোনো বস্তুত হাতেৰে চুৱাৰ পিছত হোৱা শব্দ।
৬৮৮. খামি- সাহ।
৬৮৯. খাৰেমুৱা-
দেখিবলৈ বেয়া।
৬৯০. খাস্তাং-
উবাৰ।
৬৯১. খিচিৰী-
এবিধ খাদ্য়।
৬৯২. খুকুৰি- অলপ
সন্দেহ।
৬৯৩. খুম খেদা- ল'ৰা মানুহে খেলা এবিধ খেল।
৬৯৪. খেলোৱাৰ্-
অদিক বুধিয়ক।
৬৯৫. খোজত গুড়িপৰুৱা
মৰ- ধীৰে ধীৰে খোজ কাঢ়।
৬৯৬. খোলা- বিশেষ
কামৰ বাবে মুকৰি কৰা স্থান।
৬৯৭. খেপিয়া-
বিচাৰ।
৬৯৮. খুলীয়া-
বায়ন।
৬৯৯. খেংচং- গাৰু
জনগোষ্ঠীৰ লোকসকলে ব্য়ৱহাৰ কৰা ফণি।
৭০০. খেপ্- মনত
থকা খং।
৭০১. খেন খেন-
হেনা হুচা মাতেৰে।
৭০২. খেৱা- মাছ
ধৰিবৰ কাৰণে পানীত পেলাই টানি তোল।
৭০৩. খুৱাংপি-
ভাইফে জনগোষ্ঠীৰ লোকসকলৰ এবিধ বৃহৎ ঢোল।
৭০৪. খুলুমবায়-
নমস্কাৰ।
৭০৫. খাৰুৱা তেল-
মাটিৰ তলত থকা এবিধ খনিজ পদাৰ্থ।
৭০৬. খাৰলি পাত-
আগ কটা কলা-পাত।
৭০৭. খামোচ্-
হাতৰ মুঠি।
৭০৮. খাঙ-
টাইফাকে জনগোষ্ঠীৰ লোকসকলে ব্য়ৱহাৰ কৰা এবিধ লাটুম গুটি।
৭০৯.
কাদ্য়প্ৰাণহীনতা- খাদ্য়ত ভিটামিনৰ পৰিমাণ কমিলে হোৱা বেমাৰ।
৭১০. খাটি-নুটি-
কাকূটি-মিনটি কৰি।
৭১১. খাছা- এবিধ
বগা মিহি কাপোৰ।
৭১২. খালাচ-
স্বাভাৱিক মুক্ত অৱস্থা পোৱা।
৭১৩. খালৈ-পেটা-
পেটাল।
৭১৪. খাৰণী-খৰা-
খাৰপানী উলিয়া।
৭১৫. খীৰা-
তিয়হঁ।
৭১৬. খুচুং
খাচাং- খুচুৰা কাম।
৭১৭. খুমটাউ-
ডিমাচা জনগোষ্টীৰ মহিলাসকলে কাণত পৰিধান কৰা অলংকাৰ।
৭১৮. খেঙা-জেঙা-
বিতৰ্ক।
৭১৯. খেজ্মত-
বেলেগৰ অদীনত কৰা চাকৰি।
৭২০. খেৱালি-
এবিধ জাল।
৭২১.
