.button { padding: 2px 10px; text-align: center; font-size: 30px; margin: 4px 2px; border-radius: 20px; } .button4 { background-color: white; color: black; border: 2px solid #555555; } .button4:hover { background-color: #0006FF; color: white; border: 2px solid #555555; } .button5 { background-color: white; color: black; border: 2px solid #555555; } .button5:hover { background-color: #0006FF; color: white; border: 2px solid #555555; }












                                         
১। লঘোন - একো নোখোৱাকৈ থকা।

২। লক্ষ্য - নজৰ।

৩। লজ্জান্বিত - যি লাজ পাই।

৪। লঘিষ্ঠ - একেবাৰে সৰু।

৫। লাৱন্য - দেখিৱলৈ দেখিৱলৈ শুৱনি।

৬। লেখনি - লিখা।

৭। লটপটীয়া - দুষ্ট স্বভাৱৰ।

৮। লুচি - তেলত ভজা ৰুটি।

৯। লাট - পাটসূতাৰ জোঁঠা।

১০। লাৰু - পিঠাগুৰি গুৰ আদিৰে কৰা ঘূৰণীয়া খাদ্য।

১১। লাথি - মাৰ - পীত কৰিৱলৈ ব্যৱহাৰ কৰা জঁদুলি
 
১২। লাহী - স্বাস্থ্যহীন।

১৩। লাঞ্ছিত - লাজ কৰা।

১৪। লুঙি - পূৰুষসকলে পিন্ধা এবিধ বস্ত্ৰ।

১৫। লাহৰী - মৰমতে কৰা সম্বোধন।

১৬। লুতুৰা - লুভীয়া।

১৭। লিপিত - এঠাৰ দৰে লাগি ধৰা ।

১৮। লুণীয়া - লোণৰ সোৱাদযুক্ত ।

১৯। লাহতী - লাহ - বিলাসপ্ৰিয় তিৰোতা ।

২০। লেকেটা - সহজতে েৰি নোযোৱা ।

২১। লাঠী  - চুটি দণ্ড ।

২২। লৱনু - মাখন ।

২৩। লেঙেৰা - খুৰা ।

২৪। লেছেৰি - এবিদ পাচলী ।

২৫। লুঠুমা - একো নথকা ।

২৬। লুটপাত - ব্যাপকৰূপে কৰা লুট ।

২৭। লগুণ - ব্ৰাক্ষ্মণ আদি লোকে ঘাগৰিগতীয়াকৈ পিন্ধা ৰছি ।

২৮। লটাৰি - ভাগ্য পৰীক্ষাৰ খেল ।

২৯। লহৰী - লহৰ ।

৩০। লহকাৰী - লহৰৰ - সম্বন্ধীয় ।

৩১। লক্ষ্মীকান্ত - চহকী লোক ।

৩২। লভ্যাংশ - লাবৰ অংস ।

৩৩। লাও - এবিধ পাচলী ।

৩৪। লাগতিয়াল - প্ৰয়োজন হোৱা ।

৩৫। লাঞ্চনা - তিৰস্কাৰ ।

৩৬। লঘু - পাতল ।

৩৭। লঘুকৰণ - গুৰুত্ব নিদীয়া ।

৩৮। লয়-ক্ষয়- লয় পা ।

৩৯। লোৱাৰ কাপ- লোৰ কাপ ।

৪০। লয়-খয় – লোপ আৰু ক্ষয় ।

৪১। লোকাৰণ্য – মানুহৰে ভৰপূৰ।

৪১।  লুইত - বহ্মপুত্ৰ।

৪২।  লুথুৰি পিথা - পানীত সিজোৱা পিথা।

৪৩।  লুভীয়া - লোকৰ বস্তুলৈ বহুত হেপাহ যগা।

৪৪।  লুকা - ঢাকি ল।

৪৫।  লুপ লুপা - বহুত খাই থকা।

৪৬।  লুটি - কাষ।

৪৭। লুচি - তেলত ভজা আতা পিঠা।


Post Id: DABP000741