f অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning ল ~ Daily Assam

অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning ল

     ঊ ঋ              ঞ                ম     ৱ     হ  ক্ষ ড় ঢ় য়

                                         
১লঘোন - একো নোখোৱাকৈ থকা ।
২লক্ষ্য - নজৰ ।
৩লজ্জান্বিত - যি লাজ পাই ।
৪লঘিষ্ঠ - একেবাৰে সৰু ।
৫লাৱন্য - দেখিৱলৈ দেখিৱলৈ শুৱনি ।
৬লেখনি - লিখা ।
৭লটপটীয়া - দুষ্ট স্বভাৱৰ ।
৮লুচি - তেলত ভজা ৰুটি ।
৯লাট - পাটসূতাৰ জোঁঠা ।
১০লাৰু - পিঠাগুৰি গুৰ আদিৰে কৰা ঘূৰণীয়া খাদ্য ।
১১লাথি - মাৰ - পীত কৰিৱলৈ ব্যৱহাৰ কৰা জঁদুলি 
১২লাহী - স্বাস্থ্যহীন ।
১৩লাঞ্ছিত - লাজ কৰা ।
১৪লুঙি - পূৰুষসকলে পিন্ধা এবিধ বস্ত্ৰ ।
১৫লাহৰী - মৰমতে কৰা সম্বোধন ।
১৬লুতুৰা - লুভীয়া ।
১৭লিপিত - এঠাৰ দৰে লাগি ধৰা ।
১৮লুণীয়া - লোণৰ সোৱাদযুক্ত ।
১৯লাহতী - লাহ - বিলাসপ্ৰিয় তিৰোতা ।
২০লেকেটা - সহজতে েৰি নোযোৱা ।
২১লাঠী  - চুটি দণ্ড ।
২২লৱনু - মাখন ।
২৩লেঙেৰা - খুৰা ।
২৪লেছেৰি - এবিদ পাচলী ।
২৫লুঠুমা - একো নথকা ।
২৬লুটপাত - ব্যাপকৰূপে কৰা লুট ।
২৭লগুণ - ব্ৰাক্ষ্মণ আদি লোকে ঘাগৰিগতীয়াকৈ পিন্ধা ৰছি ।
২৮লটাৰি - ভাগ্য পৰীক্ষাৰ খেল ।
২৯লহৰী - লহৰ ।
৩০লহকাৰী - লহৰৰ - সম্বন্ধীয় ।
৩১লক্ষ্মীকান্ত - চহকী লোক ।
৩২লভ্যাংশ - লাবৰ অংস ।
৩৩লাও - এবিধ পাচলী ।
৩৪লাগতিয়াল - প্ৰয়োজন হোৱা ।
৩৫লাঞ্চনা - তিৰস্কাৰ ।
৩৬লঘু - পাতল ।
৩৭লঘুকৰণ - গুৰুত্ব নিদীয়া ।
৩৮লয়-ক্ষয়- লয় পা ।
৩৯লোৱাৰ কাপ- লোৰ কাপ ।
৪০লয়-খয় – লোপ আৰু ক্ষয় ।
৪১লোকাৰণ্য – মানুহৰে ভৰপূৰ।
৪১. লুইত - বহ্মপুত্ৰ।
৪২. লুথুৰি পিথা - পানীত সিজোৱা পিথা।
৪৩. লুভীয়া - লোকৰ বস্তুলৈ বহুত হেপাহ যগা।
৪৪. লুকা - ঢাকি ল।
৪৫. লুপ লুপা - বহুত খাই থকা।
৪৬. লুটি - কাষ।
৪৭. লুচি - তেলত ভাজা আতা পিঠা।

1 comments:

  1. লহিয়ালে শব্দ অৰ্থ লাগিছিলে

    ReplyDelete

Write your Comment