খোকোৰা-দোদোৰা- ভগা-ফুটা।
৭২২. খোপ-কটা-
পাহ কটা।
৭২৩. খোঁচা- ঘৰৰ
ছালৰ ফুটাত সোমোৱাই দিয়া খেৰ।
৭২৪. খৈ-মাটি-
খুড়ি মাটি।
৭২৫. খোদাৱন্দ-
প্ৰভু।
৭২৬. খুচ্চুৰি-
গৰু ইত্য়াদি বন্ধা পঘা।
৭২৭. খাল কাটি
ঘঁৰিয়াল আন- নিজৰ বিপদ নিজে চপাই লোৱা।
৭২৮. খাচাউমা
গাগাং- দয়ালু।
৭২৯. খাখৰু- নীচ
স্বভাৱৰ মানুহ।
৭৩০. খৰ্মৰণি-
শৰীৰ বা মনৰ দুখত কৰা লুটিয়ালুটি।
৭৩১. খৰিকা- উলূৰ
গুড়িৰ ভাগ।
৭৩২. খলপাখলপ্-
কেইবা তৰপো থকা।
৭৩৩. খৰিকা জিৰা-
কঁকিলা মাছ।
৭৩৪. খৰ কৰ-
বেগাবেগী কৰ।
৭৩৫. খনিকটীয়া-
যিয়ে খনিত কাম কৰে।
৭৩৬. খগস্থান-
চৰাইৰ বাহ।
৭৩৭. খচিত-
লগোৱা।
৭৩৮. খপিয়া-
এন্ধাৰত কোনো বস্তু দেখা নাপাই বিচাৰি থকা।
৭৩৯. খদিৰ্- খৈৰ্
গছ।
৭৪০. খণ্ডধাৰা-
কেঁচী।
৭৪১. খবৰ কাগজ-
বাতৰিকাকত।
৭৪২. খৰ্পৰী-
অঞ্জন।
৭৪৩. খল্ল- এবিধ
পাত্ৰ য'ত ঔষধ গুড়ি কৰা
হয়।
৭৪৪. খান্- গাঁত
কৰ্।
৭৪৫. খুঁট-খাঁট-
সামান্য় কাজিয়া।
৭৪৬. খাওঙা-
সাহস।
৭৪৭. খৰ-খছু-
খহু।
৭৪৮. খঙীয়া ফুকন-
খঙীয়া মেলৰ মূখ্য় বিষয়া।
৭৪৯. খৰা- তিতাই
শুকা।
৭৫০. খাতিকা-
কৃত্ৰিম নলা যাক পানী বৈ যাবৰ কাৰণে নিৰ্মাণ কৰা হয়।
৭৫১. খাম- খুঁটা।
৭৫২. খানত্ৰা-
খোলা।
৭৫৩.
খাদ্য়লসম্ভাৰ- বিভিন্ন ধৰণৰ খোৱাবস্তু।
৭৫৪. খাপা- নষ্ট
কৰিবৰ কাৰণে হোৱা আন্তৰিক আশা।
৭৫৫. খাৰাভাঙা-
ৰাস্তাৰ মজাৰ ভগা অংশ।
৭৫৬. খিচিৰী
পকোৱা- বিভিন্ন বস্তু সংমিশ্ৰণ কৰি একাকাৰ কৰা কৰ্ম।
৭৫৭. খুৰ্মা-
মিঠাই।
৭৫৮. খেন খেন-
অৰ্ধ ফুটা মাত।
৭৫৯. খোজ মিলা-
বেলেগৰ লগত মিলি ৰাখি ভৰি মিলা।
৭৬০. খোদাৰ গজপ্-
ঈশ্বৰৰ শাওপাত।
৭৬১. খ্ৰুপ-ততাং-
টাই আহোম জনগোষ্ঠীৰ লোকসকলে জনোৱা নমস্কাৰ।
৭৬২. খোক-পিনু-
খামতি জনগোষ্ঠীৰ লোকসকলৰ আলহী থকা কোঠালী।
৭৬৩. খাম- বড়ো
জনগোষ্ঠীৰ লোকসকলৰ এবিধ ঢোলৰ নিচিনা বাদ্য়।
৭৬৪. খাৰখোৱা জিভা- বেয়া মাত-কথা।
৭৬৫. খাংখ্ৰা-
ডিমাচা জনগোষ্ঠীৰ লোকসকলে নিৰ্মাণ কৰা পিঞ্জৰা।
৭৬৬. খাগৰি কাপ-
একপ্ৰকাৰৰ কলপ।
৭৬৭. খান্দ-
কান্ধ।
৭৬৮. খমলা মাৰ্-
গোট মাৰ্।
৭৬৯. খঁৰা দা- আগ
নথকা দা।
৭৭০. খগৰাজ-
গড়ুৰ পক্ষী।
৭৭১. খদৌমদৌ-
খদমদম।
৭৭২. খপুৱা- খলপ
খলপ থকা।
৭৭৩. খৰখুজীয়া-
স্পিত খোজ কঢ়া।
৭৭৪. খয়ম- বক্ষ
বন্ধনি।
৭৭৫. খচ্ খচ্
কৰে- বেগাই।
৭৭৬. খচাল- কোঁচ।
৭৭৭. খন্তেকীয়া-
অনিতা।
৭৭৮. খহমহীয়া-
অনিমজ।
৭৭৯.
খাৰ-জিলিকনি- বিজুলীৰ চমক।
৭৮০. খৱা- নাৱৰ
দ্বাৰা পাৰ হৈ যোৱা।
৭৮১. খাঙৰা- খাং।
৭৮২. খাটা- ককিলা
মাছ।
৭৮৩. খাবলৈ পালে
শুবলৈ বিচৰা- সুবিধাবাদী মানুহ।
৭৮৪. খামিৰা- মলা
ধপাত।
৭৮৫. খল্ দি-
টুটুকীয়া কথা ক।
৭৮৬. খৰিদিয়া-
মৃতকক মৰিশালীলৈ নি অন্তিম দা কৰা অৰ্থত।
৭৮৭. খুঁচৰি-
বেলেগৰ গাৰ পৰা দোষ আহি।
৭৮৮. খুচুৰা খৰচ-
কম পৰিমাণে কৰা ব্য়য়।
৭৮৯. খুম্ মাৰ্-
ঠুম মাৰ্।
৭৯০. খেণ ওকল-
ভাল সময় পাৰ হৈ যা।
৭৯১. খোজনীয়া-
খোজি লোৱা।
৭৯২. খুল্লম
খুল্লা- মুকলিমুৰীয়াকৈ।
৭৯৩. খুতুৰা-খুতুৰ্-
বহু টুকুৰা।
৭৯৪. খান্তি- ভাল
কৰ্মৰ বাবে দিন নিৰ্বাচন কৰা।
৭৯৫. খানদান-
উচ্চ বংশ।
৭৯৬. খিয়াতি ৰ-
অপযশ ৰৈ যা।
৭৯৭. খুচুৰা
দোকানী- তাকৰীয়াকৈ যিয়ে বস্তু বেচে।
৭৯৮. খৰখৰীয়া-
অধিক শুকান।
৭৯৯. খট- দুষ্ট।
৮০০. খৰ্বুজা-
খৰ্মুজা।
৮০১. খা- ভোজন
কৰ।
৮০২. খাবনি- জাবৰ
গুটাবৰ কাৰণে ব্য়ৱহাৰ কৰা জবকা।
৮০৩. খলি-
চুফাৰিৰ টুকুৰা।
৮০৪. খুত্খুতীয়া-
অলপ অলপকৈ কুটা।
৮০৫. খেবুৰ-
বেইটেই জনগোষ্ঠীৰ লোকসকলৰ এবিধ বাদ্য়।
৮০৬. খোঁচ মাৰি
ধৰ্- কোনো জোঙা বস্তুৰে খুচি ধৰ।
৮০৭. খোজ্ পেলা-
একে সমানে ভৰি দে।
৮০৮.
খ্যুষ্টা-খ্যুষ্টি- পৰস্পৰে পৰস্পৰৰ লগত লগা মাৰামাৰি।
৮০৯. খাহ্- নদীৰ
ধলত তল যোৱা স্থান।
৮১০. +খামোন্টাই-
বৰ্ম জনগোষ্ঠীৰ লোকসকলে কাণত পৰিধান কৰা এবিধ অলংকাৰ।
৮১১. খাত্-পাম্-
মাটি-বাৰী।
৮১২. খহু- ফোঁহা।
৮১৩. খৰ্ব- এশ
অৰ্বুদ।
৮১৪. খৰিদাৰ-
ক্ৰেতা।
৮১৫. খয়ৰাত-
ভিক্ষা দিয়া।
৮১৬. খনন- খন্দা
কাম।
৮১৭. খঙত টিঙিৰি
তুলা হ- খঙত জ্বলি পকি উঠ।
৮১৮. কণ্ড-কথা-
কেইবাটাও ভাগত ভাগ হোৱা কাহিনী।
৮১৯. খন্ খাই খন্
পেলা- জোখতকৈ বেছি তামোল খোৱা।
৮২০. খৰপোচ্-
বেগাই কাম কৰিব পৰা।
৮২১. খৰ্মুজা-
এবিধ লতাৰ ফল।
৮২২. খাউ মু নিং-
খামতি জনগোষ্ঠীৰ লোকসকলে চেৱা দিয়া পিঠা।
৮২৩. খাদ্য়
তালিকা- বিভিন্ন ধৰণৰ খাদ্য় বস্তুৰ নাম থকা এখন তালিকা।
৮২৪. খাম্ মাৰ্-
চিঠিৰ মুৰ মুকুটাই পেলাই জাপ খোৱাই থোৱায
৮২৫. খিলিংকাৰ-
বদনাম।
৮২৬. খীৰ- গাখীৰ।
৮২৭. খুন্দাই
লাখুটি- কোমোৰা বন্ধীয়া মানুহ।
৮২৮. খুৱাংপি-
উত্তৰ কাছাৰৰ ভাইফে জনগোষ্ঠীৰ লোকসকলৰ ঢোল।
৮২৯. খেৰাই- বড়ো
জনগোষ্ঠীৰ লোকসকলৰ এক প্ৰধান উৎসৱ।
৮৩০. খেৱা- নাও
মেলি পাৰি দিয়া।
৮৩১. খোৰ ওলা-
ওৱাদিহ ওলা।
৮৩২. খোৱা- নদীৰ
এপাৰৰ পৰা অন্য় পাৰটোলৈ যোৱা।
৮৩৩. খুচুৰা কাম-
সৰুসুৰা কাম।
৮৩৪. খিছা-খিছি-
হানা-হানি।
৮৩৫. খালন- চপৰা
বন্ধা পূৰণি খাৰ।
৮৩৬. খাপ ল-
অপকাৰ কৰাৰ নিমিত্তে বাটত লুকাই তাক।
৮৩৭. খাৰা- বাঁহৰ
শোৱা তাং।
৮৩৮. খুচি- হানি।
৮৩৯. খালাচ কৰ-
ওজনৰ বয়-বস্তু উঠা-নমা কৰ।
৮৪০. খাৰমাটি-
খাৰৰ গুণ থকা এবিধ মাটি।
৮৪১. খালিস্তান-
খালচা লোকসকলে বসবাস কৰা ঠাই।
৮৪২. খীৰণ-
খীৰোৱা কাৰ্য।
৮৪৩. খুজি কিল
খা- নিজে বেয়া কৰ্ম কৰি নিজৰ বিপদ চপাই আন।
৮৪৪. খেও খা-
কোনো কাম যেনেকুৱা হ'ব লাগে তেনেকুৱা
হ।
৮৪৫. খেদি যা-
অপকাৰ কৰাৰ ইচ্ছাৰে কাৰোবাৰ পিছে পিছে যা।
৮৪৬. খুহুটীয়া-
ধেমেলীয়া কথা বা কাম কৰি হাঁহি তোলা।
৮৪৭. খোঁচনি বিন্ধনি-
বুকু বা পেটত হোৱা জোঙা অস্ত্ৰৰে কৰা আঘাতৰ দৰে কষ্ট ।
৮৪৮.খাৱৈচ্- বহুত
খাব পৰা।
৮৪৯. খাণ্ডৱ-
প্ৰাচীন ইন্দ্ৰপ্ৰস্থৰ কাষত থকা এখন ডাঠ অৰণ্য়।
৮৫০. খাপাক খাৰউ-
বিশেষ খাৰু।
৮৫১. খান- খামতি
জনগোষ্ঠীৰ লোকসকলে ব্য়ৱহাৰ কৰা কুঠাৰ।
৮৫২. খাম কো-
খামতি জনগোষ্ঠীৰ লোকসকলৰ গাভৰু।
৮৫৩. খিল্খিলা-
অলপ শব্দ কৰি হাঁহ।
৮৫৪. খুচুৰা- কম
পৰিমাণৰ।
৮৫৫. খুনবাও-
নগাৰ প্ৰধান মানুহ।
৮৫৬. খুকুৰি মৰা-
সন্দেহ দূৰ কৰা।
৮৫৭. খিলা- লোকৰ
ভাল দেখিব নোৱাৰা।
৮৫৮. খিংখিঙীয়া-
অলপতে খং উঠা।
৮৫৯. খিল্লাৰী-
আটিল দেহৰ।
৮৬০. খুন্তি- এটা
লোহাৰ ৰড মুখত চেপেটা হৈ যায় আৰু ভাজি থাকোঁতে খাদ্য সামগ্ৰী লৰাবলৈ ব্য়ৱহাৰ কৰে।
৮৬১.
খুউৱা-ধুউৱা- অন্নসেৱা।
৮৬২. খাই ধৰ্-
ঢিলা নোহোৱাকৈ লাগ্।
৮৬৩. খৰখৰি বোকা-
এবিধ বোকা চাউলৰ জাত।
৮৬৪. খন- এহেজাৰ।
৮৬৫. খঙত পেট
কাটি ছমাহলৈ শুকনি খা- খঙত উন্মাদনা হৈ হঠাতে নিজৰে অপকাৰ কৰা আৰু ইয়াৰ ফল
বহুদিনলৈকে ভূগি থকা।
৮৬৬. খকছা-
ভাতকেৰেলা।
৮৬৭. খং মুৱা-
খঙাল।
৮৬৮. খটীয়া- এবিধ
সৰু শিঙীয়া পহু।
৮৬৯. খজা- পকিলেও
টানে থকা।
৮৭০. খটাংগধৰ-
খটাংগধাৰী।
৮৭১. খট্খটা-
বেছি খহটা।
৮৭২. খদনা-
খোদিত।
৮৭৩. খমলা-
গোটমৰা দ্ৰৱ।
৮৭৪. খভাইল- খং
কৰিলে।
৮৭৫. খৰিয়াল-
এবিধ অকাঠী সৰু বৃক্ষ।
৮৭৬. কলিহৈ- তেল
পেৰা সৰিয়হৰ সিটা।
৮৭৭. খসমস- খহটা।
৮৭৮. খাগৰিকটা
পহু- নেজ চুটি নোম ঠৰঙা এবিধ পহু।
৮৭৯. খাম
ল্য়ুৎ-চাউ- খামতি জনগোষ্ঠীৰ লোকসকলৰ বিয়া-নাম।
৮৮০. খায়া- টান।
৮৮১. খিয়লীয়া-
ঈৰ্ষান্বিত।
৮৮২. খুঁচুৰীয়া-
মিহি হোৱাৰ কাৰণে কৰিবলৈ কঠিন।
৮৮৩. খুচ-
আনন্দিত।
৮৮৪. খুন্দা- আনৰ
দ্বাৰা গুড়ি কৰা।
৮৮৫. খুৰৰ সাঁকো
বগা- বিপদজনক কামত হাত দে।
৮৮৬. খেঁজাল-
প্ৰশংসা কৰাৰ ছলেৰে কৰা ইতিকিং।
৮৮৭. কেতৰ- এবিধ
অপদেৱতা।
৮৮৮. খেৰেচ্-
অধম।
৮৮৯. খেহনেজীয়া-
অতি সামান্য়।
৮৯০. খোচ- নাৱৰ
কাষত থকা ফুটা।
৮৯১. কোন্দ- মধ্য়
ভাৰতৰ এটা জনগোষ্ঠী।
৮৯২. খোল- এবিধ
বাদ্য়।
৮৯৩. খৌখৌৱনী-
নলাৰ পৰা পানী পৰাৰ শব্দ।
৮৯৪. খিচনি- খিচ
থকা স্থান।
৮৯৫. খিথু-
শৌচালয়।
৮৯৬. খিৰিং-
সোণোৱাল জনগোষ্ঠীৰ লোকসকলৰ শিৱ দেৱতা।
৮৯৭. খীণ্-মীন্-
নিশকতীয়া।
৮৯৮. খস- খহু।
৮৯৯. খলাই- খালৈ।
৯০০. খলিহা-যখ-
বিকৃত আকাৰৰ।
৯০১.খাখস-
আফুগুটি।
৯০২. খাজিক- আখৈ।
৯০৩ . খাব জানিলে
চাউলেই চিৰা- নিয়ম-নীতি জানিলে বিপদ বা অসুবিধাত নপৰা।
৯০৪. খাৱনা-
খোৱা-বোৱাত হোৱা খৰছ।
৯০৫. খিচাগীত-
বিয়াত গোৱা মনোৰঞ্জনমূলক ধেমেলীয়া গীত।
৯০৬. খোৱা- খাওঁতা।
৯০৭. খেৰি- মৰাণৰ
বিশেষ লোকগীত।
৯০৮. খোলক-
চচপেন।
৯০৯. খাওখাম-
আহোম জনগোষ্ঠীৰ লোকসকলে প্ৰাৰ্থনা কৰা জলদেৱতাৰ অৰ্থত।
৯১০.খাম্খেয়াল-
চঞ্চলমতী।
৯১১. খাটাংকৈ-
সঠিককৈ।
৯১২. খলকিল-
কঁপালে।
৯১৩. খদম্দম্-
বেগা বেগি।
৯১৪. খঁৰা-
ডিঙীবিহীন খালৈ।
৯১৫. খচম-
গীৰিয়েক।
৯১৬. খচৰী-
অপব্য়য়ী।
৯১৭.
খৰ্ব-নিখৰ্ব- কাটি টুকুৰা-টুকুৰি কৰা।
৯১৮. খা- হিয়া।
৯১৯. খাদক্-
খাওঁতা।
৯২০. খৰ্চনা-
এবিধ পক্ষী।
৯২১. খৰ্- গাধ।
৯২২. খবাম- টাই
জনগোষ্ঠীৰ লোকসকলৰ ফকৰা যোজনা।
৯২৩. খৰ্গফলক-
তৰোৱালৰ খাপ।
৯২৪. খাজনা-
ৰাজহ।
৯২৫. খানচামা-
খাদ্য় প্ৰস্তুত কৰোতা।
৯২৬. খাল খান্দি
যশিনী চপা- নিজৰ সংকট নিজে মাতি অনা।
৯২৭. খিলাং-
প্ৰাচীন দিনত চাংমাই জনগোষ্ঠীৰ লোকসকলে শালত মাছ-মাংস কুটা।
৯২৮. খুঁটিতাল-
এবিধ ডাঠ সৰু তাল।
৯২৯. খুন্দন্-
ওজন বস্তুতে আঘাত কৰ।
৯৩০. খেদা- বলৰ
দ্বাৰা আঁতৰ কৰ।
৯৩১. খেৰশনী-
গুটিবিহীন এডাল ধানখেৰ।
৯৩২. খোঁট- ঠোঁটৰ
আঘাত।
৯৩৩.
খোৰাক-পোছাক- বৃত্তি।
৯৩৪. খ্ৰামবাৰ-
তিৱা সম্প্ৰদায়ৰ লোকসকলৰ খ্ৰাম বাদ্য়তকৈ অলপ সৰু।
৯৩৫. খুচ্মুচ্নি-
হাত-ভৰি লৰালে হোৱা শব্দ।
৯৩৬. খাম্বাজ-
সংগীতৰ বিশেষ ৰাগিণী।
৯৩৭. খুঁচুৰীয়া
কাম- সাধাৰণ কাম।
৯৩৮. খুঠুম-
খালৈ।
৯৩৯. খুদ্-কণ্-
খুদ্ চাউল।
৯৪০. খুল্লাকপা-
গাৱঁৰ মুখিয়াল।
৯৪১. খাটুৱা-
অধিক ওখ আৰু অধিক চাপৰ নোহোৱা।
৯৪২. খৰযান- গাধই
টনা যান-বাহন।
৯৪৩. খানব্ৰাউ-
অনবৰতে কান্দি থকা ল'ৰা বা ছোৱালী।
৯৪৪. খাবলৈ নাই
কণটো বৰ সবাহলৈ মনটো- অকামিলা মানুহ।
৯৪৫. খাত্- আঁতৰত
কৰা ঘৰ-বাৰী।
৯৪৬. খাদৌ দৌ
কৰে- চুটি-চাপৰকৈ।
৯৪৭.খাংৰা-
কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ সমজাত মাং ধৰিবৰ কাৰণে ব্য়ৱহাৰ কৰা এবিধ খাং।
৯৪৮. খোকচি
নৃত্য়- দাহৰি ৰাভা সম্প্ৰদায়ৰ লোকসকলৰ বিশেষ নৃত্য়।
৯৪৯. খোখোৱা-
খোনাৰ নিচিনাকৈ কথা ক।
৯৫০. খোলনি-
কাঠ-বাহ ইত্য়াদিত দিয়া ফুটা।
৯৫১.খোৱালোৱা-
খাদ্য়ৰ ব্য়ৱহাৰ।
৯৫৩. খুৰত- খুৰা।
৯৫৪. খুজুলি-
বিশেষ সুক্ষ্ম সুক্ষ্ম খাল।
৯৫৫. খুৰ্-শিল্-
জাৰোণ।
৯৫৬. খোৰোচা-
চোঁচনি গাঠি।
৯৫৭. খুখুণ্ড-
টুকুৰা টুকুৰ হৈ যোৱা।
৯৫৮. খাট্-
পালেং।
৯৫৯. খাইমূৰা-
পিতৃ-মাতৃ আু অ্য় বন্ধু-বৰ্গৰ মূৰ খোৱা।
৯৬০. খাতিখুতা-
সাধাৰণ।
৯৬১. খৰোষ্ঠী-
পূৰণি দিনত ভাৰতবৰ্ষত ব্য়ৱহাৰ হোৱা লিপি।
৯৬২. খদাখদি-
পাচিয়ে পাচিয়ে।
৯৬৩. খখামখা-
বেগাবেগীকৈ কৰা কাৰ্য।
৯৬৪. খণ্ড-বাক্য়-
বাক্য়ৰ এক অংশ।
৯৬৫. খদাবান্-
বহল মুখৰ বানবাটি।
৯৬৬. খনা- মাকো।
৯৬৭. খৰ-পাত-
একবৰ্ষী বৃক্ষ।
৯৬৮. খলনায়ক-
প্ৰতি নায়ক।
৯৬৯. খৰাী-চোলা-
হাত খৰা চোলা।
৯৭০. খুটীয়া পহু-
চাল চলন গাহৰীৰ দৰে এবিধ পহু।
৯৭১. খেনোক দেখি
বান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ
বান্ধে- নিজ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে কাৰোবাক অদিক আদৰ-সাদৰ কৰা আৰু কাৰোবাক অধিক
অৱহেলা কৰা।
৯৭২. খোজ ৰাখ-
চিনা-চাব থ।
৯৭৩. খোঁক-
সুক্ষ্ম খোঁটালী।
৯৭৪. খুন্দনা-
তামোল খুন্দিবৰ কাৰণে ব্য়ৱহাৰ কৰা এবিধ সঁজুলি।
৯৭৫. খুচুলি- সৰু
সৰু খাল।
৯৭৬. খুৰজি- তিৱা
জনগোষ্ঠীৰ লোকসকলৰ মাজত চলি থকা এবিধ শুকান খৰিচা।
৯৭৭. খোচামোদ- মন
ভাল লগাবৰ কাৰমে বিভিন্ন ধৰণৰ কতা কোৱা।
৯৭৮. খোটি-
বুধিয়ক তিৰোতা।
৯৭৯.
খুচুৰ-মুচুৰ- ঘৰৰ সামান্য় কাম।
৯৮০. খাৰে ধৰ-
খাৰ লাগি নষ্ট হ।
৯৮১. খালে-ডোঙে-
য'তে ততে।
৯৮২. খাটিকা-
মৃতদেহ কঢ়িয়াবৰ কাৰণে ব্য়ৱহাৰ কৰা চালপীৰা।
৯৮৩. খাই পাত
পাল্- উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা।
৯৮৪. খৰ্- শৰীৰ
ছালত হোৱা এবিধ ৰোগ।
৯৮৫. খৰদূষণ-
ৰালণৰ সম্পৰ্কীয় দুজন ভাতৃ।
৯৮৬. খখ্লা- মৰণা
মৰা সময়ত গৰুৱে খাব নোৱাৰাকৈ মুখত মাৰি
দিয়া মোখা।
৯৮৭. খাই-তেল-
মিঠাতেল।
৯৮৮. খসুৱা- খৰ
খহু থকা।
৯৮৯. খা- হৃদয়।
৯৯০. খাৰগাঁঠি-
সৰু গাঁঠি।
৯৯১. খালী- একো
নথকা।
৯৯২. খিতাপ-
উপাধি।
৯৯৩. খুজি- বিচাৰি।
৯৯৪. খুঁটি- সৰু
খুঁটা।
৯৯৫. খুচুৰা
বিক্ৰেত- অলপকৈ বয়-বস্তু বেচা লোক।
৯৯৬. খুলি খা-
সকলোবোৰ সুখ শান্তি নাইকিয়া কৰ।
৯৯৭. খুৰ্- ডাঢ়ি
চুলি কাটিবৰ কাৰণে ব্য়ৱহাৰ কৰা অস্ত্ৰ।
৯৯৮. খেপ্- লাভৰ
কাৰণে কৰা যাত্ৰা।
৯৯৯. খেতা- পূৰণা
কাপোৰৰ দ্বাৰা প্ৰস্তুত কৰা নিহালী।
১০০০. খেমতা
নৃত্য়- অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ বিশেষ নৃত্য়।
১০০১. খোঁচ মাৰ-
ফুটাত খেৰ সুমাই চাল বাত।
১০০২. খোজত খোজ
দি- চিন ধৰিব নোৱাৰাকৈ ভৰি দে।
১০০৩. খোৱানি-
বিদেশৰ এবিধ সোৱাদযুক্ত ফল।
১০০৪. খোলা-তাৰা-
আমনি লগা কথা কৈ মানুহক কৰা ব্য়তিব্য়স্ত।
১০০৫. খোহা-চালত
থকা ফুটা মাৰিবৰ কাৰণে সুমাই দিয়া খেৰ।
১০০৬. খোলা- চিৰা
খান্দহ ভাজিবৰ কাৰণে ব্য়ৱহাৰ কৰা পাত্ৰ।
১০০৭. খোপ ভাগ-
গপ এৰ।
১০০৮. খৈৰ্- এবিধ
সুকাঠী বৃক্ষ।
১০০৯. খেচেৰা-
নৱপ্ৰজন্মৰ ল'ৰা-ছোৱালী।
১০১০. খেইনাপা-
বিবাহ বিচ্ছেপদ হোৱা পূৰু।
১০১১. খুৰপতি- এবিধ
চোকা শৰ।
১০১২. খেদা দি-
পিছত লৰি যা।
১০১৩. খেত খামাৰ-
পথাৰ-সমাৰ।
১০১৪. খীৰতী-
গাথীৰ দিয়া গাই।
১০১৫. খিল-
অনুৰ্বৰ পটিত মাটি।
১০১৬.
খিট্খিটীয়া- অলপতে খং উঠা।
১০১৭. খুঁট-
খুঁট- মধুৰ আঘাতৰ মাত।
১০১৮. খুন্দ্ খা-
নিসন্ধিকৈ ভৰোৱা হ।
১০১৯. খেৰাজী
মাটি- যি মাটিৰ কৰ দিব নেলাগে।
১০২০. খোজত সাপৰ
মূৰ ছিগা- অধিক বেগেৰে খোজ কঢ়া।
১০২১. খোজ ল-
পাল্ খা।
১০২২. খোৰা-
পেঙুৰিয়াই যা।
Post Id: DABP000538